প্ৰথম শ্ৰেষ্ঠ দল- শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা | ভাওনা প্ৰতিযোগিতা, বিহপুৰীয়া | Vauna Competition
ฝัง
- เผยแพร่เมื่อ 7 ต.ค. 2024
- প্ৰথম শ্ৰেষ্ঠ দল- শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা | ভাওনা প্ৰতিযোগিতা, বিহপুৰীয়া | Vauna Competition
বাসুদেৱ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু পূৱ ডিক্ৰংবাসী ৰাইজৰ সহযোগত বিহপুৰীয়াৰ খ'ৰা সমন্বয় ক্ষেত্ৰত আয়োজন কৰা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল।
নাট- "শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা"
পৰিৱেশনত- নৱাৰুণ সাংস্কৃতিক গোষ্ঠী, কোঁৱৰপুৰ, শিৱসাগৰ
পৰিচালনা- চন্দ্ৰমণি গগৈ
মূখ্য গায়ন- সত্যম খনিকৰ
মূখ্য বায়ন- মনজিৎ
বাঁহী- বিতু
দলটিৰ সৈতে যোগাযোগ- +91 91010 52286
Cover Topic:
Vauna
bhauna
Vauna competition
Bhauna competition
vauna competition 2024
Vauna video
vauna assamese
Bhaona
vawna
bhaona assamese
assamese vauna
Assamese bhauna
Vauna probekh
Bhauna probekh
assamese culture
vauna 2024
অসমীয়া ভাওনা
ভাওনা
assamese bhawna
Assamese vaona 2024
সদৌ অসম ভাওনা প্ৰতিযোগিতা
Bihpuria vauna competition
sri ramorchandraor boikuntha jatra
শ্ৰী ৰামচন্দ্ৰৰ বৈকুন্ঠ যাত্ৰা
#vauna
#bhauna
#vaona
কি সুন্দৰ কণ্ঠ বায়ন দাদাৰ
🙏🙏🙏 ভাল লাগিল
Krishana krishana
মই নিজেই চাইচো গৈ ইমান সুন্দৰ ৰাম ভাঁও গোৱা দাদা জনৰ মাতো সছাকৈয়ে ভগৱান প্ৰদত্ত ।ইমান সৰল সহজ ইমান কোমল মাত ।এতিয়া youtubet save kriu sai asu vawna vag.
ইমান সুন্দৰ অভিনয়।।
সুন্দৰ অভিনয় সকলোৰে। ভাল লাগিল
Val lagila sai🔥🔥🔥🔥
Moja lagil❤❤❤❤❤
Bohut bohut bohut bohut val lagil ,,,,,, best of luck all teams
নাট ভাগ পাম নেকি দাদা
বৰ্তমানলৈ ৰাইজৰ বাবে মুকলি কৰি দিয়া নাই, যিহেতু প্ৰতিযোগিতা কৰি আছে...
Val lagil sai
Val lagil. Aji prothom salu hokolure ovinoi val hoise. ❤❤❤
Suponokha❤
Thank you
শ্ৰী ৰামচন্দ্ৰ মাত জানো ইমান কঠোৰ হয় । ভাতৃ "তই "বুলি সম্বোধন কৰিছে ????? কথাষাৰ মানি লবলে অলপ টান লাগিছে । কৃষ্ণ
আপুনি নিজেই কৰি দেখুৱাবচোন শ্ৰীৰামৰ মাত কেনে হব লাগে
Ohh korok korok
Ram vogobanr ovotar ha...aru tew manuh rupe ha ovatar loisa...tat tew r mat tu brishnu r dore kumol hbo nlga..jihetu tew monushya hisape jonmo loisa.. brishnu r ktha tnekoi kobo pare..krishno❤
Mat kumol hbo nlga...obhinoi hbo lage ❤
@@mrinmoybora5187 মোৰ ভাওনা জ্ঞান বহুত কম। কিন্তু আমি u ভাও কৰিছোঁ দিয়া , বহুত ভাওনা চালোঁ।
শূৰ্পনখা অভিনয় ভাল হৈছে❤
ধন্যবাদ
