খণ্ড ৩ || সেন্দুৰ কি || এগৰাকী নাৰীয়ে সেন্দুৰ কেনেকৈ লব লাগে || প্ৰকৃত মাতৃ কেনেকুৱা হব লাগে ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • সেন্দুৰ কি
    এগৰাকী নাৰীয়ে সেন্দুৰ কেনেকৈ লব লাগে
    প্ৰকৃত মাতৃ কেনেকুৱা হব লাগে
    জয় গুৰু শংকৰ
    ধেমাজি জিলাৰ ধেমাজি আঞ্চলিক শাখাৰ শিশু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত আৰু শঙ্কৰ সূৰ্য প্ৰাথমিক শাখা আতিথ্য ত মাহেকীয়া ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান ভাগি অনুষ্ঠিত কৰা হয়। অনুষ্ঠান ভাগি আত ধৰে আঞ্চলিকৰ সম্পাদক, বিমান বৰা বাপ জন আৰু শিশু আই মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা চুমী চলিহা কোঁৱৰ আইগৰাকিয়ে। অনুষ্ঠান ভাগিত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে মন্দীৰা ভৰালী বৰা আই গৰাকী। তেখেতৰ তত্ত্ব গধুৰ বানিৰে সমস্ত জন ভক্তপ্ৰান বাপ আই ক মূদ্ধ কৰিলে।
    ©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike
    অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

ความคิดเห็น • 410

  • @user-wn3og7nm1l
    @user-wn3og7nm1l 4 หลายเดือนก่อน +9

    হে আই শত কোটি প্ৰণাম জনাইছোঁ কৃষ্ণ কৃষ্ণ

  • @kamalsaikia8601
    @kamalsaikia8601 ปีที่แล้ว +10

    হে আই মাতৃ,আপোনাক প্ৰনাম জনাইছো।আপোনাৰ সেন্দুৰৰ বাখ্যা ই আজিৰ যুগৰ মহিলা সকলক এটা ভাল উপদেশ দিছে।আজিৰ মহিলা সকলে যেন আপোনাৰ সেন্দুৰৰ বাখ্যা টি যেন আখৰে আখৰে পালন কৰে,তাৰ বাবে অনুৰোধ জনালোঁ।

  • @durgarongpipi5886
    @durgarongpipi5886 4 หลายเดือนก่อน +2

    Bhut bohut val lagise huni joy Shree krishna

  • @divakardas44
    @divakardas44 6 หลายเดือนก่อน +2

    আপোনাৰ অনুভৱ কথা খিনি অন্ত ৰ চুই গৈছে I আই জনী ৰ কথা ত বহুতে বেয়া পাব পাৰে কিন্তু সত্য

  • @Sneha-y7b
    @Sneha-y7b ปีที่แล้ว +2

    God bless u agoloi apunar pora enedare Val Val kotha bur jani thakim

  • @prasantaborah5229
    @prasantaborah5229 ปีที่แล้ว +1

    আপোনাৰ কথাখিনি সচাকৈয়ে বহুত ভাল লাগিল আজি কালি বহুতে হয়তো বহুনাৰীয়েই নাজানে। আপোনাৰ এই বক্তব্যৰ বাবে বহুত বহুত ধন্যবাদ। এনেকুৱা বক্তব্য আগলৈও যেন শুনিবলৈ পাওঁ। ধন্যবাদ

  • @MinaBaishya-xb2qh
    @MinaBaishya-xb2qh ปีที่แล้ว +3

    অতি সুন্দৰ ।বহুত জানিবলগীয়া কথা শুনি বৰ ভাল লাগিল আই কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @manalishadeka8615
    @manalishadeka8615 ปีที่แล้ว +3

    অতি সুন্দৰ ❤️🙏🙏🙏
    মই সেন্দুৰৰ ফোটে লও,, আৰু আজি বহু নজনা কথা শিকিলোঁ ❤
    বহুত বহুত ধন্যবাদ 🙏

    • @namratapathak2897
      @namratapathak2897 ปีที่แล้ว

      Moiu Lou sendur phut kintu bohute old model buli koi

  • @krishnasaikiasaikia6471
    @krishnasaikiasaikia6471 ปีที่แล้ว +1

    বহুত ভাল লাগিল ভগবানে আশিৰবাদ কৰক সদায় কুশলে থাকক আপোনি আই মাতৃ

  • @MunDas-ds8fu
    @MunDas-ds8fu ปีที่แล้ว +10

    কৃষ্ণ কৃষ্ণ আই সুন্দৰ ব্যাখ্যা প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক 🙏🙏

