এজন বিধায়কৰ দৰমহা কিমান?

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ก.ค. 2024
  • এজন বিধায়কৰ দৰমহা কিমান?মন্ত্ৰী-বিধায়কৰ দৰমহা ৫০% বৃদ্ধি কৰাৰ সিদ্ধান্ত চৰকাৰৰ।পে' শ্লিপ লৈ হিমন্ত চৰকাৰে মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা অখিল গগৈৰ

ความคิดเห็น • 155

  • @gopalchetri4866
    @gopalchetri4866 16 วันที่ผ่านมา +30

    অসমত অখিল গগৈ ডাঙৰীয়াৰ দৰে বিধায়ক হ'লে অসম উন্নতি পথত আগুৱাই যাব তাক নুই কৰিব নোৱাৰি,,, ধন্যবাদ গগৈ ডাঙৰীয়া।।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 16 วันที่ผ่านมา +27

    অখিল গগৈয়ে এই বৰ্ধিত দৰমহাৰ যি প্ৰতিবাদ কৰিছে সেয়া নিশ্চিত ভাৱে যুক্তিসংগত। আমি সুদীৰ্ঘ কাল চাকৰি কৰি পেঞ্চন নাপালোঁ এইবোৰে মাত্ৰ আঢ়ৈ বছৰ(সংশোধিত) বিধায়ক হৈ থাকিলেই ইমান বৃহৎ অংকৰ পেঞ্চন পোৱাৰ যোগ্য হৈ যায়। নিজৰ সুবিধাবোৰ সম্পূৰ্ণকৈ লৈ ৰাজনীতি কৰা মানুহবোৰে দুখীয়া জনসাধাৰণৰ মূৰৰ ওপৰত মাধমাৰ শুধাইছে।

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 16 วันที่ผ่านมา +19

    ৰান্ধনী, অঙ্গ বাড়ি , আশা কমী' সকলৰ দৰমহা বঢ়াই দিয়ক তাৰপাছত ৰজা মহাৰজা সকলে চিন্তা কৰা উচিত হ'ব।

  • @bkp9774
    @bkp9774 16 วันที่ผ่านมา +11

    ইহঁতে কেনেকৈ পেঞ্চন পায়, অতি কৈ শোষণ কৰি আছে ৰাইজক ।

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 16 วันที่ผ่านมา +5

    Akhil da ,you are great dada 👍👍👍👍👍👍

  • @muninborah6784
    @muninborah6784 16 วันที่ผ่านมา +13

    ইমান টকা বিধায়কে লাভ কৰে;; ৰাইজৰ তেজ আৰু কিমান খাৱ;? প্ৰতিটো বিভাগৰ পৰা কমিচন আছেই; মন্ত্ৰী বিধায়কে পেঞ্চন কিয় ল'বলাগে?

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 16 วันที่ผ่านมา +5

    অখিল গগৈৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়িছে সেই কাৰণেই যে তেওঁ সদায় ৰাইজৰ লগতে থাকে । ৰাইজৰ দুখ দুৰ্দশাৰ কথা হৃদয়ৰ পৰা অনুভৱ কৰে। আমি তেওঁক মহামানৱ বুলি কব খোজা নাই, কিন্তু তেওঁ প্ৰকৃত অৰ্থত ৰাইজৰ নেতা । বিধায়কৰ দৰমহাৰ টকা ৰাইজৰ টকা। ধাৰত পোত গৈ থকা চৰকাৰৰ এইবোৰ কি সিদ্ধান্ত? অঙ্গনবাদি কৰ্মীক সাধাৰণ বানচ কিছু বঢ়াই দিলেও কব লগা নাছিল।

  • @AbdulHakim-ov4mo
    @AbdulHakim-ov4mo 16 วันที่ผ่านมา +4

    Thank you Akhil Gogoi MLA

  • @dharmendrakaman1859
    @dharmendrakaman1859 16 วันที่ผ่านมา +8

    সচাকৈ অখিল ডাঙৰীয়া ৰাইজৰ নেতা। আজিলৈকে কোনো বিধায়কে এই কথা প্ৰকাশ কৰা নাছিল। এম এল এ মন্ত্ৰীৰ দৰমহা কথা আজি জ্ঞাত হ'ল অসমৰ ৰাইজে।ৰাম ৰাম হৰি হৰি কি যে হ'ব।আপোনাৰ যুক্তি যুক্ততা 100%right🙏👍👍👍

