Parthona- Kihere Pujim Provu || Prayer ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ย. 2024
  • Vocal- Ranjan chutia
    Music- Swapnajyoti Moran
    Flute- Bitupan konwar
    Mix& Mastering- Swapnajyoti Moran
    Special Thanks- Subhan Dutta, Apu, Indrajit Gogoi, Bulbul Gogoi, Maina, Dipen, Manik, Sunit.

ความคิดเห็น • 2.2K

  • @rekhamonibharali383
    @rekhamonibharali383 3 ปีที่แล้ว +6

    হে সৰগত থকা পৰমপিতা তোমাক কোটি কোটি বাৰ ধন্যবাদ জনাইছো কিয়নো মনত ভবা কথাবোৰ তুমি কেনেকৈ জানা নাজানো তোমাক প্ৰাৰ্থনা কৰিলেই পূৰণ হয়। প্ৰভু তোমাক শতকোটি প্ৰণাম জনাইছো এনেদৰে আশীষ কৰিবা ।

  • @divyadeep2403
    @divyadeep2403 3 ปีที่แล้ว +8

    Love you jesus❤ tumi mur jibon jisu baba....mur logot hodai thakibo apuni pita🙇 hokoluk hantimoi jibon diyok provu....moi apunak biswas koru pita apuni amar udhar korta yeshu mashi hoi❤❤❤Amen

  • @Mave.16
    @Mave.16 3 ปีที่แล้ว +9

    হালেলৈয়া‌ প্ৰভু আ মাৰ ‌পৰিবাত থকা পাপ বুৰ তুমাৰ তেজেৰে ধুই আমাক নিকা কৰি পবিত্ৰ কৰি ‌দিয়া জেন,,,,,, ‌আমিন,,,,,,

  • @pobitraboruah9266
    @pobitraboruah9266 3 ปีที่แล้ว +9

    হে যীচু মোৰ ঘৰৰ সকলোকে জ্ঞান বুদ্ধি আৰু শক্তি দিবা প্ৰভু । আমেন

  • @babludeka2877
    @babludeka2877 3 ปีที่แล้ว +26

    ঈশ্বৰৰ প্রসশা হওক
    পৰম পিতা প্রভূ যীচু মই নাজানো মোৰ মনতো কি হৈ গৈছে মোৰ মনতো ভাল কৰি দিয়া মোক প্রবিত্র
    হৃদয় কৰি দিয়া পবিত্র
    আমেন আমেন আমেন

  • @rekhamonibharali383
    @rekhamonibharali383 3 ปีที่แล้ว +17

    ঈশ্বৰৰ প্ৰসংশা হওঁক। জীৱনত যিমানেই দুখ নাহক কিয় গুৰুদেৱে গোৱা এই প্ৰাৰ্থনা টি শুনিলে মনত শান্তি আৰু শক্তি পোৱা যায়। ধন্যবাদ জ্ঞাপন কৰি লো আমাৰ মহান গুৰুদেৱক। আমাৰ পাপবোৰ ক্ষমা কৰিবা পাপ আত্মাৰ পৰা ও বচায় ৰাখিব ।

  • @aparajitasaikia6775
    @aparajitasaikia6775 3 ปีที่แล้ว +13

    আমাক আন্ধাৰৰ পোহৰলৈ আনা প্ৰভু।আমাক সকলো দোষৰ পৰা মুক্তি দিয়া ।তুমি সদায় আমাৰ হৃদয় থাকা প্ৰভু।

    • @pujakharia8909
      @pujakharia8909 3 ปีที่แล้ว +1

      He prabhu jisu mur name sumitra .mur bht pet bikh hoi ase .tar karone jen prathona kori diye

  • @babludeka2877
    @babludeka2877 3 ปีที่แล้ว +15

    কিহেৰে পুজিম প্রভূ তোমাক মই নাই মোৰ একো এই নাই ০ যীচু তুমি মোৰ জীৱনৰ পৰম বন্ধু যীচু তুমি মোৰ যৌৱনৰ পৰম বন্ধু হালেলোয়া আমিন****

  • @babludeka2877
    @babludeka2877 3 ปีที่แล้ว +17

    ঈশ্বৰৰ প্রশ্ংসা হওক
    প্রভূ দা, দাগি সকলোৰে মনৰ বানচা পূৰণ হওক
    মোৰ মনতো শান্তি কৰি দিয়া
    সোচি কৰি দিয়া তুমি মোৰ হৃদয়
    পৰিত্ৰাণ পৰিত্ৰাণ কৰি দিয়া
    আমেন আমেন+

  • @priya9952
    @priya9952 ปีที่แล้ว +8

    যিশু প্ৰভু তোমাক বহুত বহুত ধন্যবাদ। তোমাৰ আশীৰ্বাদত জীৱনটো জীয়াবলে শক্তি পাইছোঁ । ইশ্বৰৰ প্ৰশংসা হওঁক🙏🙏