  • @montusaikia6328
    @montusaikia6328 ปีที่แล้ว +2

    সুন্দৰ আই...বৰ সুন্দৰকৈ বাখ্যা কৰিছে।🙏🙏🙏

  • @purnimadas7779
    @purnimadas7779 ปีที่แล้ว +3

    বহুত ভাল লাগিল শুনি মই বিহাৰৰ পৰা শুনিছো মই আপোনা ঘৰৰ ওচৰৰ দুৰ দুৰৰ পৰা সেৱা জনালো সবাৰো চৰণত জয় গুৰু শংকৰ🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @anjanakalita1078
    @anjanakalita1078 ปีที่แล้ว +1

    ৰাম হৰি । 🙏 আপোনাৰ বহুমূলীয়া ব্যাখ্যা শুনি বহুত ভাল লাগিল আইগৰাকী । ঈশ্বৰে আপোনাৰ মংগল কৰক ।🙏👍

  • @user-re2mo5th6k
    @user-re2mo5th6k 2 หลายเดือนก่อน +1

    Bahut val lagise baidew bahut nojona kotha janibo parilu krishno❤❤

  • @AffectionateBambooForest-jd4hp
    @AffectionateBambooForest-jd4hp 4 หลายเดือนก่อน +2

    All' tha best'

  • @keshamaisaikiaborah6610
    @keshamaisaikiaborah6610 ปีที่แล้ว +6

    বৰ্তমান যুগত এইবিলাক সকলো মিছা ।আমি আপোনাসৱক বহুত মানি চলো ।🙏🙏আপোনাক নেদেখা জনে বহুত শক্তি দিয়ক।এনকৈ নবপ্রজনমক বুজাওক।🙏

  • @user-cn6pn2fb7h
    @user-cn6pn2fb7h ปีที่แล้ว +1

    বহুত বহুত ভাল লাগিলে আপোনাৰ মন্তব্য । আপোনাক সেৱা জনাইছো কৃষ্ণ

  • @Request_motivation
    @Request_motivation ปีที่แล้ว +3

    কৃষ্ণ আই মাতৃ আপোনাৰ চৰণত ভক্তিভাৱেৰে
    সেৱা জনালো 🙏🙏🙏🪔🪔🪔

  • @shekharGogoi12
    @shekharGogoi12 ปีที่แล้ว +1

    He ai matri moi praye apunar byakhya hunu aru saw bor val lage nojona bur janibo pai.... Provu jonar apunar drighayu kamona korilu aii... Krisna krisna...

  • @gunaram327
    @gunaram327 ปีที่แล้ว +2

    Aii Krishna .Eman val lagise huni

  • @user-qf4rs7ju7n
    @user-qf4rs7ju7n ปีที่แล้ว +1

    বৰ সুন্দৰ ব্যাখ্যা আই!সেৱা জনালোঁ।কৃষ্ণ🙏

  • @jadavgogoi4008
    @jadavgogoi4008 ปีที่แล้ว +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    আই অধমৰ সেৱা গ্ৰহন কৰিব
    ঈশ্বৰে কৃপা কৰক কৃষ্ণ।।

  • @mintukalita7762
    @mintukalita7762 3 หลายเดือนก่อน +2

    Krishna ❤

  • @user-ti1bd7gc4k
    @user-ti1bd7gc4k 6 หลายเดือนก่อน +2

    Krishna Krishna 🙏🙏🙏

  • @monalisaborah9095
    @monalisaborah9095 ปีที่แล้ว +1

    Eman hundor byakhya hunile huni thakibor mon jai.🙏🙏

  • @user-ef5rz9zt9c
    @user-ef5rz9zt9c ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏🏻💐🙏🏻
    আই গৰাকীলৈ সেৱা জনালোঁ। বহুত ভাল পালোঁ শুনি।

  • @rumidas4087
    @rumidas4087 ปีที่แล้ว +1

    আপুনি সুন্দৰ উপস্থাপন দিছে সেন্দূৰৰ তাৎপৰ্য বিষয়ে সুন্দৰকৈ বুজাই দিছে৷ভাল লাগিল৷

