এগৰাকী ১৯ বছৰীয়া গাভৰুৰ জীয়া কাহিনী

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 เม.ย. 2022
  • ▶️ এগৰাকী ১৯ বছৰীয়া গাভৰুৰ জীয়া কাহিনী
    ▶️ নাম তুলিকা হাজৰিকা, মেট্ৰিক পাছ কৰিও যাৰ নহ’ল নামভৰ্তি
    ▶️ পিতৃ-মাতৃহীনা তুলিকাৰ সন্মুখত এতিয়া কঠোৰ বাস্তৱ
    ▶️ ৮ বছৰ আগতে পিতৃ ঢুকাল, ৪০ দিন পূৰ্বে হ’ল মাতৃহীনা
    ▶️ ধনৰ অভাৱত উঃমাঃত নামভৰ্তি নহ’ল তুলিকাৰ
    ▶️ মেধাৱী ছাত্ৰী তুলিকা হাজৰিকাৰ উঃমাঃত নামভৰ্তিৰ দ্বায়িত্ব ল'লে অনুপম চক্ৰৱৰ্তীয়ে
    ▶️ পাৰে যদি সহায় কৰক তুলিকাক
    ▶️ তুলিকাৰ একাউণ্ট নম্বৰ, SBI, 38715962240, SBIN0000130

ความคิดเห็น • 489

  • @nbajeet1318
    @nbajeet1318 2 ปีที่แล้ว +65

    মোৰ সামৰ্থ্য অনুযাযী 101 টকা তাই একাউণ্টলৈ আগ বঢ়ালো । তাইৰ ভৱিষ্যত উদজ্বল কামনা কৰিলো । Tulika সমৰ্থনত থকা সকল এটা 👍 কৰী দিব । ধন্যবাদ ।

  • @basantiboro4314
    @basantiboro4314 2 ปีที่แล้ว +136

    হয় পৃথিবীত বেয়া মানুহ তকৈ ভাল মানুহৰ সংখ্যা বেচি আচে। ধন্যবাদ অনুপম ডাঙৰীয়া।

  • @bijoypatar2687
    @bijoypatar2687 2 ปีที่แล้ว +44

    এই বাতৰিটো মূখ্য মন্ত্ৰী ছাৰে যাতে এবাৰ চাই আৰু যি একলাখ নিবনুৱাক চাকৰি দিম বুলি কৈ আছে তাৰে এটা চাকৰি দিয়ে যেন। যাতে সৰু সৰু ভাইটি কেইটা ভাল কৈ পঢ়িব পাৰে।তাৰে কামনা কৰিলোঁ অনুপম দা

  • @sbabukishan1677
    @sbabukishan1677 2 ปีที่แล้ว +96

    সঁচাকৈ অনুপম দা, কান্দি গলো । মইও সহায় কৰিম ৷ ধন্যবাদ অনুপম ডাঙৰীয়া ৷৷

  • @syedsalman6234
    @syedsalman6234 2 ปีที่แล้ว +69

    সঁচাকৈ অনুপম দা, কান্দি গলো,,। মইও সহায় কৰিম যিমান যেনেকৈ পাৰে।

  • @mr.patarassam.7986
    @mr.patarassam.7986 2 ปีที่แล้ว +43

    বাস্তব জীৱনৰ জীয়া কাহিনীৰ, সঁচাই বহুত দুষ লগা কথা। Anupam daa লৈ বহু বহু ধন্যবাদ, এনেকৈয়ে দুখীয়া - দৰিদ্ৰ কাষত থিয় দি অকন মান সাহস দিয়া বাবে। মই আশা কৰোঁ আপুনি এনেকৈ সহায় কৰি যাব।

  • @AbhijitDas-kj4mg
    @AbhijitDas-kj4mg 2 ปีที่แล้ว +32

    এনেদৰেই সহায় কৰিলে আমাৰ দৰে দূখীয়া লৰা ছোৱালী বোৰৰ ভৱিষ্যত উজলি উঠিব। ধন্যবাদ অনুপম ডাঙৰীয়া । এনেদৰেই সহায় কৰি যাওক ।❤️🥺

