কিহেৰে পূজিম প্ৰভূ তোমাক মই নাই মোৰ একোৱেইনাই.Assamese jesus song/Parthona

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • Healing prayer All the Images & Videos Shown/ Uploaded in this Channel belongs to respected owners and unauthorised Coping and Publishing the same is strictly prohibited as per COPYRIGHT DISCLAIMER ACT.of1976 under section 107.
    #jesus #jesuschrist #ranjan #parthona #kiherepujimprobhu

ความคิดเห็น • 1.2K

  • @dhritimasaikia8642
    @dhritimasaikia8642 ปีที่แล้ว +13

    প্ৰাৰ্থনা টো দিবচোন প্ৰভু🙏🙏🙏মোৰো আজিৰ পৰাই যি যি বেমাৰত ভুগি আছোঁ ভাল কৰি দিয়ে যেন প্ৰভু ঈশ্বৰ আপোনাক দূৰৈৰ পৰাই কৌটি কৌটি প্ৰণাম 🙏🙏🙏🙏🙏

  • @ranjitahazarika3743
    @ranjitahazarika3743 4 หลายเดือนก่อน +1

    Eshwarr prakhongkha hoak pravu 🙏🙏🙏🙏

  • @saminayasmin6100
    @saminayasmin6100 ปีที่แล้ว +11

    হে যীচু পিতা তুমি মোৰ জীৱনৰ আৰু মোৰ মাই আববা জীৱনৰ পৰা দুখ বোৰ দূৰ কৰি অকনমান সুখ শান্তি দিয়া। মই তোমাৰ চৰণত তোমাৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম

  • @smitabhattacharyya481
    @smitabhattacharyya481 4 หลายเดือนก่อน +1

    Praise the lord 🙌

  • @parismitabaruah3090
    @parismitabaruah3090 3 ปีที่แล้ว +9

    হে প্ৰভু তুমি কৃপা কৰা ।এই দৃশ্য দেখি অতি মোহিত হৈছো

    • @priyamonipriyamoni7274
      @priyamonipriyamoni7274 3 ปีที่แล้ว

      But kandise kio..vlkoi bujay dib nki..buji pwa Ni🤔🤔

    • @MunuBhuyan-xc1mf
      @MunuBhuyan-xc1mf 5 หลายเดือนก่อน

      ​@@priyamonipriyamoni7274 because teulukor life t jibur dukh ase hei bur jate nuhua hoi jai tar babe teuloke pray krise...... Aru teulukor dukh problems buror ktha vabi god agot pray kandiseee 😢

  • @MissionMili
    @MissionMili หลายเดือนก่อน

    Hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah ❤❤❤❤

  • @DIPALISAIKIA-mu1ns
    @DIPALISAIKIA-mu1ns ปีที่แล้ว +5

    কৃষ্ণ প্ৰভু আমাৰ সকলোৱে ইয়াৰ পৰাই সেৱা জনাইছোঁ ভালে কুশলে ৰাখিব কৃষ্ণ 🙏🙏🙏

  • @smitabhattacharyya481
    @smitabhattacharyya481 2 หลายเดือนก่อน

    I love you Jesus thank you Jesus❤।।। Hallelujah hallelujah hallelujah hallelujah hallelujah ❤

  • @boikunthadas2585
    @boikunthadas2585 3 ปีที่แล้ว +7

    অতুলনীয় সৃষ্টি । মুগ্ধ হৈছো সঁচাকৈ ।

  • @DipikaDoley-f4y
    @DipikaDoley-f4y 10 วันที่ผ่านมา

    Praise the Lord ✝️🙏🛐hallelujah🙌 Amen 🙏✝️🛐

  • @khargeswarnath2624
    @khargeswarnath2624 2 ปีที่แล้ว +7

    হে প্ৰভু আমি যেন আপোনাক প্ৰাৰ্থনা কৰিবলৈ নাপাহৰো তাকে আৰ্শীবাদ দিয়া প্ৰভু 🙏🏼🙏🏼🙏🏼

