বৰদলৈ দা, এওঁলোক senior সাংবাদিক, এওঁ লোক নম্ৰো,ভদ্ৰ,কথা বতৰা সদাই গহীন । কিন্তু নতুন বোৰ তেনেকুৱা নহয়। দ্বিতীয়তে, ভাল মানুহ অসমত খুব কম থাকে, ইয়াৰ উদাহৰণ বহুত আছে, কাৰণ ও বহুত আছে । ছোৱালী জনিলৈ উদজল ভবিচত কামনা কৰিলো । এই বোৰহে আচল অসমিয়াগীৰি, মুখেৰে নহয় কামেৰেহে ।👍👍👍🙏🙏🙏
মানৱীয়তাৰ বাহিৰে, এইবোৰ টিচ্ছো পেপাৰ ৰ দৰে দেশ....😮😮😮 এইবোৰ দেশৰ কি মহত্ব আছে বিশ্ব অৰ্থনীতিত...🤔🤔 বিজ্ঞান আৰু প্ৰযুক্তিত....🤔🤔🤔🤔 মিছা সময় অপব্যয়..😮😮😮
বহুত ধন্যবাদ শ্বেহনাজ। বিশেষ বৈশিষ্ট পূৰ্ণ জীৱন আৰু অনুকৰনীয় তোমাৰ জীৱনশৈলী। গৌৰৱ অনুভৱ কৰিছো!
ইমান সুন্দৰ এটা সাক্ষাৎকাৰ কেতিয়াবা যে শুনিব , দেখিব পাম সেয়া আমাৰ আশাৰ প্ৰায় বাহিৰত আছিল।
অসম জীয়ৰী আৰু প্ৰণয় বৰদলৈক এই বিশেষ আলোচনা মনোগ্ৰাহি ৰূপত পৰিবেশন কৰা বাবে আমি ধন্যবাদ জনালোঁ। বহু নজনা কথা জানিব পৰিলোঁ।
অসমীয়া ভাষাত কথা পাতোতে ইংৰাজী মাৰি জ্ঞান জাহিৰ কৰিব চেষ্টা কৰা , জীৱনত বিদেশৰ মাটিত ভৰি থৈ নোপোৱা আমাৰ অসমীয়া সকলে মাতৃ ভাষাত কেনেকৈ কথা কব লাগে সেয়া বিদেশত বহু বছৰ বিদেশী মানুহৰ মাজত কাম কৰি থকা এই ছোৱালী জনীৰ পৰা কিবা শিকিব পাৰিব নে ?
এনে clear সাক্ষাৎকাৰ খুব কমেইহে ওলাব।শ্বেহনাজক বহুত ধন্যবাদ
অতি সুন্দৰ উপস্থাপন, আশা ৰাখিলোঁ, আগলৈ অসমৰ গৌৰব বুটলি আনিবলৈ সক্ষম হ'ব,
চেহনাবৰ কঠনশৈলি সুন্দৰ , তেওঁৰ জ্ঞান গৰিমা অন্যধৰণৰ | এনে কঠিন যাত্র সকলোৱে বাচি নলয় | সেয়েহে তেওঁ ব্যতিক্ৰমি | আগলৈ শুভেচ্ছা থাকিল |
আপুনি অসমীয়াত কোৱা কথাৰ ধৰণ সচাই বহুত ধুনীয়া।আমাৰ অসমত আকৌ এগৰাকী ৰাণীৰ কথা শুনিলে মোৰ টো গৰম হৈ যায়।
স্বেহনাবৰ কথাকোৱাৰ শৈলী ইমান ভাল লাগিল যে ভিডিঅটো শেষলৈকে চাবলৈ বাধ্য হলোঁ, ভাল লাগিল ভিডিঅটো চাই 👍👌
Wao . Kiman sahoshi . Thanks a lot. Realy she is a devine lady . We feel proud for her.
