Dirty Politics of Himanta Biswa Sarma on Educational institution || USTM & Guwahati Flood ll Assam l

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ต.ค. 2024

ความคิดเห็น • 1.5K

  • @AdityaViper
    @AdityaViper 2 หลายเดือนก่อน +144

    Drainor bebostha korok mama Karu khotha khunibor darkar ni

    • @YoYoAdviser
      @YoYoAdviser  2 หลายเดือนก่อน +27

      Exactly, kiba eta scientifically planning kori banpani kenekoi rudh koribo pari kheitu podokhep lobo lage aru tar karone USTM houk ba DPS houk jodi bhangibo lage bhangi diyok. But at least don't do dirty politics with Educational Institutions.

    • @debajitdas7663
      @debajitdas7663 2 หลายเดือนก่อน +5

      @@YoYoAdviser dirty politics nohoi aroksan politics sc Iman pai,st Iman pai muslime Iman pai hai2 politics

    • @Asi91989
      @Asi91989 2 หลายเดือนก่อน +6

      ​@@YoYoAdviserekhon clg...mamir aase...changsarit kheitu bhagi pelabo laage😂😂

    • @RanaIslam-zy2oe
      @RanaIslam-zy2oe 2 หลายเดือนก่อน +1

      Muslim karone

  • @ManowarHussain-h3y
    @ManowarHussain-h3y 2 หลายเดือนก่อน +47

    চৰকাৰী অফিচত মুৰ্তি থাকে,চৰকাৰী স্কুলত হিন্দু ধৰ্মৰ প্ৰতিক থাকে চৰকাৰী থানাত মন্দিৰ আছে খ্ৰীষ্টান মিছনেৰীত church আছে তাত আমাৰ একো অসুবিধা হোৱা নহয় কিন্তু ব্যক্তিগত university এখনৰ প্ৰবেশ দ্বাৰত ইছলামৰ কিবা প্ৰতিক থাকিলেই বাৰু তাত কি আহে আৰু যায় ,? মই আল্লাৰ ওচৰত দোৱা কৰিছো তেনেকুৱা ব্যক্তিৰ মন মগজুত শুভ বুদ্ধি উদয় হ‌ওক ,,

  • @babukhan0479
    @babukhan0479 2 หลายเดือนก่อน +16

    Really Himanta Biswa Sharma he is not fit to be chief minister 🤮🤮🤮🤮 . I have studied in USTM, USTM has such a good culture,

    • @indianexperiments4192
      @indianexperiments4192 หลายเดือนก่อน

      Yar title sa Kune koie ase 😂😂😂😂😂

  • @nurmanikbiswas
    @nurmanikbiswas 2 หลายเดือนก่อน +96

    Dada সঁচা কথা কৈছে, দাদা এনেকুৱা নেতা বোৰৰ কাৰণে হিন্দু মুছলিম কাজিয়া/ ভেদভাৱ কৰাই।

  • @ShohidulIslam-gs7hy
    @ShohidulIslam-gs7hy 2 หลายเดือนก่อน +18

    হিমন্ত বিশ্ব শৰ্মাৰ কুকৃৰ্তিৰ কথা সুন্দৰকৈ উপস্থাপন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @sushildutta9716
    @sushildutta9716 2 หลายเดือนก่อน +118

    USTM, Salute in North East

  • @subratadey9156
    @subratadey9156 2 หลายเดือนก่อน +25

    যদি মেঘালয়ৰ পানী আহি গুৱাহাটীত বানপানী হয় তেতিয়াহলে মেঘালয়ৰ চৰকাৰৰ লগত আলোচনা কৰিব পাৰে
    মিছামিছি কিছুমান কথা কৈ থাকিলে সমস্যা সমাধান নহয়।

  • @jintudasofficial4364
    @jintudasofficial4364 2 หลายเดือนก่อน +182

    আমাৰ মামাৰ মাথা টো গৈছে । অসমত কূটনীতি কাম বিলাক কৰিব লৈছে । এইবাৰ যদিহে অসমৰ পৰা মামা ক বিদায় নিদিয়ে আমাৰ অসমীয়াই । তেতিয়া হলে বুজিম - আমাৰ অসমীয়াৰ দৰে নিলাজ আৰু বুৰ্বক মানুহ এই পৃথিৱীত নাই ।
    Mama Go Back.