  • @puneshwarmech1838
    @puneshwarmech1838 3 ปีที่แล้ว +40

    প্ৰভূ মই মোৰ কঁকাল বিষ ৰ পৰা পৰিত্ৰাণ পাবলৈ বহুত চেষ্ঠা কৰি আছোঁ. প্ৰভূ ঈষপৰ কৃপাত ভাল কৰি দিয়া. আৰু ঘৰৰ মা দেউতা পত্নী পুত্ৰ দুইটাই যেন ভালে থাকে ameen

  • @pradipgogoi3182
    @pradipgogoi3182 2 ปีที่แล้ว +17

    ধন্যবাদ জনাইছো পিতা যিহোৱাক। ঈশ্বৰৰ প্ৰশংসা হওক। আমাৰ গুৰু পিতৃ মাতৃ ওচৰত শতকুতিবাৰ প্ৰণাম জনাইছো।আমেন।

  • @songitadutta158
    @songitadutta158 3 ปีที่แล้ว +10

    হে যীশু প্ৰভু মোক এই আন্ধাৰ পৰা পোহৰলৈ নিয়া প্ৰভু । মোৰ ল'ৰা টো যেন পঢ়াত চোকা হৱক। আৰু খুব বাধ্য হৱক।

  • @mousumiboruah9661
    @mousumiboruah9661 3 ปีที่แล้ว +26

    ঈশ্বৰৰ প্ৰশংসা হ‌ওক 🙏🙏। গুৰুজনাৰ চৰণত আৰু গুৰুমাৰ চৰণত সেৱা জনালোঁ 🙏🙏🙏🙏। প্ৰভূৱে যেন আমাৰ সকলোকে সদায় আশীৰ্বাদ কৰি থাকে 🙏🙏🙏🙏🙏🙏

  • @kanaklotapayeng7611
    @kanaklotapayeng7611 3 ปีที่แล้ว +24

    ঈশ্বৰৰ প্ৰশংসা হওঁক । হে প্ৰভু যীচু প্ৰাৰ্থনা সদায় শুনি থাকিম । মোক আশীৰ্বাদৰ কৰিব আল্লিলুয়া 🙏আমেন🙏❤️❤️

  • @dipanjalibaruah1924
    @dipanjalibaruah1924 ปีที่แล้ว +14

    মহান ঈশ্বৰক কোটি কোটি ধন্যবাদ জনাইছো 👏 ঈশ্বৰৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ অনাগত ‌দিনবোৰত মোৰ কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পাওঁ। প্ৰভু যীচুক ধন্যবাদ.. আমেন,🙏🙏🙏

  • @narenborah5507
    @narenborah5507 2 ปีที่แล้ว +20

    ঈশ্বৰৰ প্রশংসা হওক। কিহেৰে পুজিম প্রভু নাজানো তোমাক। তোমাৰেই সৃষ্টি এই শিশু। টোক ৰোগৰ পৰা পৰিত্ৰাণ দিয়া প্রভু তোমাৰ ওচৰত এই য়ে প্ৰাথনা

    • @moinabohagi4261
      @moinabohagi4261 11 หลายเดือนก่อน

      Mur loratuk Val kori dia moi hodai abar holew hunu😢😢😊

    • @julisaikia1798
      @julisaikia1798 5 หลายเดือนก่อน

      Praise the lord

    • @user-ug6kb7yr3u
      @user-ug6kb7yr3u 4 หลายเดือนก่อน

      No🎉P🎉​@@moinabohagi4261

  • @aruphazarika6664
    @aruphazarika6664 3 ปีที่แล้ว +17

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏
    মোক ভাল কৰি দিয়া প্ৰভূ 🙏🙏🙏

  • @tustibordoloi8809
    @tustibordoloi8809 3 ปีที่แล้ว +81

    প্ৰভূৰ প্ৰাৰ্থনা শুনি বহুতো উপকৃত হৈছো। মোৰ ভন্তিৰ অসুখ ভাল পাইছে । গুৰুদেৱক ঈশ্বৰে কৃপা কৰক। Praise the Lord. 🙏🙏🙏🙏

    • @KhamonVoice
      @KhamonVoice 2 ปีที่แล้ว +6

      🙏🙏🙏

    • @hemapravagogoi6361
      @hemapravagogoi6361 2 ปีที่แล้ว +2

      00

    • @ffhh8248
      @ffhh8248 ปีที่แล้ว

      Hohai kora muk ❤❤❤❤❤

    • @satyadhanrabha7279
      @satyadhanrabha7279 ปีที่แล้ว

      @@KhamonVoice 0

    • @ruphinaamsih4556
      @ruphinaamsih4556 ปีที่แล้ว

      ​@@hemapravagogoi6361ওলোৱা ওওওওঞৌওওওওওওওওওঞোঔঔঔওঞৌঔওওওওওওঔঔঞৌৌওওঝোওঔঔঞঞঞঞঞঞোঝোওওঝঝঝঝঝোওওওঔঞঞৌঞঞঞঞঞঞৌ নৌ ঞৌৌও😊 ওলোৱা বাবে ওওওওঔঔঔঔঞঞৌঞৌঔ ওক ওঔঔঔ ওক ঔঔঞঞঞঔ নৌ ঝঝঝঞনঝ নৌ ঔঞ নৌ ঝঞঞঞৌঔননধটডড য'ত তাৰ