  • @pranabjyotidowerah6234
    @pranabjyotidowerah6234 2 ปีที่แล้ว +37

    অতি দুখৰ কাহিনী ৷ হে ভগৱান সহায় কৰক ৷ তাইক উদ্ধাৰ কৰক ৷

  • @bijukumarmali8786
    @bijukumarmali8786 2 ปีที่แล้ว +31

    অনুপম দাদালৈ অশেষ ধন্যবাদ ৷ বাতৰি এনেকুৱা হৱ লাগে ৷

  • @abclocalmusicworld3994
    @abclocalmusicworld3994 2 ปีที่แล้ว +27

    হে ভগৱান 🙏🙏🙏🙏🙏 ইমান বেদনাময়ী.... অনুপম দা আপোনালৈ মোৰ অশেষ সেৱা 🙏🙏🙏 আমি সকলোৱে সহায় কৰিব লাগে।তুলিকা.... তুমি সাহসী, তুমি এদিন ডাঙৰ মানুহ হ'বা।।

  • @RanjitDas-ni7eb
    @RanjitDas-ni7eb 2 ปีที่แล้ว +6

    সচকৈ অনুপম. দা অশেষ ধন্যবাদ. সচাকৈ আমাৰ মানুহৰ মাজত ভগবানে কাক কেনেকৈ জন্ম দিছে্ ভগবানে সহায় কৰক

  • @bishwajitkonwar1473
    @bishwajitkonwar1473 2 ปีที่แล้ว +54

    অনুপম দালৈ অশেষ ধন্যবাদ জনালো, সহায় সহযোগিতা আগবঢ়োত ।

  • @prostutigogoi5202
    @prostutigogoi5202 2 ปีที่แล้ว +9

    বহুত দুখ লাগিল , চকুৰপানীক বাধা দিব নোৱাৰিলো , তু লিকাৰ দীঘায়ু কামনা কৰিছোঁ ।🌷🌷

  • @rimjimnath558
    @rimjimnath558 2 ปีที่แล้ว +26

    অনুপম দা,কথাবোৰ শুনি মোৰ মুখৰ মাত হেৰাল, দু চকুপানী বৈ আছে,কি কৰিম মই দুৰ্ভগীয়া হিন্দী শিক্ষক আজিলৈ পদ টো চৰকাৰী নহল।নহলে সহায় কৰিবলৈ বহুত ইচ্ছা আছিল ও।বহুত দুখ পালোঁ বহুত দিনৰ পিছত বহুত সময় কন্দিলো।ভগৱান,এইবোৰ চাবলৈ চৰকাৰক সুমতি দে ও।

  • @bimangogoi682
    @bimangogoi682 2 ปีที่แล้ว +14

    অনুপম দা লৈ বহুত বহুত ধন্যবাদ জনালোঁ🙏, চৰকাৰে এইবোৰ একো দেখিএই নাপাই, বিধায়কে এইবোৰ খবৰ ৰাখিব নোৱাৰে নেকি......?🙄

  • @dibyajyotigohain9404
    @dibyajyotigohain9404 2 ปีที่แล้ว +20

    বাতৰিটো পলমকৈ চালোঁ বৰ দুখ লাগে এনেবোৰ বাস্তৱ কাহিনী দেখিলে so মোৰ ফালৰ পৰা সেই মৰমলগা পৰিয়াল টিলৈ ২০০ টকা এটা আগবঢ়ালোঁ ।😭😭😭

  • @sudakhsinahazarika9711
    @sudakhsinahazarika9711 2 ปีที่แล้ว +22

    তই চিন্তুা নকৰবি শৈশৱৰ বান্ধৱী বোলি ময়ো আছো তোৰ লগত এতিয়ালে আছো আৰু সদাই থাকিম

  • @lishagogoi2265
    @lishagogoi2265 2 ปีที่แล้ว +5

    ম‌ইও বহুত বেছি কষ্ট পাইছোঁ,, কথাবোৰ শুনি,,, ম‌ইও সহায় কৰিম,, লগতেই অনুপম দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏

  • @kornokumardoley1514
    @kornokumardoley1514 2 ปีที่แล้ว +21

    বহুত বেছি বেয়া লাগিল। ভগৱানে যে তেওঁলোকক উদ্ধাৰ কৰে।

  • @bipulsaikia3522
    @bipulsaikia3522 ปีที่แล้ว +2

    অনুপম দা আপুনি বহুত ভাল কাম কৰি দিলে ছোৱালী জনীক। আপোনালৈ ধন্যবাদ থাকিল।

  • @priyankasaikia5302
    @priyankasaikia5302 2 ปีที่แล้ว +13

    আচৰিত এই পৃথিৱীখন,,,,,,বুকু খন বিষাই গল অনুপম দা,,,,,,,,,,😭😭😭😭কিয় ইমান নিষ্ঠুৰ ভগৱান???

  • @prosantasahusahu7035
    @prosantasahusahu7035 2 ปีที่แล้ว +10

    Anupam Da .ai poriyaltur babe moi poti mahot 1000 koi mur falor pora dim buli protisukti dilu ..moi hadharon private company r employee hoi .jiman parim mur vontir dore hohai kori jam ..

  • @jayantasaikia2490
    @jayantasaikia2490 15 ชั่วโมงที่ผ่านมา +1

    বহুত দুখ লাগিল। তুমি সাহসী তোমাৰ ভাল‌ হব

  • @deepjyotidas2961
    @deepjyotidas2961 2 ปีที่แล้ว +8

    সঁচাই বহুত দুখ লগা কাহিনী। সকলো ভগবানৰ ওপৰত ।🙏🙏🙏🙏

  • @anipsonowal8711
    @anipsonowal8711 2 ปีที่แล้ว +5

    মানুহ এই পূথিৱীত আহি এই দুটা শব্দ প্ৰথমে উচ্চাৰণ হয় , সেই শব্দকেইটা যদি অকালতে হেৰাই যায়, তেতিয়া ই য়াতকৈ দুখৰ কথা কি থাকিব পাৰে । সেয়া তুলিকাৰ হিদয়ে সে বুজিছে। আশা কৰো ভগৱানে তাই উজ্বল ভৱিষ্যত কামনা কৰক,, অনুপম দাদালৈ বহুত বহুত ধন্যবাদ থাকিল, আশা কম দিনৰ ভিতৰতে ভাল খবৰ পাও

  • @forizulblogs6624
    @forizulblogs6624 2 ปีที่แล้ว +18

    I m crying after hearing this news..all the best tulika.

  • @natyarabha4243
    @natyarabha4243 2 ปีที่แล้ว +5

    এই বোৰ দেখিলে বৰ দুখ পাওঁ!!! চৰকাৰ, সমষ্টি তথা গাওঁ বাসীলৈ অনুৰোধ থাকিল অকণমান সহায় কৰিবলৈ😢😢😢😢🙏🙏🙏