    • @mohiruddin1328
      @mohiruddin1328 2 หลายเดือนก่อน +2

      Yes

    • @eusubali8924
      @eusubali8924 2 หลายเดือนก่อน +2

      Yes right mamar ahongkar hoise beshi

    • @HabibUllah-yp9rd
      @HabibUllah-yp9rd 2 หลายเดือนก่อน +1

      Safiqul Islam, Apuni 💯 percent sacha kotha koise....kisumane khamatar Ragit boliya hoi nijake Bhagaban buli bhabiboloi loise....

    • @bitupongogoi9098
      @bitupongogoi9098 2 หลายเดือนก่อน +1

      Next 2026

    • @yourpapa1772
      @yourpapa1772 2 หลายเดือนก่อน +2

      EVM ghotala kori dibo aru 😂 jimanei belegot vote dia lav nai

  • @Khe.2.0
    @Khe.2.0 หลายเดือนก่อน +5

    USTM is a blessing to the people of North East India ❤

  • @CRAZYNOOByt-oi3or
    @CRAZYNOOByt-oi3or 2 หลายเดือนก่อน +117

    মুখ্যমন্ত্ৰীৰ লাজ নালাগে এনেকুৱা লেতেৰা কথা কৱ। ভাল কাম কৰিম বুলি অহা নাই দুনিয়াত।

    • @MOHIDULLAHAHMED
      @MOHIDULLAHAHMED 2 หลายเดือนก่อน

      Mami k share lage je

  • @mk4778
    @mk4778 2 หลายเดือนก่อน +25

    এনেকুৱা হিন্দু মুছলিম কৰি থকা মুখ্য মন্ত্ৰী next time আৰু নালাগে। 🙏

  • @hasenali5142
    @hasenali5142 2 หลายเดือนก่อน +234

    এইটো বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা sir ৰ জ্বলন।।।।এই USTM যেতিয়া অসমত স্থাপন কৰিব বিচাৰিছিল তেতিয়া অসম চৰকাৰএ মাটি দিয়া নাছিল।।পিছত যেতিয়া মেঘালয় চৰকাৰে মাটি প্ৰদান কৰিলে,তাৰ পিছত USTM যেতিয়া অন্যতম প্ৰতিষ্ঠানত পৰিণত হল,তেতিয়া জ্বলন হৈ আছে।।দম আছে যদি এনেকুৱা প্ৰতিষ্ঠান এটা বনাই দেখুৱাওক অসমত।।।অসমৰ চৰকাৰী মেডিকেল কলেজ চলোৱাৰ ক্ষমতা নাই,সেইবোৰ দুৰ্নীতিৰ ফলত কেন্দ্ৰীয় বোৰ্ডৰ পৰা লাইচেন্স বাতিল কৰে,তেতিয়া লাজ নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ😡😡

    • @abdulmafij734
      @abdulmafij734 2 หลายเดือนก่อน +4

      B j p borbad

    • @EN-ki-duniya
      @EN-ki-duniya 2 หลายเดือนก่อน +6

      Yes bro he doesn't know how behave with other he just know only how to divide Hindu muslim

    • @ShahidaBegum-zt5fz
      @ShahidaBegum-zt5fz 2 หลายเดือนก่อน +1

      Mom

    • @hasenali5142
      @hasenali5142 2 หลายเดือนก่อน +2

      @@ShahidaBegum-zt5fz mom,এইটো কেনেকুৱা reply 🤔🤔

    • @matibarrahman4606
      @matibarrahman4606 2 หลายเดือนก่อน +1

      Right Sir

  • @shahintechnician3575
    @shahintechnician3575 2 หลายเดือนก่อน +4

    মানৱতা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম,,, মানুহৰ ৰং/প্ৰজাতি বেলেগ কিন্তু তেওঁলোকৰ তেজৰ ৰং একে,,, জীৱন ৰক্ষাৰ প্ৰয়োজন হৈ থকাৰ সময়ত মেডিকেলত তেজ সঞ্চালনৰ সময়ত কোনেও বিচাৰ নকৰে তেজ খিনি হিন্দুৰ নে মুছলমানৰ। মাথো চিন্তা এটাই থাকে যে ৰোগী জন সুস্থ হব লাগে 😊🙏🙏 ।।
    ধন্যবাদ ডাঙৰীয়া আপুনি লিগেলি প্ৰতিবাদ কৰাৰ বাবে।
    YOU ARE A REAL HERO🎉

