Bongaigaon School Teacher Beats Student | বঙাইগাঁৱত মানৱৰূপী শিক্ষকৰ দানৱীয় কাণ্ড। N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • Bongaigaon School Teacher Beats Student | বঙাইগাঁৱত মানৱৰূপী শিক্ষকৰ দানৱীয় কাণ্ড।
    কণমানি তিনি ছাত্ৰক ৬০ বাৰ কানত ধৰি উঠা- বহা।
    চৰ, কোব আৰু শেষত গলত চেপি ধৰাৰ গুৰুতৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে।
    বাইট
    হোমৱৰ্ক নকৰা বা অনুচিত আচৰণৰ বাবে শিক্ষকে বিভিন্ন প্ৰকাৰৰ শাস্তি দিয়ে। পিছে এই পাষাণ শিক্ষকৰ ছাত্ৰৰ ওপৰত খং উঠিল অন্য কাৰণত।
    সোমবাৰে আহাৰ বিৰতিৰ সময়ত তিনি কনমানি ছাত্ৰই খেলি থাকোতে বাঁহৰ টুকুৰা এটা চিটিকি গৈ শিক্ষক গৰাকীৰ চাৰিচকীয়া বাহনত পৰিছিল। তাতে খৰ্গহস্ত হৈ শিক্ষক সঞ্জীৱ ৰায়ে তিনি ছাত্ৰত মাৰপিট কৰাৰ লগতে ৬০ বাৰ কানত ধৰি উঠা-বহা আৰু শেষত গলত চেপি ধৰে।
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #bongaigaonteacher #bongaigaonschool #studentsbeatenbyteacher #news18assamoriginals
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 165

  • @deepjyotihrishikesh
    @deepjyotihrishikesh หลายเดือนก่อน +7

    এতিয়াও এনেকুৱা অভিভাবক আছে।
    লৰা ছোৱালী কত ভাল হব।।

  • @jagadishgoswami3494
    @jagadishgoswami3494 5 หลายเดือนก่อน +45

    এনেকুৱা ধৰনৰ গাৰ্জেন ৰ ল'ৰা ছোৱালী স্কুল ত পঢ়িলে ল'ৰা ছোৱালী য়ে শিক্ষকক নমনা হ''বয়।

  • @nogengogoi6835
    @nogengogoi6835 23 วันที่ผ่านมา +8

    এই জন অভিভাৱক আৰু বেছি দিন ৰব নালাগে তাৰ ৰিজাল পাব ঘৰত।

  • @mainudavi9510
    @mainudavi9510 5 หลายเดือนก่อน +62

    অভিভাৱকর কাৰনে ল'রা ছোৱালী বেয়া হয়

    • @ab.barkhiya786
      @ab.barkhiya786 5 หลายเดือนก่อน +3

      Right

    • @rinku97836
      @rinku97836 4 หลายเดือนก่อน +3

      nijor tu kubale gm pabi tohot

    • @rahulbukkubhattacharjee640
      @rahulbukkubhattacharjee640 4 หลายเดือนก่อน +1

      nijor tu kubale gm pabi tohot

    • @Crazikboys
      @Crazikboys 22 วันที่ผ่านมา

      Aji darrangot ki hol Sai laok...aponaloke porhote kiman sasti paisil anubhav korok

  • @beautifulvillagers5017
    @beautifulvillagers5017 5 หลายเดือนก่อน +9

    আমি আমাৰ ল'ৰা - ছোৱালীৰ সুন্দৰ শৈক্ষিক - চাৰিত্ৰিক বিকাশৰ কাৰণে আমি সকলোৱে সকলোকে স-সন্মান জনাই , সকলোৱে সমানে গুৰুত্ব দি ( অভিভাৱক, শিক্ষক - শিক্ষয়িত্ৰী , ওচৰ - চুবুৰীয়া, শিক্ষা - বিভাগ ) এক সুন্দৰ পৰিকল্পিত - সুসংগত ব্যৱস্থাৰে বন্ধুত্ব সুলভ তথা সুন্দৰ শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰিব লাগিব বুলি মই ভাবো। কৃষ্ণ 🙏

