LIVE | AstraZeneca | কভিশ্বিল্ড প্ৰতিষেধক লোৱাসকলৰ নতুন আতংক ! Covishield | N18L

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 พ.ค. 2024
  • LIVE | AstraZeneca | কভিশ্বিল্ড প্ৰতিষেধক লোৱাসকলৰ নতুন আতংক !
    কভিশ্বিল্ডৰ মাতৃ প্ৰতিষ্ঠানে প্ৰত্যাহাৰ কৰিলে ক'ভিড প্ৰতিষেধক
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #covishield #AstraZeneca #covid #covidvaccine #jayantamadhavgoswami
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

ความคิดเห็น • 98

  • @chandraprasadsaikia8399
    @chandraprasadsaikia8399 21 วันที่ผ่านมา +11

    মিষ্টাৰ সাংবাদিক দেউ, ইয়াৰ লগত সংযুক্ত বাতৰিটো এই যে পাৰ্শ্ব প্ৰতিক্ৰিয়া অত্যন্ত সীমিত, আৰু যদি পাশ্ব ক্ৰিয়া দেখা দিয়ে টিক্কা কৰণৰ খুব বেছি ৬মাহৰ ভিতৰতে প্ৰভাবিত হ'ব বুলি প্ৰকাশ।

  • @dilipsaikia2179
    @dilipsaikia2179 21 วันที่ผ่านมา +11

    কথা বোৰ অলপ চিন্তা কৰি চিঞৰি থাকক।মানুহক আত্নকিত নকৰিব

  • @pratimdevi8759
    @pratimdevi8759 28 วันที่ผ่านมา +12

    কি প্ৰতিষেধ ল'লে বৰ্ত্তমানৰ কভিশ্বিল্ডে দ্বাৰা সংঘটিত বিপদৰ পৰা আমি হাত সাৰিব পাৰোঁ ,তাৰ চিন্তাহে কৰা উচিত I এইদৰে প্ৰতিদিনে প্ৰচাৰিত আতংকৰ বাতৰিয়ে বেচিকৈহে মানুহক জীৱনলৈ অমানিশা নমাই আনিব I সময় সাপেক্ষে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰক ,I

  • @phulendas7939
    @phulendas7939 21 วันที่ผ่านมา +4

    হয় মই 1,2,3লৈছিলো , তাৰ পিছত বহুত দুৰ্বল হৈ পৰিছো

  • @suchitrakakati2803
    @suchitrakakati2803 21 วันที่ผ่านมา +3

    আমাক পুলিচ লগাই লৈ যোৱাৰ ভাবুকি দি ভেকচিন লবলৈ বাধ্য কৰিছিল

  • @sumitraphukan6916
    @sumitraphukan6916 21 วันที่ผ่านมา +8

    ইয়াৰ উপায় উলিয়াব লাগে

  • @anjanborah-5069
    @anjanborah-5069 28 วันที่ผ่านมา +15

    অসমত নিৰ্বাচন শেষ হোৱাৰ পাছত মনত পৰিছে তহতৰ 😮

  • @dilipsaikia2179
    @dilipsaikia2179 21 วันที่ผ่านมา +3

    আপোনাৰ চিঞৰ শুনি মানুহ মৰিবই এতিয়া

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr 21 วันที่ผ่านมา +3

    এতিয়া ৰাইজৰ মাজত সজাগতা আনিবলৈ চৰকাৰে কি ব্যৱস্থা কৰিব। লগতে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে কি ব্যৱস্থা কৰিছে।

  • @THEKING-ge1ur
    @THEKING-ge1ur 21 วันที่ผ่านมา +1

    সাপ হৈ খুতে বেজ হৈ জাৰে!সাধাৰণ জনতাক ডম্বৰো জুকাৰি নছুওৱা টো আপোনালুকৰ ধৰ্ম নেকি ?👍👍👍👍👍👍👍👍👍

  • @DILIPGHOSH-vc3cw
    @DILIPGHOSH-vc3cw 21 วันที่ผ่านมา +1

    মানূহ এজনক সাপে খুমটাই মাৰিব বুলি ক'লে তাৰ চুকু বান্ধি দিয়া হ'ল আৰু এটা কোঠাত সোমোৱাই বেজিৰে খুচি দিয়া হ'ল সচাকে সাপে খুটিল বুলি চিন্তাত মানুহজন মৰিল

  • @sabetrigamang5975
    @sabetrigamang5975 21 วันที่ผ่านมา +1

    God bless u.... নিউজ দিবলৈ আপুনি বাচিলে হ'ল।।।

  • @ghanakantanath7208
    @ghanakantanath7208 28 วันที่ผ่านมา +6

    Ear babe BJP sorkar dayee

  • @anupamaborah6233
    @anupamaborah6233 9 ชั่วโมงที่ผ่านมา +1

    Tumaluke batoriutu manuhor majot aatonkor babehe posar Kora jen lage jitu topic. Dim buli kua heiytu nulaigoi

  • @user-qy9nd8qn1m
    @user-qy9nd8qn1m 28 วันที่ผ่านมา

    Govt has to take the responsibility

  • @niranjandas2602
    @niranjandas2602 21 วันที่ผ่านมา +1

    Moi 3 Dose Loiso

  • @jayarajkhowa6787
    @jayarajkhowa6787 4 ชั่วโมงที่ผ่านมา

    😊

  • @sivanathbhuyan-go9zq
    @sivanathbhuyan-go9zq 21 วันที่ผ่านมา +1

    কল্কী অৱতাৰ বহুত মানুহে নোলোৱাকৈহল

  • @jehirulhuda3147
    @jehirulhuda3147 28 วันที่ผ่านมา

    হয়, লৈছিলো। একেবাৰে সচাঁ কথা। ব'স্তাৰ দ'জো লৈছিলো। বৰ্তমান অলপতে weak feel কৰাই নহয় বিভিন্ন বিষয়ত শাৰীৰিক শক্তি লোপ পাইছে। অৱশ্যে মোৰ বয়স প্ৰায় ৫৮ বছৰ। তথাপিও 'কভিশ্লিড'ৰ bad effect আছে বুলি বিশ্বাস হয়।

  • @amarjitkurmi6502
    @amarjitkurmi6502 21 วันที่ผ่านมา +1

    Moi 3ta lolu aku huwa nai misa koi lab nai