শূৰ্পনখাৰ অভিনয়ে মোহিত কৰিলে। আগুৱাই যাওক তেওঁ
ধন্যবাদ
জয় শ্ৰী ৰাম🙏🙏🙏
Sivsagar
হয়
সুন্দৰ
বহুত বহুত ধুনিয়া
শূৰ্পনখাৰ অভিনয় বহুত সুন্দৰ হৈছে 🥰🥰
ধন্যবাদ
Moja lagil
দাদা নাট ভাগ পাম নি
Vl lgl sbloi goislu...vauna khn ❤❤
Val lagisa bohut. Baki 2nd aru 3nd khon u sabole pam naki ❤❤
নাই.... মই মাত্ৰ সেইখন কৰিবলৈহে গৈছিলো
Bhal lagil sai
ৰাম ৰ অভিনয় টো ভাল নালাগিল
সুন্দৰ অভিনয়
🙏🙏🙏🙏❤❤❤❤
Jai Sri Ram 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Moja moi saisiluge fast pale ❤❤❤❤❤❤
শূপনখা অভিনয়ৰ 🔥🔥🔥
ধন্যবাদ
Moja 😊
ভাল লাগিল। সকলোৰে অভিনয় সুন্দৰ। চকুলো মোহাৰি মোহাৰি নাট ভাগ চালো।🙏🙏🙏🙏
hurbonokha acting ❤️🔥
চন্দ্ৰমণি দাদাৰ অভিনয় চাই বহুত ভাল লাগে । মাজুলী ভাওনা সমাৰোহ ২০২২ ত চন্দ্ৰমণি দাইয়ে best পাইছিল । নাট খন বহুত ভাল চাবলে। 🥰😍
Super
Nice
Ram jon amr dibraj daa (duliajan)
চিনাকীৰ অনুষ্ঠানত এই বাৰ কোন আহিব
মই কিছু কামৰ বাবে দুলীয়াজনত আছোঁ... ইয়াৰপৰা গৈহে চিন্তা কৰিম...
Mojja moi tat saisu
Moi sai asu
Satyam dada aru Nayan dadak matoksun sun next episode t jodi pora hoi.
চেষ্টা কৰিম নিশ্চয়
Pdf পাম নেকি নাট খনৰ।।
নিদিয়ে দলটিয়ে
এই ভাওনা খন কৰ হয় বাৰু
Thumbnail ot details diya ase... ভাওনাখন কোঁৱৰপুৰ, শিৱসাগৰৰ.. হৈছিল বিহপুৰীয়াত
Pankaj da hupornokha🔥😍
কৃষ্ণ কৃষ্ণ ৰাম ৰাম ❤️
নাটক খন দিব নেকি
সুন্দৰ হৈছে, PDF পাম নেকি বাৰু বাপ ??
বৰ্তমানলৈকে ৰাইজৰ বাবে এৰি দিয়া নাই... প্ৰতিযোগিতা কৰি আছে যিহেতু
Bea Napabo Kuwar Babe But RamSandra R Probekh Khon Hrurpornokha Jen Lagile🙂 BTW Vauna Vl Hoise🎉
দোহাৰত কোন কোন আছে নো
গায়ন- সত্যম
বায়ন- মনজিৎ
Muku lagisil nat bhag
😏 'Promo SM'
নাট ভাগ পাম নেকি দাদা।
ৰামৰr❤❤ 35:25 35:26 35:26
@@AK-lk8hq35:28
ৰাইজলৈ মুকলি কৰি দিয়া নাই বৰ্তমানলৈ... যিহেতু প্ৰতিযোগিতা কৰি আছে...
Vle lagil ..but Ram r abhinoi2 olp komi ase..thik naihuwa emn...Ramr carecter t humaboi pora nai
চন্দমনি দাৰ নম্বৰটো পাম নি বাৰু
Paba..
@@PMBMixdiyok xun
নাট ভাগ পাম নে কি দাদা
মোৰ ওচৰত নাই
Ram Sudipto niki?
নহয়.. দ্বীৱৰাজ
Dibraj Konwar
Hoi
nat khon kiman ghonta
প্ৰায় চাৰে তিনি ঘণ্টা
বহুত বহুত ধুনিয়া
দাদা নাট ভাগ পাম নি
নাট ভাগ পাম নেকি দাদা
বৰ্তমানলৈকে ৰাইজৰ বাবে এৰি দিয়া নাই... প্ৰতিযোগিতা কৰি আছে যিহেতু
Paba
Jdi dib pra apunloka dila bhut hppy hm
মোৰ লগত আছে
Pam nki😊@@travelingbitupanvlog4115
দাদা নাট ভাগ পাম নি
দাদা নাট ভাগ পাম নি
বৰ্তমানলৈ ৰাইজক দিয়া নাই... তথাপি সুধি চাম বাৰু
দাদা নাট ভাগ পাম নি