  • @puspadhardowarah1932
    @puspadhardowarah1932 5 หลายเดือนก่อน +7

    আজিকালি লৰাবোৰ বৰ দুষ্ট। কলিযুগত এইবোৰ কাল জন্ম হৈছে।কোনোটো লৰাই ভাল"নহয়"বুলিলেই হয়। গতিকে সমাজ খনেও অলপ নজৰ দিব বুলি আশা কৰিলো।লৰাবোৰেও"গুৰু গোসাই নমনা হৈছে।শিষ্টাচাৰ বোলা"বস্তুটোৱেই নাই।আনকি পিতৃ মাতৃকো নমনা হৈছে। হয় নহয় ইফালে"সিফালে মন কৰক।

  • @powerofalisa4325
    @powerofalisa4325 5 หลายเดือนก่อน +22

    গাড়ীখন ডাঙৰ কথা নহয় ।ল'ৰা ছোৱালীৰ যাতে স্বভাৱ ভাল হয় তাৰ কাৰণ হে এনে শাস্তি দিছে ।মাথা নাইকীয়া অভিভাৱক বুজিব লাগিছিল ভালটো বুজিলে বেয়াটো । এনে অভিভাবক ৰ লৰা ছোৱালীৰ পৰা কি আশা কৰিব পাৰি বুজা গ'ল ।গতিকে এইবোৰ কথাত মাথা মাৰি লাভ নাই ।

  • @krishnagogoi1657
    @krishnagogoi1657 5 หลายเดือนก่อน +38

    আমাৰ দিনত চেকনীৰ আগত বিদ্যা আছিল |

  • @bahatipathak7218
    @bahatipathak7218 4 หลายเดือนก่อน +8

    যিয়ে ছাত্ৰ ছাত্ৰীক গোতেই দিন বিদ্যালয় ত ৰাখে সিয়ে জানে ছাত্ৰ কিছুমান ৰ অত্যাচাৰ

  • @depachetia3362
    @depachetia3362 20 วันที่ผ่านมา

    এনে ধৰণৰ অভিভাৱক ৰ বাবে ছাত্ৰ -ছাত্ৰী বাঢ়ি গৈছে।

  • @pabinsarma2989
    @pabinsarma2989 11 วันที่ผ่านมา

    ৰাইজ আৰু শিক্ষকক লগ হৈ আলোচনা কৰক ভাল হ'ব ছাত্ৰ ছাত্ৰী ৰ,,

  • @Ashokrabha-o2q
    @Ashokrabha-o2q 5 หลายเดือนก่อน +5

    দিন বৰ বেয়া , কামত হেলা নকৰিবাৱা। আনৰ কথা চিন্তা কৰিলে নিজৰ খুটি হোৱাৰ সম্ভাৱনা বেছি । স্বভিমান শিক্ষক
    এজনৰ কাৰণে ডাঙৰ বস্তু। অনাগত দিনত সাৱধান হৈ চলিলে হল ।অভিভাৱকৰ সপোন পূৰণ আৰু সন্তানৰ
    নিজৰ চিন্তাৰ মাজত এনেও অলপ অমিল থাকে ।কথাতে কয় , কালৰ কাল
    বিপৰীত কাল। আশা কৰো শৈক্ষিক
    পৰিবেশ অটুত থাকক ,,🙏

  • @hemalatachetia3765
    @hemalatachetia3765 หลายเดือนก่อน +4

    অভিভাৱক সকলে ল'ৰা ছোৱালীক ঘৰত অলপ মান শিক্ষা দিব,,,,
    কোনো শিক্ষক শিক্ষয়িত্ৰীৰে ছাত্ৰ ছাত্ৰীক বেয়া হোৱাটো নিবিচাৰে ।।ছাত্ৰ কেইজনক চৰ,,নামাৰি ভৰিত এচাৰিৰে কোবাই,,ভাত খোৱাৰ পিছত দৌৰা দৌৰি নকৰিবা , বুলি শিক্ষা দিলে ভাল আছিল। ।