  • @debojitbhai4779
    @debojitbhai4779 ปีที่แล้ว +1

    Krishna🙏🙏🙏

  • @rubigogoi5237
    @rubigogoi5237 3 ปีที่แล้ว +30

    ইমান সুন্দৰ, হৃদয় স্পশৰ কৰি যোৱা এটা পৰিবেশ আজি প্ৰথম দেখিলো। দূৰৰ পৰাই সেৱা জনালোঁ প্ৰভু🙏🙏🙏

  • @mensaipegu7373
    @mensaipegu7373 5 หลายเดือนก่อน

    Praise the Lord amen Amen🙏🙏🙏🙏🙏

  • @samirandeka2501
    @samirandeka2501 3 ปีที่แล้ว +14

    চকুপানী.... ঈশ্বৰে দিয়া সৰগীয় প্ৰসাদ.... হৃদয়ৰ পৰা দুচকুলৈ নিগৰে... অন্তৰআত্মা নিৰ্মল কৰে

  • @krishnakachari4605
    @krishnakachari4605 2 ปีที่แล้ว +1

    Krishno krishno Provu....amr ghr khn aru ghr hokolu manuhk vl manuh hbola akhibad kriba... 🙏🙏🙏🙏🙏🙏

  • @Biswajit123B
    @Biswajit123B ปีที่แล้ว +4

    হে প্ৰভু আমাৰ ঘৰখন যেন কুশলে ৰাখা আৰু আমাৰ পৰিয়ালটো সঘনাই বেমাৰত ভুগি থাকো , সকলোবোৰ ঠিক কৰি দিয়া প্ৰভু 🙏🙏

  • @rockdhurbajitfreefire3729
    @rockdhurbajitfreefire3729 ปีที่แล้ว

    Ameen.prais the lord

  • @rituriyansaikia5799
    @rituriyansaikia5799 3 ปีที่แล้ว +16

    হে প্ৰভু আমাৰ মাজত যেন হিংসা মদ ভেদ এইবোৰ যেন একো নাথাকে তাকে কৃপা কৰিছোঁ

  • @mridulnath926
    @mridulnath926 2 ปีที่แล้ว

    কৃষ্ণ প্ৰভু

  • @nabanitapatowary3679
    @nabanitapatowary3679 2 ปีที่แล้ว +5

    হে প্ৰভু মোৰ মা দেউতাক আৰু দাদাক ভালে ৰাখক। মা দেউতাক বেমাৰ আজাৰৰ পৰা মুক্ত কৰক প্ৰভু। মই অজানিতে কৰা ভুলবোৰ যেন মাফ কৰি দিয়ে ।আৰু সকলোকৰে মংগল কৰক প্ৰভু। আমিন..🙏

  • @bornalicreation5511
    @bornalicreation5511 2 ปีที่แล้ว

    কৃষ্ণ প্ৰভু🙏

  • @yongmuchahary2203
    @yongmuchahary2203 ปีที่แล้ว +4

    Praise the Lord. Amen......!

  • @kalpanaboro6383
    @kalpanaboro6383 ปีที่แล้ว +4

    Praise the 👏🏼👏🏼👏🏼 heallulayah heallulayah heallulayah Amen 😭 very very heart touching song 😭😭😭🙏

