গোটেই বছৰ ধনীয়া কেনেকৈ পাব পাৰি (Techniques To Get Coriander Production All Year)

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024

ความคิดเห็น • 24

  • @bijumoniborahvlogs7500
    @bijumoniborahvlogs7500 7 หลายเดือนก่อน +2

    এটা অতি প্ৰয়োজনীয় ভিডিঅ' আগবঢ়ালা ভাল লাগিল 🎉🎉

    • @borahskitchengarden2487
      @borahskitchengarden2487  7 หลายเดือนก่อน

      মন্তব্যৰ বাবে বহুত ধন্যবাদ। সহায় সহযোগিতা আশা কৰিলোঁ। আমাৰ ফালৰ পৰাও সহযোগিতা থাকিব। ধন্যবাদ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  7 หลายเดือนก่อน

      মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ। সহায় সহযোগিতা আশা কৰিলোঁ। আমাৰ ফালৰ পৰাও সহযোগিতা থাকিব। ধন্যবাদ।

  • @bhaskarjyoti_
    @bhaskarjyoti_ 7 หลายเดือนก่อน

    বঢ়িয়া ! ধন্যবাদ

  • @gaurangasaikia2584
    @gaurangasaikia2584 3 หลายเดือนก่อน

    Borah daa borokhun paale khaar uthi mori jaai niki?

    • @borahskitchengarden2487
      @borahskitchengarden2487  3 หลายเดือนก่อน

      টাব বা পাত্ৰত কৰিলে,একাৰাহে বৰষুণ দি থাকিলে আতৰাই থব লাগিব। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

  • @najrulislam-yn3go
    @najrulislam-yn3go 24 วันที่ผ่านมา

    দাদা, ধনীয়া গুটিবোৰ 24 ঘণ্টা তিয়াই থলো। বস্তাৰ মাটিত কটন কাপোৰত বান্ধি পুতি থলো। আজি 10দিন হৈ গল। কিন্তু গজালি ওলোৱা নাই। পৰামৰ্শ দিব বুলি আশা কৰিলো

    • @borahskitchengarden2487
      @borahskitchengarden2487  24 วันที่ผ่านมา

      গুটি খিনিত পানী দি থকা হৈছেনে? সাধাৰণতে ১০/১২/১৫ দিনত গজালি ওলাই যায়। গুটি যোৱা বাৰৰ ফচল হ'ব লাগে। পুৰণি গুটি হ'লেও নগজে।নগজিলে নতুনকৈ ভাল গুটি ল'ব লাগিব। ধন্যবাদ।

  • @lipikaborah147
    @lipikaborah147 5 หลายเดือนก่อน

    Dada atia dhania guti logabo prim n janaboxun

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน +1

      নিশ্চয় পাৰিব । এইটো season ৰ গুটি হ'লে সুন্দৰকৈ গজিব। ধন্যবাদ।

    • @lipikaborah147
      @lipikaborah147 5 หลายเดือนก่อน

      @@borahskitchengarden2487 Dhaynabad

    • @lipikaborah147
      @lipikaborah147 5 หลายเดือนก่อน

      @@borahskitchengarden2487 apunar bihjolokiar poli rupon kora vdo Tu saisilu. Atia bihjolokia poli ruar time ase n dada janabo xun

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 หลายเดือนก่อน

      @@lipikaborah147 এতিয়াও ৰুব পাৰি। কিন্তু বৰষুণ বেছি হ'লে বেমাৰ বেছিকৈ হয়। কিন্তু বছাব পাৰিলে আহিন কাতি মাহত বেচিকৈ লাগিব। ধন্যবাদ।

    • @lipikaborah147
      @lipikaborah147 5 หลายเดือนก่อน

      @@borahskitchengarden2487 🙏🙏

  • @binitaborah1410
    @binitaborah1410 18 วันที่ผ่านมา

    পৰুৱা আৰু ওই পোক মাৰিবলৈ কি দৰৱ ব্যৱহাৰ কৰে জনাৱ

    • @borahskitchengarden2487
      @borahskitchengarden2487  18 วันที่ผ่านมา

      @@binitaborah1410 উই লোকৰ বাবে এলদ্ৰিন,মালাথিয়ান আদি ব্যৱহাৰ কৰে। কিন্তু এই বোৰ বেছি ব্যৱহাৰ কৰাটো বেয়া। মাটিত চূন প্ৰয়োগ কৰিলেও উই কিছু পৰিমাণে যায়। পৰুৱাৰ বাবে FINIS নামৰ এটা পাউদাৰ আছে। সেইটো ছটিয়ালে যায়। ধন্যবাদ।

  • @moromeeupadhyaya6976
    @moromeeupadhyaya6976 6 หลายเดือนก่อน

    ধনিয়াৰ গুটিৰ নাম কিবা আছেনকী ?

    • @borahskitchengarden2487
      @borahskitchengarden2487  6 หลายเดือนก่อน

      ধনীয়াৰ নাম নাই যদিও দুবিধ পোৱা যায়। এবিধ আমাৰ স্থানীয় জাতৰ,আনবিধ hybrid(উন্নত জাতৰ). আমাৰ বিধৰ গোন্ধটো ভাল কিন্তু সোনকালে ফুলি যায়।hybrid সোনকালে নুফূলে কিন্তু গোন্ধটো তীব্ৰ নহয়। ধন্যবাদ।

  • @BidyutGogoi-v6k
    @BidyutGogoi-v6k หลายเดือนก่อน

    এতিয়া গৰমৰ দিনত ধনিয়া কৰিলে হ'ব নাই জনাবচোন

    • @borahskitchengarden2487
      @borahskitchengarden2487  หลายเดือนก่อน

      @@BidyutGogoi-v6k এতিয়া দিব পৰা হৈছে।গোবৰ আৰু বালি মাটি হ'লে ভাল। কেৱল সচটো ভাল হ'ব লাগিব। ধন্যবাদ।

  • @mridulkalita2940
    @mridulkalita2940 7 หลายเดือนก่อน

    Mojja