  • @ranudas593
    @ranudas593 5 หลายเดือนก่อน +16

    শিক্ষক জনে বেয়া কাম কৰা নাই, বিদ্যালয়ত যদি কিবা ঘতনা হয় শিক্ষকক দোষ দিব,এনেকোৱা অভিভাৱকৰ লৰা ছোৱালি ভৱিষ্যৎ কি হব ,

  • @hemawatiborahboruah7485
    @hemawatiborahboruah7485 19 วันที่ผ่านมา

    আজিকালি ল'ৰা ছোৱালী বেয়া হোৱাৰ একমাত্ৰ কাৰণ হ'ল অভিভাৱক । আগৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষক বুলি কলে কঁপি থাকে সন্মান কৰে কিন্তু আজিকালি ........

  • @bidyadharmilik7427
    @bidyadharmilik7427 24 วันที่ผ่านมา +7

    শিক্ষকক দোষ ধৰাত পাকৈত।নিজৰ ল'ৰা ছোৱালীক ভাল কৰিবলৈ বিশেষ যত্ন নলয়।উচতনি, মাক বাপেকৰ।

  • @mainudavi9510
    @mainudavi9510 5 หลายเดือนก่อน +24

    ল'রা ছোৱালীক উচতাব নালাগে৷

  • @girishchandrasharma5023
    @girishchandrasharma5023 5 หลายเดือนก่อน +11

    কাৰনটো যিয়েই নহওঁক এনেধৰনৰ শিক্ষকৰ কাৰনে আন সকলো শিক্ষক সমালোচনাৰ মাজত সোমাই পৰে / বৰ্তমান শিক্ষা ব্যৱস্থাত কোনো শাস্তিয়েই ছাত্ৰ ছাত্ৰীক দিব নোৱাৰে /

  • @souravujjwal
    @souravujjwal 4 หลายเดือนก่อน +1

    ভাষাটো কেনেকুৱা

  • @ManikBarman-q3q
    @ManikBarman-q3q 5 หลายเดือนก่อน +1

    Bongaigaonr khbr news poyai nasilu ba aji eman beya khotona hoi ase

  • @Khiraprobha
    @Khiraprobha 21 วันที่ผ่านมา

    এই সাংবাদিক কেইজনৰ কাৰণে সেই বিদ্যালয়খন লৰা ছোৱালী বেছি বেয়া হব

  • @assameseyogafromsimanta8088
    @assameseyogafromsimanta8088 5 หลายเดือนก่อน +5

    Olp man streek hbo a lagbo teacher..soli2 bya hole o teacher dokhi. Student2 marileo teacher dokhi..kes2 ki be..ghr pra olp sakhon kribo lage SATRO bilakok..ji he ovodro hoise soli bilak aji Kali..

  • @dipmoniborah9074
    @dipmoniborah9074 5 หลายเดือนก่อน +16

    যি জনে উঠা বহা কৰাইছে তাক ৰাইজে ধৰি ১০১ বাৰ উঠা বহা কৰিবলৈ দিলেই হল

    • @mainudavi9510
      @mainudavi9510 5 หลายเดือนก่อน

      চরকারী বিদ্যালয়লৈ এদিন যাবা,,,,,, নিজৰে খঙ উঠিব ল'রাছোরালীর বদমাছী দেখিলে,,,,, বাধ্য হ'বা কবলৈ যে,,,,,,চার আপোনালোকে বেত ল'ব

  • @debenborah1326
    @debenborah1326 5 หลายเดือนก่อน +6

    Aji kali Akanman kothate Bohut Thait kewal Shiksakok besi dukh diye. Eyar pholot Satra bur besi beya hoise. Gotike Aku nokorai val.

  • @maramidey9626
    @maramidey9626 5 หลายเดือนก่อน +3

    Student nok nijor Lora buli vabibo lage SIR

  • @puspadhardeka5665
    @puspadhardeka5665 4 หลายเดือนก่อน +3

    Sarkari school teacher ar katha nuhunar babe . Parhat pispari thake. Atia techar a khana khujise jetia maaf kari diba lage. Aaji Kali Lara kiman hadhu sabei Jane.