  • @a.r4693
    @a.r4693 2 ปีที่แล้ว +18

    আপোনাৰ দৰে সাহক দিয়া মানুহৰ খোৱে প্ৰয়োজন দাদা সমাজত।

  • @animadutta845
    @animadutta845 2 ปีที่แล้ว +3

    অনুপম দা সঁচাকৈয়ে আপুনি বৰ মহান।

  • @binodnath1592
    @binodnath1592 2 ปีที่แล้ว +5

    অনুপম দা সচাকৈ বহুত দুখ লাগিল... আপুনি বহুত ভাল মানুহ

  • @PujaDas-cz4lf
    @PujaDas-cz4lf 2 ปีที่แล้ว +1

    সচাঁকে বহুত দুখ লাগিল 🥺 ভিদিঅ টো চাই.... ধন্যবাদ 🙏 অনুপম ডাঙৰীয়া

  • @secret2548
    @secret2548 2 ปีที่แล้ว +13

    সকলোৱে সামৰ্থ অনুযায়ী সহায় কৰিব বুলি আশা থাকিল🙏🙏🙏

  • @pompichutia6690
    @pompichutia6690 2 ปีที่แล้ว +4

    সাহসেৰে আগুৱাই যোৱা তুলিকা ভাগৰি নপৰিবা । মইয়ো এজনি দৰিদ্ৰ ঘৰৰ ছোৱালী । তুলিকা তুমি যি দৰে ভাইটী দুটা দায়িত্ব লৈছা ঠিক সেইদৰে মইয়ো মোৰ মা -দেউতাৰ দায়িত্ব লোৱাৰ লগতে মোৰ পঢ়া-শুনা সকলো খৰছ উলিয়াই পঢ়া-শুনাটো আগুৱাই নিব চেষ্টা কৰিছোঁ । কেতিয়াবা মইয়ো সমস্যাবোৰ সমাধান কৰি ভাগৰি পৰো তথাপি নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ । গতিকে তুমি কেতিয়াও সাৰ নামানিবা সমস্যাবোৰৰ সৈতে যুজিবলৈ চেষ্টা কৰা তুলিকা ভাগৰি নপৰিবা নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যোৱা এগৰাকী ভাল ব্যক্তি হোৱা তাৰে কামনা কৰিছোঁ🙏

    • @dekakumar4124
      @dekakumar4124 2 ปีที่แล้ว

      Apunar kotha khinir logot mur mil ase
      Moi o ketiaba vagori jau tothapi monot khahokh loi aguai jau

  • @nilomonigogoi2121
    @nilomonigogoi2121 2 ปีที่แล้ว +4

    বহুত বহুত ধন্যবাদ অনুপম ডাঙৰীয়া

  • @manojsaikia5402
    @manojsaikia5402 2 ปีที่แล้ว +8

    মোৰ দিব পৰাকে একো নাই. ,
    ঈশ্বৰক প্ৰাথনা কৰিছো তাইৰ হৈ

  • @gitarthasarmah3302
    @gitarthasarmah3302 2 ปีที่แล้ว +7

    Never give up tulika, keep going, god will help you

  • @Rajkumar-ie7sd
    @Rajkumar-ie7sd 2 ปีที่แล้ว +12

    Account অত এটা সৰু mony দি ছো লগতে তোমালৈ আশীৰ্বাদ থাকিল

  • @Hemanta-fi5fp
    @Hemanta-fi5fp 15 วันที่ผ่านมา

    ধন্যবাদ অনুপ দা আপুনি তুলি কাক সহায় কৰিব বুলি আশা থাকিল

  • @padmagogoi2402
    @padmagogoi2402 2 ปีที่แล้ว +4

    Dear Anupam da,
    Really very very good news all Assamese news saline number-1,
    Only for Anupam da you Assamese good members.

  • @rinkumonisaikia7976
    @rinkumonisaikia7976 2 ปีที่แล้ว +2

    ধন্যবাদ অনুপ, দা। আপুনি ব্যতিক্ৰম।

  • @dhrubajyotidas3295
    @dhrubajyotidas3295 2 ปีที่แล้ว +12

    অতি মৰ্মান্তিক

  • @monojgogoi761
    @monojgogoi761 2 ปีที่แล้ว +2

    নমস্কৰ অনুপম দা এনেকুৱা ধৰণৰ এটা পৰিয়াল বৰচলাত আছে । দাদা এই পৰিয়ালটোৰ দেউতাকৰ যি সা সম্পতি বোৰ আছে তেওলোকৰ হাতৰ মুঠিলৈ আহে যেন😭😭😭

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM 2 ปีที่แล้ว +2

    Hosakoi bohut hahohi bohut bohol monor adhikari hoi bahut kosto majot asa jodiu tai dujon vaiyekor lgte ghorkhon soliasa, ajoni suwali hoi gutei ghor khon emn kom age houte solua Tu kom kotha nohoi, salute tulika tumak🙏🙏

  • @Aban-zm9re
    @Aban-zm9re 14 วันที่ผ่านมา

    বৰ দুখ লগা কাহিনী এটা অনুপম দা লৈ বহুত ধন্যবাদ পাৰিলে একাউন্টৰ namber send কৰক নগাওঁ পৰা সৰুকৈ মই অলপ সহায় কৰিম