  • @ritudasritudas4770
    @ritudasritudas4770 3 ปีที่แล้ว +1

    Nice🤚🤚🤚🤚🤚

  • @pakhi_meli_jaa_uri
    @pakhi_meli_jaa_uri 3 ปีที่แล้ว +15

    গাৰ নোম শিয়ৰি উঠিছিল..... 🌸🌸🌸🌸

  • @MinaTamuli-y6g
    @MinaTamuli-y6g 6 หลายเดือนก่อน

    কুটি কুটি প্ৰনাম প্ৰভু🙏🙏🙏🙏🙏🙏🙏😱😱😭

  • @surabhiborah3087
    @surabhiborah3087 2 ปีที่แล้ว +5

    হে প্ৰভু নাজানো তোমাক পুজিবলৈ যেনেকৈ পিজিছো সন্তোষ হোৱা আশা বোৰ পূৰণ কৰিবা 🙏

  • @monishapuran5380
    @monishapuran5380 5 หลายเดือนก่อน

    ঈশ্বৰৰ প্ৰশংসা হ‌ওক 🙏আমেন

  • @nripenborah279
    @nripenborah279 3 ปีที่แล้ว +7

    বহুত হৃদয় স্পর্শী ৷কৃষ্ণ কৃষ্ণ

  • @pompidas4698
    @pompidas4698 2 ปีที่แล้ว +1

    Bohut val lagil pais the lord

  • @kabitamoran6158
    @kabitamoran6158 ปีที่แล้ว +4

    ঈশ্বৰৰ প্ৰসংশাৰ হওক আমেন ✝️✝️✝️✝️✝️✝️✝️✝️✝️✝️

  • @ToraliGogoi-v6o
    @ToraliGogoi-v6o 10 วันที่ผ่านมา

    Praise the lord Amen🙏

  • @aparajitaborbora1668
    @aparajitaborbora1668 ปีที่แล้ว +5

    ঈশ্বৰৰ প্ৰশংসা হওঁক। আমেন 🙏✝️🙏

  • @rituponmolia9107
    @rituponmolia9107 2 ปีที่แล้ว +2

    আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন আমিন কিপা কৰা প্ৰভু তুমি মোক

  • @bitupangogoisinger6743
    @bitupangogoisinger6743 3 ปีที่แล้ว +5

    ঈশ্বৰৰ প্ৰশংসা হওঁক।মই অধমে মই পাপিয়ে গুৰু দেবলৈও সেৱা জনাইছোঁ মোৰ পাপিৰ পাপ বিলাগ যেন ক্ষমা কৰিদিয়া পুনৰ যেন মোক মনোনীত কৰা তুমি আৰু মোৰ ঘৰ খনৰ ওপৰতো আশীৰ্বাদ কৰে যেন আমেন।

  • @Krishma-o5p
    @Krishma-o5p 4 หลายเดือนก่อน +1

    Praise the Lord hallelujah

  • @junmonichetia714
    @junmonichetia714 3 ปีที่แล้ว +4

    প্রভু যীচু মোক
    আশীর্বাদ দিয়া আমেন🙏🙏🙏

  • @bornaliboruah8134
    @bornaliboruah8134 3 ปีที่แล้ว +1

    Krishna Krishna 😢🙏

  • @lakhigogoi5243
    @lakhigogoi5243 3 ปีที่แล้ว +8

    ধন্যবাদ, ধন্যবাদ প্রভু, তোমাৰ প্ৰশংসা হওঁক, গুৰুজনাৰ জয় হওঁক🙏🙏🙏

  • @happysonowal1732
    @happysonowal1732 2 ปีที่แล้ว +2

    Praise the lord

  • @bgayari
    @bgayari 3 ปีที่แล้ว +3

    🤚🤚🤚 Praise the lord ✝️✝️✝️ Hallelujah 🙏🙏🙏 Amen 🙏🙏🙏

  • @SunilMarak-ju2cp
    @SunilMarak-ju2cp 6 หลายเดือนก่อน +1

    ঈশ্বৰ গৌৰৱ হক আমিন

  • @achyutkrishnaofficial6926
    @achyutkrishnaofficial6926 3 ปีที่แล้ว +15

    কৃষ্ণ প্ৰভু ৰইখা কৰা 😭😭 🙏🙏

  • @kakomonisaikia7274
    @kakomonisaikia7274 3 ปีที่แล้ว

    Krshna pravu

  • @lakhigogoi5243
    @lakhigogoi5243 ปีที่แล้ว +7

    ঈশ্বৰৰ প্রশংসা হওঁক🛐
    গুৰুজনা পবিত্র চৰনত সেৱা জনাইছোঁ🛐 সেই প্রভু তোমাৰ এই আত্মাৰ প্রাথনা যোগেদি আমাক ঘৰখনৰ ওপৰত আশীর্বাদ কৰিবা আমেন🛐🛐🛐😭😭🛐🛐🛐