  • @pobitraboruah9266
    @pobitraboruah9266 หลายเดือนก่อน +1

    অভিভাৱক সম্পূৰ্ণ ভুল ইহঁতৰ লৰা ছোৱালী আৰু বেয়ালৈ গতি কৰিব

  • @AbdulHakim-d7t
    @AbdulHakim-d7t 18 วันที่ผ่านมา

    শিক্ষকে কৰিলে ভালটো অভিভাৱকে বুজিলে বেয়াটো ।

  • @taralipegu5259
    @taralipegu5259 19 วันที่ผ่านมา

    কথা শুনকছোন তেওঁৰ চৰকাৰী স্কুল হে বোলে,মানে চৰকাৰী স্কুলত ছাত্ৰ ক শাসন কৰিলেও শিক্ষকৰ দোষ আৰু নকৰি ছাত্ৰৰ মাজত কিবা অঘটন ঘটিলেও শিক্ষকৰ দোষ ,কি যে সমাজ খন হব গৈ আছে নহয়

  • @prabinrabha6855
    @prabinrabha6855 19 วันที่ผ่านมา

    বাঁ‌হৰ চিকিনি আৰু আথু কাৰাবি কিন্তূ কান তলিআ চৰ নমাৰিবি মাস্তৰ আৰু ছাত্ৰৰ ভালৰ কাৰনে কৈছো

  • @dipildutta1545
    @dipildutta1545 5 หลายเดือนก่อน +1

    আপোনাৰ তি ছাত তো ছাই বুজিছো আন মাস্তৰ কথা ছাইচু ছাতিক শৰিৰৰ ত হাত লগাই আপোনি তাতকৈও ওপৰত

  • @mantudas3746
    @mantudas3746 5 หลายเดือนก่อน +2

    আজিকালি আপোনালোকৰ বেছিভাগ শিক্ষক শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাট মোবাইল পিটিকি থাকে কিয়? আপোনালোকে ভাবকচোন ছাত্ৰ ছাত্ৰীয়ে পঢ়াত মন দিব কেনেকৈ ?

  • @anjoyborah3129
    @anjoyborah3129 5 หลายเดือนก่อน +2

    News chenelok atai reqest apunaluke education m.sirk sokut pelauk.hei teacher 2k teacheror full from hudhibo lagisil.studentr mrm korib lagene garik mrm korib lage.vangi dibo lagisil leura gari khon.

  • @pobitraboruah9266
    @pobitraboruah9266 หลายเดือนก่อน

    ইহঁত মিয়া খেদিব লাগে অসমৰ পৰা

  • @Crazikboys
    @Crazikboys 22 วันที่ผ่านมา +1

    Teacherok anekua korib nalage .....darangot tar porinoti ki hoise Sai lowk.....aponaloke lora soapik uthai dise....

  • @pobitraboruah9266
    @pobitraboruah9266 หลายเดือนก่อน

    ইহঁতে অসমীয়া ভালদৰে কবই নোৱাৰে কিয় ।

  • @taralipegu5259
    @taralipegu5259 19 วันที่ผ่านมา

    কি যে কয় নহয়,টিফিনৰ সময়ত যদি ছাত্ৰৰ মাজত কাজিয়া লাগি কিবা অঘটন হ'ল আপোনালোকে নুশুধিব জানু শিক্ষক সকল কত আছিল বুলি, এতিয়া আকৌ শিক্ষকক দোষ দিব আহে

  • @Niku_Mix_Vlogs
    @Niku_Mix_Vlogs 19 วันที่ผ่านมา

    চৰ মাৰিলে মৰি নাযায় কিন্তু আজি দিনৰ স্কুল বোৰৰ ছাত্ৰক শাসন নকৰিলে নহব শিক্ষক জনে ভালেই কৰিছে

