ড০ সমুজ্জ্বল ভট্টাচাৰ্য আছুৰ বাবে সম্পদ নে আপদ?

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.พ. 2025
  • ▶️ ৰাজনৈতিক নেতা বনোৱা ফেক্টৰী নেকি আছুৰ মজিয়া?
    ▶️ আছুৰ মজিয়া গৰকি মন্ত্ৰী-মুখ্যমন্ত্ৰী হ’ল অনেকজন
    ▶️ শাসক-বিৰোধী উভয় পক্ষতে বিধায়ক হৈ আছে বহু প্ৰাক্তন আছু নেতা
    ▶️ পৰৱৰ্তী সময়ত এনে ৰাজনৈতিক নেতাই কিয় হেৰুৱাই ৰাইজৰ আস্থা?
    ▶️ আছুৰ আদৰ্শৰে উজ্জীৱিত ছাত্ৰ নেতা পিছত হৈ পৰে নেকি পথভ্ৰষ্ট?
    ▶️ দীৰ্ঘদিনে আছুৱে কৰি আহিছে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম
    ▶️ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত কিমান সফল আছু?
    ▶️ ৰাজ্যৰ বহু জ্বলন্ত ইছ্যুত কিয় নিৰ্বিকাৰ হৈ ৰয় আছু?
    ▶️ চৰকাৰৰ লগত আছুৱে সময়ে সময়ে কৰি আহিছে নেকি গোপন বুজাপৰা?
    ▶️ CAAক লৈ কি হ’ব আছুৰ পৰৱৰ্তী পদক্ষেপ?
    ▶️ খিলঞ্জীয়া সংজ্ঞা নিৰূপণ নহ’ল আজিকোপতি, আছুৰ স্থিতি কি?
    ▶️ এতিয়াৰে পৰা ৰাজ্যৰ কোনবিলাক জ্বলন্ত সমস্যাক লৈ সৰৱ হ’ব আছু?
    ▶️ আছুত ড০ সমুজ্জ্বল ভট্টাচাৰ্যৰ ভৱিষ্যৎ কি?
    ▶️ ড০ সমুজ্জ্বল ভট্টাচাৰ্য আছুৰ বাবে সম্পদ নে আপদ?
    ▶️ বিদেশী বিতাড়ন আন্দোলনৰ ব্যৰ্থতাৰ বাবে প্ৰকৃততে দায়ী কোন?
    ▶️ সকলো জাতি-জনগোষ্ঠীক একত্ৰিতকৰণত আছুৰ ভূমিকা কি?
    ▶️ ৰাজ্যৰ বৰ্তমান শিক্ষা ব্যৱস্থাক লৈ আছুৰ দৃষ্টিভংগী কি?
    ▶️ চৰকাৰী শিক্ষা ব্যৱস্থাৰ অধোন্নতিৰ দিশটোহে প্রায়ে চকুত পৰে
    ▶️ ইয়াৰ বিপৰীতে শিক্ষাৰ ব্যক্তিগতকৰণ সন্দৰ্ভত কি স্থিতি আছুৰ?
    ▶️ অকলে দান-বৰঙণি সংগ্রহৰ বাবেই বহুতেই কৰে নেকি আছু?
    ▶️ একোটা কালজয়ী আন্দোলনৰ বাবেই ভিন্ন সময়ত শিৰোনামত আছু
    ▶️ মাধ্যম আন্দোলন, খাদ্য আন্দোলন, বিদেশী বিতাড়ন আন্দোলন...
    ▶️ আৰু শেহতীয়াকৈ ‘কা’বিৰোধী আন্দোলন
    ▶️ আছুৱে সদায় কেৱল আন্দোলনে কৰি যাব নেকি?
    ▶️ একবিংশ শতিকাৰ বাবে ছাত্ৰ সমাজক সাজু কৰিবলৈ আছুৱে কি কৰিছে?
    ▶️ এই প্রশ্নবোৰৰ আজি NKTVৰ ষ্টুডিঅ’ত উত্তৰ দিব আছুৰ শীৰ্ষ নেতৃত্বই
    ▶️ ষ্টুডিঅ’ত প্রথমবাৰলৈ আছুৰ নৱনিৰ্বাচিত সম্পাদক সমীৰণ ফুকন
    ▶️ লগত থাকিব সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মা
    ▶️ সবিশেষ Consulting Editor প্ৰণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’ত

ความคิดเห็น • 35

  • @prabitachutia448
    @prabitachutia448 4 วันที่ผ่านมา +17

    অপ্ৰিয় হ'লেও সত্য যে আজিৰ তাৰিখত আছুক অসমৰ জনসাধাৰণে সমূলি বিশ্বাস কৰিবলৈ এৰি দিছে , ইয়াৰ কাৰণ আছু নিজেই হেনো বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে

  • @hiranmayedeka2520
    @hiranmayedeka2520 4 วันที่ผ่านมา +4

    উৎপল শৰ্মাক বহুত বহুত ধন্যবাদ, 100%চিৰসত্য উত্তৰ দিছে। জয় আই অসম,

  • @MridulBorah-o2b
    @MridulBorah-o2b 6 ชั่วโมงที่ผ่านมา

    জয় আই অসম। সদৌ অসম ছাত্ৰ সন্থা দিঘায়ু কামনা কৰিলোঁ।
    বহুত ভাল লাগিল। উদেশ্য আৰু কাৰ্য্য পন্থা সুন্দৰ।

