অভিনয়ত পিন্ধা প্ৰিয় পোচাকযোৰ এতিয়া কৰ্মজীৱনৰ পোচাক হ'ব। Partha Pratim Sarmah , APS TOPPER

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 ม.ค. 2025

ความคิดเห็น • 354

  • @SunumoniChiring
    @SunumoniChiring หลายเดือนก่อน +36

    আপোনাৰ কথা পতাৰ ভংগিমাতেই বুজা যায় আপুনি প্ৰথমৰ যোগ্য বুলি ।বহুতো শুভেচ্ছা জনালোঁ আপোনাৰ নতুন জীৱনলৈ ।

  • @utpalkalita3406
    @utpalkalita3406 หลายเดือนก่อน +95

    মই চোৱা এনেকুৱা বিষয়া সকলৰ বাৰ্তালাপ ৰ ভিতৰত এইগৰাকী বিষয়াৰ ব্যক্তিত্ত্ব ই মোক‌ বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছে

    • @bitopanpatowary5476
      @bitopanpatowary5476 หลายเดือนก่อน +4

      Hoi.. teu nije Val puwa kam bur kore... karubak val logabo r babe nohoi

    • @ChilaneePangyouk
      @ChilaneePangyouk หลายเดือนก่อน +2

      B😊

    • @jibantaye7243
      @jibantaye7243 20 วันที่ผ่านมา

      Hoi reh ​@@bitopanpatowary5476

  • @nirupomachetia327
    @nirupomachetia327 หลายเดือนก่อน +30

    পাৰ্থ প্ৰতীম এখন খোলা কিতাপ ।ঈশ্ছৰে কুশলে ৰাখক ।ৰাইজৰ আশীৰ্বাদ সদাই তোমাৰ শীৰত ।তোমাৰ মাজত বহুত সম্ভাৱনা আছে।

  • @Jinti..
    @Jinti.. หลายเดือนก่อน +20

    বহুত খোলা মনৰ মানুহ। ভাল লাগিল চাই বাৰ্তালাপ। বহুত বহুত অভিনন্দন আপোনালৈ।💐🤍

  • @ajantabaruah3029
    @ajantabaruah3029 18 ชั่วโมงที่ผ่านมา

    খুব ভাল লাগিলে, একদম মাটিৰ মানুহ। সদায় এনেকৈয়ে থাকিবা😍

  • @rijumonisaikia8118
    @rijumonisaikia8118 หลายเดือนก่อน +27

    আমাৰ সমাজত এনে এজন প্ৰশাসনিক বিষয়া ৰ আগমনত নথৈ সুখী হলো , তুমি ভবাৰ দৰেই আগুৱাই যোৱা , ভগৱান তোমাৰ সহায় হওঁক । শেষত দুয়োজনলৈ আন্তৰিক অভিনন্দন জনালো ।

  • @Hepah11
    @Hepah11 11 วันที่ผ่านมา +1

    ইমান বেছি সহজ,কথাৰ কোৱাৰ ধৰণ,ভংগিমা তেই তেওঁৰ ব্যক্তিত্ব ফুটি উঠিছে।।।সঁচাই নৱপ্ৰজন্মৰ পথ প্ৰদৰ্শক।।। বৰ সুন্দৰ লাগিল

  • @minakhikurmi8283
    @minakhikurmi8283 19 ชั่วโมงที่ผ่านมา

    Partha pratim sir apunar hahit, apunar honestly tu clear dekha jay..🎉❤

  • @kaushiknath4514
    @kaushiknath4514 หลายเดือนก่อน +10

    খুব natural pratha sir❤, officer বোৰ এনেকুৱা হ'লে তলৰ staff বোৰে চাকৰি কৰি ভাল পাব। নিজৰ নিজৰ অসুবিধা বোৰ খুলি ক'ব পাৰিব।🙏❤️

  • @rumichutia6772
    @rumichutia6772 หลายเดือนก่อน +2

    কথা খিনি আৰু শুনিব মন গৈছে। আপোনাৰ প্ৰত্যেকটো কথাতে এটা এটা বাৰ্তা আছে। ধন্যবাদ। এই পদকাষ্টটোৱে বহু খিনিত মোৰ ধাৰণা সলনি কৰাত সহায় কৰিছে।