  • @pabinsarma2989
    @pabinsarma2989 11 วันที่ผ่านมา

    অনুশাসন হৱ লাগে বিদ্যালয় ত নহ'লে উদ্বতালি হ'ব ছাত্ৰ ছাত্ৰী ৰ

  • @kramsakilingyoutube2286
    @kramsakilingyoutube2286 5 หลายเดือนก่อน +3

    মাৰা মানুহ জনকো অলপ মাৰিব লাগিছিল

  • @hemkantaborah7434
    @hemkantaborah7434 20 วันที่ผ่านมา +1

    বেয়া ল'ৰাছোৱালীবোৰৰ মাক দেউতাকো বেয়া। অসভ্যৰ সন্তান কেতিয়াও ভাল নহয়। নিজেও নীতি শিক্ষা শিকক, সন্তানকো শিকাওক।

  • @kavita289
    @kavita289 5 หลายเดือนก่อน +3

    Gurur monot dukh di kuneu unnati nohoi

  • @hanseali1924
    @hanseali1924 หลายเดือนก่อน

    শিক্ষকে যদি গাড়িখনে ছৱানাই তেখেতে ভালৰ কাৰনে কৰিছিল কিন্তু নিশ্বয় ৰাইজে বেছি কৰিলে।ৰাইজে এইতোৱো ভাবিব লাগিছিল খৰিৰ টুকুৰাতো জদি গাড়িত নালাগি আন লৰাজনৰ চকুৱে চকুৱে কৰবাত লাগিল হৈ তেতিয়া কি হলেহৈ

  • @abhijitborah5499
    @abhijitborah5499 5 หลายเดือนก่อน +7

    লৰা ছোৱালীয়ে খেলা ধুলা কৰিবই । আপোনাৰ গাড়ীত দাগ লগাবই। লগাব দিব লাগে।😂

  • @bhargabdeka733
    @bhargabdeka733 5 หลายเดือนก่อน +7

    Ane teacher k raije pura pitibo lage.. ..

    • @mainudavi9510
      @mainudavi9510 5 หลายเดือนก่อน

      সেই কাৰণে চরকারী বিদ্যালয় ধঙখ। মাচতরে লরাছোরালিকএকো ননোকোৱা হ'ল। মাকদেউটাকে ঘৰত একো শাসন নকৰে।শিক্ষকে যিকন শাসন কৰে তাকো বাধা। বেয়া কথা। আমাৰ দিনৰ কথা মনত পেলোৱাছোন

  • @aaronbaro9233
    @aaronbaro9233 5 หลายเดือนก่อน +4

    I have noticed that guardians are not thinking of their future of their children ..lot of parents just sent their children to school but there is not found any coordination among the teacher parents and the whole blames goes to teacher...so I request teacher not to do any rude action because the ultimate blame goes to teacher.I know teacher has pressure upon them but teacher must cautious in such a society where no respect, no responsibility, and not even think about morality and ethical think. This teacher I admit that he has done mistake and crossed the limit to give moral lesson. I request all the teachers that in today's life you will get nothing even after doing so much god so think of reasonable and I think it is not the responsibility of teacher to control the children because guardians don't want you to do that .but you must inform the things to parents and let them control their children and if they can't then simply dismiss that student from the school holding meeting and with the approval of higher authority

