মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ চলা সকলো জল্পনা-কল্পনাৰ অন্ত পৰিব আগষ্ট মাহৰ প্ৰথম সপ্তাহত...
ฝัง
- เผยแพร่เมื่อ 17 ต.ค. 2024
- মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ চলা সকলো জল্পনা-কল্পনাৰ অন্ত পৰিব আগষ্ট মাহৰ প্ৰথম সপ্তাহত। কাৰণ, ২০২৬ৰ বিধানসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আগষ্টৰ প্ৰথম সপ্তাহতে সম্প্ৰসাৰণ ঘটাব মন্ত্ৰীসভাৰ। মন্ত্ৰীসভাৰ সাল-সলনিৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিও সলনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
#pratidintime #assam #himantabiswasarma
Not interested after all one man...
Right decision Sir .. It's high time to remove Nandita Baideu as under her valuable guidance the condition of electricity in Assam has worsen to the limit...Smart meter causing havoc to the life of individuals as well the conditions of power cut in Assam is perhaps on the verge of breaking record in INDIA...So please make reshuffle of ministry adequately Sir as it has been noted that not every person in the Assam cabinet is willing to work for our state instead for themselves..
rameswar teli xovapoti hbo
Not Interested In Bjp
Pallb luson das kne pabo
Uppl or pora ajon Minister dilay val hoi
Kam nai BJP Sarkar 0000000