  • @manjudaschoudhury2224
    @manjudaschoudhury2224 หลายเดือนก่อน +13

    বহুত ভাল লাগিল, সুন্দৰ মনৰ ল'ৰা পাৰ্থ প্ৰতীম শৰ্মা ❤❤❤

  • @bipashagogoi8752
    @bipashagogoi8752 หลายเดือนก่อน +5

    ইমান আকৰ্ষণীয় ব্যক্তি। সঁচাই আপোনাক আগতে চিনি নাপাওঁ কিন্তু আজি আপোনাৰ কথাবোৰ শুনি বহু আগৰেপৰাই যেন আপোনাক চিনি পোৱাৰ দৰে অনুভৱ হ'ল। বহুত বেছি ধন্যবাদ ইমানবোৰ প্ৰয়োজনীয় কথা কৈ থয় যোৱাৰ বাবে।

  • @missfatalist
    @missfatalist 11 วันที่ผ่านมา +1

    Agreeing..dukhok challenge hisape lobo parile jibonot aag barhibo pari ..it works for me as well

  • @nijaradas8206
    @nijaradas8206 หลายเดือนก่อน +5

    এটি নিভাজ হাঁহি❤ hahi tu jen xodai anedore thakok,, val kam kori jauk, l congratulations dada👏🎉.

  • @PujaMahanta-z2c
    @PujaMahanta-z2c หลายเดือนก่อน +3

    বহুত বেছি ভাল লাগিল। একদম মাটিৰ মানুহ আপুনি। হাঁহিটো ও খুব ধুনীয়া। খোলা মনৰ গৰাকী। প্ৰতিটো কথাই চুই গৈছে। ভাল হওঁক আপোনাৰ 💞🧿

  • @ayushmitadutta3091
    @ayushmitadutta3091 14 วันที่ผ่านมา

    Eman honest...khub bhal lagile.... 🙏💕

  • @ditimonibhuyan9282
    @ditimonibhuyan9282 หลายเดือนก่อน +4

    বক ভাল লাগিল, বহু তৰ অনুপ্রেৰণা হৈ ৰব 1উজল ভৱিষ্যত কামনা কৰিলো🙏❤

  • @roktimraag1129
    @roktimraag1129 หลายเดือนก่อน +8

    ভাল লাগিল ফটফটিয়া মানুহ , এনেদৰেই সদায় হাঁহি থাকক , সমাজৰ বাবে ভাল কাম কৰি যাওঁক শুভেচ্ছা জনালোঁ ❤

  • @A..55B
    @A..55B หลายเดือนก่อน +1

    Bohut val lagil partha dar kotha khini.... Olpu luk-dhak nokori khula koi hokolu kotha koise aru good massage dise...partha da dore manuhr ktha huni thakile amoni nalage 😊

  • @Struggle_forAP
    @Struggle_forAP หลายเดือนก่อน +3

    ওঁফ্ ইমান খোলা মনৰ মানুহ ❤😊 তেওঁৰ ব্যক্তিত্বই আকৰ্ষণ কৰিব । কথাবোৰত ইমানেই স্পষ্টবাদি,,,ভাল লাগিল । অনুপ্ৰাণিত হ'লোঁ

  • @ANITRAM422
    @ANITRAM422 28 วันที่ผ่านมา +1

    First time true side tu paisu aspirant r.....nhole maximum a okol iman pohisilu amak tamuk pohisilu aibur a koi but really koisilu he is such a gem... True answer dise kin2 and logot a inspired u krise... personality tu best hoi aji loi k jimn a interview saisilu he gives honest and chill reply...