  • @swarajdharmeswari1904
    @swarajdharmeswari1904 3 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভূ দয়াময়

  • @This__gurl
    @This__gurl ปีที่แล้ว +3

    হে প্রভূ দয়া ✝️😭✝️😭✝️😭🙏🏻🙏🏻🙏🏻❤❤❤

  • @riyabora4657
    @riyabora4657 3 ปีที่แล้ว +1

    Bohot duniya 🙏🙏

  • @rajabora3571
    @rajabora3571 3 ปีที่แล้ว +26

    বহুত ধুনীয়া পৰিবেশ হৃদয়স্পর্শী, সৌন্দর্য পূণ্যভূমি এনেদৰে দেখিবলৈ পায় পিতা যীশু শৰণযুগলত আমি দূৰৈৰ পৰাই নতশিৰে সেৱা জনাইছো 🙏🙏🙏 । ❤❤❤।

  • @smritihazarika3318
    @smritihazarika3318 2 ปีที่แล้ว +3

    সে প্ৰভু মোৰ দুখবোৰ দুৰ কৰা প্ৰভু।।🙏

  • @dipaligogoideka4749
    @dipaligogoideka4749 3 หลายเดือนก่อน

    Praise the Lord. ❤❤❤

  • @dhunudeori2385
    @dhunudeori2385 3 ปีที่แล้ว +21

    এনেকোৱা পৰিবেশ এটা দেখি মনটো বহুত ভাল লাগিল ।
    সেৱা🙏🙏

  • @mainasaikia9897
    @mainasaikia9897 3 ปีที่แล้ว

    He pravu manar kamona kara

  • @munuboro1541
    @munuboro1541 3 ปีที่แล้ว +38

    হে প্ৰভু তোমাৰ মহিমা অপাৰ।তুমি যতেই আছা তাৰপৰাই মোৰ মনৰ আশা পুৰন কৰিবা প্ৰভূ

  • @ranjitnath8073
    @ranjitnath8073 3 ปีที่แล้ว +4

    ঈশ্বৰৰ প্ৰসংশা হওক প্ৰভু যিচুক কোটি কোটি বাৰ ধন্যবাদ জনাইছো আৰ্শীবাদ বিছাৰিছো মহান গুৰু জনাৰ পৰা পোহৰৰ বাট দেখুৱা গুৰু জনাক প্ৰণিপাত জনাইছো আমেন

  • @notengogoi3687
    @notengogoi3687 3 ปีที่แล้ว +62

    এনে পৰিৱেশ আজি প্ৰথম দেখিবলৈ পাইছোঁ ভাল লাগিল প্ৰভুৱে সকলোকে কৃপা কৰক,

    • @aryananhsirk7604
      @aryananhsirk7604 3 ปีที่แล้ว +1

      @@sashibhatta5198 napai teneke Kobo moiu Hindu....kin2 sobore nijor bisakh thake apuni Jodi Shankar-madhab gurujonar bhakta tenete apuni xudho monere teulukor niti adorxa palan korok, kunuba Luke hoitu Jesus Christ or bhakta teu Jesus Christ or niti adarsha palan koribo
      Hari Naam luae atmar muktir ekmatra path
      Apuni jixar comment dise hetu eta political comment, jun2 ajir jugot bohut politicianse bebohar kore.......dharmat politics involve korile bohut letera Delhi
      Axa korisu apuni jate beya napai

  • @someswarigamang-vx8si
    @someswarigamang-vx8si ปีที่แล้ว +1

    Praise the lord 'আমেন

  • @youtubeuser6761
    @youtubeuser6761 3 ปีที่แล้ว +14

    অহ ঈশ্বৰ চকুৰ পানী লৈ আহিল, ইয়াৰ পৰাই সেৱা জনালোঁ 🙏🙏

  • @rubiboruah6329
    @rubiboruah6329 2 ปีที่แล้ว

    Doya kora pravu.