  • @indiraskitchenandvlogs6570
    @indiraskitchenandvlogs6570 3 ปีที่แล้ว +5

    ঈশ্চৰৰ প্ৰশংসা হওঁক। গুৰুপিতা আৰু গুৰুমালৈ সেৱা জনালো। আমেন।

  • @gohpurpistha2411
    @gohpurpistha2411 3 ปีที่แล้ว +22

    মোৰ মানুহ জনী বসন্ত ওলাই তাই বহুত খং ওটিলে মানুহ চিনী নাপাই প্ৰভু তাইৰ মগজুৰ পৰা বেমাৰ টো নাই কিয়া কৰি দিয়া প্ৰভু তোমাৰ প্ৰসংসা হক সদায় তোমাৰ দাস হৈ থাকিম প্ৰভু মই সদায় কান্দি আছোঁ প্ৰভু শান্তি দিয়া মোক আমনি 🙏🙏🙏✝️✝️

  • @dimpalsonowal2511
    @dimpalsonowal2511 3 ปีที่แล้ว +22

    সচাকৈ মোৰ ভঙা মনৰ পৰা পিতাৰ মহীমা হওক,,,,, হালেলুইয়াহ আমিন🙌

  • @bishaldeka6060
    @bishaldeka6060 ปีที่แล้ว +8

    হে প্ৰভু মোৰ ল'ৰাতোক সোনকালে ভাল কৰি দিয়া, আৰু মোক সমস্ত দুখৰ পৰা মুক্তি দিয়া।

  • @namitagogoi3338
    @namitagogoi3338 3 ปีที่แล้ว +1

    Praise the Lord prabhu....tmi ai jibitor isor... prabhu t koi u prabhu ,doctor koi u doctor, amr hokolu ke tmi hustro kora...prabhu...mur maa ku tmi hustro kora prabhu...tmi hosa ai mohan isor... Tmk koi dangor kunu ai nai...Amen.

  • @jyotsnagogoi7933
    @jyotsnagogoi7933 ปีที่แล้ว +7

    প্ৰভু মোৰ দুখ দুৰ কৰা মনে বিছৰাবোৰ পাবলৈ আশীৰ্বাদ দিয়া প্ৰভু,তোমাক কোটি কোটি প্ৰণাম ।

  • @ltkgamerr8051
    @ltkgamerr8051 2 ปีที่แล้ว +8

    অতিকে সুন্দৰ প্ৰতিভা ঈশ্বৰৰ প্ৰশংসা হওঁক। হিৰ্দয় চুই যোৱা গীত।

  • @namigogoi5272
    @namigogoi5272 ปีที่แล้ว +5

    ঈশ্বৰৰ প্ৰশংসাৰ হওক 🙏হে প্ৰভু মোক সম্পূৰ্ণ সুস্থ কৰি দিয়া 🙏 মই বহুত দুখত আছো,প্ৰভু 🙏 আৰু দুখ হয্য কৰিব নোৱাৰা হৈ গৈছো মই দুৱল হৈ পৰিছো, মোক শক্তি দিয়া প্ৰভু,সকলো ফালৰ পৰা সুখ শান্তি আন্দৰে ওপচাই দিয়া 🙏

    • @user-jf8rm1un7p
      @user-jf8rm1un7p หลายเดือนก่อน

      ❤f❤dxafqsgw🎉 attached the list of rqee
      Cxx

  • @ruphinaamsih4556
    @ruphinaamsih4556 ปีที่แล้ว +4

    ঈশ্বৰৰ প্ৰশংসা হওক।হে প্ৰভু যীচু মোৰ সো্হাতৰ শীৰৰ বেমাৰৰ পৰা সুস্থ কৰা। তোমাৰ চৰণত ভক্তি কৰিছোঁ পিতা তোমাৰ ইচ্ছা মতে হ ওক আমেন
    🙏🙏

  • @niharikasharma6348
    @niharikasharma6348 3 ปีที่แล้ว +2

    Praise the Lord om namah shivai🙏🙏

  • @bijitduara1546
    @bijitduara1546 ปีที่แล้ว +15

    প্ৰভু যীচু তোমাক কোটি কোটি প্ৰণাম ❤🙏

  • @user-hi7fw8qz4p
    @user-hi7fw8qz4p 3 ปีที่แล้ว +37

    গুৰুজনালৈ অশেষ শৰ্দ্ধা ও ধন্যবাদ ✝✝✝

  • @deepbhumij5089
    @deepbhumij5089 3 ปีที่แล้ว +29

    হে ঈশ্বৰ তোমাৰ প্ৰঙ্খা কৰিছো তোমাৰ মহিমা বহুত বহুত যে ইমান প্ৰগতি মই জীৱনত নাপাহৰু তুমি সচাকে গোটেই ত্রিলোকৰ ৰজা আজি মই এটা খুজত আগ বাঢ়িলো তোমাৰ নাত আগলৈ চলি যাব কাৰণে মোক লগ দিবা যাতে বহুত বাধা বিঘিনি হব পাৰে গতিকে তুমি মোক চয়তানৰ পৰা দুৰ ৰাখিবা , প্ৰভূ তোমাৰ মহিমাক ধন্যৱাদ দিছো জয় যিচো আমেন