  • @Rimjim8134
    @Rimjim8134 หลายเดือนก่อน +22

    পাৰ্থপ্ৰতীম ছাৰ , আপোনাৰ নিচিনা সহজ সৰল ব্যক্তিত্বসম্পন্ন ব্যক্তি এজনৰ আমাৰ সমাজত খুবেই প্ৰয়োজন আছিল , আপোনাৰ আগমনত আমি সুখী । চক্ৰপাণি দা আপোনাৰ এই বাৰ্তালাপ অনুষ্ঠানটোৰ পৰা যথেষ্ট উপকৃত হৈছো । অনাগত দিনত এনেকোৱা motivational ভিডিঅ' আৰু পাও যেন।
    পাৰ্থ দা আপুনি আগুৱাই যাওক আৰু উজ্বলি থাকক 🎊🎊
    ছাৰ আপোনালৈ এটা অনুৰোধ, কিতাপৰ লিষ্ট সম্পৰ্কীয় অলপ data আমাক দিয়ে যেন 🙏

  • @gitimadas8976
    @gitimadas8976 หลายเดือนก่อน +2

    Prem t poribo pora attitude...love this podcast ❤

  • @dhrubajitsharma9225
    @dhrubajitsharma9225 หลายเดือนก่อน +22

    Moi eyat duta kotha kom is permanent 😅❤❤🔥

  • @svcgauravduarah9549
    @svcgauravduarah9549 4 วันที่ผ่านมา

    Really Bindus man,gentle and intelligent too

  • @SilpishikhaBaruah-z4y
    @SilpishikhaBaruah-z4y หลายเดือนก่อน +4

    কি সুন্দৰ খোলা অন্তৰৰ বিন্দাছ মানুহ আপুনি সমাজৰ বাবে সচাকে সুন্দৰকৈ কাম কৰিব পাৰিব বুলি দৃঢ় বিশ্বাস সদায় এনে এখন অন্তৰ লৈ এ সদায় কাম কৰি যাওঁক🙏

  • @manashojah4781
    @manashojah4781 หลายเดือนก่อน +1

    Mind blowing person 👌.as like as me.যেন অনুভৱ হৈছে।

  • @bhrigukumarmahanta6820
    @bhrigukumarmahanta6820 18 วันที่ผ่านมา +1

    Emanei val lagil ki kom vakha bisari powa ni bhut bhut avinadan ❤

  • @saurabhhazarika8096
    @saurabhhazarika8096 หลายเดือนก่อน +1

    Seriously... it's a mind blowing interview ... ভাল লাগিল

  • @PronotiMohon
    @PronotiMohon หลายเดือนก่อน +3

    স্পষ্টবাদী । কণ্ঠত জোৰ আছে ।। সঁচা মনৰ ব্যক্তি যেন অনুমান হয় ।অভিনয় সাংঘাটিক ।অনাগত দিনবোৰ আনন্দময় হওক তেওঁৰ । ❤❤❤🙏

  • @AnimaHazarika-e5g
    @AnimaHazarika-e5g หลายเดือนก่อน +2

    এনেকুৱা খোলা মনৰ বিষয়া আমাৰ সমাজত প্ৰয়োজ ।তেখেতে নিদিষ্ট সময়ত উপযুক্ত ব্যৱস্থা লব পাৰিব বুলি মই ভাবিব পাৰিছো তেখেতৰ প্থম উত্তৰত ।মোৰ ভাল লাগিল

  • @kalpanahazarika311
    @kalpanahazarika311 หลายเดือนก่อน +2

    নিজৰ ওপৰত নিৰ্ভৰ শীল ব্যক্তিৰ সাহস মন কৰিবলগা ৷ ভাল লাগিল তেখেতৰ কথাবোৰ বাৰুকৈয়ে আকৰ্ষিত কৰিছে ৷ শুভেচ্ছা ওঁ আশীৰ্বাদ থাকিল ৷

  • @linaborah5011
    @linaborah5011 หลายเดือนก่อน +3

    ইমান ভাল লাগিল গোটেই সময়খিনিত মই হাঁহিয়েই থাকিলোঁ।মন মুহি যোৱা হাঁহি আৰু কথা তেখেতৰ।ভালে থাকক সদায়❤

  • @bapuvai4807
    @bapuvai4807 หลายเดือนก่อน +3

    Danger personality...he totally deserved it 🎉 mind-blowing

  • @Comedyking12-r5l
    @Comedyking12-r5l 11 วันที่ผ่านมา

    Happy to see like him officers...i am a fresher student in apsc..i will give my 1st attempt in 2026.....i want to be like him..... and by profession i am a business man..i have 2nd hand bike Diller... First sir prove that businessman can do..next one i will be 🎉....

