Apunar chnl khub hundor adyatmik dix bur aguai nise tar babe aheh dhanyabad ,, parile mur ata rqst , gayan bayan , hudha pusak pridhan, ( gayan e seleg khn kanake loi ,bayane kanake loi , pag tu kanake mare )tar uport alp mn vdo ata pua hole val palu. Hoi,
Let's vote for intervieing for Satyam khonikar ❤❤please
Nayanmoni khanikor❤
অসমৰ এজন অন্যতম অভিনেতা কলিয়া দাক আপোনালোকে মাতিব ❤❤ কলীয়া দা কাৰণে এটা like ❤❤❤
Bohut bohut bohut bohut val lagil vogobanor onya ek rup,,,,,,,
ইমান এটা সুন্দৰ কণ্ঠৰ অধিকাৰী হৈও অকণমানো অহংকাৰ নাইকিয়া এজন ব্যক্তি,,,, সদায় প্ৰিয় ❤❤
বৰ ভাল লাগিল দাদাজনৰ কথাবোৰ। প্ৰহ্লাদ দা জনপ্ৰিয় লক্ষ্মণ জনক আনিবচোন আপোনাৰ অনুষ্ঠানলৈ।
সুন্দৰ,,, নয়ন দা, সত্যম দাক মাতিব
চিনাকি অনুষ্ঠানটোৰ মাজেৰে ভাওনা জগতৰ এজন জনপ্রিয় গায়ন সত্যম খনিকৰ দাদাক চিনাকি কৰাই দিলে আমি অতিকৈ সুখী হ'ম। 🙏🏻
নিশ্চয় চেষ্টা কৰিম
আমি নিশ্চয়কৈ অপেক্ষা কৰিম🙏🏻
বিতো দা মোৰ অন্যতম প্ৰিয় গায়ন ❤
Nayan da aru satyam da duijnke eklge invite krile bhut vl lgibo ❤❤
Nayan da aru satyam dak lage please. ❤❤
আমাৰ hero 🙏🙏🔥🔥🔥🔥🔥
সুন্দৰ কণ্ঠ❤
সুন্দৰ বিতু ।বহুত বহুত সুভকামনা❤️
Bohut val lagil...nayan dak lage etiya
Bohut dinor murot ai sinaki aonusthan tu Sai val lagil...... Ane koi jate ai sinaki aonusthan ti agbahi jaok,,,,,,val lagil 😊
বিকাশ দত্তক দাক ❤interview ত লাগে, ভাল লাগিব
তেখেতক বিশেষ নাজানো কিন্তু তেওঁৰ দোহাৰ বৰ শুৱলা বৰ ভাল লাগে। গোলাঘাটৰ পৰা শুভেচ্ছা আৰু মৰম।।
❤মৰমৰ ককাইদেউ😊বৰ শুৱলা কণ্ঠৰ অধিকাৰী❤
Axomor best gayan ..hundar kontho
বিতুক দেখি বহুত সুখী
ভাওনা জগতৰ এজন অমায়িক ব্যক্তি বিতু দা ❣️❣️❣️
Emn dhuniya voice2 ❤❤
অনুষ্ঠানটো চাই বৰ ভাল লাগিল বেদব্ৰত দা 🙏
সুন্দৰ
মোৰ পেহীৰ লৰা হয় ই৷আৰুআগবাঢ়ি যা বিতু৷
প্ৰিয়জন ❤🌼।
বিতু দা সদায় প্রিয়❤
Nice ❤
Hundor. Jurhator ronjon da k lage
Kontho jui bitu dar
সদায় প্ৰিয় বিতু দা 😊😊❤❤
Bitu daa❤❤❤
তেখেতৰ কথাখিনি আৰু বেছি শুৱলা। এজন আদৰ্শ ব্যক্তি সঁচাকৈ।। আমাৰ কলেজত বৰগীত পৰিৱেশন কৰিছিল, সকলোৰে অন্তৰত স্থান পাইছে ।।।
সুন্দৰ কণ্ঠৰ গৰাকী ।
সদায় এনেকৈয়ে আগবাঢ়ি যাওক🥰
সুন্দৰ ❤️
ru agu i ja..
👍👍👍......
.
ভাওনা জগতৰ শ্ৰেষ্ঠ নাৰদ বিটোপন দত্ত ক বিচাৰিছোঁ আপোনাৰ সৈতে❤
চেষ্টা কৰিম
তিয়কৰ প্ৰনৱজ্যেতি গায়ন ছাৰক আনিবচোন video এদিন এটা বৰ ডাঙল হেপাহঁ তেওঁৰ interview চোৱা ❤
Bitu aru agbahi ja.
প্ৰজ্ঞান প্ৰতিম বৰুৱা ক লাগে❤️
Nayanmoni khanikar
First comment ❤❤
বিতো দা ❤
Apunar chnl khub hundor adyatmik dix bur aguai nise tar babe aheh dhanyabad ,, parile mur ata rqst , gayan bayan , hudha pusak pridhan, ( gayan e seleg khn kanake loi ,bayane kanake loi , pag tu kanake mare )tar uport alp mn vdo ata pua hole val palu. Hoi,
Nayan dak lagee❤❤
Abhijit saikia lgyy
Proud proud proud ❤
আৰু আগবাঢ়িবলৈ বাসুদেৱে কৃপা কৰক ।
🙏
দাদা, অংকুৰ শইকীয়াৰ এটি সাক্ষাৎকাৰ লাগে।
Monai dak val pai jd like kra sbyy
❤
বেদব্ৰত দা মোৰ সদাই প্ৰিয় ❤❤
❤️❤️❤️❤️❤️❤️❤️❤️❤️
🙏🙏🙏
❤❤❤
নয়ন নিবিৰ দাক আপোনাৰ অনুষ্ঠানলৈ matibo sun
গায়ন যদু দত্ত লাগে
সময় দিব পৰা নাই তেওঁ
Simanta saikia Bayon k matibo , sivasagar r dikhowmukh r srestho bayon totha gayon .
Monai dak anok dada
Satyam khanikor aru nayanmoni khanikor interview lobo
নিশ্চয়
Ritunjoy dak matibosun please
Nayan da ru satyam da k anib sun
Nayana nibir dak matibo sun
Monai da k lge
Nayan nibirok aniba
দাদা, মাজুলীত অনুষ্ঠিত হবলগীয়া ভাওনা প্ৰতিযোগীতাৰ ভাওনা সমূহ আপোনাৰ চেনেলত পাম নাই?
নাই... মই যাব নোৱাৰিম...
প্ৰতিযোগিতা ভাওনাৰ এটা ডাঙৰ ভুল সংস্কৃতৰ জ্ঞান নাই, সংস্কৃত শ্লোকৰ উচিত ব্যৱহাৰ কৰিব নাজানে।
বিতু দা🔥
Bitu da❤❤❤❤❤❤
❤️❤️❤️❤️
❤
❤❤❤❤
❤❤❤❤❤
🙏🏼🙏🏼❤❤
❤❤
❤❤
❤❤❤❤
❤❤❤❤
❤❤❤
❤❤❤❤
❤❤❤❤❤
❤❤❤
❤❤❤
❤❤❤❤❤
❤❤
❤❤❤❤
❤❤❤❤❤
❤❤❤❤
❤❤❤❤