  • @prasantadhekial1080
    @prasantadhekial1080 3 ปีที่แล้ว +9

    ঈশ্বৰৰ প্ৰশংসা হওঁক । গুৰুজনা আৰু গুৰুমালৈ শত কোটি প্ৰনাম জনাইছো। প্ৰাৰ্থনা টি শুনি আপ্লুত হোৱাৰ লগতে ধন্য মানিছো।আমাৰ জীৱনৰ আশাবোৰ দিঠকত পৰিনত কৰক প্ৰভু যীচু ।🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @gitanjalinath6993
    @gitanjalinath6993 3 ปีที่แล้ว +23

    এই কন্ঠৰ মাধ্যমেৰে আমি প্ৰভুক পাইছো ,হে প্ৰভু এতিয়া এই কন্ঠ যেন আৰু দুগুন উৎসাহেৰে উজ্জলিত হওক 🙏🙏

  • @bubulspresentation1111
    @bubulspresentation1111 3 ปีที่แล้ว +12

    ঈশ্বৰৰ প্ৰসংশা হওঁক 🙏❤️❤️❤️
    গুৰু দেৱ লৈ সেৱা জনালো 🙏
    আমেন 🙏

  • @anjanagogoi9697
    @anjanagogoi9697 3 ปีที่แล้ว +10

    Praise the lord Amen Halalluya

  • @lakhigogoi9906
    @lakhigogoi9906 3 ปีที่แล้ว +26

    গীতমালা : 61 : হে ঈশ্বৰ, মোৰ কাতৰোক্তি শুনা ; মোৰ প্ৰাৰ্থনালৈ কাণ পাতা । মোৰ মন দুখত মগ্ন হোৱা সময়ত , মই পৃথিবীৰ অন্তৰৰ পৰা তোমাক মাতিম; মোতকৈ ওখ শিলটোলৈ মোক লৈ যোৱা । কিয়নো তুমি মোৰ আশ্ৰয় হৈ আহিছা, শত্ৰুৰ পৰা ৰক্ষাকাৰি দৃঢ় দুৰ্গ হৈ আহিছা । মই চিৰকালৈকে তোমাৰ তম্বুত বাস কৰিম ; তোমাৰ ডেউকাৰ আঁৰত মই আশ্ৰয় লম । কিয়নো হে ঈশ্বৰ তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা । তোমাৰ নামলৈ ভয় ৰাখোঁতাবিলাকৰ আধিপত্য মোক দিলা ।তুমি ৰজাৰ আয়ুস দীঘল কৰিবা ; তেওঁৰ বছৰ পুৰুষে পুৰুষে থাকিব ।তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বসতি কৰিব, তেওঁৰ ৰক্ষাৰ অৰ্থে, দয়া আৰু সত্যতা নিযুক্ত কৰা ।তাতে মই নিজৰ সঙ্কল্প সিদ্ধ কৰিবৰ নিমিত্তে চিৰকালৈকে তোমাৰ নামৰ প্ৰশংসাৰ গান কৰিম ধন্যবাদ 🤲🛐🙏😔🙏🙏

    • @swapnajyotimusic9233
      @swapnajyotimusic9233  3 ปีที่แล้ว +4

      Amen

    • @lakhigogoi9906
      @lakhigogoi9906 3 ปีที่แล้ว +5

      @@swapnajyotimusic9233 ধন্যবাদ ঈশ্বৰৰে আৰু এনেদৰে নতুন নতুন গিতেৰে গুৰুজনাক সদায় আশীৰ্বাদ কৰক, আৰু সকলোকে আশীৰ্বাদ কৰক ধন্যবাদ প্ৰভূ যীচু জয় হওঁক আমেন 🛐🤲😔🙏

    • @anupdas5075
      @anupdas5075 2 ปีที่แล้ว

      .?

    • @kushalgogoi1465
      @kushalgogoi1465 2 ปีที่แล้ว

      Kil

    • @pushparaj6968
      @pushparaj6968 2 ปีที่แล้ว

      . t

  • @babludeka2877
    @babludeka2877 3 ปีที่แล้ว +23

    ঈশ্বৰৰ প্রসশা হওক ,হে প্রভূ
    তুমি মাক ভাল কৰি দিয়া আমিন+

  • @pobitraboruah9266
    @pobitraboruah9266 3 ปีที่แล้ว +13

    হে ঈশ্বৰৰ মোক যেন সকলো সমস্যা পৰা দূৰ কৰা । তোমাৰ বাদে মোৰ কোনো বিপদৰ বন্ধু নাই, কেৱল মোক উদ্ধাৰ কৰোতা তুমিয়েই যীচু প্ৰভু । আমেন