  • @dipakkachari7744
    @dipakkachari7744 16 วันที่ผ่านมา +8

    কিন্তু চৰকাৰে অঙ্গনৱাদী সকলক দিবলৈ অসুবিধা পায় !!!!!!! ২৬ আহি আছে।

  • @user-np3pg2yh8k
    @user-np3pg2yh8k 16 วันที่ผ่านมา +14

    সেই কৰণে এৰে গেৰে সকলোৱা এম এল এ,মন্ত্ৰী হবলেৈ বিচাৰে।৫ বছৰ চাকৰি কৰি বহু হেজাৰ পেঞ্ছন পায় অথচ ৩০ বছৰ ঘেৰামী কৰিও পেঞ্ছন নেপায় । ই কি কথা ? নুন্যতম এম এল এ হবলৈও এটা ইন্টাৰভিও পাতক।তেতিয়াহে নিব্বাৰ্চন খেলিব পাৰিব।

  • @khagenborgohain5600
    @khagenborgohain5600 16 วันที่ผ่านมา +5

    এক কোটিতকৈ বেছি দৰমহা হলেহে ভাল হব নেকি ? ? অখিল গগৈ দেৱলৈ ধন্যবাদ থাকিল । ।

  • @7gc970
    @7gc970 16 วันที่ผ่านมา +5

    সুবিধাৰ পাউতে হেমন্ত বিশ্ব শৰ্মাৰে গছকী গছকী দৰমহাৰ বঢ়াই লৈ সা সম্পত্তিৰ বঢ়াই নিজে কোটিৰ পতি হব লাগে । ৰাইজৰ কথা ভাবিব নেলাগে ।অখিল গগৈৰ দৰে অন্য সকলে নেভাবে । অসমৰ ৰাইজৰ কথা চৰকাৰে চিন্তাৰ নকৰে নিজৰ পেটৰ কথা চিন্তাৰ কৰে কোটিৰ পতি হৈ থাকিব বিছাৰে ।

  • @kishoridas6447
    @kishoridas6447 16 วันที่ผ่านมา +5

    এই বিষয়ে ভূপেন বৰা দেৱে কি ক'ব আমি অপেক্ষা কৰি আছো।এই বানপানীৰ সময়ত দৰ্মহা বঢ়োৱাৰ কথা কেনেকৈ মনত পৰিল চিন্তা কৰিবলগীয়া।

  • @utpalgoswami1990
    @utpalgoswami1990 16 วันที่ผ่านมา +8

    আমাৰ পৰা দৰমহা লোৱা ৫ বছৰীয়া ঠিকাদাৰ সকলে পেঞ্চন লয়, ৩০/৩৫ বছৰে খাতি পেঞ্চন লাভ নকৰে, তাকো এতিয়া বহাব বিছাৰে ? কি নিলাজ গনতন্তব্যস্থল? এই বোৰ মানুহক ------+

  • @inglishvlogs1015
    @inglishvlogs1015 16 วันที่ผ่านมา +4

    অখিল গগৈ আপোনাৰ প্ৰতিবাদ যুক্তি সংগত, বানত ককবকাই মানুহ মৰাৰ সময়ত ইহতে নিজৰ সুখ, আৰাম কৰাৰ কথা ভাবিছে, বহুত লজ্জাজনক

  • @kalpanadeka6201
    @kalpanadeka6201 16 วันที่ผ่านมา +4

    বিধায়ক, মন্ত্ৰী হিচাপে ৰাইজে পঠোৱা মানুহবিলাক লুভীয়া যাতে নহয় লক্ষ্য কৰা ভাল। মূল্য বৃদ্ধি হ্ৰাস কৰিব পাৰিছে নে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিছে। শিক্ষিত , জ্ঞানী ব্যক্তিয়ে চাকৰি ৰ পৰা বঞ্চিত।

  • @user-hr1qq9hl3u
    @user-hr1qq9hl3u 16 วันที่ผ่านมา +5

    চাবাচ গগৈ ডাঙৰীয়া ।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 16 วันที่ผ่านมา +4