  • @dimpinath3467
    @dimpinath3467 27 วันที่ผ่านมา

    সচাকৈ বহুত অনুপ্ৰাণিত কৰিছে তেওঁৰ ব্যক্তিত্বই।কোনোৱাখিনিত যেন কিছু কথা মোৰ লগতো মিলিছে❤

  • @LoadedM416
    @LoadedM416 หลายเดือนก่อน +1

    I know him since 2016 from facebook, Now it's all most 2025 , I'm so happy for him ❤🎉

  • @jyostnagowala2934
    @jyostnagowala2934 หลายเดือนก่อน +9

    ইমান সৰল স্পষ্ট বৰ্ণনা খুব ভাল লাগিল অনুষ্ঠানটো চাই।

    • @Jaiaiiaxom123
      @Jaiaiiaxom123 หลายเดือนก่อน +1

      Hohoj horol kintu Aspirant k hohai koribo logia kotha atao kuwa nai.......asol kotha kuwa nai.....😂😂😂 Kenedore pohisil ..

    • @RinuHazarika-se2zl
      @RinuHazarika-se2zl 29 วันที่ผ่านมา

      ​​@@Jaiaiiaxom123 gyani huwa hole bujile hoi teu kuwa kotha buror aaror kotha ..... Booksr kotha koisei....lgt aaru bhut kotha koise .... Kihe teuk help korisil besikoi study relatable kotha bur janibo..... Asolote apunar mostiskot olp problem aase sge....kotha bur buji nple akou abr sabo .....
      Aaru jdi dekhak dekhi apsc dibole mn mela bure buji npbo....I mean so called aspirants 😊👻

  • @gunajitdeka2600
    @gunajitdeka2600 3 วันที่ผ่านมา

    Dhuniya thka koise ❤

  • @dharitrygogoi4019
    @dharitrygogoi4019 หลายเดือนก่อน +2

    মন চুই গ'ল ... ইমান খোলা হাঁহি, ঈশ্বৰে ভালে ৰাখক তেওক❤

  • @pallabisaikia0591
    @pallabisaikia0591 หลายเดือนก่อน +1

    Bhal lagil
    Vall xundor monor Adhikari. ❤❤❤🎉

  • @SurabhiDeka-r5b
    @SurabhiDeka-r5b 12 วันที่ผ่านมา

    He is my first inspiration......❤.❤............❤

  • @paranjitaboruah4904
    @paranjitaboruah4904 20 วันที่ผ่านมา

    Superb.He deserves this post .Very positive.

  • @Chandanofficial_98
    @Chandanofficial_98 หลายเดือนก่อน +6

    সুন্দৰ, আগুৱাই যাওক, শুভেচ্ছা জনালো।

  • @RituAnuragMajuli
    @RituAnuragMajuli หลายเดือนก่อน

    ভাল লাগিল কথাখিনি। প্ৰেৰণাদায়ক। নতুন কৰ্মজীৱনৰ বাবে ওলগ জনালোঁ। নিজৰ জীৱনৰ লগতে সমাজখনো সুন্দৰকৈ সজাই তোলক। ❤

  • @taralisahariah7190
    @taralisahariah7190 หลายเดือนก่อน +4

    অনুষ্ঠানটি চাই বহুত ভাল লাগিল।। আপোনালোকৰ লগতে আমিও বহুত হাঁহিলো😊❤

  • @ElaTumung
    @ElaTumung หลายเดือนก่อน +4

    Apsc a dia hundor upohar aapuni Homaj bebosthar babe❤

  • @mrinankadas1192
    @mrinankadas1192 หลายเดือนก่อน +1

    ৰুবু বড়া হৃদয় ত ৰৈ গ'ল যি দৰে ধৃতি ৰাজ ❤❤❤

  • @HiranmoyeeDevi-pf2lb
    @HiranmoyeeDevi-pf2lb 24 วันที่ผ่านมา

    আন্তৰিক অভিনন্দন । বহুত ভাল লাগিল।

  • @darsanasaharia3577
    @darsanasaharia3577 29 วันที่ผ่านมา +1

    26:42 😂❤bestt part..... video ti saii khub inspire holu.....apunak xubhesa janali🎉🎉🎉