  • @bobitabora3525
    @bobitabora3525 3 ปีที่แล้ว +25

    মই আজি চালোঁ আৰু বহুত ভাল লাগিল প্ৰাথনাতো মোৰ জীৱনত বহুতো নহ'ব লগিয়া ঘটনা হৈ আছে মই মোৰ মা দেউতাৰ ঘৰত আছোঁ বিয়াৰ পাছত ল'ৰাতো লৈ মাৰ ঘৰত আছোঁ হে প্ৰভু মোৰ জীৱনলৈ সুখ ঘোঁৰাই দিয়া 🙏🙏🙏🙏🙏

  • @mamonihazarika2054
    @mamonihazarika2054 3 ปีที่แล้ว +13

    হে মহান গুৰুজনা তোমাক শত কোতি প্রণাম জনাই চো প্রভূ...🙏🙏

  • @bedasaikia5174
    @bedasaikia5174 3 ปีที่แล้ว +56

    হে প্রভু এ মহামাৰী কৰোনা সংকতৰ পৰা উদ্ধাৰ কৰা 🙏🙏🙏

  • @pradipgogoi3182
    @pradipgogoi3182 3 ปีที่แล้ว +17

    সৰ্বপ্ৰথমে প্ৰভু ঈশ্বৰৰ প্ৰশংসা হওক। আমাৰ গুৰুজনাক শতকুতিবাৰ প্ৰণাম জনাইছো। গুৰুজ নাৰ প্ৰাৰ্থনা শুনিলে অন্তৰখন শিতল হৈ যায়। গুৰুজনাক সুখেৰে ৰাখিব প্ৰভু।

  • @madhuri3597
    @madhuri3597 ปีที่แล้ว +7

    ঈশ্বৰৰ প্ৰসংশা হওঁক 🙏🙏🙏
    ঈশ্বৰৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ অনাগত দিনবোৰত বেমাৰৰ পৰা পৰিত্ৰাণ পাওঁ ।
    ধন্যবাদ প্ৰভূ যীচু ধন্যবাদ 🙏🙏🙏

  • @babludeka2877
    @babludeka2877 3 ปีที่แล้ว +20

    ঈশ্বৰৰ প্রশ্ংসা হওক
    মোৰ গুৰুদেবৰ প্রাথনা ভবন লৈ যাব বৰ মন গৈছে
    দেখা দিয়া প্রভূ যীচু +
    মোৰ মনতো ভাল কৰি দিয়া পাপ ভাৱবোৰ মোৰ মনৰ পৰা আতৰাই দিয়া আমেন+

  • @india-gw4zx
    @india-gw4zx 3 ปีที่แล้ว +6

    যন্ত্ৰৰ যুগত যন্ত্ৰৰ লগত যন্ত্ৰ হৈ পৰা আমি বোৰৰ মানৱীয় অনুভূতি বোৰ জাগৃত কৰা হে প্ৰভূ ঈশ্বৰ, গুৰুদেব তোমালোকৰ চৰণত শতকৌতি পৰনাম,,,,,,

  • @musicmaster1529
    @musicmaster1529 3 ปีที่แล้ว +6

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 । আমেন ।❤️🙏

  • @ranjitnath8073
    @ranjitnath8073 3 ปีที่แล้ว +7

    ঈশ্বৰৰ প্ৰসংশা হওক প্ৰভু যিচুক কোটি কোটি বাৰ ধন্যবাদ জনাইছো আৰ্শীবাদ বিছাৰিছো মহান গুৰু জনাৰ পৰা পোহৰৰ বাট দেখুৱা গুৰু জনাক প্ৰণিপাত জনাইছো আমেন

  • @munu116
    @munu116 2 ปีที่แล้ว +8

    হে মহান পৰভু মই মনত যি ভাবি তোমাক বিচাৰিছোঁ তুমি যেন দুচকু মেলি মোক মোৰ দুটা বেমাৰ পৰা ৰইক্ষা কৰিবা।।ভাল হলে তোমাৰ চৰণত মই আশীৰ বাদ লৈ আহীম গৈ।।এতিয়া তোমাক ইয়াৰ পৰাই বিচাৰিছোঁ ।।❤️❤️

  • @deeptiphukan5656
    @deeptiphukan5656 3 ปีที่แล้ว +4

    প্ৰভু এই অভাগিনীৰ জীৱন তোমাৰ
    হাতত শোধালো ।মোক এৰি নিদিবা প্ৰভু ।
    চকু্লোৰে বাট চাই আছো ।😭😭😭

  • @kuhikb615
    @kuhikb615 3 ปีที่แล้ว +7

    ইশ্বৰ প্ৰসংসা হ ওক ।আমাৰ সকলো দুখ মাজনা কৰিবা প্ৰভু

  • @ankurivscreation9507
    @ankurivscreation9507 3 ปีที่แล้ว +18

    হে প্ৰভু, যীচু পিতা তুমি মোক নিজ সন্তান হিচাপে আকোৱালি লৈছিলা। কিন্তু কিছুমান চয়তানৰ ফান্দত পৰি মই নিজকে তোমাৰ পৰা বহু দূৰণিলৈ আতঁৰাই আনিলো। সেয়েহে এতিয়া মোৰ জীৱনটোত কোনো সুখ-শান্তি নোহোৱা হৈ গ'ল।
    হে পিতা, মোক আকৌ এবাৰ নিজ সন্তান হিচাপে ক্ষমা কৰা যীচু পিতা, মই তোমাৰ চৰণত আহিব খুজিছো পিতা। মই নিজকে তোমাৰ চৰণত অৰ্পণ কৰিলো। মোক আকৌ আকোৱালি লোৱা পিতা।