  • @anowara.begum23
    @anowara.begum23 2 หลายเดือนก่อน +107

    সুন্দৰ বক্তব্য ❤ সছাকথা🎉ইউ এছ টিএম খনৰ মালিক মুচলিম হোৱা বাবে মামাৰ গাটো পুৰিছে

    • @AchanAli-s8j
      @AchanAli-s8j 20 วันที่ผ่านมา

      P
      P
      P
      Ppppppp
      L

  • @Roky174
    @Roky174 2 หลายเดือนก่อน +13

    হেমন্তৰ নিচিনা চিন্তাধাৰাৰ কাৰণেই মেঘালয় আৰু অৰুণাচল আজি বৰ অসমৰ পৰা পৃথক। বড়ো মানুহখিনিয়েও আজি বড়োলেণ্ড দাবী কৰি আছে । বৰাকৰ মানুহ খিনিয়েও অসমীয়া ভাষাক মাতৃভাষা বুলি গ্ৰহণ কৰা নাই । কাৰণ একেটাই হেমন্তৰ ধৰে মানুহৰ হিংসাৰ ফল ।

  • @sarbanandagogoi6549
    @sarbanandagogoi6549 2 หลายเดือนก่อน +93

    হিমন্তবিশ্ব শৰ্মাই যে প্ৰতিটো খুজতে মুছলমান সম্পদায় তাৰগেট কৰি মন্তব্য কৰা উদেচ্ছ হল USTM ত অধ্যয়নত ছাত্ৰ ছাত্ৰিৰ সকলক হিমন্তবিশ্ব শৰ্মা ঘৈনীৰেকে খোলা স্কুলখনলৈ আনিব লাগে ছাগে।হিমন্তবিশ্ব শৰ্মাই যে মুছলিম সম্পদাই সমালোছনা কৰে তেওঁ নিজে কি ?তেওঁ প্ৰকৃত অসমিয়া বামুন সম্পদায়ৰ হয় নে?

  • @matiurrahman475
    @matiurrahman475 หลายเดือนก่อน +5

    I m proud of USTM, I am a ex student.

  • @yaadhussainentertainment
    @yaadhussainentertainment 2 หลายเดือนก่อน +259

    পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মিছলীয়া মূখ্য মন্ত্ৰী আছে যদি অসমৰ মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 😂😂

    • @ziaurrahman4231
      @ziaurrahman4231 2 หลายเดือนก่อน

      Yes 😂😂😂

    • @alimony4golddiggers
      @alimony4golddiggers 2 หลายเดือนก่อน +4

      And his wife

    • @BasumatarySushan
      @BasumatarySushan 2 หลายเดือนก่อน

      Sidha kotha koiso dei😅😅

    • @NayankAhmadKhan
      @NayankAhmadKhan 2 หลายเดือนก่อน

      Chal hatt bhh Miya

    • @bdsg7529
      @bdsg7529 2 หลายเดือนก่อน

      Miya 😂 obostha bya koribo mama a

  • @rapborlangdkhar3160
    @rapborlangdkhar3160 หลายเดือนก่อน +2

    Don't elect him in the next election he will automatically know the fact, to much show off by CM of Assam, being a CM these types of words should not have come from him.shamefull.