  • @madhabidevi9585
    @madhabidevi9585 หลายเดือนก่อน +17

    দুই জনৰে হাঁহি দেখি ভাল লাগিল আৰু নিজেই হাঁহি লো

  • @kalpanadevi363
    @kalpanadevi363 หลายเดือนก่อน +1

    Bohut besi natural ekhet.khub vl lagil..axomot eu r Dore bikhoyar bohut proyojon..

  • @rupjyotiadutta7312
    @rupjyotiadutta7312 หลายเดือนก่อน +5

    Olopu skip nokora ke podcast tu salu. Khub inspire korile life tu positive enjoyment r majere jiyabo le. Youth r babe enkua podcast khubei dorkari ❤

  • @gitarthazgmedhi.
    @gitarthazgmedhi. หลายเดือนก่อน +6

    সুন্দৰকৈ কথাবোৰ কৈছে ❤ ধন্যবাদ পাৰ্থ দা 😊

  • @gouriechutia4046
    @gouriechutia4046 หลายเดือนก่อน +1

    Manuh jon bht Real .... ❤

  • @evagoswami3117
    @evagoswami3117 18 วันที่ผ่านมา

    Partha r kotha bur bor bhal lagil ❤

  • @nibirxarmah9427
    @nibirxarmah9427 หลายเดือนก่อน +11

    I was also one of the curious aspirants who commented on that particular Mock interview about his basic knowledge, now I understand his strategy and intellectual brilliance..
    SORRY BROTHER I MISJUDGED YOU!!! You've become my favourite APS from now on❣️✨

  • @meghalisaikia7442
    @meghalisaikia7442 หลายเดือนก่อน +4

    সঁচা অৰ্থত এজন ইতিবাচক মানুহ ... ইন্টাৰভিউ বহুত চোৱা হয় কিন্তু ছাৰৰ নিচিনা কৈ উত্তৰ সমূহ স্পষ্ট কৈ পোৱা নাযায় । ভাল লাগিল এই বাৰ্তালাপ টো

  • @__stars
    @__stars หลายเดือนก่อน +1

    Bhal lagile ❤ extreme heart break hua jen lagise kotha khini xuni..

  • @PallaviRajkhowa-z7i
    @PallaviRajkhowa-z7i หลายเดือนก่อน

    বহুত ভাল লাগিল 🙏🙏🙏

  • @AS-he7lg
    @AS-he7lg 4 วันที่ผ่านมา

    Comment nokorakoi thakibo nuwarilu, jiman koleu kom hobo mur mote...bohut besi bhal lagil, thank you so much.

  • @its_avhi163
    @its_avhi163 หลายเดือนก่อน +1

    পাৰ্থ প্ৰতীম দাদাৰ কথাখিনি খুব ভাল লাগিল ❤ ভৱিষ্যতে ভাল ভাল কাম আশা কৰিছোঁ

  • @momihaloi5008
    @momihaloi5008 หลายเดือนก่อน +1

    Bht simple mnhjon ❤enekua mnh r khub proyojon ajir r time t.....first rank puar babe ekhet jogyo.....agoloike u jen enekoi aguai jay aru somajor hoke kamm kri jay 😌

  • @missfatalist
    @missfatalist 11 วันที่ผ่านมา

    Such a confident persona u r sir 💗

  • @nituhazarika1848
    @nituhazarika1848 หลายเดือนก่อน +3

    মনৰ পৰা সচাই বহুত বেছি ভাল লাগিল 🥰 ভালে থাকক ভাল কাম কৰক❤️

  • @pujaborah1417
    @pujaborah1417 หลายเดือนก่อน +2

    ৰাতিপুৱা ই শুৱা শোৱা পাটি তে মোবাইল টো খুলিয়ে এই video টো ওলাল ,,,, ইমান যে ভাল লাগিল ,, চক্ৰপাণি দা টো প্ৰিয় আছিলেই লগতে পাৰ্থ প্ৰতীম শৰ্মা ও প্ৰিয় হৈ গ'ল, কি স্পষ্ট কণ্ঠ আৰু খোলা মনৰ মানুহ ,,, শুভ কামনা জনালোঁ আপোনাৰ নতুন কৰ্ম জীৱন খুব সুন্দৰ হওঁক,,
    কবলৈ ভাষা নাই আপোনাৰ এইখিনি কথাই মোক কিমান কি শিকালে বুজাব নোৱাৰোঁ,, মাত্ৰ এনেকৈয়ে থাকক আপুনি আমাৰ প্ৰেৰণা হৈ,