    • @bankimdeka6519
      @bankimdeka6519 3 ปีที่แล้ว +1

      u

    • @ranjitasaikia8464
      @ranjitasaikia8464 2 ปีที่แล้ว +1

      😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @bondonabora3682
    @bondonabora3682 3 ปีที่แล้ว +34

    ইশ্বৰৰ প্ৰশংসা হওঁক।🙏🙏 আমাৰ পাপ ক্ষমা কৰি আমাক এটি সন্তান দিয়া প্ৰভু।। 🙏🙏🙏

  • @mousumiphukon2932
    @mousumiphukon2932 3 ปีที่แล้ว +6

    Hey jesus please give me peace in my life ...and make everything right ...please jesus

    • @runashrigogoi3083
      @runashrigogoi3083 2 ปีที่แล้ว +1

      Please come back to Christ. Pray for God Christ. Celebrating Christmas

  • @premlibasumatary1407
    @premlibasumatary1407 3 ปีที่แล้ว +2

    Praise the Lord hallelujah ameeen.💖 thankyou so mach.💖

  • @juribordoloi8127
    @juribordoloi8127 3 ปีที่แล้ว +51

    ঈশ্বৰ প্ৰসংসা হওক ।একো নজনা ও নুবুজাকৈয়ে প্ৰাৰ্থনা শুনিছোঁ ও প্ৰাৰ্থনা কৰিছোঁ তুমি ক্ষমা কৰি চকু মেলি চাবা প্ৰভূ যীচু । পৱিত্ৰ মনেৰে যি ভাবিছোঁ সকলো চকু মেলি চাবা প্ৰভূ । তোমাৰ ওচৰলৈ যাব পৰাকৈ সুবিধা কৰি দিয়া । প্ৰত্যেক বছৰে তোমাৰ ওচৰলৈ যাম প্ৰভূ । শক্তি দিয়া প্ৰভূ । শক্তি দিয়া ।ঘৰৰ পাছটি মানু্হ আটাইকে ভালে ৰাখক প্ৰভূ । যিগৰাকী ব্যক্তি য়ে অতি ত্যাগ আৰু কষ্টৰে পালি আছে সেই গুৰুজনালৈকো সহস্ৰ প্ৰণাম । প্ৰভূ যীচু ।

    • @mallikamahanta9714
      @mallikamahanta9714 3 ปีที่แล้ว

      00.8''+8"87*!/9/5?/5/?*77*?**?77**8*8*?87*!*!*!77!*7**7??8**8!*55*5665666566¡6¡6¡6!6¡6¡6¡6¡8

  • @prasantagoswami1477
    @prasantagoswami1477 3 ปีที่แล้ว +23

    প্ৰভূৰ প্ৰশংসা হওক।প্ৰচাৰও হওক।জয় প্ৰভূৰ জয়।

  • @indrajitgogoi4742
    @indrajitgogoi4742 3 ปีที่แล้ว +8

    হে প্ৰভু পিতা যীচুতোমাক কোটি কোটি প্ৰনাম জনাইছো আমাক দয়া কৰা।
    হালে লৈয়া প্ৰভু জগতৰ পিতা। 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏জনাইছো হালেলৈয়া হালেলৈয়া।

  • @kiranmoran2616
    @kiranmoran2616 3 ปีที่แล้ว +3

    প্ৰভু আমাৰ পাপ বোৰ খিয়মা কৰে যেন। কিবা এটা উপাই দিয়া প্ৰভু।🙏🙏🙏🙏🙏🙏😭😭😭😭

    • @PeronaChutia
      @PeronaChutia 2 หลายเดือนก่อน

      Porbhu Mur jibonot bohut khini honghotit hoigoise please porbhu Mur hokolu dukh bur. Khiyoma kori diba , amen,

  • @sasitathapa5370
    @sasitathapa5370 3 ปีที่แล้ว +3

    Amen Haleluiya Preas the lord thank you Jesus God bless you brother

  • @DeVheart108
    @DeVheart108 3 ปีที่แล้ว +31

    প্ৰভু আপুনি খদাই আমাৰ মাজত এনেকৈয়ে জ্ঞানৰ পোহৰ দি যাওক ,,,আৰু আমি সদায় হৈ থাকিব বিচাৰো,,,,
    তোমাক বহুত বহুত প্ৰণাম গুৰু ,,,,

  • @bhairabhazarika4182
    @bhairabhazarika4182 3 ปีที่แล้ว +10

    ঈশ্বৰৰ প্ৰশংসা হওঁক।
    মহান গুৰুজনা আৰু প্ৰভুৰ চৰনত কোটি কোটি বাৰ সেৱা লগতে ধন্যবাদ জনাইছোঁ। আমাৰ পৰিয়ালটিক কৃপা কৰিব প্ৰভু।মনৰ আশা বোৰ সোনকালে পূৰ্ণ কৰি দিব । কিবা অপৰাধ হৈছে যদি আমাক ক্ষমা কৰিব প্ৰভু।পাপবোৰ ধুই নিয়ক প্ৰভু।আমেন আমেন।

