LIVE : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ চাপৰৰ বাসগৃহৰ পৰা লাইভ

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 พ.ค. 2024
  • LIVE : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ চাপৰৰ বাসগৃহৰ পৰা লাইভ
    #live #saratchandrasingha
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk
  • บันเทิง

ความคิดเห็น • 112

  • @balendas4259
    @balendas4259 25 วันที่ผ่านมา +48

    শৰৎ চন্দ্ৰ সিংহলৈ পুণৰবাৰ শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছো ।

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l 23 วันที่ผ่านมา +23

    এই সকল অসমৰ প্ৰকৃত মানুহ। এই সকল ৰ পৰা শিক্ষা লোৱাৰ প্ৰয়োজন।আজিৰ মুখ্য মন্ত্ৰী যদি এনে কুৱা হ'ল হেঁতেন।সোনৰ অসম তথা ৰাম ৰাজ্য স্থাপন হ'ল হেঁতেন।

  • @xmdi3687
    @xmdi3687 25 วันที่ผ่านมา +36

    আকৌ এজন শৰৎ সিংহ জন্ম হক তাৰে কামনা কৰিলো tk sir

    • @charudas947
      @charudas947 19 วันที่ผ่านมา

      Sarat ch singha debak sasradhre pranipat kanaichochari das ghy

  • @padmakonwar2045
    @padmakonwar2045 23 วันที่ผ่านมา +14

    বৰ্তমানৰ মূখ্য মন্ত্রী জনৰ দৃষ্টি গোচৰ কৰিব লাগে।

  • @mainabora7948
    @mainabora7948 24 วันที่ผ่านมา +19

    এতিয়া আমাৰ CMSir ঘৰ টো ভালকৈ বনায় সংৰক্ষণ কৰি নামাকৰণ কৰিব লাগে পয়াত সিংহ Sir নামত।

    • @user-nz7oi4wf9e
      @user-nz7oi4wf9e 24 วันที่ผ่านมา +1

      Hoi atiar CM r ghortu 😂 Singho Siror namot Kori diok

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 25 วันที่ผ่านมา +32

    তেখেত সৰল মনৰ জনতাৰ নেতা আছিল।‌ সেই সময়ত শাসন ব্যৱস্থা নিকা লগতে প্ৰযুক্তিৰ দিশত পিছপৰা। ঋণৰ ৰজা নাছিল।
    এতিয়াৰ ৰজা আৰু প্ৰজা ধাৰৰ বোজা লৈ ৰঙীন জীৱন যাপনতহে পাকৈত। বৃহৎ পুঁজিপতি হাতলৈ দেশৰ সম্পদ বিক্ৰী বা কেন্দ্ৰীভূত কৰাৰ নেতা হৈ পৰে দালাল।

  • @dijendutta2694
    @dijendutta2694 22 วันที่ผ่านมา +10

    তেওঁৰ পিছত হৈ যোৱা মুখ্য মন্ত্ৰী সকলৰো বাসগৃহ সমুহৰ ওপৰত আলোকপাত কৰিবলৈ সক্ষম হব লাগিছিল

  • @bkgogoi8636
    @bkgogoi8636 24 วันที่ผ่านมา +13

    সৰৎ চন্দ্ৰ সিংহৰ আত্মাই চিৰহ শান্তী লাভ কৰক "কৃষ্ণ" ঔম চান্তী "কৃষ্ণ" 🙏🙏🙏🙏🙏🙏🙏🙏

  • @suhaelakhtar7815
    @suhaelakhtar7815 24 วันที่ผ่านมา +15

    এইগৰাকী আছিল সৎ আৰু নিকা অসমৰ CM

  • @pareshchboruah8633
    @pareshchboruah8633 24 วันที่ผ่านมา +12

    আজিৰ মুখ্যমন্ত্ৰীৰ ঘৰ চাওঁক আৰু আগৰ মুখ্যমন্ত্ৰীৰ ঘৰ চাওঁক..... পাৰ্থক্য আপোনালোকৰ মাজলৈ থেলি দিলো । এইয়ে উন্নয়ন ???

