এসময়ৰ মোৰ শিক্ষাগুৰু আজি মোৰ শ্ৰেণীকোঠাত...
ฝัง
- เผยแพร่เมื่อ 7 ก.ย. 2024
- মই ছাত্ৰাৱস্থাত কেনে আছিলোঁ ? ক'লে মোৰ শিক্ষাগুৰুৱে...
Smritirekha Bhuyan
ড° স্মৃতিৰেখা ভূঞাৰ কলমত নতুন জীৱন পায় অসমীয়া সাহিত্যই...
সময়ৰ গতিত অসমীয়া ভাষাই কি ৰূপ লৈছে ?
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#baartalaap #chakrapanniparashar #assasm #trending #author #Smritirekha Bhuyan
Very nice baidew.
ড০ স্মৃতিৰেখা ভূঞা আৰু চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপটো উৎকৃষ্ট হৈছে। ড০ ভূঞাৰ অসমীয়া ভাষা সাহিত্যৰ জ্ঞানৰ পৰিসৰ উল্লেখনীয়। বৰ্তমান সময়ত এনে সমল ব্যক্তিৰ যথেষ্ট প্ৰয়োজন হৈছে। এনে ব্যক্তিসকলক চিনাক্ত কৰি ৰাইজৰ লগত পৰিচয় কৰি দিয়া প্ৰচেষ্টাৰ বাবে শ্ৰীমান পৰাশৰ ধন্যবাদৰ তথা প্ৰশংসাৰ পাত্ৰ।
Val lagil Nitumoni dar bow
ইমান ব্যয়স্থথা মাজতো = আপোনালোকে আনৰ জীৱন সৃষ্টি কৰাৰ বাবে যি প্ৰয়াস কৰিছে = ই অতি গুৰুত্ব পূৰ্ণ বিষয় । কাৰণ আজি আমাৰ সমাজখন অতি উৎশৃঙ্খল হবলৈ ধৰিছে । তেনে এক সন্ধিক্ষনত উৎশৃঙ্খল সমাজখনক আপোনালোকৰ লিখনিয়ে আৰু কৰ্মৰাৰ্জিয়ে নিশ্চয় উপকৃত কৰিছে । অদূৰ ভৱিষ্যতে আপোনালোকৰ লিখনিয়ে ও কৰ্মৰাৰ্জিয়ে ভাঙুন মূখি সমাজ খনক শৃংঙ্খলবদ্ধ এখন সমাজ গঢ় দিয়াৰ সপোন দেখিছো । তাৰ বাবে লাগিব বহুল প্ৰচাৰ মাধ্যম । ধন্মবাদ পৰাশৰ দা আপোনাৰ একেধাৰে অশেষ প্ৰচেষ্ঠা ফলত আমি অশেষ মাণিকৰ অলপ হলেও গোন্ধ পাইছো ।
কথা-বতৰা আদি শুনিতো নালাগিল যে বাইদেৱে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা অনুভব নকৰে। কিন্তু কি কাৰণত এনে সংস্কৃতিবান ব্যক্তিয়ে নিজৰ লৰা-ছোৱালীক অসমীয়া মাধ্যমত শিক্ষা আহৰণ কৰাতো নিবিচাৰে সেয়া বোধগম্য নহ'ল। বিখ্যাত সাক্ষাৎ গ্ৰহণকাৰীজনে এই বিষয়ত তেখেতৰ বিচাৰ প্ৰকাশ কৰিবলৈ আহৰি নিদিলে। সোধাহেতেন সকাহ পালোহেতেন।
বৰ সুন্দৰ লাগিল অনুষ্ঠানটি উপভোগ কৰি ৷ ধন্যবাদ চক্ৰপাণি ৷
Congratulations ma'am. Bohut val lagil.
Chakra da bow 🙏🙏
I thnk c is a prfct lady.but-----.we hope for ur hpy life.tq bartalap
bhal lagiboloi bikhekh eku nalage kisu. prithok apunar ei bartalap anusthan ,hodai enedore kam kori jauk 🥰
Such type of informative video will make your classroom effective and popular. Keep it up.
Thikori
Val lagil dei nitumoni saikia r wife❤️
বৰ ভাল লাগিল আজিৰ অনুষ্ঠানটো। বাইদেউৰ কিতাপ সংগ্ৰহ কৰিব লাগিব।
Baideur sintabilak bor gobhir. Kitapbilak Kot kenekoi pam jonabosun chakra da
ভাল লাগিল____💚💙
সুন্দৰ অনুস্থান
Val lagil kotha khini huni Baideu gorakir
Baidew Nitumoni Saikia r wife.baidew k moi bahut bhal pao jadio tv te dekha paisu mor bhal lage baidew k
বহুত ভাল লাগিল আজি ৰ অনুষ্ঠান চাই।
Baidewr emn dhunia kothabur....montu xat pori gol
Bhut bhut vl lagil dy njona kotha btorabur hikiboloi pai...😍( Mur falor pora baideu gorakiloi bhut bhut morom jasilu 😍)
এনেকুৱা অনুষ্ঠানবোৰৰ প্ৰয়োজন আছে। ভাল লাগিল অনুষ্ঠানটো ।এই অনুষ্ঠানটো জৰিয়তে মই নিজে উপকৃত হোৱা লগতে আন দহজনেও উপকৃত হৈছে বুলি মোৰ বিশ্বাস।
বহুত ভাল লাগে এনেকুৱা বিলাক কথা শীক্ষা গুৰু আৰু ছাএ
Bohut bhal lagil
Khub bhal lagil .
I💛 you
Wow
ভাল লাগিল
Kromonika nimnatmika
One of the valuable n informative episode.
Uninic programme
Val lagil sai, bahut kotha khikiba parilu
Specially in southindia, people pronounce words acc to spelling kintu amar kothatu tenekuwa nohoi seibabe ami bahut banan bhul koru
♥️♥️♥️
🥰😍❤❤❤
Bht bhl lgil.bhtu njona kotha jnibo parilu.
Aitu episode bohut val lagile hosakoi baa kotha bur jenekoi hundor baideu likhoni tatkoi hundor🙏🙏 🥰🥰
👍🏻
Val lagil
সচাকৈয়ে বহু কথাই শিকিবলৈ পালোঁ। ভাল লাগিল।
Bohut besi vall lage aupnar bartalap
Nice
Khub val lagil sai...
Val lagile
গিৰিয়েকৰ চিনাকি দিব লাগিছিল যিহেতু সকলোৱে জানে
Ru beleg kotha monole nahil ne apunar
Nice .
Good job ❤️❤️
বাইদেউৰ কথাবোৰৰ পৰা বহুত জ্ঞান পোৱা যায় । বহুত ভাল লাগিল । চক্ৰ দা আপোনাক বহুত ধন্যবাদ ।
Heitu hoy baru, pse tekhete nijor hongkhar khon he dhori rakhino nowarile, nitumoni sir eman mohan baktityor odhikari, tekhetor nisina manuhjonoke teo hondeh kori divorce lole, heyehe baideuk honman dboron najay,.
I love you beoo
Ma'am ❤️
❤❤
Nitumoni daar noubou..
Dada ki khobor
Baideo r kitap keikhon kot pam?
Bahut vall lagil baidew gorakik 💚❤
Sini puwa nai neki .nitumoni Saikia r wife hoi
Kitap kaikhn r nam Tu d dbo
ভাল লাগে ভিডিও বোৰ চাই কিন্তু কপিল শৰ্মা কপি বুলি ভাবোঁ মই আৰ্হিৰ টো ধন্যবাদ।
ভাল লাগিল
Good job ❤❤
❤️