এটা পৰিয়ালৰ সংগ্ৰামৰ কাহিনী,কেনেকৈ সফল হ’ল শিপিনী লাৱণ্য বৰুৱা | Handloom Industry in Assam
ฝัง
- เผยแพร่เมื่อ 17 ต.ค. 2024
- এটা পৰিয়ালৰ সংগ্ৰামৰ কাহিনী,কেনেকৈ সফল হ’ল শিপিনী লাৱণ্য বৰুৱা , Handloom Industry in Assam
এগৰাকী শিপিনীৰ সপোন পূৰণ কৰিবলৈ পৰিয়ালটোৰ প্ৰতিজন সদস্যই কৰা মৰণ পণ যুঁজৰ এক সফল পৰিনীতি এয়া ...
আজি ১০ খন উৰণীয়া মাকোৰ শালেৰে ভৰি থকা এই“ অসম টেক্সটাইল “ নামৰ ইণ্ডাষ্ট্ৰীটো আজিৰ পৰা ১৯ বছৰৰ আগৰলৈকে আছিল মাথো এটা সপোন ৷ হয় ,ঢকুৱাখনাৰ বাটমাৰীৰ লাৱণ্য বৰুৱা নামৰ এই শিপিনী গৰাকীয়ে দৰিদ্ৰতাৰ সৈতে যুঁজিবলৈ ২০০২ চনত আৰম্ভ কৰিছিল এখন হাতশাল ৷ সেই তাঁতশালত উৎপাদন হোৱা কাপোৰ বিক্ৰীয়েই উচ্চ শিক্ষিত কৰিছিল নিজৰ দুই সন্তানক ৷
তেওঁৰ স্বামী বাবু হাজৰিকা আৰু দুই সন্তান কুশল আৰু য়ুগলে ঠিক কৰিলে যে লাৱণ্য বৰুৱাৰ সপোন পূৰণ কৰিব তেওঁলোকে ৷ গঢ় দিব এটি হেণ্ডলোম ইন্ডাষ্টী ৷ কঠোৰ পৰিশ্ৰম কৰি বহি:ৰাজ্যত কোম্পানীৰ চাকৰি কৰি গোটোৱা ধনে তেওঁলোকে ২০১৯ চনত স্হাপন কৰিলে “ অসম টেক্সটাইল“ নামৰ এই ইণ্ডাষ্ট্ৰীটো ৷
uparjan.in
সুন্দৰ হৈছে❤❤❤
কৃষ্ণ 🙏 সুন্দৰ পদক্ষেপ❤ বাইদেউ আপোনাক নমস্কাৰ 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤❤❤
❤❤❤❤
good job for Assam
Salute korisu apunak..
Very nice 👍👍👍👍
Val lagil Best of luck
খুব সুন্দৰ পদক্ষেপ ।
এনেকুৱা এটা সপোনত মোৰো আছে
Sal khon kiniba parine?
Val lagill sai
Bht bht bhal lagil
Good job.. Salute
Aru aguwai jawok tare kamona korilu
বাইদেউ খুবেই ভাল লাগিছে নিজকে অসমীয়া বুলি গৌৰব অনুভৱ কৰিছো
Amar jabo paribo ne dada
Bht bht vallagise...aaguai jauk
Bohut vl lagise...
Bohut Val lagise apunaluke Iman dhuniake kam Tu solai goise best of luck
যোগাযোগ কৰিব পাৰিম নেকি বাইদেউ
Val lagil....
সঁচাই বহুত ভাল লাগে আপোনালোকৰ ভি ডি অ চাই । আপোনালোকৰ ভি ডি অ চাই এটিয়া বহুত ল'ৰা ছোৱালী আগুৱাই গৈছে
thank you
@@uparjan1873 kindly give contact no. Very nice.
Vl lagil sai .moiu ai kamor lgt jorito.vl lge kam to kri..