  • @CRAZYNOOByt-oi3or
    @CRAZYNOOByt-oi3or 2 หลายเดือนก่อน +93

    ধন্যবাদ ডাঙৰীয়া সঁচা কথা কোৱাৰ কাৰনে।

  • @cahmed9
    @cahmed9 2 หลายเดือนก่อน +2

    Thank you brother for having the courage to protest like this to speak the truth

  • @underliton5572
    @underliton5572 2 หลายเดือนก่อน +159

    আচলতে আমাৰ অন্ধভক্ত গু খোৱা 15শ টকীয়া বোৰ বুজি নাপায় যে হিন্দু মুছলমান হিন্দু মুছলমান কৈ কৈ সম্পত্তিৰ পাহাৰ বনাই আছে।মামা মামি। ইতিহাসত প্ৰথম দুৰ্নীতি মুখ্য মন্ত্ৰী দেখিলোঁ। আজমহল হৰাৰ বাবে পাগল হৈছে। গুৱাহাটীৰ বা পানীৰ প্ৰধান কাৰন হ'ল নলা ছপা নকৰে।বেছিদিন নাই পাপত ভুগিব সকলো ৰাইজে কু দোৱা দিয়ে

    • @birenpdas5347
      @birenpdas5347 2 หลายเดือนก่อน +5

      খুব সুন্দৰ কথা কৈছে। পাগলে নকয় কি আৰু ছাগলীয়ে নাখায় কি । আপোনালৈ শুভেচ্ছা জনালো। যোৰহাট।

    • @bikashcreation3467
      @bikashcreation3467 2 หลายเดือนก่อน +1

      আজমল হাৰিল কিন্তু জিকিল কোন মুছলমানেই নহয় যানো

    • @rajani149
      @rajani149 2 หลายเดือนก่อน +6

      হব পাৰে... কিন্তু আজমল জিকা আৰু মুচলমান জিকাৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য...😢😢😢😢 আজমলক বিজেপিয়ে এখন ধালৰ দৰে ব্যবহাৰ কৰি আহিছিল... বেজী দি পেলাই আজমলক হিন্দু পৰিপন্থী কথা কবলৈ উচটনী দিছিল... যাতে হিন্দু সকল উত্তেজিত হয় আৰু খঙত বিজেপি কেই পুনৰ ভোট টো দিয়ে... উন্নয়ন আদি যাতে মানুহে গণ্য নকৰে...😮😮😮 আজমল হৰাৰ পিছত আজমল মূল্যহীন হৈ পৰিল বা তেওঁৰ কথাৰ গুৰুত্ব নাইকীয়া হল..😮😮😮 গতিকে যিটো কাম আগতে আজমলে কৰিছিল সেইটো এতিয়া কোনে কৰিব...😮😮😲😲😲😭🤔🤔🤔

    • @kusumsarma6702
      @kusumsarma6702 2 หลายเดือนก่อน

      ​@@rajani149সেইটো কাম bjp য়ে কৰিব😂😂😂

    • @dzofficially6598
      @dzofficially6598 2 หลายเดือนก่อน

      Good 👍😊

  • @Colourfulfuture
    @Colourfulfuture 2 หลายเดือนก่อน +7

    এখন দেশৰ ৰজাই মক্কা মদিনা গীৰ্জা নামঘৰ মন্দিৰ আদি সকলোৰে তলেদি যাব লাগে। তাতে লাজ কিহৰ। দেশৰ ৰজাই সদায় সমান দৃষ্টিৰে চাব লাগে। আমাৰ মামাই সৰুতে নীতশিক্ষামূলক সাধু পঢ়া নাই চাগে। এজন মন্ত্ৰী হৈ ইমান ঘৃণনীয় চিন্তা সদায় এওঁৰ লাওখোলাত থাকে।

  • @Aadad_1
    @Aadad_1 2 หลายเดือนก่อน +28

    Our 3rd Class CM #Himanta

  • @sadiquehussaintapadar2232
    @sadiquehussaintapadar2232 2 หลายเดือนก่อน +6

    CM is the best brand Ambassador of USTM for this session admission

  • @sofikulislam7533
    @sofikulislam7533 2 หลายเดือนก่อน +33

    মানৱতা যে মহান ধৰ্ম, সেয়া কিছুমানৰ মূৰত একেবাৰেই নাই।সিহতে ছাগে মৰাৰ কথাও নাভাৱে।ক্ষমতাৰ লোভৰ বাবে একেবাৰে তলত নামিব নালাগে ।অসমৰ ভৱিষ্যত কি হব,শুনিয়েই আছো,শুনিয়েই আছো,শুনিয়েই আছো মাত্ৰ হিন্দু মুছলমান,কোনো সমাধান নাই ।ধন্যবাদ দাদা, বহু বিষয় যুগতকৰি ভিডিও বনোৱাৰ বাবে আৰু ধন্যবাদ ।