    মুঠতে 2026 ত শাসকীয় দলটোৱে নিজৰ বিপদ মাতি আনিছে ।

  • @user-gr6pt5bx9m
    @user-gr6pt5bx9m 16 วันที่ผ่านมา +4

    যি সকলে এই চৰকাৰক ভোট দিছিল , তেওঁ লোকে লাজ পাব লাগে । দিনটো জুইৰ ওচৰত কষ্ট কৰি মাহেকত পাই ১০০০ টকা , আশকৰ্মী tutor শিক্ষক আদি বহুত উদাহৰণ আছে যিসকলে নায্য দৰমহা পোৱা নাই । আৰু bjp বিধায়ক সকলক লাগে লাখ লাখ টকাৰ দৰমহা । FB

  • @shantimonigogoi5626
    @shantimonigogoi5626 16 วันที่ผ่านมา +2

    ছাৰ আপোনাক অশেষ ধন্যবাদ 🙏আপোনাৰ মতামতক ওলগ জনাইছো

  • @hiralalsingha1177
    @hiralalsingha1177 16 วันที่ผ่านมา +3

    Right Akhil Gogoi dangaria

  • @user-of4yf2pu7w
    @user-of4yf2pu7w 16 วันที่ผ่านมา +3

    Akhil gogoi zin👍

  • @tulshigogoi7019
    @tulshigogoi7019 16 วันที่ผ่านมา +2

    লোভীয়া বামুণ অসমৰ ৰজা হ'ল। তাৰ নিজৰে ধৰ্ম পথটি ভষ্মিভূত হৈ গৈছে। কাৰণ চৰকাৰী কৰ্মচাৰী পেনসনৰ সুযোগ সুবিধা নাইকীয়া কৰি নিজে কেনেকৈ পেনসন ল'ব, ই মূৰখ নেকি?

  • @mahendradas1610
    @mahendradas1610 16 วันที่ผ่านมา +2

    মুখ্য মন্ত্ৰীয়ে টোঘলকী শাসন চলাবলৈ গৈ আছে । এতিয়াও এজন কৰ্মচাৰীয়ে মাহে আঠৰ পৰা দহ হাজাৰ টকা দৰমহাৰে ঘৰ চলাব লগীয়া হৈছে । হায় দুৰ্ভাগ্য ।

  • @porimolmedimedi5640
    @porimolmedimedi5640 11 วันที่ผ่านมา +1

    অখিল গগৈয়ে যি কথা উল্লেখ কৰিছে বহুত ভাল কথা। যদি মন্ত্ৰী বিদায়কৰ দৰমহা বিদ্ধ কৰিব পাৰে যদি আদাৰন চৰকাৰী চাকৰিৰ পেঞ্চন কিয় দিব নোৱাৰে।লাজ নাই
    অখিল গগৈয়ে ঠিকেই কলে।

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f 15 วันที่ผ่านมา +1

    Very good akhil da apuni anekoia himantar cuwa selekar durniti katha bilak udongai diak

  • @thaneswarbrahma1966
    @thaneswarbrahma1966 15 วันที่ผ่านมา +1

    Mr Akhil Gogoi, may God bless you and I pray to God you might have encouragement to do good for the people.

  • @tulshigogoi7019
    @tulshigogoi7019 16 วันที่ผ่านมา +1

    ধন্যবাদ জ্ঞাপন কৰিলোঁ সুন্দৰ কথা ক'লে মাননীয় বিধায়ক মহোদয়ে।

  • @umeshkardong6116
    @umeshkardong6116 16 วันที่ผ่านมา +1

    অসমত কেৱল মন্ত্ৰী বিধায়ক সকল সৰহ সৰহ দৰমহা লৈ জীয়াই থাকক ।জনসাধাৰণ লঘোনে মৰক ।আপত্তি নাই।

  • @user-uz2td8wm6y
    @user-uz2td8wm6y 16 วันที่ผ่านมา +1

    জননেতা আৰু ৰাজনৈতিক নেতাৰ মাজত আদৰ্শগত পাৰ্থক্য আছে।

  • @jayadass2681
    @jayadass2681 16 วันที่ผ่านมา +2

    তেওঁ লোকে পাঁচ বছৰ দেশৰ নেতা হৈ মূটা দৰমহা লয় আৰু এজন চৰকাৰী কৰ্মচাৰী ৰ সিমীত দৰমহা দি কৰ্মচাৰীৰ বদনাম কৰি থাকে।২০০৫ চনৰ পিছত তেওঁ লোকে দেশৰ প্ৰতিনিধিত্ব কৰি অ পি এচ তপেঞ্চন লয় চৰকাৰী চাকৰি য়ালক এন পি এচত পেঞ্চন দিয়ে ই অসমত কি নীতি হে ৰাইজ বিচাৰ কৰি চাওক চওন?