  • @Bray12322
    @Bray12322 5 หลายเดือนก่อน

    Kunthar te school ekhan

  • @dipjyoti6416
    @dipjyoti6416 4 หลายเดือนก่อน

    Video to ci kiba ata vl lagice kintu ke vl lagice gom a npng

  • @Gkgg834
    @Gkgg834 21 วันที่ผ่านมา

    Punishment dileo daai . Nidileo sipajharar dore teacher r phasir dabi

  • @WhatsthehellXyz
    @WhatsthehellXyz หลายเดือนก่อน +1

    শিক্ষক জন আইনৰ উদ্ধত নেকি ? আমি সততে আইন শৃংখলা ৰক্ষাত নিয়োজিত পুলিচ প্ৰশাসনৰ একাংশ বিষয়া কৰ্মচাৰীৰ অহংকাৰী চৰিত্ৰ আৰু "মোক কি কৰিব পাৰিব" বুলি সাধাৰণ জনতাক অত্যাচাৰ উৎপিৰণ কৰা কথালৈ তেওঁলোকক সমালোচনা কৰি থাকোঁ। কিন্তু চৰকাৰী বেচৰকাৰী শিক্ষনুষ্ঠান সমূহৰ কিছুমান শিক্ষকে ছাত্ৰ ছাত্ৰীক কৰা মানসিক, শাৰীৰিক অত্যাচাৰৰ চলাই থকাৰ বিষয়ে অজ্ঞাত। পুলিচত কৈ এওঁলোকে কৰা অত্যাচাৰ কোনো গুনে কম নহয় ।
    অভিভাৱক সকলে সদায় শিক্ষক বুলি, ল'ৰা ছোৱালীৰ ভালৰ বাবেই বুলি এনে শাৰীৰিক মানসিক শাস্তি বিহা শিক্ষক শিক্ষয়িত্ৰী সকলক ক্ষমা নকৰি বিভাগীয় অনুশাসনৰ বাবে উচ্চ মহলত জনাব লাগে।
    এনে অত্যাচাৰী শিক্ষকক ৰাইজে উচিত শিক্ষা দিবলৈ ব্যৱস্থা কৰিব লাগে।

  • @jyotishdeka5437
    @jyotishdeka5437 หลายเดือนก่อน

    বয়স অনুপাতে শাস্তি দিয়া ভাল। অমানৱীয় হ'ব নালাগে।

  • @Riyan...168
    @Riyan...168 19 วันที่ผ่านมา

    Aapuni eku vul kora nai sir, anekua punishment diboi laage

  • @kunalchoudhury6396
    @kunalchoudhury6396 5 หลายเดือนก่อน +2

    Thike krise ako beya kra nai

  • @ParchiPhukan748
    @ParchiPhukan748 19 วันที่ผ่านมา

    মাক বাপেক বেয়া। লৰা ছোৱালীক শাসন কৰিলে শিক্ষক বেয়া হয়।

  • @DibakarRay-u1z
    @DibakarRay-u1z 20 วันที่ผ่านมา

    চাৰ আপুনি ভাবিহ লাগে এনেকাহ কৰিবহ নালাগেহ আৰ লৰা বিলাক ধুআ তুলিখিৰ পাত নয়

  • @pobitraboruah9266
    @pobitraboruah9266 หลายเดือนก่อน

    অভিভাৱকৰ ভুল লৰা ছোৱালী শিক্ষকে কিবা এটা বেয়া দেখিলে পিটিব ই । অসমীয়া কব নাজানে সেইবোৰ বাংলা দেশী হয়

  • @bitulphukan2812
    @bitulphukan2812 5 หลายเดือนก่อน

    Teacher,s good thinking

  • @nikunjachoudhury2945
    @nikunjachoudhury2945 5 หลายเดือนก่อน +2

    Tak valkoi dhor

  • @manashbora8759
    @manashbora8759 5 หลายเดือนก่อน +3

    Kisuman student e over utpat kore

  • @baharali8785
    @baharali8785 26 วันที่ผ่านมา

    D.I. office ot complain diyak.

  • @nayanart532
    @nayanart532 4 หลายเดือนก่อน +1

    Sir nijor Kam nije kori jaok adin oitor oit obo.

  • @papitaburagohain442
    @papitaburagohain442 19 วันที่ผ่านมา

    Dohta sor kom hol ,mur lora hole dohdal jeura vangilu hoi.kotha kobole ahe😮

  • @DibakarRay-u1z
    @DibakarRay-u1z 20 วันที่ผ่านมา

    কি কবিহ আৰ এই বিলাক হয় হয় আৰ

  • @TulikaBaishya-l2p
    @TulikaBaishya-l2p 5 หลายเดือนก่อน +1

    Bhal kam nokorile kintu

  • @BituponSaikia-n5m
    @BituponSaikia-n5m 4 หลายเดือนก่อน +1

    এই মানুহ বিলাকৰ জ্ঞান নাই,,,

  • @SashinraRabha-mg1de
    @SashinraRabha-mg1de 5 หลายเดือนก่อน +1

    SDM ase SDO ase... complaint korile hl...mui thakba lagsil ki rule ase dekhai dilu hoi

    • @binapanitalukdarbinapanita2559
      @binapanitalukdarbinapanita2559 5 หลายเดือนก่อน

      শিক্ষকজনক দেখাতেই দাম্ভিক আৰু অহংকাৰিজেন লাগে ।কোনোবা ভিক্ষাৰিৰ সন্তান চালা সি।

  • @DevaBharali-sb4nk
    @DevaBharali-sb4nk 5 หลายเดือนก่อน +1

    Master he 😂😂😂😂 ki kotha huna

  • @puronpayeng7151
    @puronpayeng7151 หลายเดือนก่อน

    সৰু লৰা ভুল হব পাৰে ....