  • @rriyan4769
    @rriyan4769 2 ปีที่แล้ว +3

    Anupam Da Great Human ,🙏🙏🙏🙏🙏🙏

  • @bijitsaikia1491
    @bijitsaikia1491 2 ปีที่แล้ว +4

    অনুষ্ঠানটো চাই সচাকৈ চকুলো ধৰি ৰাখিব নোৱাৰিলো।তোমালোকক ঈশ্বৰে সহায় কৰক তাৰ বাবে প্ৰাৰ্থনা জনাইছো।

  • @rishabdoley
    @rishabdoley 2 ปีที่แล้ว +5

    Good step Anupom Da 👏👏🙏

  • @dhandowarah2745
    @dhandowarah2745 2 ปีที่แล้ว +4

    সচাই পিথিবিত কিজে হইচে ঘতনাতু সুনি মুৰে চকুপানি উলাইচে.সচাই পিথিবিত কাৰ কি হই জায় কুনেউ নাজানে একমাত্ৰ ভগবানে হে জানে তেউ এ সকলু..আশা কৰিচু তুমালুকৰ জিবন সুখৰ হউক ভাল হওক...

  • @satyajitmoran8206
    @satyajitmoran8206 2 ปีที่แล้ว +26

    মই কিবা এটা দিছো সমৰ্থ অনুসৰি। মানুহে মানুহৰ বাবে এবাৰ সকলোৱে ভাবক ।

  • @prabhatsingha1420
    @prabhatsingha1420 2 ปีที่แล้ว +3

    Ontorot eman dukh thakile kenekoi hahibo paribo? Hahibo chesta korileo kandunei ahibo .May God bless this breaved family😭😭😭 Million thanks to media personnel for humanitarian act. I am personally feeling this gruesome reality. Ofcourse, I will help as far as my possibile.

  • @jitumaniofficialvolgs9695
    @jitumaniofficialvolgs9695 2 ปีที่แล้ว +2

    Anupom da apunak bohut bohut dhonnbad🙏 amak ane kuwa news lage

  • @mrigensarmah4436
    @mrigensarmah4436 2 ปีที่แล้ว +1

    সচাই বৰ দুখ লগা কাহিনী।

  • @prasantadas2556
    @prasantadas2556 2 ปีที่แล้ว

    বহুত বহুত বেয়া লাগিছে অনুপম দা । আপোনাৰ সহাঁইয়ে তাই জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব দাদা

  • @lathugogoi7779
    @lathugogoi7779 2 ปีที่แล้ว +3

    অনুপম দাক ধন্যবাদ জনালোঁ

  • @jayadas8698
    @jayadas8698 2 ปีที่แล้ว +3

    One day this girl will surely get all the happiness of life.

  • @watanmeradilarmymerijaan7404
    @watanmeradilarmymerijaan7404 2 ปีที่แล้ว +12

    বহুত বেয়া লাগিছে

  • @saminarabha1473
    @saminarabha1473 ปีที่แล้ว

    ,বহুত ভাল লাগিলে sir তোমাক সাহক দিয়াৰ বাবে ধন্যবাদ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pndvlogs5599
    @pndvlogs5599 2 ปีที่แล้ว +1

    অনুপম দা লৈ বহুত বহুত ধন্যবাদ

  • @RBPets
    @RBPets 2 ปีที่แล้ว +3

    কান্দি পেলালোঁ 🙏 ঈশ্বৰ তুমি কিহৰ পৰীক্ষা লোৱা এনেদৰে ।।

  • @jdbhaiassam5584
    @jdbhaiassam5584 2 ปีที่แล้ว +1

    এইবিলাক k bahut সহায় কৰিব লাগে❣️❣️❣️আন বেলেগ vidio soyat কৈ,,, ahok আমি সকলোৱে সহায় koro ।।।।

  • @nayanjyotibaishya8483
    @nayanjyotibaishya8483 2 ปีที่แล้ว +7

    অনুপম দা সচাই অনুপম আপুনি। ধন্যবাদ জ্ঞাপন কৰিছোঁ🙏🙏🙏🙏গাও খনৰ নাম কি জনালে ভাল আছিলে

  • @renuneog7516
    @renuneog7516 2 ปีที่แล้ว +4

    বহুত কন্দিলু

  • @kamanbimal1446
    @kamanbimal1446 2 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ থাকিল অনুপম দা

  • @padmagogoi2402
    @padmagogoi2402 2 ปีที่แล้ว +1

    Dear Anupam da
    Really very very Thanks to you dada.