  • @rakeshbaruah5224
    @rakeshbaruah5224 3 ปีที่แล้ว +5

    Praise the Lord.. Praise the Lord.. Praise the Lord. Amen

  • @lakhimai5846
    @lakhimai5846 3 ปีที่แล้ว +1

    Tumak pronam probhu jisu mok daiya kora 🙏🙏🙏🙏🙏🙏 guru Janako pronam 🙏🙏🙏🙏🙏

  • @juthikakalita1066
    @juthikakalita1066 ปีที่แล้ว +2

    Mur gotei bemar bhal kori diya Prabhu 🙏🙏🙏🙏

  • @moina2160
    @moina2160 3 ปีที่แล้ว +13

    প্ৰভু অজানিতে হৈ যোৱা পাপৰ পৰা মুক্ত কৰে যেন। সেই পৰমপিতা

  • @niranjankalita6571
    @niranjankalita6571 3 ปีที่แล้ว

    Krisno provu mr lra2 aru Ami hkoloa hey hahi thaku

  • @kuhimainavlogs1823
    @kuhimainavlogs1823 3 ปีที่แล้ว +4

    হে প্ৰভু মোৰ ঘৰখন সুখ শান্তি আনি দিয়া প্ৰভু আমেণ 🙏

  • @bornalisaikia2188
    @bornalisaikia2188 6 หลายเดือนก่อน

    Praise the lord 🙏✝️

  • @mkb2854
    @mkb2854 3 ปีที่แล้ว +9

    Praise the lord God ✝️🛐🛐🛐

  • @jitenboruah5979
    @jitenboruah5979 ปีที่แล้ว +3

    হে প্ৰভূ আপোনাৰ চৰনত কৌতি কৌতি প্ৰণাম ।মোৰ লৰা দুটাক সৎ পথে যাবলৈ আশীষ প্ৰদান কৰক ।

    • @discipleofchrist8658
      @discipleofchrist8658 ปีที่แล้ว

      ঈশ্বৰে আশীৰ্বাদৰ কৰক

  • @kalpanaborah5461
    @kalpanaborah5461 3 ปีที่แล้ว +1

    Krishno porvhu 🙏🙏🙏👋👋👋👋🙏🙏🙏🙏🙏

  • @ratulborah2538
    @ratulborah2538 3 ปีที่แล้ว +39

    হে প্ৰভু তোমাক কৌটি কৌটি প্ৰণাম🙏🙏 মোৰ যদি কিবা দোষ দুৰ্গ তি, আছে সকলো মৰিষ ন কৰা ,😭😭 হে প্ৰভু এবাৰ চকু মেলি চোৱা আশীৰ্বাদ কৰা🙏 কৃষ্ণ

    • @dhanirambhuyan1125
      @dhanirambhuyan1125 ปีที่แล้ว

      হে প্ৰভু প্ৰণাম মোৰ যদি কিবা দুখ দুৰ্গতিৰ আছে সকলো দুৰকৰা প্ৰভু এবাৰ চকু মেলীচোৱাএবাৰ আশীৰ্বাদ কৰা কৃষ্ণ কৃষ্ণ

    • @kamanbro5586
      @kamanbro5586 ปีที่แล้ว

      Amen

  • @gitanjalisarmah9482
    @gitanjalisarmah9482 ปีที่แล้ว

    Praise the lord.