  • @poragdas3818
    @poragdas3818 5 หลายเดือนก่อน +3

    Tika fota kub dile thik hoi jabo

  • @charitradowarahcharitradow106
    @charitradowarahcharitradow106 5 หลายเดือนก่อน

    vabai vokti so anuhakhon lage schoolot nohole studentor future kanekoi val hobo amku.schoolt.maresel kintu amr ma dewta hote oppose kora nasel so ajru olp ...... sartdha upoja teacherloi . so lorak lai please nidibo teacherok oprmn kota mane lora future spoil hoi bohut example asai socityt.......so emanote left kor9k . repoter hokoleu.base questions.arise nokorenjen please

  • @rubulswargiary2560
    @rubulswargiary2560 2 หลายเดือนก่อน

    Punishmnt diyar o.limit atah thakibo lagei..jatei lora sowalir jidegi dehar ongo hani nohoi...dusto..xanto sob jegath aasei kintu sob school ,teacher wr logoth kio nohoi..?Teachr wr o..xoijyo,giyanwr proijon hoi sagei......

  • @pradhanharendra784
    @pradhanharendra784 หลายเดือนก่อน

    Teacher transfer korak aru dismiss from service

  • @thearthashira
    @thearthashira 4 หลายเดือนก่อน

    Manuh tu agor porai enekua

  • @nabajitdutta5984
    @nabajitdutta5984 5 หลายเดือนก่อน +5

    Tet master nki valke piton dibo lage 👉👊👊

    • @educationentertainment9297
      @educationentertainment9297 5 หลายเดือนก่อน

      আইনে বিচাৰ কৰিব কিন্তু আপোনি টেট শিক্ষকক টানি আনিলে যে কিয় ।

    • @techassam3121
      @techassam3121 5 หลายเดือนก่อน +1

      Tet r kita besi ustadi..... piti dibo Lage. Moi di thoisu atak

    • @anilbasumatary2260
      @anilbasumatary2260 5 หลายเดือนก่อน

      Panis nidile nohai ? Soli sason koriboi lagibo.

    • @monojbora1924
      @monojbora1924 5 หลายเดือนก่อน

      Toi atiya ki koro ​@@techassam3121

    • @PranjalDaimary-i2k
      @PranjalDaimary-i2k 4 หลายเดือนก่อน

      ​@@techassam3121 hikkhikok dokh di luv nai

  • @rinku97836
    @rinku97836 4 หลายเดือนก่อน +2

    iyako kubabo lage bahirot ani

  • @hirimbabrahma6056
    @hirimbabrahma6056 5 หลายเดือนก่อน

    Punishment dile latidalo vangibo nalage hapo moribo nalage, anekoa koribo lage sir.Aponi Agote Stamp peparot likibo dibo lagisil.

  • @Mainudevi-v4p
    @Mainudevi-v4p 28 วันที่ผ่านมา

    Amar dinat ma deuta hate mastorok koisile sir maram nkriba pitiba.khei dekhi aji ami udvandali nhy

  • @maminurrahman8683
    @maminurrahman8683 5 หลายเดือนก่อน

    aponaloke lora sowali dokh nokora buli vabise neki ? adin kin2 postab aponaloke

  • @dibyahazarika9694
    @dibyahazarika9694 5 หลายเดือนก่อน +1

    চাকৰি কৰি এখন ঘৰ ভালদৰে চলাব নোৱাৰা শিক্ষক কেইটাৰ বৰ দম হৈচে,,,, সিহঁতৰ কানত ধৰাই উথ বহ কৰাব লাগে