  • @rupamphukanyes4202
    @rupamphukanyes4202 ปีที่แล้ว +1

    Bohut val lagil,nojona bohu kotha janilu,apunaloi hewa dhorisu aai, krishno 🙏🙏🙏

  • @binasabhapandit6974
    @binasabhapandit6974 ปีที่แล้ว +2

    বৰ ভাল লাগিল বাইদেই আপোনাৰ কথা খিনি 🙏

  • @runjunsaikia6246
    @runjunsaikia6246 ปีที่แล้ว +1

    Krishna Aai bohut vl lagile Apunar Bakhay 🙏🙏🙏🙏

  • @tnath6513
    @tnath6513 ปีที่แล้ว +26

    সুন্দৰ উপষ্ঠাপন শুনি ভাল লাগিল। আইসকলৰ জানিবলগিয়া গুজ্য তম তত্ব। কৃষ্ণ কৃষ্ণ কৃষ্ণ-------

  • @junumoniarandhara2784
    @junumoniarandhara2784 ปีที่แล้ว +1

    আইমাতৃৰ গৰাকীক সশ্ৰদ্ধ প্ৰণাম জনালোঁ । আপোনাৰ পৰা বহুত নজনা কথা জানিব পাৰি ভাল লাগিল।

  • @nikumonisaikia6469
    @nikumonisaikia6469 ปีที่แล้ว +1

    Eman hundor kontho hunile huni thakibr mn jai 🙏🏽🙏🏽🙏🏽

  • @bharatisaikia3540
    @bharatisaikia3540 ปีที่แล้ว +2

    God bles you baidew.Give you right sugetion for all mohila samaj.Go up~~ Go up.

  • @rekhagogoi9098
    @rekhagogoi9098 ปีที่แล้ว +1

    Bor hundor aai eman hundor koi baykhya korise🙏🙏👌🔱

  • @tattifpsgamingyt3758
    @tattifpsgamingyt3758 ปีที่แล้ว +3

    অতি সুন্দৰ ব্যাখ্যা আই সেৱা জনালোঁ 🙏

  • @minasaikia8585
    @minasaikia8585 ปีที่แล้ว +3

    আইমাতৃ গৰাকীলৈ সহস্ৰ প্ৰনাণ জাছিলো । ভগৱানে সহায় কৰক । কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @user-wn8mq3ns8p
    @user-wn8mq3ns8p 7 วันที่ผ่านมา +1

    কৃষ্ণ 🙏🙏🙏 আই নজনা কথা শিকিলোঁ 🤗☺️🙏❤️

  • @jamunaborah9464
    @jamunaborah9464 ปีที่แล้ว +1

    আপোনাৰ পৰা সেন্দুৰ লোৱাৰ তাত্ত্বিক নিয়ম জানিব পাৰি সুখী হলো আই। আপোনাক সেৱা জনালো দূৰৰ পৰাই ।

  • @bandanaborah9051
    @bandanaborah9051 2 หลายเดือนก่อน +1

    Bhal lagise baidew

  • @dilip6pesrabha759
    @dilip6pesrabha759 ปีที่แล้ว +1

    🙏🙏Krishna He aii aponar ai xondar byakhya i atike anandit kri tulile mor mn kripa krib 🙏🙏

  • @priyankaphukan6560
    @priyankaphukan6560 ปีที่แล้ว +8

    কৃষ্ণ কৃষ্ণ আপোনাৰ হবৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা নিবেদন কৰিলোঁ।🙏🙏

  • @gargidas7970
    @gargidas7970 ปีที่แล้ว +6

    আজি নজনা কথা শিকিলোঁ মাৰৰ পৰা আজিৰ পৰা আৰু ইমান ডাঙৰ ভুল কাম নকৰোঁ হে মা.... কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼

  • @bobychutia9692
    @bobychutia9692 ปีที่แล้ว +1

    Hundor aii..sendur kotha khini hodai mnt rakhim..🙏🙏

  • @abhilashboruah2708
    @abhilashboruah2708 ปีที่แล้ว +8

    সচাকৈ আইমাতৃৰ কথখিনি পৰা বহুত জ্ঞান পালো🙏

  • @Rajoshreesaikia1817
    @Rajoshreesaikia1817 ปีที่แล้ว +1

    Bht dhuniya kotha koise...vl lgil suni😊

  • @gitamonihazarika5059
    @gitamonihazarika5059 ปีที่แล้ว +3

    ইমান ভাল লাগিছে আই মন ভক্তিৰে ভৰি পৰিছে

  • @renurenubhuyan6859
    @renurenubhuyan6859 ปีที่แล้ว +1

    Eman hundor kotha koise Val lagise

  • @rinisaikia8372
    @rinisaikia8372 ปีที่แล้ว +1

    Xundar upasthapan🙏🙏🙏

  • @eloraborah4643
    @eloraborah4643 ปีที่แล้ว +1

    আইগৰাকীৰ মাতটো বৰ শুৱলা।বৰ ভাল লাগিছে শুনি🙏🙏🙏

  • @abankitasaikia9521
    @abankitasaikia9521 ปีที่แล้ว +1

    Bht vl lagil mon xui gol 🙏

  • @user-qx5fz1nu6i
    @user-qx5fz1nu6i ปีที่แล้ว +4

    Bohut dhuniya kotha koisa val lagil

  • @modirasharma215
    @modirasharma215 ปีที่แล้ว +2

    Moi sandur lou bindi nolou bohut srodha koru bohut vl lagil apunar kothakhini

  • @pankajmedhi8607
    @pankajmedhi8607 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ 🙏🙏 আই মাতৃ দুৰৰ পৰাই সেৱা জনাইচো

    • @pankajmedhi8607
      @pankajmedhi8607 ปีที่แล้ว

      আই আপোনা লোকৰ ঘৰ কত

  • @nanijitaboruah9517
    @nanijitaboruah9517 ปีที่แล้ว +1

    Thankyou Maa eman dhuniyakoi bujai dia babe

  • @user-lp6oj9gz7x
    @user-lp6oj9gz7x 6 หลายเดือนก่อน +1

    Jai Krishna Bapa🙏🙏🙏

  • @poroshmoniboruah4372
    @poroshmoniboruah4372 ปีที่แล้ว +3

    🙏ইমান সুন্দৰ ব্যাখ্যা 🙏 বৰ ভাল লাগিল

  • @pinkydeka4450
    @pinkydeka4450 ปีที่แล้ว +1

    খুব ধুনীয়া বাখ্যা কৰিছে। ভাল লাগিল শুনি

  • @sanahigogoi381
    @sanahigogoi381 ปีที่แล้ว +1

    সুন্দৰ অতি সুন্দৰ ব্যাখ্যা আই ভগৱানে কুশলে ৰাখক

  • @sagardas4467
    @sagardas4467 ปีที่แล้ว +1

    Bhal lagil aai nojona kotha janilo krisna krisna

  • @digontabordoloi2358
    @digontabordoloi2358 ปีที่แล้ว +2

    Sandurr mohotta aajihe buji palu dhonyobad

  • @channelmrinmoymayuri2531
    @channelmrinmoymayuri2531 ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ আই ভাল লাগিল।

  • @mahanadamili7334
    @mahanadamili7334 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। মাই ভাল
    কথা শুনাই চ মাই । 22:21 কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @mainabindasmaina4196
    @mainabindasmaina4196 ปีที่แล้ว +1

    Bor dhunia kotha koisa khuri Val lagil

  • @poriphukon3221
    @poriphukon3221 ปีที่แล้ว +1

    Thikei koise borma. Bht val lgile huni.

  • @manomatikalita.7058
    @manomatikalita.7058 ปีที่แล้ว +4

    আই অতি সুন্দৰ ভক্ত ৰস শুনি থাকিবৰ মন যায় নজনা বহুত জানিলো আই কৃষ্ণ

    • @ranubora3083
      @ranubora3083 ปีที่แล้ว

      আই সেৱা জনালো।বহুত নজনা কথা জ্ঞান দিলে।

  • @rekhamonigogoi5063
    @rekhamonigogoi5063 ปีที่แล้ว +1

    Aai .Mattri gorakie bohit xundor kotha kole , xota kowti pronam jonaisu aai

  • @bhg197
    @bhg197 ปีที่แล้ว +1

    Dhunia lage apuna kothabur

  • @priyadoleypegu597
    @priyadoleypegu597 ปีที่แล้ว +1

    krishna krishna krishna ❤️🙏🏻🙏🏻🙏🏻🙏🏻👍

  • @ritamoninathbora5683
    @ritamoninathbora5683 ปีที่แล้ว +1

    পালো পালো ।বহুত ভাল লাগিছে ।

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 ปีที่แล้ว +1

    মা আপুনি সুব সুন্দৰ নিদৰ্শন দাঙি ধৰিছে,, আপোনাক মোৰ তৰফৰ পৰা কৌতি কৌতি প্ৰনাম 🙏🙏

  • @chirajkonwar6987
    @chirajkonwar6987 ปีที่แล้ว +2

    Apune val kotha koise .

  • @biswajitbaruah3564
    @biswajitbaruah3564 ปีที่แล้ว +1

    Gobindra Krishna,om namu bhagawate basudebaya.