  • @mahmudul1113
    @mahmudul1113 2 หลายเดือนก่อน +33

    যিবিলাক অৰ্জিনাল শ্ৰী ৰাম ক মানি চলে সিহঁতে হিন্দু মুছলিম নকৰে।আৰু যি সকলে ১৫০০ টকাত বিক্ৰী হয় BJP ত সিহঁতে হে হিন্দু মুছলিম কৰি ফুৰে ।

    • @Linkwalameme
      @Linkwalameme 2 หลายเดือนก่อน

      Bangladesh t hindu muslim nokora babe aji hindur ki obostha dekhisa..
      Ekdom first t tohotor a secular keitar guti katibo tohotor a maa behen r logot beya kam koribo sabi..

  • @Mayasadman123
    @Mayasadman123 2 หลายเดือนก่อน +147

    Assamese dhruv Rathee😅😅

    • @R....n-qm9fb
      @R....n-qm9fb 2 หลายเดือนก่อน +7

      Assamese andbhakt 😅

    • @R....n-qm9fb
      @R....n-qm9fb 2 หลายเดือนก่อน +4

      Assamese andbhakt 😅

    • @Hussain-b7i
      @Hussain-b7i 2 หลายเดือนก่อน +1

      ​@@R....n-qm9fbare bhai olpo bujibo chesta kor chindha dhara Change kor manuh hobo chesta kor bhai

    • @thomasbasu
      @thomasbasu 2 หลายเดือนก่อน

      😂

    • @Anityam1
      @Anityam1 2 หลายเดือนก่อน +2

      When your name got sadman, what can be more sad than this bidurbhai

  • @M_Hanif_islamic_std
    @M_Hanif_islamic_std 2 หลายเดือนก่อน +4

    আপোনাক বহুত ধন্যবাদ সত্য কথা কোৱাৰ কৰণে।

  • @sirftumdarrang2935
    @sirftumdarrang2935 2 หลายเดือนก่อน +59

    আপোনাৰ কথাত যুক্তি আছে

  • @kamrulautoelectricalwoarks9511
    @kamrulautoelectricalwoarks9511 2 หลายเดือนก่อน +10

    আপোনাৰ কথা শুনি মোৰ ইমানেই শান্তি আৰু সন্তুষ্টি হ’ল যে এজন প্ৰকৃত মুখ্যমন্ত্ৰীয়ে ইউ এছ টি এমৰ মালিকৰ লগত বহি কথা পাতিলেহেঁতেন।

  • @rupdhannath6894
    @rupdhannath6894 2 หลายเดือนก่อน +133

    এই পাগল টোৱে হিন্দু মুছলিম কৰি কৰিয়ে CM hol, নিলাজ হয় ই,CM হোৱাৰ খক ত ই যি টি কৰিব পাৰে

    • @Crickeee7517
      @Crickeee7517 2 หลายเดือนก่อน +4

      Muslim manuh amr অসমৰ মানুহ nohoi

    • @ranakhan3554
      @ranakhan3554 2 หลายเดือนก่อน

      ​@@Crickeee7517 but ahom re hoi

    • @ranakhan3554
      @ranakhan3554 2 หลายเดือนก่อน

      Tetiya Bangladesh nasile aru jodi Bangladesh bonaise but bohut muslim ahomote thakibo Bangladesh t najai

    • @WasimAnsari-pq1uw
      @WasimAnsari-pq1uw 2 หลายเดือนก่อน +2

      Ha ha a andabakth

    • @ranakhan3554
      @ranakhan3554 2 หลายเดือนก่อน +3

      @@Crickeee7517 ahomiya hunisu tibbote paharedi Myanmar aru China r pora ahise

  • @lifewithmissburagohain6213
    @lifewithmissburagohain6213 2 หลายเดือนก่อน +1

    So true💯
    Our respected chancellor sir’e bohutok porha’t help korise for me chancellor sir is a very kind and humble person 😊