    • @DibyaJyoti-np3bi
      @DibyaJyoti-np3bi 23 วันที่ผ่านมา

      Agate toi ki asili atia ki hoi goli he tu ko pagal

  • @dilipk.bordoloi5758
    @dilipk.bordoloi5758 24 วันที่ผ่านมา +16

    প্ৰয়াত শৰৎচন্দ্ৰ সিংহলৈ 🙏

  • @hanseali1924
    @hanseali1924 25 วันที่ผ่านมา +16

    সহজ,সৰল মানুহ হলেও আজিৰ দিনৰ ৰজা,মহাৰজাই ইদি,চিবিআই লগাই তেখেতক জেইলত থলেহৈ।

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 23 วันที่ผ่านมา +8

    বৰ্তমানৰ দগাবাজ ৰাজনীতিত জৰিত দেবতা সকলৰ অলপমানো লাজ থকা হেতেন।সিহঁতে এইবোৰ মিছা বাতৰি বুলি হে কব।😂😂😂😂😂

  • @jitendrarabha4660
    @jitendrarabha4660 23 วันที่ผ่านมา +5

    শ্ৰদ্ধাৰ শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শ অতুলনীয়,তেওঁৰ আদৰ্শ ভোটাতৰাৰ দৰে জিলিকি আছে আৰু জিলিকি থাকিব৷তেওঁ আছিল প্ৰকৃত ৰাইজৰ সেৱক,সেইবাবে তেওঁ সাত পিৰিড বংশ পৰিয়ালে উপভোগ কৰিব পৰাকৈ সম্পত্তি গঢ়া নাছিল৷

  • @dhananjaydas1764
    @dhananjaydas1764 19 วันที่ผ่านมา +2

    সেই জন মানুহৰ নামত অসমত একো নাই । এয়াই আমি অসমীয়া।

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 18 วันที่ผ่านมา +3

    তেতিয়া জনপ্ৰতিনিধি সকলৰ দৰ্মহা নাছিলে,সততা,ৰাইজৰ প্ৰতি দায়বধৰ্তা আছিলে,আজিৰ দৰে খকুৱা প্ৰতিনিধি নাছিল,বহু আছে সেই সময়ৰ

  • @RajibKashyap-yk8zc
    @RajibKashyap-yk8zc 22 วันที่ผ่านมา +4

    Koch Rajbongshi janogosthi r manuh r hoar karone obohela kri ase Oxom Sarkar e

  • @DebojitkrboraBora
    @DebojitkrboraBora 18 วันที่ผ่านมา +2

    ।। এতিয়াৰ মুখ্যমন্ত্ৰী বাসগৃহ নে ৰাৱণৰ শ্ৰীলংকা ধৰিবই নোৱাৰি।।

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 21 วันที่ผ่านมา +3

    সেৱা আগবঢ়াইছো , য'তেই আছে .....সেই মহান আত্মালৈ ....

  • @mrriturajrr3172
    @mrriturajrr3172 21 วันที่ผ่านมา +2

    নিশ্চয়, কংগ্ৰেছৰ CM আছিল। অসমৰ কংগ্ৰেছৰ CM এনেকুৱাই হয় ।

  • @cyrus31445
    @cyrus31445 21 วันที่ผ่านมา +1

    Teuloi🙏🙏🙏jonalu.Vediotu Sai bor bhl lagil.Asolote Ane dhoronor reporting hobo Lage khub sundor message thanks👍

  • @arjundas3446
    @arjundas3446 25 วันที่ผ่านมา +7

    এনেকুৱা এটা আমাৰ ঘৰ আছিল৷

  • @puspadhardowarah1932
    @puspadhardowarah1932 22 วันที่ผ่านมา +3

    বৰ আচৰিত কথা।আজিৰ যুগত হোৱা হলে স্বৰ্গ পুৰী হল"হেতেন।

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dn 25 วันที่ผ่านมา +10

    Aajir Monti. M. L. A sokole aitu miss new bulibo .

