Mam moi regular viewer & subscriber . Ata problem t poriso , mor saku jor baru koi gatot somaise .Mor age 51 .I am a working lady . Moi dekhibo beya dekha hoiso .Aponar ADVICE pam buli asha korilo .
Protein thoka khadhya khabo , jiyonia mas, paya soup , egg chicken ityadi t protein matra besi thake. Comment t ulekh kora khadya kaita maje homoye khale eku opokar nai
Baah,iman bur pitha naam ajihe janisu. Hokoluke dhanyabad bohut pitha r naam janilu aji.Monot bhab ahise j Assam t jodi enekua ekhon restaurant ba hotel thakil haten jot hokolu dhoronor pitha taste koribo pari.
ধন্যবাদ ভাল লাগিল ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🥰🥰🥰
সুন্দৰ 👌🏻 সুতুলী পিঠা ফেনিপিঠা চিতৈ পিঠা ইত্যাদি ❤❤❤ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ❤❤
Bohut bhal lage apunar video sai🙏
সচাকৈয়ে কৈছে আমি বহুত পিঠাই দেখা নাই । সুতুলি পিঠাৰ নাম হে শুনিছোঁ। আপোনাক বহুত বহুত ধন্যবাদ জনালো আৰু লগতে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ।
ধন্যবাদ ।ভাল লাগিল ভিডিঅতো লগতে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ।❤
চুঙা পিঠা, তিল পিঠা। বা ভোগালী বিহুৰ শুভেচ্ছা জনালো❤
বহুত ভাল লাগিল। মাঘ বিহুৰ শুভেচ্ছা জনালোঁ
নমস্কাৰ বাইদেউ। আপোনালৈ আগন্তুক ভোগলী বিহুৰ শুভেচ্ছা থাকিল।পৰম পিতা পৰমেশ্বৰে যেন আপোনাৰ লগতে পৰিয়ালৰ সকলোকে কুশলে মঙ্গলে ৰাখে তাকেই কামনা কৰিলো।সংস্কৃতিবান আৰু খাদ্য ৰসিক অসমীয়া জাতিৰ খাদ্য সম্ভাৰ অতি সুন্দৰ, সুস্বাদু আৰু স্বাস্থ্য সন্মত।কচুথুৰি, কেঁচা জলকীয়া,আদা নহৰু বটা আৰু তাৰ লগত পৰিমাণ মতে শুকতি মাছ আৰু লৱণ মিশ্ৰণ কৰি কলপাত নাইবা হালধি পাতেৰে নুৰিয়াই,জুইৰ গৰম ফুটচাইত প্ৰস্তুত কৰা পিতিকাৰ পৰা কতবিধ যে ব্যঞ্জন প্ৰস্তুত প্ৰণালী আছে,তাক কৈ শেষ কৰিব নোৱাৰি। বেছিকৈ কবলৈ গলে,জিভাৰ পানীহে ওলাব খুজে,নহয় নে বাইদেউ? অসমীয়া খাদ্য সংস্কৃতিত, বিশেষকৈ বিহুৰ বতৰত বিভিন্ন প্ৰকাৰৰ সুস্বাদু জলপান, পিঠা আৰু এইবোৰৰ প্ৰস্তুত প্ৰণালী,নাম আদি উল্লেখ কৰিবলৈ গ'লে এখন ৰচনা হব।পিঠাৰ নাম কবলৈ গ'লেনো কি কম? ইতিমধ্যে আমাৰ সদাশয় দৰ্শক বৃন্দ ই আমাৰ অসমীয়াৰ অতি আদৰৰ তিনিওটি বিহুতে প্ৰস্তুত কৰা খোৱা প্ৰায বিলাক পিঠাৰ নাম নিজৰ কমেণ্ট চেকচনত উল্লেখ কৰিলেই,তথাপিও বাৰু ম ই দুবিধ পৰম্পৰাগত পিঠাৰ নাম উল্লেখ কৰিলোঁ,সেয়া হ'ল বৰ পিঠা আৰু আনবিধ হ'ল নাঙল পিঠা।ইয়াৰে নাঙল পিঠা, আমাৰ অসমৰ কৃষি জিৱি গঞা ৰাইজে কৃষি কাৰ্য সমাপন কৰি,পথাৰতে নাঙল,যুৱলি,মৈ আদি ধুই পখালি,ঘৰলৈ অনাৰ দিনা সন্ধিয়ালৈ এই পৰম্পৰাগত পিঠা বিধ তৈয়াৰ কৰে আৰু সকলোৱে মিলিজুলি খায়, আলহী অতিথিকো অপ্যায়ণ কৰায়।অসমৰ, বিশেষকৈ গ্ৰামাঞ্চল সমূহত এই পৰম্পৰা অতি জনপ্ৰিয়।সেয়ে এই পৰম্পৰাক সম্প্ৰীতিৰ ধ্বজা বাহকো বুলিব পাৰি। আনহাতে বৰ পিঠা সাধাৰণতে বহাগ বিহুৰ প্ৰথম দিনাখন, অৰ্থাৎ গৰু বিহু দিনাখন প্ৰস্তুত কৰা হয়,পুৱাই গৰু মহক মাহ হালধিৰে নোৱাই ধুৱাই, সন্ধিয়া গোহালিত নতুন পঘাৰে বান্ধি এই পিঠা গৰু,মহক খোৱোৱা হয়। অৱশ্যে বৰ পিঠা মোৰো প্ৰিয়,ময়ো প্ৰায়ে খাওঁ আৰু আন বহুতৰে প্ৰিয় হব পাৰে। ধন্যবাদ।
মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো🙏
খোলা চাপৰি পিঠা আৰু চুঙা পিঠা😊😊 ভাল লাগিল ধন্যবাদ🎉🎉
বহুত ভাল লাগিল। ধন্যবাদ জনালো।
ভাল লাগিল❤
বহুত ভাল লাগিল দেই।
Thank you so much for the information 🙏
Vidiotu sai bohut bhal lagil.thank you madam.
