সামৰণি পৰিল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, প্ৰকাশ পালে কেইবাটাও সংস্থাৰ EXIT POLL .....

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.พ. 2025
  • সামৰণি পৰিল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰকাশ পালে কেইবাটাও সংস্থাৰ EXIT POLL । একাংশ সংস্থাৰ মতে দিল্লীত বিজেপিয়ে গঠন কৰিব চৰকাৰ। দুই-এক সংস্থাৰ মতে দিল্লীত এইবাৰ হ'ব ওলমা সদন।
    #PratidinTime #AssamNews #delhi #ExitPoll

ความคิดเห็น • 14

  • @hemenchoudhury5917
    @hemenchoudhury5917 5 วันที่ผ่านมา +6

    প্ৰতিদিনৰ বাবে বৰ বেয়া খবৰ৷

  • @greenworldpicture
    @greenworldpicture 5 วันที่ผ่านมา +2

    বিজেপিৰ নিৰ্বাচন আয়োগ আছে তাৰ বাবে 70 পালে কোৱাৰ একো নাই

    • @hindusigma
      @hindusigma 4 วันที่ผ่านมา

      miya spotted

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 3 วันที่ผ่านมา

    BJP EVM extt poll দুই নম্বৰি মোদী চৰকাৰে ইভিএম বেমেজালি চৰকাৰ গঠন কৰিব

  • @lachitgogoi5670
    @lachitgogoi5670 4 วันที่ผ่านมา +1

    Bjp sarkar 100% in Delhi

  • @bhabendoley6151
    @bhabendoley6151 5 วันที่ผ่านมา +2

    এই নিৰ্বাচনৰ পৰা বি যে পি বেয়া দিন আৰম্ভ হব।অসমৰ ছোৱালীয়ে দিল্লীৰ পৰা এই চিগ্নেল দিছে। এটা কথা evm কি কব? উত্তৰ................

    • @dhritirajkashyap1827
      @dhritirajkashyap1827 5 วันที่ผ่านมา

      😂😂😂😂haribo gom pai etiya evm r kotha upai to nai desun na last upai evm a dukh diba lagibo 😂😂

    • @simantasaikia4369
      @simantasaikia4369 4 วันที่ผ่านมา

      Evm temper koribo pora hole central ot BJP a sarkar gothon korile hoi

  • @RanjitRoy-dw5nr
    @RanjitRoy-dw5nr 4 วันที่ผ่านมา

    Protidin 70

  • @pareshdas2570
    @pareshdas2570 5 วันที่ผ่านมา +2

    Exist poll ভুৱা৷

  • @AbhijitChutia-q6y
    @AbhijitChutia-q6y 5 วันที่ผ่านมา

    App❤❤

  • @babulkalita5845
    @babulkalita5845 4 วันที่ผ่านมา

    অসমীয়া ভাষাতে ভালদৰে ক'ব নোৱাৰা। আৰু কেতিয়াবা হিন্দী ইংৰাজী ভাষাত বাতৰি ক'ব লাগিলে কিডাল কবি।

  • @mahendrakalita8549
    @mahendrakalita8549 4 วันที่ผ่านมา

    BJP

  • @AbubkkrAli-hd9eb
    @AbubkkrAli-hd9eb 5 วันที่ผ่านมา

    Bjp,pabo,80,pra90,pabo