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 17 วันที่ผ่านมา +1

    চিৰ নমস্য মহান জননায়ক শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়ালৈ আমাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধাজ্ঞলি জনাইছোঁ। তেওঁ যতেই আছে তাতেই শান্তিৰে থাকক। তেওঁ এগৰাকী মানব দৰদী আৰু জনতাৰ সেৱাত উৎসৰ্গিত এক প্ৰাণ। এগৰাকী প্ৰকৃত মানব সেৱাত উৎসৰ্গিত প্ৰাণ আছিল। তেওঁ আমাৰ সকলোৰে কাৰণে আদৰ্শ হৈ থাকিব সদায়। এগৰাকী মহান মনিষী আছিল।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 17 วันที่ผ่านมา +1

    মহান মনিষী শৰৎচন্দ্ৰ সিংহ আমাৰ সকলোৰে কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ প্ৰতীক হৈ জিলিকি থাকক আজীৱন। তেওঁ আমাৰ কাৰণে গৌৰব। মহান মনিষী শৰৎচন্দ্ৰ সিংহৰ আত্মাৰ সদগতি কামনা কৰিলো। ওম শান্তি।

  • @dipakgogoi5084
    @dipakgogoi5084 18 วันที่ผ่านมา +2

    এতিয়া হিমন্ত বিশ্ব ঘৰ আৰু সম্পত্তি চাওক পুত্ৰ আৰু পৰিবাৰ নামত কি আছে।

  • @user-jn2ug6wp4k
    @user-jn2ug6wp4k 17 วันที่ผ่านมา +1

    আমাৰ মাজত অসমৰ বাবে তেওঁক আকৌ লাগিছিল, ছাৰক শ্ৰদ্ধাৰে সুঁৱৰিছো।

  • @jayantachoudhury1024
    @jayantachoudhury1024 25 วันที่ผ่านมา +6

    Thanks for the news

  • @Stuart-fx2qg
    @Stuart-fx2qg 21 วันที่ผ่านมา +1

    Tekhet ajon great leader asil. 🙏

  • @arunborah4032
    @arunborah4032 24 วันที่ผ่านมา +3

    Video Tu bohut bhal lagil

  • @anupomdowarah1381
    @anupomdowarah1381 24 วันที่ผ่านมา +4

    সঢাকৈ। আমিও পাহৰিব নোৱাৰো। , তেখেতৰ। আত্মাই। ঢিৰশানতি লাভ। কৰক

  • @user-gl2wr2sl4x
    @user-gl2wr2sl4x 23 วันที่ผ่านมา +2

    শৰৎ চন্দ্ৰ সিংহৰ আৰ্হি লব লাগে

  • @user-vn3xi3xx8i
    @user-vn3xi3xx8i 25 วันที่ผ่านมา +5

    ❤সুন্দৰ ।

  • @akankalita5111
    @akankalita5111 17 วันที่ผ่านมา +1

    অসমৰ এনেকুৱা মানুহৰ নাম মানুহে পাহৰি যায়❤

  • @user-pv8rl9up8d
    @user-pv8rl9up8d 24 วันที่ผ่านมา +3

    He was a REAL Chief Minister of Assam

  • @hiraboruah3208
    @hiraboruah3208 23 วันที่ผ่านมา +2

    এজন নিকা মূখ্যমন্ত্ৰী আছিল।

  • @NripenKalita-pq5mq
    @NripenKalita-pq5mq 19 วันที่ผ่านมา +1

    Salute to the moral politician

  • @user-qx1ts4ep9u
    @user-qx1ts4ep9u 19 วันที่ผ่านมา +1

    Nomoskar

  • @BISHWAJITDUTTABABA-gw5te
    @BISHWAJITDUTTABABA-gw5te 20 วันที่ผ่านมา +1

    RARE PIECE OF POLITICIAN ❤

  • @intajulzaman4393
    @intajulzaman4393 25 วันที่ผ่านมา +3

    Etihakh,paba ni Sir dare grate man

  • @atul2025
    @atul2025 16 วันที่ผ่านมา +1

    Val lagil

  • @TIGER_44416
    @TIGER_44416 23 วันที่ผ่านมา +2

    Election agote videotu hobo lagisil.

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru 23 วันที่ผ่านมา +1

    Neat and clean CM of Assam

  • @parhanabegum9534
    @parhanabegum9534 14 วันที่ผ่านมา

    প্ৰকৃত ৰাজনীতি কৰা মানুহ. সম্পত্তিৰ পাহাৰ গঢ়াৰ মন নাছিল.