তিল পিঠা চুঙা পিঠা ।বা মাঘ বিহুৰ শুভেচ্ছা জানানো।
Thanks Ma'am ❤
ভাল লাগিল
তৰা পিঠা। মাঘ বিহুৰ শুভেচ্ছা থাকিল
মাঘ বিহু বা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ । পাত পিঠা বা ককাল চিঙা পিঠা খাই বহুত ভাল লাগে
Dhanyabad mem
চুঙা পিঠা বিহুৰ শুভেচ্ছা থাকিল আপোনাক
Mur aai alu to bor priyo.bohut bhal lagil kotha khini jani
Thankyou
Thanku val lagile
Khub bhal knowledge. Diabities t aakhoi kiman upakari pl kabosun
সুতুলী পিঠা , খোলাচপৰীয়া পিঠা , আঙুলি পিঠা , পাতেবন্ধা পিঠা(কঁকালচিঞা পিঠা) , কলপিঠা, সিজোৱা পিঠা ইত্যাদি 😊
❤❤❤❤❤ Thank you mam Good information
Kalpator Topola Pitha Borbhal Ata Pitha❤
bahut bhal lagil
Baideo dhanyabad
❤❤❤সুতুলী পিঠা,পানী পিঠা❤❤❤
Dhup Pitha,Happy Bhugali Bihu🎉
চুঙা পিঠা, পানী পিঠা,ককাল পিঠা কল পিঠা ❤
Right
Bohut val lagi video form delhi
Mam moi regular viewer & subscriber . Ata problem t poriso , mor saku jor baru koi gatot somaise .Mor age 51 .I am a working lady . Moi dekhibo beya dekha hoiso .Aponar ADVICE pam buli asha korilo .
Sunga pitha amar middle assamor magh mahor main pitha ,aru khula sapori bokhun dile matir dailor logot boyusrestho thoka ghorot khaboi nishoy❤❤❤❤❤
Nice video ❤
পুহীয়া পিঠা-সুতুলি পিঠা ।
সান্দহ খালে মোৰ গেছ আৰু তেঙাপানি আহে ।
Alu pitha ,kholasapori pitha,ghila pitha,tel pitha,ext.
কল পিঠা । কল আৰু কলপাত আৰু পিঠাগুড়িৰে বনাই । খাই বহুত ভাল লাগে
❤❤❤❤❤nice
ভাপত দিয়া পিঠা ,সুতুলী পিঠা 🥰🥰🥰💕💕💕💕💕
Chunga pitha.angulipitha etc.
বৰ ভাল লাগিলে ভিডিঅ'টো
Ami purana maghbihur paramparamate,,, mahkarai kathalu vaja, barpitha, tilar laddu, bara saulor tel pitha,, etc bor khoato upakai buli mani ahiso,, 👍🙏🙏
Sunga pitha .tekeli pitha.pani pitha.topala pitha.
মাঘ বিহুৰ শুভেচ্ছা জনালোঁ
❤
Bhat pitha, hutuli pitha, nangal dhuwa pitha , etc.......