  • @BijayBorah-bm5dn
    @BijayBorah-bm5dn 16 วันที่ผ่านมา +3

    Jiman bidhayak ,mantri ase soboke army join koriboloi kouk jodi dom ase. Kihor babe dormoha borhabo lage bidhayak monrir ?
    Baki bilake kam nokorakoi ase nki

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 16 วันที่ผ่านมา +4

    এই টকাৰ টোপোলাটোৰ কাৰণে ইলেকচনৰ সময়ত মৰা মৰি কৰি হ'লেও বেটা হতে মন্ত্ৰী,MLA হব বিচাৰি থাকে।EVM tempering কৰাৰ ব্যৱস্থা কৰিছে । এই বোৰ দৰমহা নহয় , ৰাইজৰ তেজ ,😂😂😂😂😂😂😂

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp 16 วันที่ผ่านมา +3

    বাকী বিধায়ক মন্ত্ৰী ও অধ্যক্ষ সকলে বা কি মত প্ৰকাশ কৰে আপুনি , সত্য টোৱেই কৈছে।ভাল পাইছো।

    • @kalpanadeka6201
      @kalpanadeka6201 16 วันที่ผ่านมา

      বাকী বিলাকে ‌৬ জনে বিচাৰিব,৪ জনে নিবিচাৰে। অখিল গগৈ ডাঙৰীয়া লুভীয়া নহয় যিহেতু লগত১০ জনৰ ভিতৰত ৪ জন ওলাব।

  • @mahimaranjan3420
    @mahimaranjan3420 16 วันที่ผ่านมา +2

    জনপ্ৰতিনিধিৰ জনসেৱা এতিয়া সেৱা নহয় লোভনীয় Job লৈ পৰিনত কৰাটো সচাকৈয়ে অনুচিত হ'ব ! কাৰণ মানুহে অন্য চাকৰি বাদ দি মন্ত্ৰী এমেলে হোৱাৰ দৌৰত দৌৰিব !

  • @mrinalbaruah9474
    @mrinalbaruah9474 16 วันที่ผ่านมา +8

    সাধাৰণ জনগণ মূল্য বৃদ্ধিৰ বাবে ককবকাই আছে আৰু আমাৰ চৰকাৰখনে নিজৰ বাবে দৰমহা বৃদ্ধিৰ কুচ-কাৱাজ চলাই আছে। এনে কাৰ্য গৰিহণাৰ যোগ্য।

  • @user-kd1ft7vi8f
    @user-kd1ft7vi8f 15 วันที่ผ่านมา +1

    Akhil dai ati sundar katha koise tekhatar paisar karane luv thaka hole hangbat mel pati axamar raijak nakale hetan

  • @tulshigogoi7019
    @tulshigogoi7019 16 วันที่ผ่านมา +1

    তাৰ জাননতাবোধ নাই নেকি যে সকলো চৰকাৰে চৰকাৰী চাকৰিয়াল সকলক পেনসন দিয়া পৃষ্ঠাটো চৰকাৰী আইনগতভাবে গৃহীত সিদ্ধান্ত।

  • @nakulkalita8777
    @nakulkalita8777 15 วันที่ผ่านมา +1

    সঁচা কথা কৈছে আপুনি। ধন্যবাদ।

  • @Happychenal12345
    @Happychenal12345 16 วันที่ผ่านมา +1

    Akhil gogoi asomer ezan bhal bidheyek.