  • @madhabhazarika6278
    @madhabhazarika6278 17 วันที่ผ่านมา +1

    অতি ভাল মানুহ আছিল

  • @rajibgogoi4256
    @rajibgogoi4256 9 วันที่ผ่านมา

    সিঙহ বাসগৃহ ৰ লগত শৰ্মা মূখ্যমন্ত্ৰী বাসগৃহ তুলনা কেনেকুৱা হ'ব অ বোপাই

  • @AshimkumarBhuyan-xe8ol
    @AshimkumarBhuyan-xe8ol 16 วันที่ผ่านมา +1

    Saratoga singhadevaloi seva agbahalu.

  • @myhome9744
    @myhome9744 4 วันที่ผ่านมา

    লগতে বৰ্তমানৰ মূখ্য মন্তীৰ বাস গৃহতো দেখুৱাব লাগিছিল-----

  • @umaroy4090
    @umaroy4090 24 วันที่ผ่านมา +1

    Govt. e. Preserve koribo lage. Teor ghor to, konoba bhal sot byktir dara
    Oboisye bortoman ene chinta obantor.

  • @user-ul5kz9qi3v
    @user-ul5kz9qi3v 24 วันที่ผ่านมา +3

    He is called the Mahathma Gandhi of Northeast India

  • @sushilkonwar7012
    @sushilkonwar7012 23 วันที่ผ่านมา +1

    স্বৰনামধ্যম প্ৰয়াত ---শৰত্ত চন্দ্ৰ সিংহ দেৱ -- এগৰাকী ১৯৯০ উধৰ -- নিষ্ঠাবান ৰাজনৈতিক --- নেতা আছিল । তেওঁলোকৰ দিনত -- অসমীয়া ভাষা প্ৰতি --- যি ধাৰণা আছিল --- নিজৰ ভাষাৰ -- উন্নতিৰ ও ৰক্ষাৰ বাবে - - তেওঁলোকে যি প্ৰচেষ্টা লৈছিল -- আমাৰ সকলোৰে জ্ঞাত -- সেই তেতিয়াই -- অসমীয়া ভাষাৰ --- শিপা ডাল -- টনকিয়াল কৰি --- থৈ গৈছে -- যাৰ বাবে আমি -- অসমীয়া জাতিৰ নিজৰ -- ভাষা বিহীন জাতি -- নহয় বুলি কবলৈ --- গৌৰৱ বোধ কৰোঁ --

  • @hazaratahmed2415
    @hazaratahmed2415 17 วันที่ผ่านมา +1

    সততাৰ কিবা মূল্য আছে নে? টকাই ডাঙৰ। তেখেতে কি পালে?

  • @upamanyuborah5630
    @upamanyuborah5630 7 วันที่ผ่านมา

    সিংহ ডাঙৰীয়া ৰ নিচিনা মূখ্যমন্ত্ৰী আৰু সাত পুৰুষ লৈ বিচাৰি নেপাম। আজিৰ মূখ্যমন্ত্ৰী য়ে বাছত জনতা ভৱনলৈ অহাৰ সাহস গোটাব পাৰিবনে !!!

  • @himadriballavdeka9385
    @himadriballavdeka9385 23 วันที่ผ่านมา +1

    শৰৎ চন্দ্ৰ সিংহক সদায় শ্ৰদ্ধা কৰো । কিন্ত তেখেতে গুৱাহাটীৰ ঘৰতো দেখোৱা নাই যে ?

  • @anibro4162
    @anibro4162 15 วันที่ผ่านมา

    Sarat Singha was very very honest and simple living CM of Assam.

  • @WrituponWritupon
    @WrituponWritupon 21 วันที่ผ่านมา

    We sometimes used to look at Singh sir at Shilpukhui, Guwahatit, with carrying an official bag in the year 1991, 1992 by walking on the Shilpukhuri road.

  • @pypypnpn4077
    @pypypnpn4077 25 วันที่ผ่านมา +4

    হৈছিলে খাইছিলে কৰিছিলে গৈছিলে ??শব্দ অশুদ্ধকৈ পৰিবেশন নকৰিব ।

  • @user-km6nx1rx1j
    @user-km6nx1rx1j 24 วันที่ผ่านมา +1

    ঠিক মামাৰ দৰেইসহজজীৱনযাপনকৰিছিল। এই জন মহী ৰূহলৈ শ্ৰদ্ধা নিবেদন কৰা হওক 10:31

  • @firuzurrahman4778
    @firuzurrahman4778 24 วันที่ผ่านมา +2

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 22 วันที่ผ่านมา

    Ajir dinor panchayatr president ba member atar ghor sabo chun, tekhet loi hohosro pronam thakil .