🙏hundor
বাইদেউ আপোনাৰ ফোন , নম্বৰ টো দিবনি
Kunubai muk jugajuk kori deb neki
nice
teu lukok contact korar babe contact no. tu share kori dibo lagisil...
অ বাইদেউ আপোনাৰ কাম বোৰ ভাল কলা যোৰ ভাল লাগিছে দাম কব
Baido aapunak bohut bohut 🙏🙏
nice....
বাইদেউ আপোনাৰ পৰা কাপোৰ লবলৈ কেনেকৈ যোগাযোগ কৰিব লাগিব জনাবছোন।
বহুত ভাল লাগিল যোগাযোগ কি দৰে কৰিম জনাব 🙏🙏
হয়,ভাল লাগিল,contect number pua hole Vaal aasil
কেনেকৈ আপোনাক যোগাযোগ কৰিব পাৰিম জনাবচোন ।কামবোৰ বৰ ভাল লাগিছে দেই ।
ধুনীয়া লাগিছে
Nambr tu disk sun
Address tu dbo nke dada
Muga jurar pricetu jonabo sun
Moi tat bobo bisaru cantek nambar pam neki
মোৰও এই কামৰ প্ৰতি আগ্ৰহ আছে। শিকিবৰ ইচ্ছা আছে। পাৰিম নে?
Bohut val lagise..
Loboloi hole kenekoi contact koribo lagibo jonale val hol hoi
বাইদেউ, আপুনি অসমীয়া জাতিৰ আদৰ্শ
Dada aapuni baideu goraki thikona Jane neki Mur tat buwa kam korib essa aase
Dada bus r business related video lagisal.
Ok coming soon
Thanks
যোগাযোগ কৰিব পৰা যাব নেকি
ভাল লাগে কাপোৰত দাম কিমান
Moi kanakoi.jugajug Karim. Jogajug korim jonabo sun .
Bahut Val lagil. Janaka contact Kariba parim
এজুৰত কিমান দাম
Contact No Pam neki?
যোগাযোগ কেনেকৈ কৰিব পৰা যাব?
Kot pua jab apunalukr kapur.address tu jonabsun
Hundor . aag bahi juwa.
Khub val lagise. Phone number dile val.
আপনি কোত পড়া
Phone no tu dibosun
দাম কিমান বাৰু
Bhut val lagise phoun numbrtu dibo pariboni baru
Abar goi aahib parim ni baru
কত পাম বাৰু
Baidor nambrtu dibo nake paribo nake
Vl lagil... Anakuwa video bure utkhahit kore.
Apuna namber pam neki
Contact no tu dibo
Keneke jugajug korim? Contact number tu pamne?
বাইদেও মুগাৰ মেখেলা ৰিহা ললো হয়
Ph nambar2 diba
Dada manuh jnir phone number tu dib sn kapor ajur lb bisaru
Amak kamot lob naki
বাইদেউ আপোনাৰ ফোন নামবাৰ তো দিবচোন
Phn number tu paam nki
Contect no pam neki
মই নিজেও এই ব্যৱসায় ৰ লগত ,,,,, এওঁলোক ক চাই বহুত খিনি সাহস পাইছোঁ।। বহুত বহুত বহুত বহুত ধন্যবাদ ।।
Please muk jonab sun kenekoi ki korib lage
Moi korim buli vabisilu
বহুতো ভাল লাগিল।
বহুতো ভাল লাগিছে
Dam.kiman.nu
Pn nambar debo
❤😘😘😘😘😘😘🙏🏽
moy atu industry r reselling groupot join koribo bicharu
ইমান সুন্দৰ চেষ্টা বহুত বহুত ধন্যবাদ
প্ৰথমতে ধন্যবাদ জনালোঁ । আৰু এই কাপোৰত হে আমি অসমীয়াৰ গোন্ধ পাওঁ ।
Mobile number tu pam naki
Phn number dibo xun