  • @snwlaxom
    @snwlaxom 5 หลายเดือนก่อน +4

    Heye aji kalir lora mak bapekok mani sole

  • @rinkushivam8759
    @rinkushivam8759 2 หลายเดือนก่อน

    Dhanor gaurow

  • @Protim-b1l
    @Protim-b1l 5 หลายเดือนก่อน +3

    Agora din ni atia ,anekua teacherk upjuktoko hasti dibo lage,anekua ai assamt bohut ase aitur nicina mastor,sorkaror dormoha Khai ehotok tell fatise,

  • @Rotten_brains
    @Rotten_brains 4 หลายเดือนก่อน

    Moi puwa hole bostat bhorai pitilu hoi hei student ru guardian k.

  • @DhaniramTaid-n2t
    @DhaniramTaid-n2t 4 หลายเดือนก่อน

    Teacherok anedhorone anhibabak hokole complain diyar karoneoi ajir lora chiali bilak bhal hua nay

  • @anjoyborah3129
    @anjoyborah3129 5 หลายเดือนก่อน

    1st teacher full from jani hokoluwe comment ķork.

  • @KD12780
    @KD12780 5 หลายเดือนก่อน +5

    Suspension kribo lage...aru Jail t pothabo lage..

  • @RajendraMashahary
    @RajendraMashahary 5 หลายเดือนก่อน

    Schoolot lora soaliborok Val koriboloi olop sasti diyat obhibhaok sokole ena hul stul poribesh anibo nalage nohoy.

  • @techassam3121
    @techassam3121 5 หลายเดือนก่อน +4

    Aibur sorkari school mastor students karu ortho nai

  • @Mainudevi-v4p
    @Mainudevi-v4p 29 วันที่ผ่านมา

    School t kisoman lorai bhut badmas kre.Teacher hoi alap sabdhan kriboi .Tate kisoman garjene aidre asaran krile aru beya hobo.Reporter boreu vool kre

  • @koushiksankar8490
    @koushiksankar8490 หลายเดือนก่อน

    Mahaxai tumar gari khan kiniba pariba kintu manuh kiniba pariba, tumiu xarute tenei asila,school xumuwa pasat lara suwali daitya tumalukar,xaxan tenedare nahai,student r addarar hba jatna loba,,,,,,retd Army,,,,

  • @BinaGohain-un2ot
    @BinaGohain-un2ot 4 หลายเดือนก่อน

    Student e hikhyokor morjyoda Hani korile student odhopoton jai

  • @jitupandas7876
    @jitupandas7876 5 หลายเดือนก่อน +1

    Huset haste laga

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z 5 หลายเดือนก่อน

    শিক্ষক জনে স্বীকাৰ উক্তি দিছে তু।

  • @anjanborman3847
    @anjanborman3847 4 หลายเดือนก่อน

    Ami porha kalot sire amak rul marire marisil , ghorot kintu kuwa nasilu , karon ghorot kole maye ulutai maribo

  • @ushakalita3272
    @ushakalita3272 21 วันที่ผ่านมา

    লৰাও ভাল নহয় আজি কালিৰ

  • @upenpokhrel1740
    @upenpokhrel1740 4 หลายเดือนก่อน

    Teacher a mak bapekar nam loi gali paribo napay,valkoi bujai kale hol dekhun ...

  • @SurjaBasumatary-yf2eu
    @SurjaBasumatary-yf2eu หลายเดือนก่อน

    Mastor hol buli nijok dhowur hol buli vabise

  • @BubulBaruah-bq5wh
    @BubulBaruah-bq5wh หลายเดือนก่อน

    লাথি দি খেলেনে।

  • @Travelwithjintu
    @Travelwithjintu 5 หลายเดือนก่อน +1

    Tet mastor na olp lebel tu desi je agi loi jimn scl dekhisu tet tichar bilke class kora bad di pala mra bhire ako ni ulta piton diyok mastor giri ulaijbo

  • @BimolaBasumatary-y1j
    @BimolaBasumatary-y1j 5 หลายเดือนก่อน

    Anekwi harahasti korile tomaloke lorosoali beahobo