  • @kakolidutta1389
    @kakolidutta1389 12 วันที่ผ่านมา

    Khub bhal lagil hosai
    Khub hanhilu❤

  • @MousumiBorgohain-v4m
    @MousumiBorgohain-v4m หลายเดือนก่อน +1

    Jibont jdi hujug pauu apunak log puar axa thakil❤

  • @BornaliBhuyan-b8t
    @BornaliBhuyan-b8t 14 วันที่ผ่านมา

    Bhut bac val lgel xoxaka... apunak log puar bhut bohut bacc axaa thakil🙏🙏

  • @KusumbarjyotiDekasonowal
    @KusumbarjyotiDekasonowal 8 วันที่ผ่านมา

    Hundor bornona dise, aguai jaok

  • @pritam.rabha770
    @pritam.rabha770 หลายเดือนก่อน +3

    Bohut Naturally koise kotha bur Partha Pratim Daa ❤
    Chakrapani Dada Kiba kori Partha Pratim Daa r logot log ba personal contact hisape korai dibo pariba neki please❤😢 From Goalpara

  • @NajiraParbin-yy5vq
    @NajiraParbin-yy5vq หลายเดือนก่อน

    Wooow so nice....❤....dutai real hero.....❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏

  • @kwmdwnbasumatary2452
    @kwmdwnbasumatary2452 หลายเดือนก่อน +1

    Bohut bhal lagil ❤

  • @pranatideka5576
    @pranatideka5576 หลายเดือนก่อน +1

    আমাৰ ওৰাংৰ পাৰ্থ দা বহুত ভাল লাগিল দে বাৰ্তালাপ চাই ❤️❤️🎉

  • @papidas4016
    @papidas4016 หลายเดือนก่อน

    বহুত ভাল লাগিল আপোনাৰ ব্যক্তিত্ব...এনেকৈয়েই থাকিব দাদা। শুভেচ্ছা আপোনালৈ💐

  • @shewalidevi9729
    @shewalidevi9729 หลายเดือนก่อน +3

    তেওঁৰ ব্যক্তিত্বৰ পৰিসৰক প্ৰণাম ।🙏

  • @Biki-l9r
    @Biki-l9r หลายเดือนก่อน +3

    Moi podcast টো চোৱাৰ আগতে ভাবিছিলো যে দুইজন হাঁহিমুখীয়া যিহেতু আজি জমিব 😊 তেনেকুৱা ই হ ' ল । হাঁহি লো দেই বহুত 😅
    বিৰাট ভাল লাগিল।

  • @TroilukyaNath
    @TroilukyaNath หลายเดือนก่อน +4

    My thinking and your thinking is same brother ❤

  • @jaan7436
    @jaan7436 หลายเดือนก่อน +1

    Dubar xunilu ...bohut val lagil ❤❤❤❤🙏🙏

  • @Devik.a1221
    @Devik.a1221 หลายเดือนก่อน

    Bhot val lgl hosai val lgl huni partho pratim daaa bhot positive cheerful. Manuh hoi thanku for this amazing interview 😄💗💗

  • @poojabordoloi903
    @poojabordoloi903 หลายเดือนก่อน +3

    ৰ'দঘাই হোৱাৰ পৰা ভাগৰৰ ছাঁ বিচৰালৈ বাটৰ শিপাদাল ৰৈ যাওঁক আপোনাৰ দাদা।কথাবোৰে চুই গ'ল!হাঁহি থাকক এনেকৈ সুস্থ থাকক সদায়।