  • @renuka....891
    @renuka....891 2 ปีที่แล้ว

    Xhosaka soku pani ulaisa bhutt baya lagil... Tulika tumak xhkluay xhoy kribo pohiba valka gob bless you..,

  • @nilammo5466
    @nilammo5466 2 ปีที่แล้ว +1

    ধন্যবাদ অনুপম দা। কিন্তু দৈনিক ঘৰখন চলিবলৈ আজিৰ যূগত বহুত টকাৰ প্ৰয়োজন গতিকে চৰকাৰে কিবা আচনি দিয়ে যেন।

  • @user-wj1ul5lf2x
    @user-wj1ul5lf2x หลายเดือนก่อน

    অনুপম দাদালৈ অশেষ ধন্যবাদ।

  • @hirakkalita343
    @hirakkalita343 2 ปีที่แล้ว

    Xosakoi Anupom Daa ..... Aponi manuhr abeg anuvuti buji powa manuh. Bohut Dukh lagil ......

  • @kishorchoudhury2803
    @kishorchoudhury2803 2 ปีที่แล้ว +2

    Anupam Da you are really great

  • @jitulkalita4864
    @jitulkalita4864 2 ปีที่แล้ว +1

    অনুপম দা আপোনাক বহুত বহুত ধন.....,

  • @bimansaikia4305
    @bimansaikia4305 2 ปีที่แล้ว

    অনুপম দা আপোনাক অশেষ ধন্যবাদ।

  • @priynkasarania3298
    @priynkasarania3298 2 ปีที่แล้ว +2

    Aapuni vogoban hoi anupam da 🙏🙏🙏👍👍

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk 2 ปีที่แล้ว +2

    ঈশ্বৰে আশীৰ্বাদ কৰক 🙏

  • @riyankashyapkamrupiyanboy147
    @riyankashyapkamrupiyanboy147 2 ปีที่แล้ว +13

    কান্দিলো বহুত

  • @afrunfun2.052
    @afrunfun2.052 2 ปีที่แล้ว

    আপোনাৰ সহায়ৰ কথা শুনি ভাল লাগিল

  • @nirmaliborah4369
    @nirmaliborah4369 2 ปีที่แล้ว +1

    God bless you, chakrabarti mahakhai ,
    you are not only man,you are like a God. 🙏

  • @gupalgogoi4988
    @gupalgogoi4988 ปีที่แล้ว

    Anupomda apunar hosakoi bhokti manuhor babease esora apunak kipalu gurujonai mongol koribo dakhi bohut bealagil

  • @rcdaimary5815
    @rcdaimary5815 2 ปีที่แล้ว +1

    You Are Right Brother Thanks

  • @monichetia9628
    @monichetia9628 2 ปีที่แล้ว

    Thanks Anupam Da apuni bahut bhal kam korise

  • @mukthangbasumatari3770
    @mukthangbasumatari3770 2 ปีที่แล้ว

    Beseri... Anupomdar khohayor kotha khuni mukhot hahi biringise.... Anupomda apuni mohan 👍👍👍

  • @ujjaldutta4651
    @ujjaldutta4651 2 ปีที่แล้ว

    Bohut dukh lagil dai...Bhagawane taok hohai korok...salute Anupam da...