ফেনি পিঠা---বৰা চাউলৰ গুৰিৰে বনোৱা হয়।দেখাত লুচিৰ নিচিনা।
সুতুলি পিঠা লাউ পিঠা তিল পিঠা বা খোলাচপৰীয়া পিঠা।মালপোৱা ঘিলা পিঠা পুুহিয়া পিঠা আৰু তেলপিঠা।
Kholashapori aru sunga pitha
Nangoldhoua pitha. Patisepeta pitha. Happy bhogali bihu😀😀😀
Kolor Patt diya pitha and gakhir pitha
সুতুলী পিঠা, ধমনা পিঠা ( জুইত বালী দিবনোৱা পিঠা গুৰিৰ কেক,)
Jeng pitha ,pator pitha
অৰূপাতপুৰা, পিঠা,ঘুনুচা, শইকীয়া,আমগুৰি,jangi
Mahura pitha
Bohot masturbation korar folot baideo depression or anxiety aibila hoi neki monor Rog aru gut bacteria t kiba efect hoi neki
Anguli Pitha 😊
Sutcliffe pitha sunga pitha hesa pitha vat pitha
Authority pitha
চুঙা পিঠা আৰু ভাতপিঠাৰ বাহিৰে বাকী তিনিটা পিঠাৰ নাম আজিহে শুনিলোঁ ৷ কেনেকৈ বনায় ক’বছোন Sutcliffe pitha,hesa pitha aru authority pitha
Sunga pitha mitha alu kath alu tilor laru
বাইদেউ মোৰ ল'ৰা টোৰ বয়স ১৪ বজৰ সোমাইছে তাৰ একচিডেন্ট হ'ল ভৰি দুখন ভাগিল হাড় ভাঙিছে সেয়ে মই জানিব বিচাৰো মোৰ ল'ৰা টোক কেনে কোৱা ধৰনৰ খাদ্য খোৱালে ভাল হয় অনুগ্ৰহ কৰি জনাবচোন আৰু মোৰ ল'ৰা তোৱে পিঠা পনা জলপান খায় বহুত বেছি ভাল পায় , জানিব বিচাৰিছোঁ বৰাচাউল, মাটিমাহ, বৰালি মাছ আৰু পাতি হাঁহ ৰ মাংস খাৱ দিয়াটো স্বাস্থ্য সন্মত হয় নে 🙏🙏 কৃপা কৰি জনাব কথাবোৰ
Protein thoka khadhya khabo , jiyonia mas, paya soup , egg chicken ityadi t protein matra besi thake. Comment t ulekh kora khadya kaita maje homoye khale eku opokar nai
@PonkhiSharma ধন্যবাদ জনাইছোঁ বাইদেউ 🙏
ককাল বন্ধা পিঠা,, আঙুলি পিঠা ❤
Hutuli pitha, vapor pitha
কঁকাল বন্ধা পিঠা, চাপৰি পিঠা।
সূতুলি পিঠা আৰু কঁকাল চিঙা পিঠা বা কলপাত পিঠা ।
B12 besi thakile mitha aalu khb parim ne?
Paribo
Jeng pitha, hutuli pitha
মহুৰা পিঠা, ককাল বন্ধা, লাউ পিঠা
ফেনি পিঠা, নাঙল ধোৱা পিঠা, সুতুলী পিঠা,চেৱা দিয়া পিঠা ....
Bhogali bihur ology ganalo Ma'am.
Sos pltha pani pitha ronga alur pitha
ফেনি পিঠা, মুঠি পিঠা, মালপুৰা আৰু আছে।
Tupulapitha.Urhipitha
পুহীয়া পিঠা,চুঙা পিঠা,কল পিঠা,কেটলি পিঠা
Sungaaaa pitha ,panilawr pitha.
Paani layo pith and mitha alu pitha
কটা বাহৰ চুঙা পিঠা 🥰😅
Kothal pitha, Haladhi pitha
Sungapitha ...
মই পাচ কেজি সান্দহ ঢেকিত খনিছো বাইদেউ
নমস্কাৰ
ডㅇহেলেন পণ্ডিত
টেকেলি মুখত দিয়া পিঠা, পানী পিঠা, মুঠিয়া পিঠা, ভাত পিঠা,
ধন্যবাদ
সুতুলি পিঠা, ফেণী পিঠা
Kothal pitha
সুতুলী পিঠা তৰা পিঠা ।
বিহুত খোৱা এবিধ পিঠা-জেং পিঠা
জেং পিঠা।
Magh Bihu huvesha thakile baidew..
জেং পিঠা
Ba apunak parsonaly msg krib prim nk ?apunar pra alp janibo lga asil ..pre jdi ba jonabo
উৰহী পীঠা ভুৰ ভৰি পীঠা
Happy magh bihu ---1.Lau palla pitha, Ghila pitha, Soka pitha, poka laadu,
চচ পিঠা পাত পিঠা ফেনী পিঠা খোলা চাপৰিয়া পিঠা।
Puhia pitha bhat pitha
Kolpat pitha
সুতুলি পিঠা ,
তৰা পিঠা/টোপোলা পিঠা
Xutuli pithaa,kholasapori pitha