  • @mgogoichetia9191
    @mgogoichetia9191 หลายเดือนก่อน +1

    বহুত ভাল লাগিছে।

  • @purabikakati2019
    @purabikakati2019 หลายเดือนก่อน +2

    সময়খিনি কেনেকৈ গল গমে নাপালো। বহুত ভাল লাগিল

  • @archanabora5875
    @archanabora5875 หลายเดือนก่อน

    বহুত ভাল লাগিল। ❤❤❤❤

  • @KalpanaDevi-h2q
    @KalpanaDevi-h2q หลายเดือนก่อน

    বহুত ভাল লাগিল অনুষ্ঠানটো ।পাৰ্থপ্ৰতিম শৰ্মাই এনেদৰেই আগুৱাই যাঁওক ।❤❤

  • @modhusmitaboruah5667
    @modhusmitaboruah5667 หลายเดือนก่อน

    Best podcast i have ever seen....many many congratulations to partha pratim sarma sir 🎉

  • @JumiDas-s5o
    @JumiDas-s5o หลายเดือนก่อน +4

    এনেকৈয়ে থাকিব সদায় ❤

  • @sangitasaikiatk
    @sangitasaikiatk หลายเดือนก่อน +2

    Bor beleg manuh dei,, Mur birat val lagile🤝🤝🤝🤝🤝🤝🤝🤗

  • @jyotishmanboruah2200
    @jyotishmanboruah2200 25 วันที่ผ่านมา +1

    khub val lagil sai bohut hohoj haral teu aku vem ba ego nai

  • @bhaskarjyotiadhikary2733
    @bhaskarjyotiadhikary2733 หลายเดือนก่อน +4

    Eman homoi olopo gap nuluake suwa aitu mor first video only because of Partha Da, daSimpul Person.

  • @Dunknownboy
    @Dunknownboy หลายเดือนก่อน +5

    চোৱা আৰম্ভ কৰা আগতে কমেন্ট দি লৈছো তেখেতৰ বেলেগ এটা ইন্টাভিউ চাইচো। পজিটিভ খোলা মনৰ ব্যক্তি । Need this type of officers. congratulation 🎉 .

  • @jyotibordoloi7922
    @jyotibordoloi7922 14 วันที่ผ่านมา

    Bohut bhal lagil.

  • @Tikubaishya07.
    @Tikubaishya07. หลายเดือนก่อน +1

    Xosakoi video tu emn a val lagil je 1 second o skip kora nai,onnyotha akou repeat kori he kisuman kotha bur salu ❤🎉xosakoi dada val lagil

  • @Dhritrishna_Gogoi
    @Dhritrishna_Gogoi 29 วันที่ผ่านมา

    Skip nokorakoi salu . Khub val lagil

  • @biplavsadiyar6599
    @biplavsadiyar6599 หลายเดือนก่อน +4

    kotha patile ane koi kotha patibo lage ❤vl lagil xuni

  • @priyakhisaikia8546
    @priyakhisaikia8546 หลายเดือนก่อน +4

    জীৱনত মই আগুৱাই যাবলৈ আপোনাৰ আদৰ্শ গ্ৰহণ কৰিম আৰু এবাৰ হলেও লগ পাম বুলি আশা ৰাখিলোঁ ☺️🌚❤️💫

  • @ranibanerjeeroy8465
    @ranibanerjeeroy8465 หลายเดือนก่อน +1

    Atiya Rati1.20 bajise.... constantly sai asu....arabo pora nai...bohut bhal lagil....😊

  • @nirmalibora2690
    @nirmalibora2690 หลายเดือนก่อน +2

    বহুত ভাল লাগিল চাই 😊

  • @purobeegogoi1343
    @purobeegogoi1343 หลายเดือนก่อน

    Bohu bhal lagil, olopu aamoni nologakoi hunilu kotha khini. Bohut xubheissa jonalu tethetok, hodai bhale thakok❤❤❤❤❤❤❤

  • @trailukyagogoi6780
    @trailukyagogoi6780 หลายเดือนก่อน

    আশা কৰোঁ আগলৈ এনেকৈয়ে হাঁহি হাঁহি ৰাইজক সেৱা আগবঢ়াই যাব