  • @yogirituofficialvideo5461
    @yogirituofficialvideo5461 ปีที่แล้ว +2

    Mother ,you have given the best advice but they have n't taken it. According to them they are the morden women. Thank you for your the best advice.

  • @purabikalitachaliha5214
    @purabikalitachaliha5214 ปีที่แล้ว +6

    আই অতি সুন্দৰ কৈ কৈছে কৃষ্ণ কৃষ্ণ 🙏🙏

  • @ProffuloMorang-bd2hi
    @ProffuloMorang-bd2hi ปีที่แล้ว +2

    Bohut duniya huni Niki vall lagila 🥰🙏🙏

  • @moirupjyoti771
    @moirupjyoti771 ปีที่แล้ว +2

    Val lagil shuni

  • @sweetydey7121
    @sweetydey7121 ปีที่แล้ว +1

    Krishno krishno🙏

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 ปีที่แล้ว +9

    সেৱা জনাইছোঁ আপোনাক 👏👏

  • @sangitaborah5519
    @sangitaborah5519 ปีที่แล้ว +1

    হে আইমাতৃ প্ৰণাম জনাইছোঁ 🙏🏻

  • @moubora5212
    @moubora5212 ปีที่แล้ว +4

    ভাল লাগিল 🙏🙏🙏

  • @hiramoniphukan125
    @hiramoniphukan125 ปีที่แล้ว +2

    সেৱাহে জনালোঁ আই ।

  • @indrabaruah-kh3fk
    @indrabaruah-kh3fk ปีที่แล้ว +1

    Thank you baideo Val katha koise

  • @user-hs4lv3ns2s
    @user-hs4lv3ns2s 6 หลายเดือนก่อน +3

    আই আপোনাৰ কণ্ঠ অতি সুন্দৰ ।বৰ ভাল লাগিল ।🙏🙏🙏

  • @rajibsaikia1278
    @rajibsaikia1278 ปีที่แล้ว +7

    বহুত ধুনীয়া গাইছে কৃষ্ণ

  • @junmonidas467
    @junmonidas467 ปีที่แล้ว +1

    Aigoraki ktha bure antor sui goise .kintu ajikali asame hendur lukuai loi jate hendur luwa kuneu gom napai jate ..laz kore beya pai hei babe ditio bibah besi hoise .khuni val lage ..bhuut dhoinabad

  • @manjuboruh3385
    @manjuboruh3385 ปีที่แล้ว +1

    ক্‌ষ্ণ ক্‌ষ্ণ আপোনাৰ ব্যাখ্যা শুনি বহুত ভাল লাগিল

  • @indirabora4554
    @indirabora4554 ปีที่แล้ว +1

    বৰ সুন্দৰ ব্যাখ্যা দিলে বাইদেউ।বৰ ভাল লাগিল।

  • @pallabiborah3403
    @pallabiborah3403 ปีที่แล้ว +1

    Bor hundr lagile 🙏🏻🙏🏻

  • @jahnabineog
    @jahnabineog ปีที่แล้ว +1

    Hundor kotha koise aai eman hundor kontho tate huni bor val lage..

  • @shilpaborah8986
    @shilpaborah8986 ปีที่แล้ว +1

    আই গৰাকী আমাৰ কলীয়া বৰলৈ এবাৰ আহকচোন

  • @dipalihajarika9377
    @dipalihajarika9377 2 หลายเดือนก่อน +1

    সুন্দৰ আই , 🙏🙏🙏🙏

  • @SunitaDevi-xe9vw
    @SunitaDevi-xe9vw ปีที่แล้ว +1

    Baidu sundar Kotha kole apuni🙏🙏🙏

  • @MonjuSaikia-no4ke
    @MonjuSaikia-no4ke 5 หลายเดือนก่อน +1

    Aiii bohut hundar kotha koise

  • @bobymuktiar4753
    @bobymuktiar4753 ปีที่แล้ว +1

    Krishna krishna bor xundor

  • @ig_dhiraj
    @ig_dhiraj ปีที่แล้ว +2

    Xuni bohut bohut bohut besi val lagil🙏

  • @himantagogoi8133
    @himantagogoi8133 ปีที่แล้ว +1

    Bohut dhunia kotha koise apuni

  • @kunjalatakalita4174
    @kunjalatakalita4174 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ মেৱাহে 🙏🙏🙏

  • @DipaliKalita-sf7ql
    @DipaliKalita-sf7ql ปีที่แล้ว +15

    Very sweet voice. God bless you.

  • @biganthakur8195
    @biganthakur8195 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ আই