আজি অনুষ্ঠিত হ’ল বহু প্রত্যাশিত দিল্লী বিধানসভা নিৰ্বাচন...কাৰ পক্ষত দিল্লীৰ জনতা?

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • আজি অনুষ্ঠিত হ’ল বহু প্রত্যাশিত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গ্রহণ। পিতৃ-মাতৃক হুইল চেয়াৰত বহুৱাই ভোটদানৰ বাবে ওলাই আহিল প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু সুনীতা কেজৰিৱাল। ইপিনে, ভোট গ্রহণৰ দিনাও অব্যাহত থাকিল আপ-বিজেপিৰ অভিযোগ-প্রতিঅভিযোগৰ ৰাজনীতি। দিল্লী আৰক্ষীয়ে বিজেপিক সহায় কৰাৰ অভিযোগ আপৰ।
    #PratidinTime #delhi #BJP #AAP #DelhiElection2025

ความคิดเห็น • 14

  • @RAHUL1975AMIN
    @RAHUL1975AMIN 9 ชั่วโมงที่ผ่านมา +3

    BJP❤❤❤❤❤❤❤❤

  • @movieclips9771
    @movieclips9771 9 ชั่วโมงที่ผ่านมา +3

    BJP 40+❤

  • @BhabeshSarma-p4s
    @BhabeshSarma-p4s 8 ชั่วโมงที่ผ่านมา +1

    আপ এইবাৰ শেষ। অতি লোভেই কাল হ'ল অৰবিন্দ কেজিৰয়ালৰ । কেৱল মাত্ৰ দুখন ৰাজ্যত জয় হৈ প্ৰধান মন্ত্ৰী হোৱাৰ মন কেজৰিয়ালৰ !!! আন্না হাজাৰেৰ নেঙুৰত ধৰি দিল্লীৰ জনতাৰ লগত চিনাকি হৈছিল তেওঁ এতিয়া সেই আন্না হাজাৰে আৰু নাই । বেছি গৌৰৱী হৈ লাভ নাই। এয়াই শেষ নিৰ্বাচন অৰবিন্দ কেজিৰয়ালৰ। তেওঁ সাধাৰণ জনতা হৈ যাব নহ'লে আকৌ জেইল যোৱাৰ বাবে সাজু হৈ থাকক ।

  • @bishalsarma5306
    @bishalsarma5306 8 ชั่วโมงที่ผ่านมา

    কেজৰিৱল গ্ৰেছ কৰি হলেও জিকিব বিজেপি আসন বৃদ্ধি হব কংগ্ৰেছ 5/7 খন পাব সেয়ে হব

  • @GCbhuyan
    @GCbhuyan 9 ชั่วโมงที่ผ่านมา +4

    Only BJP 40+

  • @mohankumarsingh1040
    @mohankumarsingh1040 7 ชั่วโมงที่ผ่านมา

    অকল দিল্লিতে নহয় ভাৰতবৰ্ষত ভোট যুদ্ধত বিজেপিক পৰাজিত কৰাটো অসম্ভ। কাৰণ দিল্লীত এতিয়া পৰিবেশ প্ৰদূষণ বা যমুনা নদীৰ প্ৰদূষণ এইবোৰ কোনো ইচ্ছু নহয়, এতিয়া ভাৰতীয়ৰ একমাত্ৰ ইচ্ছু একাউন্টত টকা সোমাইছে নে নাই ?

  • @KarmajitSaikia-h4h
    @KarmajitSaikia-h4h 8 ชั่วโมงที่ผ่านมา

    আৰু ৫ বছৰ দিয়ক যমুনা চাফ কৰি দিম(আৰু কিমান দিন)

  • @Basu123B
    @Basu123B 9 ชั่วโมงที่ผ่านมา +5

    কেজৰিৱাল

    • @movieclips9771
      @movieclips9771 9 ชั่วโมงที่ผ่านมา +1

      BJP 50+

    • @INDIAN787-MH
      @INDIAN787-MH 8 ชั่วโมงที่ผ่านมา

      Ab ki bar 400 par 😂
      Flp😅😅

    • @prabalbordoloi7918
      @prabalbordoloi7918 8 ชั่วโมงที่ผ่านมา

      ঘোৰ অপমান 😂

  • @tarunchdeka.12
    @tarunchdeka.12 8 ชั่วโมงที่ผ่านมา

    BJP luckily win but turf to achieve majority.

  • @roserbro1917
    @roserbro1917 7 ชั่วโมงที่ผ่านมา

    Om sudantai namaha ultai sud paltai sud maldaror mal sud al sud bal sud al bal kela