  • @jintuchetia5156
    @jintuchetia5156 3 ปีที่แล้ว +5

    ঈশ্বৰৰ ৰাজ্য হওক যেনেকৈ স্বৰ্গত তেনেকৈ মৰততো। ঈশ্বৰৰ প্ৰশংসা হওক আৰু গুৰুজনাক দীৰ্ঘস্থায়ী কৰক তাকেই প্ৰাৰ্থনা কৰিছো আমেন।

    • @sharmilabasumatary2195
      @sharmilabasumatary2195 3 ปีที่แล้ว +1

      Praise the Lord

    • @pronoyonminecraft8096
      @pronoyonminecraft8096 3 ปีที่แล้ว

      Hai Jesu baba mur jibonot bohut dukh

    • @bornaliboruah1033
      @bornaliboruah1033 3 ปีที่แล้ว

      He provi muk hanti dia provu....mur eku nai tumak diboloi....kiba jodi ajanite vul hoise muk puhoror bat dekhiana provu....muk bosua provu....🙏🙏🙏🙏

    • @bornaliboruah1033
      @bornaliboruah1033 3 ปีที่แล้ว

      Tumar choront moi hodai heua jonaisu....provu....😭😭🙏🙏🙏🙏

  • @nabagogoi9921
    @nabagogoi9921 2 ปีที่แล้ว

    Probhu akhirbat koribo jen krisna..

  • @tunuranikalita1798
    @tunuranikalita1798 3 ปีที่แล้ว +1

    Krishna guru

  • @tulikasaikia7293
    @tulikasaikia7293 3 ปีที่แล้ว +8

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏মোৰ সকলো সপোন পূৰণ কৰক আমিন🙏মই আপোনৰ ওচৰত পাৰ্থনা কৰিছোঁ প্ৰভু🙏🙏🙏

  • @lakhigogoi9906
    @lakhigogoi9906 3 ปีที่แล้ว +33

    হে পৰিশ্ৰান্ত আৰু ভাৰা কান্ত লোক সকল মোৰ ওচৰলৈ আহাঁ,মই তোমাক জিৰনী দিম, অ প্ৰভু তোমাৰ দৃষ্টিত আমিবোৰে জানি নাজানি যিমান পাপ অপৰাধৰ কৰিছোঁ সকলো পাপৰ পৰা ক্ষমা কৰা প্ৰভু, আৰু আমাৰ পবিত্ৰ আত্মাৰ পিতা গুৰুজনাৰ শ্ৰী চৰণত সেবা জনাইছো আৰু তেওঁ ক কোতি কোতি ধন্যবাদ জ্ঞাপন, প্ৰভূ যীচু মধুৰ নামত খুজিছো আমেন 😭🤲🛐🛐🛐🙏🙏🙏

  • @manashgogoi8326
    @manashgogoi8326 2 ปีที่แล้ว +15

    হে ভগৱান ঘৰৰ পৰা দূৰত থাকো সদায় আশিবাদ কৰা ভালে ৰাখা আৰু মনৰ আশা পূৰণ কৰা 💓💓💓

  • @nomitagogoi3181
    @nomitagogoi3181 3 ปีที่แล้ว +4

    হে ভগৱান শ্ৰী কৃষ্ণৰ লীলা, তোমাৰ ওচৰত কৌটি কৌটি প্ৰণাম জনালোঁ ।

  • @Botgirl18
    @Botgirl18 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @rumidas9660
    @rumidas9660 3 ปีที่แล้ว +16

    ইমান সুন্দেৰ পৰিবৱশন অন্তৰ মুহি জায়।

  • @purnanandadas5950
    @purnanandadas5950 3 ปีที่แล้ว +1

    ওম শান্তি

  • @girishbaishya6140
    @girishbaishya6140 3 ปีที่แล้ว +12

    তুমিয়েই পৰম পিতা তুমিয়েই পৰম মাতা
    তুমিয়েই পৰম বন্ধু তুমিয়েই পৰম সখা । তোমাৰ বাহিৰে আন কোনো নায় প্ৰভু । তুমিয়েই সবব শক্তি মান । তুমিয়েই আদি
    তুমিয়েই অন্ত । তুমিয়েই সকলো প্ৰাণী ৰে
    প্ৰাণৰক্ষা কৰোতা । শত কৌতিবাৰ ধন্যবাদ । তোমাৰ প্ৰশ্ংসাৰে বিশ্বত উপচি পৰক প্ৰভু।

    • @sikhahatimuria369
      @sikhahatimuria369 3 ปีที่แล้ว

      Yb

    • @pranjalpatar7576
      @pranjalpatar7576 2 ปีที่แล้ว

      Hei parbhu mur manar kamana puran haok jate ei a mur apunar usarat parthana.