  • @rantu2263
    @rantu2263 3 ปีที่แล้ว +12

    Praise the lord ✝️✝️✝️🙏🙏 Hallelujah

  • @seemadas5553
    @seemadas5553 3 ปีที่แล้ว +11

    Praise tha Lord🙏🙏🙏😭😭😭❤️❤️

  • @prasurjyasaikiajorhat5176
    @prasurjyasaikiajorhat5176 3 ปีที่แล้ว +12

    হে প্ৰভু যীচু আশীর্বাদ কৰা ✝️✝️

  • @akansha7672
    @akansha7672 3 ปีที่แล้ว +42

    হে প্ৰভু আমাৰ পৰিয়ালটিক সদায় বিপদ আপদ বেমাৰ আজাৰ, অভাৱ অনাটন,বাধা বিঘিনি দূৰ কৰি উন্নতি পথত আগুৱাই নিয়া।সদায় সৎ পথ দেখুৱাই নিয়া 🙏🙏🙏🙏

    • @rajusaikia3824
      @rajusaikia3824 3 ปีที่แล้ว +3

      হে ত্ৰানকর্তা ঈশ্বৰ মোৰ লৰাস্বৰুপ জোঁৱাইৰ লিভাৰটো যাতে সুস্থ হয় প্রভুক প্রার্থণা জনাইছো ।ঈশ্বৰৰ প্রসংশা হক

    • @paragphukan8625
      @paragphukan8625 3 ปีที่แล้ว +1

      @@rajusaikia3824 bow

    • @paragphukan8625
      @paragphukan8625 3 ปีที่แล้ว +1

      Saikiow

    • @paragphukan8625
      @paragphukan8625 3 ปีที่แล้ว +1

      Bb

    • @funnychatvideopoonam2416
      @funnychatvideopoonam2416 3 ปีที่แล้ว +1

      🙏🙏🙏

  • @bhanibalasaikia5176
    @bhanibalasaikia5176 3 ปีที่แล้ว +25

    যীচু প্ৰভু ক শত কোটি প্ৰণাম জনা ইছো। ঈশ্বৰৰ প্ৰশঙসা হক। ধন্যবাদ।

  • @alemlasaikia8690
    @alemlasaikia8690 3 ปีที่แล้ว +13

    Praise the lord Halilluya thankyou Jesus for your kind consideration AMEN

  • @diptiadhikari6027
    @diptiadhikari6027 2 ปีที่แล้ว +7

    Praise The Lord parom pita

  • @jituburagohain6698
    @jituburagohain6698 2 ปีที่แล้ว +3

    Pravu mur jibontu bhut dukhot par koresu muk soku meli swa provu amen

  • @rzkontivai2381
    @rzkontivai2381 2 ปีที่แล้ว +13

    হে পভূ মোৰ মানুহ জনী গা বেৰা পভূ ভাল কৰি দিয়া পভূ....aman

  • @anuraggogoi2666
    @anuraggogoi2666 3 ปีที่แล้ว +8

    Praise the Lord. Amen❤

  • @mamonihazarika2054
    @mamonihazarika2054 3 ปีที่แล้ว +12

    হে যীচূ প্রভূ আমাক ৰক্ষা কৰা...আমেন..🙏🙏🌹

    • @KhamonVoice
      @KhamonVoice 2 ปีที่แล้ว

      🙏🙏🙏🙏

  • @nirmalphukon3672
    @nirmalphukon3672 2 ปีที่แล้ว

    Praise the Lord 🙏🙏🙏 Hallelujah 🙏🙏🙏 Amen

  • @birajdas3518
    @birajdas3518 3 ปีที่แล้ว +18

    Amen 🙏 Praise the lord 🙏

  • @bidyasagargogoi4484
    @bidyasagargogoi4484 3 ปีที่แล้ว +6

    Praise the Lord ✋✋✋✋
    Hallelujah🙏🙏🙏🙏🙏

  • @dilipphukan8512
    @dilipphukan8512 3 ปีที่แล้ว +13

    Praise the lord 🙏🙏Jesu porvu🙏🙏

  • @sunilsarma3477
    @sunilsarma3477 3 ปีที่แล้ว +5

    প্ৰভূ ঈশ্বৰৰ প্ৰশংসা হওঁক মোৰ সকলো পাপ ক্ষমা কৰা প্ৰভু শাৰীক মানসিক দুয়োটাৰে দুখ ভোগ কৰি ।আছো আমেন

  • @mantulalbrahma1345
    @mantulalbrahma1345 3 ปีที่แล้ว +10

    Praise the Lord pastor ji God bless you pastor and your all family Amen Amen Amen🙏🙏🙏