  • @MixYouTubeSKV
    @MixYouTubeSKV 2 หลายเดือนก่อน +68

    Very Good information 100% Right Bro👍👍👍

    • @binapanitalukdarbinapanita2559
      @binapanitalukdarbinapanita2559 2 หลายเดือนก่อน

      তুমি ইউটিবাৰ ধন্য। এই পাগল কুত্তা, মিছলিয়া আৰু ১০ হেজাৰ টকাৰ বাবে মহিলা সকলক হাত দাঙিব দিয়ে ! লিণিকীয়ে কেইখপ হাত দাঙিছিল কৌটি কৌটি টকাৰ কেলেঙকাৰি কৰিলে যে মুখ্যমন্ত্ৰী মহোদয়।

  • @Rafiqulhoque-y8p
    @Rafiqulhoque-y8p หลายเดือนก่อน +1

    সত্য তথ্য দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ | আগলৈ পাম বুলি আশা কৰিলো

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh 2 หลายเดือนก่อน +54

    চিন্তাধাৰাৰ মিল পগলা কুকুৰৰ নিচিনা। ইয়াৰ DNA ত কুকুৰৰ ,,,,, আছে।

    • @MwnthisarBasumatary
      @MwnthisarBasumatary 2 หลายเดือนก่อน

      Hoi neki Bangladeshi 😂😂😂😂

  • @PhirusSangma
    @PhirusSangma 2 หลายเดือนก่อน +2

    Don't bring politics in education

  • @Mofidulislam_Amim
    @Mofidulislam_Amim 2 หลายเดือนก่อน +70

    আপোনাৰ দৰে আৰু ১০ টা Advisers হ'লে, অসমত fake news পেলোৱা টান হৈ যাব।🤞
    #YoYoAdviser

  • @Arib.7863
    @Arib.7863 2 หลายเดือนก่อน +2

    মুছলমানে সব বেয়া কাম নকৰে 🙏মামাই Assam খন খতম কৰিদীলে. মামাই এতিয়া USTM মামীৰ নামত লব খোজীচে ছাগে.💪💪

  • @jahirulhasan2875
    @jahirulhasan2875 2 หลายเดือนก่อน +18

    অতি গুরুত্বপূর্ণ বিষয়ত আলোচনা কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই আপোনাৰ ভিডিঅ' বহুত ভাল লাগে মোৰ

  • @prhhembrom748
    @prhhembrom748 2 หลายเดือนก่อน +4

    CEM has done nothing for the benefit of Northeast even he is CEM he no any contribution in Assam from his own... And when any other tribe or caste contribution for better future of Northeast he feels like some one has put a chilli in his ass.

    • @DytsonArju
      @DytsonArju หลายเดือนก่อน

      😂😂😂😂

  • @Jack11223
    @Jack11223 2 หลายเดือนก่อน +19

    He totally failed as a CM this time

    • @osman2019
      @osman2019 2 หลายเดือนก่อน

      Absolutely

  • @skrahman2333
    @skrahman2333 2 หลายเดือนก่อน +4

    মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে ,আমাৰ অসমীয়া লোকসকলৰ বাবে এনেকুৱা ৰাজনীতি কৰিব পাৰিছে । কাৰণ এনেকুৱা ৰাজনীতি বহুত কেইবাৰ কৰিছে আৰু কৰিয়েই থাকিব যেন লাগে, তেওঁ কেতিয়াবা ইছলাম ধৰ্ম লৈ , কেতিয়াবা upper assam-lower Assam লৈ, মীয়া- অসমীয়া লৈ, school -college gate লৈ.......মানে মুখত যি আহে সেইটো কৈ দিয়ে....

