ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
জ্যোতিমালা আহোমৰ অমূল্য সম্পদ।তুমি বহুদূৰ আগুৱাই যোৱা।শুভকামনা সদায় থাকিব।
Proud our Ahom Coulter ❤
ৰাজ কুৱঁৰী জ্যোতিমালাৰ জয় হওক । জয় আহোম সাম্ৰৰাজ্য।
শেহতীয়াকৈ হলেও জ্যোতিমালাই গীতৰ যোগেদি টাই আহোম ভাষাটোক পুনৰ জীৱন্ত ৰূপ দিছে।অশেষ ধন্যবাদ
বৰ সুন্দৰ কথা কৈছে মৰমৰ ভনতী যুতিমালাই। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।❤❤❤
Dhuniya hoise Rong boi boi
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা। ভগৱানে তোমাক সহায় কৰক।❤❤❤
গানটো বহুত সুন্দৰ ❤মই বহুত শুনো আহোমৰ পৰা অসম আৰু অসমীয়া,মোৰ মাৰ পৰা আদি কৰি মাৰ ফালৰ যিমান আত্মীয় আছে সকলোবোৰ আহোম জনগোষ্টীৰ হয় ৰাজকোৱৰ,বৰগোহাই😊
জুতিমালা বাৰ কথাখিনিয়ে যঠেষ্ট আপ্লুত কৰিছে।😌
Jyotimala , you are an inspiration for all ahom ladies, Assamese. Keep doing it, we r all with u from all angles. U r pride for all of us, we want thousand jyotimala from our people.
আহোম এটা উদাৰ জনগোষ্ঠী।আহোম ৰক্ষণশীল নহয়।আহোমে নিজৰটোতে খামোচ মাৰি ধৰি থকা হ'লে সমন্বয়ৰ বৰ অসম গঢ় লৈ নুঠিলহেঁতেন। উজনিলৈ আহিবা। আজিকালি প্ৰায় বিলাক আহোম মানুহেই নিজৰ জনগোষ্ঠীয় সাজ পৰিধান কৰে।
সেইয়ে আমি আহোমক লৈ গৌৰৱান্দিত। বহুতে এই একতাক ভাঙিব খোজে সময়ে সময়ে বিভিন্ন বিভ্ৰান্তিকৰ কথা কৈ। আমি সেইবোৰত কাণ নিদিয়া উচিত।
Best wishes to JUTIMALA👍ৰং বয় বয়🙏
বহুত মৰম।আগুৱাই যোৱা।
Jutimala all time ❤️
proud to be an ahom ❤🎉
Thank you Jotimala .
আহোম ভাষা সদাই আগত
Very nice.
So sweet 💗💗
Very good ❤❤❤
Shundor step
Thank you mam
Very good
Val lagel
Nice 🎉
𑜁𑜤𑜆𑜫 𑜄𑜂𑜫🙏
❤❤
Tai Ahom 1228 to 2826Karon Bharoteo huwar
😢honkori honskritie ahom culture biluopti kori dile
মিডিয়া জনি কি জাতি হয়।
369
❤
জ্যোতিমালা আহোমৰ অমূল্য সম্পদ।তুমি বহুদূৰ আগুৱাই যোৱা।শুভকামনা সদায় থাকিব।
Proud our Ahom Coulter ❤
ৰাজ কুৱঁৰী জ্যোতিমালাৰ জয় হওক । জয় আহোম সাম্ৰৰাজ্য।
শেহতীয়াকৈ হলেও জ্যোতিমালাই গীতৰ যোগেদি টাই আহোম ভাষাটোক পুনৰ জীৱন্ত ৰূপ দিছে।অশেষ ধন্যবাদ
বৰ সুন্দৰ কথা কৈছে মৰমৰ ভনতী যুতিমালাই। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।❤❤❤
Dhuniya hoise Rong boi boi
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা। ভগৱানে তোমাক সহায় কৰক।❤❤❤
গানটো বহুত সুন্দৰ ❤মই বহুত শুনো আহোমৰ পৰা অসম আৰু অসমীয়া,মোৰ মাৰ পৰা আদি কৰি মাৰ ফালৰ যিমান আত্মীয় আছে সকলোবোৰ আহোম জনগোষ্টীৰ হয় ৰাজকোৱৰ,বৰগোহাই😊
জুতিমালা বাৰ কথাখিনিয়ে যঠেষ্ট আপ্লুত কৰিছে।😌
Jyotimala , you are an inspiration for all ahom ladies, Assamese. Keep doing it, we r all with u from all angles. U r pride for all of us, we want thousand jyotimala from our people.
আহোম এটা উদাৰ জনগোষ্ঠী।আহোম ৰক্ষণশীল নহয়।আহোমে নিজৰটোতে খামোচ মাৰি ধৰি থকা হ'লে সমন্বয়ৰ বৰ অসম গঢ় লৈ নুঠিলহেঁতেন।
উজনিলৈ আহিবা। আজিকালি প্ৰায় বিলাক আহোম মানুহেই নিজৰ জনগোষ্ঠীয় সাজ পৰিধান কৰে।
সেইয়ে আমি আহোমক লৈ গৌৰৱান্দিত। বহুতে এই একতাক ভাঙিব খোজে সময়ে সময়ে বিভিন্ন বিভ্ৰান্তিকৰ কথা কৈ। আমি সেইবোৰত কাণ নিদিয়া উচিত।
Best wishes to JUTIMALA👍
ৰং বয় বয়🙏
বহুত মৰম।আগুৱাই যোৱা।
Jutimala all time ❤️
proud to be an ahom ❤🎉
Thank you Jotimala .
আহোম ভাষা সদাই আগত
Very nice.
So sweet 💗💗
Very good ❤❤❤
Shundor step
Thank you mam
Very good
Val lagel
Nice 🎉
𑜁𑜤𑜆𑜫 𑜄𑜂𑜫🙏
❤❤
Tai Ahom 1228 to 2826
Karon Bharoteo huwar
😢honkori honskritie ahom culture biluopti kori dile
মিডিয়া জনি কি জাতি হয়।
369
❤