  • @kalpanadas6707
    @kalpanadas6707 15 วันที่ผ่านมา

    Xundor 🙏

  • @probinsaikia2641
    @probinsaikia2641 11 วันที่ผ่านมา

    বৰ অকৰা মানুহ আছিল দেই।এজন সচা মানুহ।চেল্যুত জনাব লাগিবই।

  • @pranabgogoi6283
    @pranabgogoi6283 24 วันที่ผ่านมา +3

    Amar bortoman jon eka ?

  • @MonikantaBoruah
    @MonikantaBoruah 22 วันที่ผ่านมา

    I am very sorrow to see his home

  • @iamTakla
    @iamTakla 22 วันที่ผ่านมา

    Surely.sharat. singh .was. a great and...genuen. leader. For. Assamese. Nation. Present. Leader should take lesson ..from.sharat.singh ....ex .cm

  • @digenvlogs3167
    @digenvlogs3167 22 วันที่ผ่านมา

    Dangriyak dhonrabad jonai su.enekuwa CM hb lage .....🧘🧘🧘🧘🧘

  • @aminrahul1977
    @aminrahul1977 22 วันที่ผ่านมา

    Kohinoor Diamond 💎🙏

  • @mumtazali2453
    @mumtazali2453 18 วันที่ผ่านมา

    This is the evidence of the Dignity of morality what signifying morality and more important than immoral millionaire . We like and we respect the Persons like this immortal Person Sarat Chandra Sinha.

  • @anilthakuria5455
    @anilthakuria5455 23 วันที่ผ่านมา

    🙏🙏🙏

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 22 วันที่ผ่านมา

    Aebar. Asamat. Jadi Congress . চৰকাৰ Aha Ex C M Sarat Singha Siror Parialok এতি Pakar Ghar Banai দিব Paribone Mira Baidew. Aponaloi Binamra Anurodh Thakil. 10:31

  • @jalaramcochin9009
    @jalaramcochin9009 24 วันที่ผ่านมา +3

    Teo ajn xath luk asil

  • @arupkumarnath2993
    @arupkumarnath2993 18 วันที่ผ่านมา

    Best cm ever in assam

  • @atul2025
    @atul2025 16 วันที่ผ่านมา

    Ex CM. Sarat Singha saroli nomoskar o sraddha jonalu. Takhata amar montri o MLA borok tar porai dik nirdessana diok.

  • @user-yy7lr2xf1z
    @user-yy7lr2xf1z 22 วันที่ผ่านมา

    Ane Ajan Hahaj. Haral. Karmaptu. Praktan. CM. Hasakai. Manib. Lagib. Tomak. Pranam.

  • @apurbadas4151
    @apurbadas4151 22 วันที่ผ่านมา +1

    বৰ্তমান সেই সমষ্টি মুছলিম প্ৰধান!! মূৰ্খ অসমীয়া, নিজৰ চোতাল চিনি নোপোৱা,, এতিয়া লুৰিণ, অখিল, গৌৰব গগৈয়ে উজান দিছে নিজৰ ঘৰৰ চোতালত বাংলাদেশীক ঠাই দিয়া

  • @nabakumardeka-sp9rc
    @nabakumardeka-sp9rc 15 วันที่ผ่านมา +1

    Teolok janatar manuh asil.. aajir cm brtkai aakakh patal difference... Teok sewa janaiso...

  • @SaitendraDas-oh9fp
    @SaitendraDas-oh9fp 17 วันที่ผ่านมา

    Hi

  • @pankajaxom8521
    @pankajaxom8521 14 วันที่ผ่านมา +1

    Atiyar roja jon a 7 jonom le poisa gutale.