  • @pabitrakalita3979
    @pabitrakalita3979 3 ปีที่แล้ว +1

    🙏Krishna Krishna hare hare

  • @anantadhunsaikia
    @anantadhunsaikia 2 ปีที่แล้ว +3

    বহুত ধুনীয়া লাগিলে সুন্দৰ এটা পৰিবেশ
    ভগৱান যীচু এ সকলোকে মংগল কৰক তাকে কামনা কৰিছোঁ 🙏🙏🙏💞❤

  • @nirenray426
    @nirenray426 3 ปีที่แล้ว +1

    Joy.joy.sri.kirisono

  • @utpalboruah2247
    @utpalboruah2247 3 ปีที่แล้ว +6

    Praise The Lord......

  • @SewaliBoruah
    @SewaliBoruah 6 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @parashmonimusical3942
    @parashmonimusical3942 3 ปีที่แล้ว +7

    ঈশ্বৰৰ প্ৰশংসা হওঁক।
    গুৰুজনাক প্ৰণাম জনালোঁ।
    যাবলৈ বহুত মন গৈ আছে।
    অতি শুনকালে দৰ্শন কৰিম ।
    অতি শুনকালে যাতে মোৰ এটা সংস্থাপন হয় আশীৰ্বাদ কৰিব ।
    ঘৰ খনৰ অপাই অমংগল দূৰ হ'বলৈ কৃপা কৰক প্ৰভূ।।।।
    ঈশ্বৰৰ প্ৰশংসা হওঁক।

  • @jitendeuri441
    @jitendeuri441 2 ปีที่แล้ว +1

    Heart touching.....🙏🙏

  • @deepabora1865
    @deepabora1865 3 ปีที่แล้ว +3

    প্ৰভু ঈশৰ তোমাক শতকোটি প্ৰনাম কৰিছোঁ। আমাক বিপদৰ সময়ত গুৰুদেৱৰ আশীৰ্বাদ বিচাৰিছোঁ

  • @pranab79038
    @pranab79038 3 ปีที่แล้ว +4

    Praise the Lord Jesus🙏🙏🙏🙏🙏🙏🙏

  • @munmidas1405
    @munmidas1405 ปีที่แล้ว +1

    Amen pita praise the Lord 🙏🙏🙏🙏🙏🙏🙏

  • @sangitasstudyassam7530
    @sangitasstudyassam7530 3 ปีที่แล้ว +6

    May Jesus cure me from all my disease.Praise the lord

  • @lakshmiboro6607
    @lakshmiboro6607 2 ปีที่แล้ว +1

    Esswarr prasangsa haok.hale luya ...amin

  • @nitubarua3352
    @nitubarua3352 3 ปีที่แล้ว +6

    Praise the Lord,Amen 🙏🙏🙏

  • @mintumahanta7947
    @mintumahanta7947 2 ปีที่แล้ว

    কৃষ্ণ প্ৰভু বিপদৰ পৰা উদ্ধাৰ কৰা 🙏

  • @pankajkalita8633
    @pankajkalita8633 3 ปีที่แล้ว +4

    Praise the Lord jesu thank you

  • @anishagogoi159
    @anishagogoi159 14 วันที่ผ่านมา

    Praise the lord 🙏

  • @viralvids461
    @viralvids461 3 ปีที่แล้ว +15

    এই প্ৰাথনা মুৰ ছোৱালী এজনীক সকলো দুখ ধুই নিয়া পভূ