বহুত২ আশীৰ্বাদ ও সেৱা জনালো অসম কন্যা নেহনাজ লৈ
তোমাৰ কথাবোৰ শুনি থাকিবৰ মন । বহুত ভাল লাগিল ।
বহুত ভাল লাগিল
সুন্দৰ সাক্ষাৎকাৰ ৷ শুনি ভাল লাগিল ৷ অসমৰ যুৱপ্ৰজন্মৰ বাবে সদায় প্ৰেৰণা হৈ ৰওক স্নেহনাব❤
সুন্দৰ সাক্ষাৎকাৰ ।শুনি ভাল লাগিল ।
প্ৰণয়দা বহুত ধন্যবাদ মিছায়ল কন্যা গৰাকীক NKtv দৰবাৰত আনি যুদ্ধ বিধ্বস্ত দেশ বোৰৰ সমাজ জীৱনৰ ওপৰত তেওঁৰ বৰ্ণনা কথনভংগীৰেএবাৰ পুনৰ খবিৰদাক হুৱৰাই দিলে। দিৰ্ঘজিবি হোৱা পুনৰ আহিবা ।
খুব কথা চহকী আৰু tellentent ছোৱালী।ভাল লাগিল ।
Bahut vl lagil Baideo r Katha bor xoni ..
Bahut katha janib parilo...
আমাৰ নজনা বহুত বিষয়ে স্বেহনাব সাহিনে বৰ্ণনা কৰিলে আৰু আমাক সমৃদ্ধ কৰিলে তাৰ কাৰণে মোৰ ফালৰ পৰা👌👌👌।মধ্যপ্ৰাচ্য বিষয়ে আমাৰ মাজত বহুত কম জ্ঞান আছে বলি মই অনুমান কৰো।
Such a bravy Assamese lady, proud of her maam
বৰদলৈ দা, এওঁলোক senior সাংবাদিক, এওঁ লোক নম্ৰো,ভদ্ৰ,কথা বতৰা সদাই গহীন । কিন্তু নতুন বোৰ তেনেকুৱা নহয়। দ্বিতীয়তে, ভাল মানুহ অসমত খুব কম থাকে, ইয়াৰ উদাহৰণ বহুত আছে, কাৰণ ও বহুত আছে । ছোৱালী জনিলৈ উদজল ভবিচত কামনা কৰিলো । এই বোৰহে আচল অসমিয়াগীৰি, মুখেৰে নহয় কামেৰেহে ।👍👍👍🙏🙏🙏
খবিৰ আহমেদ এগৰাকী ভাল সাহিত্যিকো
এনেকুৱা ধৰণৰ আন্তর্জাতিক ৰাজনৈতিক খবৰ বোৰ জানি ভাল লাগে, দৰকাৰী
সছাকৈ তোমাৰ কথা খিনি বৰ ভাল লাগিল । তুমি আগুৱাই যোৱা ।অসমবাসীৰ আশীৰ্বাদ তোমাৰ লগত সদায়েই থাকক তাৰেই কামনা.
..🎉
Proud of you ❤ Shehnab. Khub bhal lagil
Kotha belak huni bohut val lagil Love from Rajasthan bikaner ❤❤❤
Khabir dar suwali buli gom pai bhal lagil.We have sweet memories about Khabir Da.He was a great personality. May his soul rest in peace.
মানুহৰ বাবেই আপোনাৰ জন্ম, ঈশ্বৰ, আল্লাই দীৰ্ঘায়ু কৰক।
❤ great great 👍👍❤
Bohut bhal lagil interview tu.
বহুত বহুত ধন্যবাদ । shehnab sahib ৰ দ্বাৰা বহু নজনা কথা জানিব পাৰিলো ।
Great salute to you my Nation's Dimond.God may keep blessings upon you.
Still the best interview in my knowledge , thank you both
😊
Bahut val lagil
Very 2 nice n beautiful' converseson...tks u both sir n mem.