  • @user-wd5rg9gq9e
    @user-wd5rg9gq9e 24 วันที่ผ่านมา

    A ki holl tatea😮 a moja

  • @user-ir9dt4dd6z
    @user-ir9dt4dd6z 23 วันที่ผ่านมา

    I like love you

  • @user-ul7lh6ms6u
    @user-ul7lh6ms6u 21 วันที่ผ่านมา

    Vhut vhal manuh asil sorat shandra shif minister asil

  • @drumil4500
    @drumil4500 13 วันที่ผ่านมา

    Amar Mam r o same type r Ghar a hoi😂😂😂😂

  • @bidyaengleng5178
    @bidyaengleng5178 17 วันที่ผ่านมา

    Thai namtu kobo lage Nohoi..

  • @BireswarDaimari
    @BireswarDaimari 21 วันที่ผ่านมา

    Come soon. Don't loose your character.

  • @niranjansarma4729
    @niranjansarma4729 24 วันที่ผ่านมา

    Tekhetor ai gharto sangraikhyan karato usit buli bhabu, ,,kionu bartaman jugat ,muikhya mantri to badei diyak ,sadharan m,l,a, haleo Raj hauli banale heten ,

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 17 วันที่ผ่านมา

    AJIR JONOR NISINA LAJ LAGISE AMAR ETIAR JONOK KI KOBO RAIJE

  • @user-gn4cw5ny2e
    @user-gn4cw5ny2e 25 วันที่ผ่านมา

    কি মৃত্যুৰ। পিছত কৰিছিল নেকি

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q 22 วันที่ผ่านมา

    Sarat Singh part of the God.now days wise ful sakalar lagat .tewak tulana nakariba.please brother.god be with you.
    2:02 2:02 2:03

  • @user-di5kn4gh7u
    @user-di5kn4gh7u 24 วันที่ผ่านมา

    Ajikali mantri,Mla Bahut dhon,toka ghotabyasta hoi thake .😂

  • @tridipsarma478
    @tridipsarma478 21 วันที่ผ่านมา

    Basi comments di lav nai

  • @jituldaimary530
    @jituldaimary530 21 วันที่ผ่านมา

    Burpok... aibur aamak dekhowar dorkar nai Gaurav Gogoi ar Himanta biswa sarmar putekok dekha goi...

  • @kapildevdasofficial5167
    @kapildevdasofficial5167 17 วันที่ผ่านมา

    অসমৰ এজনেই মুখ্মন্ত্ৰী আছিল যাৰ কোনো যাৰ কোনো ব্যক্তিগত বাহন নাছিল আৰু ৰাজহুৱা বহনেৰে আহ জাহ কৰিছিল।।

  • @abhijitkotoky7200
    @abhijitkotoky7200 25 วันที่ผ่านมา +1

    1972 kub Val gor.

    • @dilipsaikia4922
      @dilipsaikia4922 8 วันที่ผ่านมา

      Kintu Tekhet CM huar pisot Guwahati t bahut property koribo parile hoi. Kintu eku nokorila..Moi janan tekhetor Guwahati r Ghar tu beltolae Lakhi Mandir ot..eta saru Assam type ghar

  • @bkp9774
    @bkp9774 26 วันที่ผ่านมา +2

    বৰ্তমানৰ CM ৰ ঘৰৰ অৱস্থা টো ইয়াত কৈ ও বেয়া, 😊😊😊

  • @dilipCha
    @dilipCha 8 วันที่ผ่านมา

    আমাৰ mamak পাৰিলে একবাৰ দেখাব চূণ ,

  • @MonaPaul-wk6bo
    @MonaPaul-wk6bo 23 วันที่ผ่านมา

    Poka ghor bilak kiyo nedekhai

  • @AshimkumarBhuyan-xe8ol
    @AshimkumarBhuyan-xe8ol 16 วันที่ผ่านมา

    Idiolist and moral leader.

  • @meghnathdewri7006
    @meghnathdewri7006 25 วันที่ผ่านมา +2

    Nijo ghoto bonabo nurare raijo ki kam kobo du duxai sinta nuhura manuhe bhaigot Monti hosil

  • @mukulbaruah1833
    @mukulbaruah1833 26 วันที่ผ่านมา +2

    Bartomaanr Mukhya montryr khamparty bilak Axomr raijok news 18 a dekhuale vl hoy. Himantr khamaptty dekhuale apunar sakori ses.