Many congratulations to JutiMala and Santanu you guys are doing really well. Have watched you guys perform from very close. Santanu is Don Bosco Silapathar's Alumni and making Silapathar proud. We are happy and proud of you both❤. Keep doing well guys prayers with you. Love every episode of Jaatra. You host so well.
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
দুগৰাকী আহোম জীয়ৰীৰ প্ৰগ্ৰেমটো শুনি ভাল লাগিল ৷
জুতিমালাৰ শাৰীৰিক গঠন আৰু পোছাক তথা চিন্তা-চেতনাত আহোমৰ সকলো অধ্যায়ৰ কথা বুজা যায় । যুতিমালা পূৰ্ব জনমত নিশ্চয় আহোমৰ ৰাজ কুৱঁৰী আছিল !!!!!।
মোৰ নিজৰ ভন্টি ৰ প্ৰথমটো interview মই শেষ লৈকে চাইছো। আৰু আইছেংফা বাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান টো ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে। সকলো খিনি কথা ইমান ধুনীয়া কৈ ৰাইজৰ মাজত দাঙি ধৰা বাবে ধন্যবাদ। ❤️
Aaichengfa baa alaboi যুদ্ধক লৈ jyotimala বা গীত টি গোৱা বাবে বহুত ভাল লাগিল । আলাবৈ পাহাৰৰ দাতিতে মোৰ ঘৰ। কেতিয়াবা এবাৰ আহিব সময় পালে আলাবৈ পাহাৰত। মোগলৰ হাতত শ্বহীদ হোৱা দহ হাজাৰ আহোম সৈনিকৰ স্মৃতিত এটি সুন্দৰ প্ৰকল্পৰ কাম চৰকাৰে হাতত লৈছিল এতিয়া সমাপ্তিৰ দিশে।
মে-ডাম-মে-ফী ৰ বিশেষ সংখ্যাৰ নাং আইচেংফা , যুতিমালা , শান্তনুৰ কথা বাৰ্তা চাই বৰ ভাল লাগিল।
আয়ো ইমান মৰম লাগিছে❤️❤️ মইও শিৱসাগৰ গলে অনুভৱ কৰো, আবেগিক হও আমাৰ পুৰ্ব পুৰুষ, ৰজা সকল বাৰু তাতেই আছিল❤️ সেই বেৰ খন চাগৈ মই চুই চোৱাৰ দৰে তেওঁৰো স্পৰ্শ আছিল। অ বা দুয়ো জনীলৈ মৰম দেই❤
তিনিও জনলৈ খ্ৰুপতাং যাচিছো ।আগবাঢ়ি যাবলৈ ফ্ৰা-ত্ৰা -য়ে জনমিং দিয়ক এইয়ে মোৰ কামনা । ৰং ৱই ৱই ।
Sen lung aisengphaa pii, jutimala pii and Santanu pii-kai🤗💗🐉
যুতিমালা বাৰ মুখত আই ছিং লাও শুনিলে এক বেলেগ আধ্যাত্মিক ভাৱ জাগি উঠে।❤
❤❤❤❤ I love Ahom tradition ❤❤❤❤
Beautiful, beautiful....
যাত্ৰাৰ সহযাত্ৰী হিচাপে গৰ্বিত ৷খুব ভাল লাগিল অনুষ্ঠান টো ! অনুৰোধ এটা আছে বা , আপোনালোকৰ জেঠায়ে লিখা গানটো কৰবাত শুনিব পৰা ব্যৱস্থা এটা কৰিবচোন
মোক চুই গৈছে গানটোৱে ৷
আহোম ❤❤
proud to b Tai.. Proud of u Juti.. JTF❤
Ahomor jiori hisape hodai gorbo koru🥰🥰🥰
VeryniceJtfKeepitup❤❤❤
Proud to see you all together from Ahom community.Well done Aichengfa.
You ancestors are very proud of you both..
Goodluck 👍🏾
AHOM the pride of Assam 🐉✊🏼❤️
@@Aradhna67-d6s yes and AHOM made the BOR AXOM...with the tribes who lived at that time ❤️✨
True
চাই ভাল লাগি ❤❤❤❤
বৰ ভাল লাগিল৷যুতিমালা বা আৰু শান্তনু দাক ভাল লাগিল৷ইতিহাস চৰ্চা কৰি থকা নবীন বুঢ়াগোহাঁই ককাইদেউক মাতিবচোন৷
ভাষা নায় কি কম বা।সকলোকে সুভকামনা❤
Proud be a Tai... (Mohung)
Noyon Nilim da Lage.. Ren Mou t❤
ৰেন মৌ,, অনুষ্ঠান টিয়ে আমাক অনুপ্ৰাণিত কৰিছে আৰু মনোমুগ্ধকৰ হৈছে,,,,, চৰাই দেউ,,,,লুখুৰাখনৰ পৰা,,,,
Our ahom melody Queen 👑 ❤❤❤
বৰ ভাল লাগিল অনুষ্ঠান টো চাই।
Jyotimala'r maat tu iman powerful, aru aguai jauk. Bor val lagil ai vlog tu
আইছেংফা বা ইমান ধুনীয়া সুৰ ❤
Imaan dedicated eta voice mon pran bhori goise dhonyabad Aichengfa n proud of Jutimala aru Santanu you people r Assam''s pride God bless you three..