  • @HimangshuKalita-ok8xf
    @HimangshuKalita-ok8xf 12 วันที่ผ่านมา +1

    যিমান ইচ্ছা সিমান বঢ়াই লোৱা দৰমহা। সকলো সুবিধা লৈ লোৱা কিমান ল'ব..লৈ থাকক।আনৰ কথা নাভাবিব। আয়ুসটোতো বঢ়াব নোৱাৰে। ভুল আমাৰ।সেয়ে ভোট দানৰ পৰা নিলগত মই।কেৱল ভোটদান এটা অধিকাৰ বুলি মই নাভাবো।

  • @samsunnehar960
    @samsunnehar960 13 วันที่ผ่านมา +1

    Gogoi sir Thanks please tall c m , Angowadi workar &helperor Dormoha boraboli diok

  • @gunakantabaruah6243
    @gunakantabaruah6243 16 วันที่ผ่านมา +1

    দৰমহা সৰ্ব ভাৰতীয় ও সঙবিধানৰ নিয়ম অনুসাৰে হয়। ইয়াত কাৰো নিজা মতে নহয়।ভোটা ভোটৰ ওপৰত বিতৰ্কৰ অন্তত
    সিদ্ধান্তৰ ওপৰত বহুমতৰ জয় হয়। দেখা যক এখেতৰ কিমান শক্তি আছে। অৱশ্যে বৰ্তমান সময়ত এই কাম কোনেও কৰিব নাযায়।

  • @jitukonwar9149
    @jitukonwar9149 16 วันที่ผ่านมา +1

    Good

  • @muazimahmed3537
    @muazimahmed3537 15 วันที่ผ่านมา +1

    মূৰ্খৰ‌ সৱ ৰগত বহি‌সিহতেই খাই থাকক ৰাইজক শোষণ কৰি দৈতৈৰ কাণ্ডৰ কথা কিয় আমাৰ প্ৰয়োজনতক।

  • @test-ix9im
    @test-ix9im 16 วันที่ผ่านมา +2

    Ehotok vote di raija bht bhal kam korisa...unnoti hbo axom r..

  • @ajitkurmi3794
    @ajitkurmi3794 16 วันที่ผ่านมา +2

    Very good sir

  • @RinaGohain-en1pc
    @RinaGohain-en1pc 16 วันที่ผ่านมา +1

    Amar akhil manob hompod

  • @tarungogoi3008
    @tarungogoi3008 7 วันที่ผ่านมา

    সন্মানীয় মুখ্য মন্ত্ৰী মহোদয় প্ৰাথমিক শিক্ষক সকলকো দৰমহা বৃদ্ধি কৰিব বুলি আশা কৰিলো ।🙏🙏কৃষ্ণ ।

  • @tulshigogoi7019
    @tulshigogoi7019 16 วันที่ผ่านมา

    Really really good telling MLA Akhil Gogoi.

  • @dipalisonowal8842
    @dipalisonowal8842 16 วันที่ผ่านมา +1

    Hosa kotha good B J P Nijor Sinta

  • @pronablahon6722
    @pronablahon6722 12 วันที่ผ่านมา +1

    সেইবাবেই অখিল গগৈ ১২৬ জন বিধায়কতকৈ পৃথক ,বেলেগ আৰু অনন্য।।

  • @hasimali9023
    @hasimali9023 8 วันที่ผ่านมา +1

    Mlà montri penson bondh korib lage

  • @tulshigogoi7019
    @tulshigogoi7019 16 วันที่ผ่านมา +1

    হেমন্তক কিয় লাগে পেনসনৰ টকা?

  • @ranjanrabha9548
    @ranjanrabha9548 16 วันที่ผ่านมา +1

    MLA's works is social sevice not sevice.

  • @sivanathbhuyan-go9zq
    @sivanathbhuyan-go9zq 16 วันที่ผ่านมา +2

    OPSদিব নৱাৰে

  • @NurulA-rs2dl
    @NurulA-rs2dl 16 วันที่ผ่านมา +1

    Very good.Sir,

  • @saratmedhi3923
    @saratmedhi3923 7 วันที่ผ่านมา

    ধন্যবাদ অখিল ।

  • @ajitphukan7345
    @ajitphukan7345 16 วันที่ผ่านมา +1

    Good Sir

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 16 วันที่ผ่านมา +1

    এইটো হল এটা দেশৰ আতাইতকৈ অতি লাভজনক বেৱসায় ।

  • @user-zg9kr7ub4n
    @user-zg9kr7ub4n 16 วันที่ผ่านมา +1

    Anganwadi hokolok 10,000 u dibo nuare kintu sarkare bohabo pare aiaie amar sarkar