  • @ramenchetia943
    @ramenchetia943 4 วันที่ผ่านมา +11

    আছু নেতাই গণি গণি শেষ কৰিব নোৱাৰা গাড়ী চলাবলৈ কত পায়।

  • @ganeshneog5905
    @ganeshneog5905 3 วันที่ผ่านมา +2

    উৎপল শৰ্মা second ময়ূৰ বৰা হৈ যাব বিচাৰে। কিন্তু এটা কথা সবে জানে আৰু হয়ো সেইটো হল আছু কৰা শেষ বাসনা হল একোজন দুৰ্নীতিগষ্ট MLA হোৱা । আৰু আছুৱে অকল ৰাজহুৱা বিষয় ত হে পুঁজি ব্যৱহাৰ কৰে। নাহাঁহি নোৱাৰিলোঁ আৰু

  • @SankarjitGogoi-z9j
    @SankarjitGogoi-z9j 4 วันที่ผ่านมา +6

    কোনে কেতিয়া মোট সলাই, ইতিহাসে কৈ আহিছে,,

  • @nabinchungkrang5517
    @nabinchungkrang5517 3 วันที่ผ่านมา +2

    অসমত কেৱল মাথোঁ সংগঠন ৰাজ্য।চাৰিওফালে কেৱল মাথোঁ সংগঠন আৰু সংগঠন।

  • @poranpanging4054
    @poranpanging4054 11 ชั่วโมงที่ผ่านมา

    Jai ai akhom ✊🙏 samiran da zindabad

  • @sanjibkonwar7691
    @sanjibkonwar7691 4 วันที่ผ่านมา +2

    বৰ্তমান অসমত আছো প্ৰয়োজনতা নাই বুলিয়ে ভাৱো

  • @biswajitdas68
    @biswajitdas68 6 ชั่วโมงที่ผ่านมา

    সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ❤

  • @KripanandaNath-s9y
    @KripanandaNath-s9y 4 วันที่ผ่านมา +3

    ছাত্ৰসন্থাই আজিকালি জলন্ত সমস্যাত মাত মাতি সমাধান কৰিবলৈ সাহস কমিছে নেকি ?

  • @commenti5459
    @commenti5459 4 วันที่ผ่านมา +5

    মাইকেলৰ প্ৰাইভেট কোম্পানী

  • @mithunpegu5935
    @mithunpegu5935 4 วันที่ผ่านมา +2

    যুক্তিৰ বাবেই যুক্তি নহয়,বাস্তৱতো কি?

  • @SumanKalita-q5f
    @SumanKalita-q5f 4 วันที่ผ่านมา +4

    ছাত্ৰ শক্তি ৰাষ্ট্ৰ শক্তি 🚩
    জয়তু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)

    • @rahul-y8w5v
      @rahul-y8w5v 3 วันที่ผ่านมา +1

      সদৌ অসম ছাত্র সন্থা✊✊✊✊

  • @thememeworld3910
    @thememeworld3910 3 วันที่ผ่านมา

    জয় আই অসম

  • @kalitakamal1859
    @kalitakamal1859 4 วันที่ผ่านมา +1

    আছু এতিয়া জনসংগ্ৰামৰ থলি নহয়। আছুএ জাতীয় জীৱনত বিশ্বাসযোগ্যতা হেৰুৱায়ছে।

  • @achyutkumarbaruah6947
    @achyutkumarbaruah6947 2 วันที่ผ่านมา

    I think that president and secretary are talent and progress of AASU.

  • @মাতৃ-অসমাআমিখিলঞ্জীয়া

    জয় আই অসম
    উৎপল দাদা আমাৰ গৌৰৱ

  • @santanuduarah7188
    @santanuduarah7188 4 วันที่ผ่านมา

    Bapre eman lomba gari r line 🙏

  • @rahul-y8w5v
    @rahul-y8w5v 3 วันที่ผ่านมา +1

    AASU ✊✊✊

  • @SanatanDas-t6i
    @SanatanDas-t6i 4 วันที่ผ่านมา +1

    AASU Samajjul Bhattacharya r Income source hoy. AASU abihone teor eko Identity nai.

  • @pratuldas6125
    @pratuldas6125 4 วันที่ผ่านมา

    He is the biggest flop leader because of the following - 1. Flop master of NRC 2. Flop master of CAB (CAA) 3. Flop master of Bangladeshi intruders.

  • @naruttamnath8783
    @naruttamnath8783 4 วันที่ผ่านมา +1

    Aasu aru portel news akei

  • @hnhn4094
    @hnhn4094 5 วันที่ผ่านมา +1

    Now a days you people make politicians directly or indirectly

  • @saralmonineog7403
    @saralmonineog7403 4 วันที่ผ่านมา +1

    ফক্কৰ বাজ আলোচনা 👎

  • @Boraanshu
    @Boraanshu 5 วันที่ผ่านมา +1

    Somujjal bhata kotha enake kobo lage ne politiciank kobo lage?

  • @himanjalmedhi3185
    @himanjalmedhi3185 4 วันที่ผ่านมา

    চান্দা কোনে তোলে?? ৰাইজ

  • @kulajitdas5248
    @kulajitdas5248 4 วันที่ผ่านมา

    Gari motar kot paA baru. Satra netaborr paisa kot paA gari motor bor. Sangghthon tor adit hy ne

  • @basantabora1272
    @basantabora1272 4 วันที่ผ่านมา

    Aassu mane C M otke kunu gune kom nohoi

  • @pramodchoudhury6598
    @pramodchoudhury6598 4 วันที่ผ่านมา

    Maghato nahay meghato nahay batahar karane eiman thanda.Aapado nahay Sampado nahay eito dalalhe.

  • @NabajyotiKalita-x5t
    @NabajyotiKalita-x5t 5 วันที่ผ่านมา

    😂😂😂😂😂