Great 👍
Rastat jiyei nathakok kio taak neusi jaatra agbohai jaok 💚☺️
ভাল লাগিল ভিদিও টো চাই
এনে ভিদিও পাই থাকিব বিচাৰোঁ বাইদেউ
মোৰ আটাইতকৈ প্ৰিয় শিল্পী মান নাং যুতিমালা পি
বহুত বহুত ভাল লাগিল....আজি এই পবিত্ৰ দিন টোত এই Video টো আগবঢ়াই দিয়াৰ বাবে অশেষ ধন্যবাদ ।
যাত্ৰাৰ আয়োজন সদায় ধুনীয়া সঁচাই মইও আইচেংফা কথন শৈলীত মুগ্ধ হৈ যাত্ৰাৰ সহযাত্ৰী হলো।
Ki episode baa vL laagi gL 🥹💝
যাত্রাৰ সহযাত্রী হৈ বহু বহু আপ্লুত হলো, ইমান সুন্দৰ কথা শৈলী, সুন্দৰ অনুষ্ঠান ❤
Ami Bailung hoi ❤
Jyotimala voice really amazing 👏 ❤
Bohut bohut hanti anuvob korisu apunalukor aie anusthan 2 sai, aagoloi anedorei aagbahi goi thakok
Ahom legacy is the unique culture that anyone ever established. Salute 😊😊
মৌচম গগৈক লাগে বা ❤❤❤❤📌🥰
কিমান যে ধুনীয়া লাগিল বুজাব নোৱাৰো
বহুত ধুনীয়া যুতিমালা পি। মইও টাই গীত গাই আগুৱাই যাব বিচাৰো
দুয়োগৰাকীলৈ ধন্যবাদ জনালোঁ। আগুৱাই যাওঁক
মনিপুৰী সকলো টাইগোষ্ঠিৰ লোক হয় ৷
ইমান ভাল লাগিল চাই.. ❤❤
Proud to be Ahom🎉🎉
Love you ❤jutimala
Hundor❤
I ❤ you jutimala baaa
Many congratulations to JutiMala and Santanu you guys are doing really well. Have watched you guys perform from very close. Santanu is Don Bosco Silapathar's Alumni and making Silapathar proud. We are happy and proud of you both❤. Keep doing well guys prayers with you.
Love every episode of Jaatra. You host so well.
Love you guys
Happy me_dam-me-phi to all
From silapathar
Bohut vall lage jyotimala gan huni
ইমান যে ভাল লাগিল । প্ৰবিত্ৰ দিনটো যেন আৰু বেছি বিশেষ হৈ উঠিল । সকলোলৈকে মে-ডাম-মেফিৰ অন্তৰভৰা শুভকামনা। Proud as a ahom girl❤
সুন্দৰ অতি সুন্দৰ অনুষ্ঠান, ভাল লাগিল।
আজি এই শুভ মেডাম মেফি দিনটোত আমাৰ অতি প্ৰিয় যুতিমালা আৰু সতীৰ্থ জনক মাতি অনাৰ বাবে বহু বহু ধন্যবাদ।
❤❤❤❤❤❤❤
Koboloi aji....hobdo naikiya hoise...kim ru bohut bohut dhynobad....🥺🙏🏼
ৰেন মৌ সমূহ পৰিয়াল বৰ্গৰ লগতে সমূহ অসম বাসীৰ ৰাইজ লৈ মে-ডাম-মেফি ৰ অলেখ শুভেচ্ছা যাচিলোঁ love from borhat
TH-camr নবীন বুঢ়াগোহাঁই ককাইদেওক নিমন্ত্ৰণ কৰিবচোন এদিন । তেওঁৰো interview এটা চাব মন আছে ।
Jai jai Ahom.
We revive we survive ❤ peeonglee
❤❤❤Bohut val lagil LOVE FROM LAKHIMAPUR❤
We feel very proud of Jutimala for her promoting tai folk culture !
বৰ ভাল লাগিল।
Ahom joi i axom❤❤❤❤
Best of luck all of your
vote for nabinborgohin❤
Love ❤ from Bengaluru
bohut val lagil
বহুত ভাল লাগিল, আগুৱাই যোৱা
I'm from charaideo Borhat ♥️
Khruptang.tai ahom PE Ong le.love from sibsagar❤
Kamal luson interview ata lobo sun baa. Mnhu jonok bohut val lge
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
I liked your personality, both of you!
❤ moza
Val lagil
Val lagil Ba❤
আপোনালোকলৈ মে-ডাম- মে-ফী শুভেচ্ছাঁ জনালোঁ। তিনিগৰাকী লৈ আমাৰ গৌৰৱ, 🙏🏻💐👑যুতিমালা বুঢ়াগোহাঁই 💎🎖️ বাইদেউ ........
Love from charaideo ❤
অতি সুন্দৰ অনুষ্ঠান ❤
I m ahom but I don't know ahom language i want to know the language ❤❤❤❤
❤❤❤❤🎉🎉🎉
Nice voice
Khruptang, love from namrup
জয় আই অসম
তিনিও গৰাকীকে মোৰ ফালৰ পৰা মে ডাম মেফি ৰ অলেখ শুভেচ্ছা যাচিলোঁ ।
মোৰো এনাই ঘৰ শিৱসাগৰৰ নিতাইত ময়ো ৰংঘৰৰ ফালে এপাক নোচোৱাকৈ পাৰ হ'লে আধৰুৱা যেন লাগে
Pe ong le jutimala👌👌🙏
Next episode Achurjya borpatra daa r lgt lge
Very nice JTF..keep it up
🙏🙏🙏
খুব সুন্দৰ
Love from sarupother ❤️🥰
Proud be AHOM
❤❤❤😊😊😊 Joy aai axom axomia
Tai Ahom 600 year ruled in Assam, not any country ruled in any place king in the whole world. It's a record
Not only Assam .... whole North East