  • @DhananjayNath-pg4sn
    @DhananjayNath-pg4sn 8 วันที่ผ่านมา

    Very good sir.
    Good step.
    Keep it up

  • @RajibdoleyRajibdoley
    @RajibdoleyRajibdoley 16 วันที่ผ่านมา +1

    অসমত কিছুমান শিক্ষকে বহু বছৰ ৪০ ,৪৫ বছৰ ধৰি বেঞ্চাৰ স্কুলত কাতি কাতি ২,৩,৪ বছৰ চৰকাৰী চাকৰি কৰিলে তাৰ পিছত অসৰ চৰকাৰে n p s পদ্ধতিৰে বৃদ্ধ কালত অন্যায় বাবে আন্ধাকাৰত ঠেলি দিলে এতিয়াৰ বৰ্তমান অসমৰ চৰকাৰে দূৰ্বগীয়া শিক্ষকক কবৰ লবলৈ সাহক নাই নিজৰ নাতি পুতি কাৰণে‌,,,,,,,,,,

  • @katandifoe3759
    @katandifoe3759 18 ชั่วโมงที่ผ่านมา

    Bhal kotha kuise sir dhanyabat

  • @tulshigogoi7019
    @tulshigogoi7019 16 วันที่ผ่านมา +1

    ইমান টকা হেমন্তক কিয় লাগে সেই লুভীয়াটোক?

  • @ajoypegu4749
    @ajoypegu4749 16 วันที่ผ่านมา +1

    Nice

  • @hiraboruah3208
    @hiraboruah3208 16 วันที่ผ่านมา +1

    Good.

  • @DulalDutta-qz7ig
    @DulalDutta-qz7ig 10 วันที่ผ่านมา

    ধন্যবাদ গগৈদাঙৰিয়া এনে ধৰণৰ কথাত মাতমতাৰ কাৰণে।

  • @MojahidulIslam-ok7rr
    @MojahidulIslam-ok7rr 16 วันที่ผ่านมา +1

    Akhilgogoi good

  • @mamonidevi617
    @mamonidevi617 16 วันที่ผ่านมา +1

    Xochakoi bhabile aachorit lage eman dormoha pai

  • @ponjilaiboro4187
    @ponjilaiboro4187 16 วันที่ผ่านมา +1

    Very good gogoi sir,

  • @arjjanali5748
    @arjjanali5748 10 วันที่ผ่านมา

    Akhil gogoi,s speech is 100% right.

  • @tulshigogoi7019
    @tulshigogoi7019 16 วันที่ผ่านมา +1

    অসম চৰকাৰত কিয় ঠিকা ভিত্তিত চাকৰিয়াল সকলক লগাই আছে চৰকাৰে? আৰু তেওঁলোকৰ চাকৰিৰ দৰমহা ৮/৯/১৫/১৬ হাজাৰ দৰমহাৰ লগতে সম্পূর্ণভাবে দিন যোৰা কাযার্লয়ৰ সময় খাটিব লগীয়া হয়। ই কি চৰকাৰৰ সত্য বিচাৰ নেকি ক'বচোন?

  • @dharanipam2854
    @dharanipam2854 7 วันที่ผ่านมา

    সাংসদ, বিধায়ক সকলৰ পেঞ্চন অতি শীঘ্ৰে বন্ধ কৰিব লাগে।

  • @AkshendraDas-bv5ef
    @AkshendraDas-bv5ef 16 วันที่ผ่านมา +1

    🎉am

  • @ajitbora5587
    @ajitbora5587 16 วันที่ผ่านมา +1

    Lage haise

  • @faijuddinahmed373
    @faijuddinahmed373 8 วันที่ผ่านมา

    আপোনাৰ কথাখিনি যুক্তিসংগত,অসম চৰকাৰে আমাক ২০ৰ পৰা ২৫বছৰ ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰাৰ পিছত শিক্ষক হিচাপে নিযুক্তি দিয়াৰ পৰিবৰ্তে Tutor সজাই ১০ৰ পৰা ১২ হাজাৰ টকা মজুৰি
    দি আমি তথা আমাৰ পৰিয়ালকক বিপদত পেলাই থৈছে । আমাৰ দৰমহা বৃদ্ধিৰ বাবে ইমান প্ৰতিবাদ আন্দোলন কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব
    নেদি আমাক তিল তিল কৰি মাৰি আছে। বৰ্তমান সময়ত জনতাৰ অসুবিধাৰ কথা বাদ দি মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰাত লাগি গৈছে।