Global citizen, সাক্ষাৎ কাৰা গ্ৰহণ কৰাৰ বাবে প্ৰণয় দালৈ ধন্যবাদ।
কিতাপখন প্ৰকাশ পালে পঢ়াৰ ইচ্ছা আছে।
বশুত বশুত ধন্যবাদ থাকিল
Shahenaz , beti feel proud of you, best wishes
Taur khothabur hune bohut val lagil.bahera akhon dakhor kotha gom palu.agbahe juwa
Bhout khni kotha janibo parilu hundor lagise tumar kotha bur bhout hundor lagise very beautiful voice
Aiyahe manuh❤
Atia nijor dekhor karone kam kora aru aguai jua thanks
Carry on🎉
Iman dhunia ke koise.. val lagise..
Very nice speech very good smile and long life long life
Bahut bahut val lagil, senaz sahen bak, aro akbahe jauk esore akibad korak,
Great job ba...... God bless you
I salute your experience👍
স্বেহননব Happy' Your Journey 🎉🎉🎉
Very brilliant
Bohut Level ..
Gr8 program
We also proud you sahnab you are Assamis
Bhut bhut chundor
Uff love❤ you Ba val lagil
Bohut bhal lagil.
Dhanyawad sehnaz ba , bahut val lagil aponar kotha bilak xuni , aponar xokolo mohila xahohi hobo lage, allah talai aponar monor itcha puron korok, ameen ,
Nice programme. Kotha khini bor dhunia ke koisa
Very courageous. God help you.
Very intelligent girl ❤ ei muhurto ekhon kitabotkoiu kom nohoi ..
Fine the discution
Great job. Wish you🎉from iraq
কথাবোৰ শুনি বহুত ভাল লাগিলে, interesting , সাধু কথা শুনা নিচিনা লাগিল, নজনা কথা জনিলো।
Good job
কি সুন্দৰ দৰ্শন!
স্বেহননবৰ সাহস মানিব লগিয়া কিন্তু।🎉🎉🎉🎉🎉🎉🎉
Proud of you didi
She is very strong ,God bless you,👃👃
Good life sahnas❤
Bohut Val lagil
Very nice
Nice program
Heartiest bless for sahnz and pronoi da hope again meet both of you for sus type of Farber
Good job sahnaz kip it up. Allah take care always you ameen
সুন্দৰ
She's very intelligent
Very Nice both of you
Kunu ohonkar nai... Dhunia
Excellent presentation
Tair kotha kua style val lagise . Cute 🥰
Very nice interview.
জাতি মাটি ভেটি ৰ কথা চিন্তা কৰি মেধা সকলে দেশৰ বাবে সেৱা আগবঢ়াই যাওক..জদান চিৰিয়া কিয় নিজ দেশ খনত বহুত কৰিৱ লগা আছেম
Kotha bor janibo pari bahut bhal lagil.ata kotha mor manot thaki gol
Tai darmaha kiman paay.
Very good
We proud of you
❤❤
মানৱীয়তাৰ বাহিৰে, এইবোৰ টিচ্ছো পেপাৰ ৰ দৰে দেশ....😮😮😮 এইবোৰ দেশৰ কি মহত্ব আছে বিশ্ব অৰ্থনীতিত...🤔🤔 বিজ্ঞান আৰু প্ৰযুক্তিত....🤔🤔🤔🤔 মিছা সময় অপব্যয়..😮😮😮
She is more Intelligent 🎉
Inspiring
Global love you. Pal lagil
বহুত বহুত ভাল লগিল !
Nice
অভিনন্দন যাচিলোঁ
Right speak
Duwa takil shahin o loi❤❤❤
Thanks
Sehenas alla tumar akhabu puron korok amen
Bostu bostu Val lagil
Umm dewali 😂dekhi thake apuni
nice
ইজৰাইলৰ মানুহ মোৰ সৈতে সম্পূৰ্ণ মিল আছে কাৰন মোক যদি কোনোবাই জোকাই লয় মই কিন্তু এৰাত নাই
Kotha kuwar hoili bor dhuniya baa gorakir....vogobane kukhole rakhok
Apuni india &Assam hoi kam korak
Salute Snehnab Sahin. God bless you, Keep it Up...