  • @bharatidas5654
    @bharatidas5654 2 ปีที่แล้ว

    বহুত দুখ লাগিছে

  • @user-ml5eb4hq8q
    @user-ml5eb4hq8q 2 ปีที่แล้ว

    ধন্যবাদ অনুপম। তুমি খুব।ভালকাম।কৰিগৈআছা।আমাৰহৈতুমিয়েইবিপদ।কালতসানতনাদি।যোৱা।আমিওইয়াৰ।পৰাই।তেওঁলোকক।আশিবাদ।কৰিছোভগৱানেতেওলোকক।দয়াকৰক্

  • @kirangogoi3453
    @kirangogoi3453 2 ปีที่แล้ว +2

    Anupom da bor vl kam korile,,, vl lagil

  • @bobysaikia8682
    @bobysaikia8682 2 ปีที่แล้ว +2

    ধন্যবাদ অনুপম দা।।

  • @mediguide_edutech
    @mediguide_edutech 2 ปีที่แล้ว

    Anupam da is great .....always helps people

  • @priyabrotchetia
    @priyabrotchetia 2 ปีที่แล้ว

    Bohut val lagil apuni j dekhuwale

  • @bikibhuyan1597
    @bikibhuyan1597 2 ปีที่แล้ว +2

    Aguai jua porha xuna kra xofol hua. Ji paru xohay krim.

  • @pujaborahofficial3149
    @pujaborahofficial3149 2 ปีที่แล้ว

    Tulika tumi aguai jua.... Moiu bor kostot a pohisu deuta dhukuar pisor pora.... Vle thaka tumaluk...

  • @lachitpatra4194
    @lachitpatra4194 ปีที่แล้ว

    Anupamda apunak dhanyabad ,God bless you and this family too🙏🙏🙏🙏

  • @NilimaSaharia-mc7je
    @NilimaSaharia-mc7je 11 วันที่ผ่านมา

    হয় ,তুলিকা বহুত দুখ বেদনা আছা। যা বৰ্তমানে মা আৰু দেউতাক অভাভ

  • @kukilgogoi7155
    @kukilgogoi7155 2 ปีที่แล้ว +6

    চকু পানী ওলাই আহিল । সময় বৰ নিষ্ঠুৰ

  • @priyanshunt7422
    @priyanshunt7422 2 ปีที่แล้ว

    বাতৰিটো পলম কৰি চাইছো বহুত সঁচাই কিন্তু দুঃ খ লাগি গল🥺🥺🥺💔 তুমি আগ বাঁহী যোৱা ভন্টি এদিন তুমি ডাঙৰ মানু্হ হব বিশ্বাস আছে তুমি বহুত সাহসী ছোৱালী 🥺🙏🙏🙏🙏🙏।। সাংবাদিক এনেকুৱা হব লাগে অনুপম দা ❤️❤️❤️❤️ যদি পাৰো কিবা সহায় কৰিম ।। কান্দিব পৰা নাই কিন্তু বুকু খন বিষাই গল😥😥🥺🥺 পার্থনা কৰিম আগ বাঁহী যোৱা।🙏🙏🙏

  • @user-wx5lc1wq5h
    @user-wx5lc1wq5h 2 ปีที่แล้ว

    বহুত দুখ লাগিল মোৰো চকুৰ পানি উলাই গল

  • @gautamdeka5391
    @gautamdeka5391 2 ปีที่แล้ว

    Great Anupam da....👍👍👍

  • @hamidulrahman6005
    @hamidulrahman6005 2 ปีที่แล้ว

    Thanks nktv team....

  • @digantakalita6261
    @digantakalita6261 2 ปีที่แล้ว +1

    তুলিকাৰ অহা দিনবোৰ ‌ভাল হক ,ভগবান

  • @harekrishnadeka4616
    @harekrishnadeka4616 2 ปีที่แล้ว

    বহুত দুখ লগা অসম চৰকাৰে অলপ সহায় কৰে যেন 😥

  • @evergreenboy5369
    @evergreenboy5369 2 ปีที่แล้ว

    Don't give up sister ,do you work n Mey God bless you ,all your day life

  • @rajeshdeori6453
    @rajeshdeori6453 2 ปีที่แล้ว

    Anupam daa very very Thanks or Tulika Tumak Bhagwane suku meli sai