  • @user-jp2yv8xt8l
    @user-jp2yv8xt8l 16 วันที่ผ่านมา +1

    Monti Mla hokole nojor. Dormoha bidhi kora kotha ji dhorone sinta korise thik tanekoi ban panit kok bokai thoka school ghor. Pani jugan asoni ga onr rasta poduli. Aru aji 6 mah dine paboloi thoka sulov mulya dukanik diboloi thoka paritukhik homuh.agent hokole patot gamusa mari kene dore din kotaise ai bil ak kothar uporot guruto diyok. Nojor kotha bhabiboloi bohut homoi ase. Nijor hukhi jibontu kotha bhabilei nohoi.
    Jibeswarborah

  • @user-br7wf5gw9x
    @user-br7wf5gw9x 16 วันที่ผ่านมา

    You are suitable person for assam.

  • @loveyourj2.0
    @loveyourj2.0 10 วันที่ผ่านมา

    Good akhil sir

  • @prasantarabha877
    @prasantarabha877 16 วันที่ผ่านมา

    Right point

  • @ZakirHussain-gu8li
    @ZakirHussain-gu8li 13 วันที่ผ่านมา +1

    Tutor sokolok konahahahok potion diya dire thogaise.😂😂

  • @DebanandaGogoi-ze8ze
    @DebanandaGogoi-ze8ze 15 วันที่ผ่านมา

    ৰাইজৰ পৰা গোপনিয়তা নৰখা মহান মানব

  • @dulbormanta4407
    @dulbormanta4407 16 วันที่ผ่านมา +1

    ৰাইজৰ দলৰ বিধায়ক কিমান আছে ?

  • @tanmoyjyotisaikia4188
    @tanmoyjyotisaikia4188 12 วันที่ผ่านมา

    Very good steps.

  • @mayanarah228
    @mayanarah228 10 วันที่ผ่านมา

    No votership No Democracy. If the representatives and government employees do not work withoout money then why the voters vote without votership. If the MP and MLA get lifelong pension then why not the voters.

  • @sripuspathakuria2543
    @sripuspathakuria2543 16 วันที่ผ่านมา +1

    13:35 13:55 14:23

  • @GaganBaruah-jp7bn
    @GaganBaruah-jp7bn 16 วันที่ผ่านมา

    Wel come sir

  • @user-hr3zj9ke6m
    @user-hr3zj9ke6m 16 วันที่ผ่านมา

    Great

  • @AbdulHakim-ov4mo
    @AbdulHakim-ov4mo 16 วันที่ผ่านมา +1

    Minister MLA All NPS Korok

  • @Gitali__vlogs
    @Gitali__vlogs 16 วันที่ผ่านมา

    Verygood

  • @prankamarjyotidasvideo6272
    @prankamarjyotidasvideo6272 16 วันที่ผ่านมา

    Good man

  • @budhaphulkonwar3326
    @budhaphulkonwar3326 9 วันที่ผ่านมา +1

    We are with you D M.

  • @sripuspathakuria2543
    @sripuspathakuria2543 16 วันที่ผ่านมา +1

    12:46 12:51

  • @SayedaliSarkar
    @SayedaliSarkar 16 วันที่ผ่านมา

    Thank Gogai sir

  • @TahirKhadem
    @TahirKhadem 14 วันที่ผ่านมา

    Phe( jjm ) 1 staf he is gating only 6500 pet month but her duty 24 hrs

  • @ajitbora5587
    @ajitbora5587 16 วันที่ผ่านมา +1

    Direct kaba lage

  • @manojkrdas6236
    @manojkrdas6236 8 วันที่ผ่านมา

    আমি 30বছৰ চৰকাৰৰ সেৱা কৰি পেন্সন পোৱা নাই।

  • @bapibonik2091
    @bapibonik2091 16 วันที่ผ่านมา

    C M Sarkar Atia Sur Hoi ?OK Aroo biaki asa