  • @himasreegogoi2507
    @himasreegogoi2507 3 ปีที่แล้ว +8

    Thanks the Lord 😌🙏🙏🙏

  • @gogoiakhom4815
    @gogoiakhom4815 3 ปีที่แล้ว +6

    হে প্ৰভু আমাৰ সকলো দুখ নাইকীয়া কৰি দিয়া 🙏🙏🙏🙏

  • @dimpeeborah9534
    @dimpeeborah9534 3 ปีที่แล้ว +15

    Praise the lord🙏....amen💕

  • @abhabora679
    @abhabora679 3 ปีที่แล้ว +11

    ইশ্বৰ আৰু গুৰুজনাক প্ৰনাম যাছিলো 🙏🙏🙏♥️🙏🙏🙏

  • @dhanmonisonowal8093
    @dhanmonisonowal8093 ปีที่แล้ว +1

    He param pita muk papar pora paritran diya. Mur asthir montuk hanti diya prabhu🙏🙏🙏🙏🙏 jibonat val pothe agowai jabole sakti diya prabhu .parthana grihaloi jaboloi Mur hubhagy hauk.

  • @assamesefunnycomady6411
    @assamesefunnycomady6411 3 ปีที่แล้ว +1

    Praise the Lord AMEN✝️✝️

  • @pranabdeori11
    @pranabdeori11 3 ปีที่แล้ว +14

    Praise the lord Jesus 🙏 Hallelujah 🙏 Amen 🙏🙏🙏

  • @kalpajyotisaikia3087
    @kalpajyotisaikia3087 3 ปีที่แล้ว +16

    Praise the lord ❤️❤️❤️❤️🙏

  • @ruskingogoi9147
    @ruskingogoi9147 3 ปีที่แล้ว +4

    Praise the Lord 💛💛💛💛

  • @lskonyak9172
    @lskonyak9172 3 ปีที่แล้ว +4

    Hallelujah praise the god 🙌

  • @rekhamonibharali383
    @rekhamonibharali383 7 หลายเดือนก่อน +1

    আমাৰ মহান গুৰুজনাৰ কন্ঠত শুনি আমনি নলগা প্ৰাৰ্থনা টোৱে মোৰ জীৱনৰ সমস্যা বোৰৰ সমাধা সব বুলি ম ই বিশ্বাস কৰো। আমেন

  • @urmilakalita596
    @urmilakalita596 3 ปีที่แล้ว +4

    Beautiful. Song Amen❤️🙏

  • @pallabiboruah838
    @pallabiboruah838 3 ปีที่แล้ว +8

    হে প্ৰভু পাপবোৰ ক্ষমা কৰি মনৰ আশা পুৰণ কৰা।

  • @binanarzary1570
    @binanarzary1570 3 ปีที่แล้ว +13

    Love you Lord Jesus..... Thank you for everything.

  • @karishmasaikia5279
    @karishmasaikia5279 2 ปีที่แล้ว +7

    Praise the lord.... Amen

  • @krishnabidutta7602
    @krishnabidutta7602 3 ปีที่แล้ว +1

    Praise the lord

  • @kasmirigogoi2206
    @kasmirigogoi2206 3 ปีที่แล้ว +29

    গুৰু জনক কোটি কোটি প্ৰনাম 🙏🙏🙏তেখেতৰ দারাই আমি প্ৰভুক পালো। গুৰুজনাৰ সকলো মনৰ আশা পূৰ হওক 🙏🙏🙏❤

  • @dhrubodas6004
    @dhrubodas6004 3 ปีที่แล้ว +12

    😭🙏🏼 প্ৰভু মোৰ সকলো পাপ ক্ষমা কৰা🙏🏼

    • @dhrubodas6004
      @dhrubodas6004 3 ปีที่แล้ว

      🙏🏼

    • @rashmirekhasonowal1809
      @rashmirekhasonowal1809 3 ปีที่แล้ว +2

      Ishwar prohonkha houk.He pita apunar mohan akhibad t mur swami hustho hoise,moi 9 bosore pisot Maa hobo ulaisu apunar biswakhot prathona kori,provu Zeshu mur vaiti r mirgi bemar okhukh tu honpurno ke val kori dia provu hustho kori tula vaitik .Amen🙏Mur krikhi loan r hu barta aji pabole akhibad kora provu,,🙏🙏

  • @humnphukanrocks9097
    @humnphukanrocks9097 3 ปีที่แล้ว +36

    Praise the Lord 🙇‍♂️🙇‍♀️🙏🙏🙏

    • @Dadu_94
      @Dadu_94 3 ปีที่แล้ว +4

      Amen

    • @shompamajumder8433
      @shompamajumder8433 2 ปีที่แล้ว +2

      😭😭😭😭jisu muk baemar thik kori diba😭😭😭😭❤️

    • @parulshivam19
      @parulshivam19 2 ปีที่แล้ว +1

      Amen

  • @ranjitrajkhowa1539
    @ranjitrajkhowa1539 3 ปีที่แล้ว +1

    praise the lord.... hallelujah....

  • @popipriyaborgohain2495
    @popipriyaborgohain2495 3 ปีที่แล้ว +5

    Praise the lord 💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓

    • @KhamonVoice
      @KhamonVoice 2 ปีที่แล้ว

      🙏🙏🙏🙏