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu 2 หลายเดือนก่อน +19

    মামাই আজমলক লৈ ৰাজনীতি কৰিলে,এইবাৰ ধুবুৰীত আজমল হৰাৰ পিছত মামাৰ টোপনি নোহোৱা হৈছে। Issue divert krat mama expert

  • @FarukAbdullah-ct1ip
    @FarukAbdullah-ct1ip 2 หลายเดือนก่อน +3

    I think hiimanta is losing his politics and now start Hindu , muslim😂

  • @MANPASANDVIDEOS930
    @MANPASANDVIDEOS930 2 หลายเดือนก่อน +48

    Hindu Muslim bhai bhai ❤

    • @Unknowninformationforyou
      @Unknowninformationforyou 2 หลายเดือนก่อน +3

      Kot bhai bhai . Ind pak he according to himanta

    • @thomasbasu
      @thomasbasu 2 หลายเดือนก่อน

      It's just joke 😂

    • @Shekhar__nath
      @Shekhar__nath 2 หลายเดือนก่อน

      Tur Bhai tohotor ghorot rakhibi.....mkcdai

    • @MilioDream
      @MilioDream 2 หลายเดือนก่อน

      It's clear from Bangladesh please

  • @iloveassam332
    @iloveassam332 2 หลายเดือนก่อน +2

    Video khon hexooloi sabo...🙏🙏 Apuni bhabibo logiyat pori jabo 😳😳 j axomor CM eman tolot .. ki koribo bisarise USTM or logot😡😡
    pin kori dibo comment khon🙏🙏

  • @cricketnewsalways7877
    @cricketnewsalways7877 2 หลายเดือนก่อน +16

    বানপানীৰ কথা যাতে পাহৰি যায় তাৰ বাবেই আজি ফ্লাড জিহাদ আহি গল ,,ইয়াত অলপ হিন্দু,মুছলিম কৰাৰ চেষ্টা কৰি আছে ।

  • @nilamd676
    @nilamd676 หลายเดือนก่อน +2

    USTM খনৰ নিচিনা এখন institution এ বহুতো ভাল ভাল students উলিয়াই আগবঢ়াই দিছে। আচৰিত লাগিলে যেতিয়া মন্ত্ৰী মহোদয় এ কলে চাকৰি নাপাব বুলি তেওঁলোকে। ছাত্ৰ ছাত্ৰীৰ কোন খিনিত দুখ নো? তাত মুছলিম হিন্দু বেংগলী বিহাৰী সকলো ছাত্ৰ ছাত্ৰী আছে,faculty ও আছে। ইমান সুন্দৰ ভাৱে discipline maintain কৰি class বোৰ হয়, এবাৰ তাত গলেহে বুজিব।

  • @clashwithaslam.
    @clashwithaslam. 2 หลายเดือนก่อน +46

    দাদা আপুনি অসমৰ best TH-camr 💖💖💖

    • @ahmadaly8614
      @ahmadaly8614 2 หลายเดือนก่อน

      Right brother😊

  • @raqibulhassan1111
    @raqibulhassan1111 2 หลายเดือนก่อน +2

    Infected mind with infectious heart... Can't be a leader of our Lovely Assam.,.. shame on him

  • @aizurrohman538
    @aizurrohman538 2 หลายเดือนก่อน +29

    USTM long life jodi karo dom Asa bondo korak

  • @munahmed6354
    @munahmed6354 หลายเดือนก่อน +1

    Druv Rathee duplicate. Very logical explanation

  • @NKMedia-d6k
    @NKMedia-d6k 2 หลายเดือนก่อน +48

    মুখ্যমন্ত্ৰীৰ ল’ৰা,ছোৱালী দুটা ক’ত ক’ত পঢ়িছে
    এই সম্পৰ্কে এটি Video লাগে

    • @Laskar_king
      @Laskar_king 2 หลายเดือนก่อน +2

      The Doon school, Dehradun, Uttarakhand

  • @narensarma6561
    @narensarma6561 2 หลายเดือนก่อน +1

    নেপাই । এজন মুখ্যমন্ত্ৰীৰ এনেকুৱা মুৰ্খ চিন্তা ধাৰা ভগবানে কিয় দিলে কব নোৱাৰো। ইমান জঘন্য ছিঃ।

  • @ahidulshek2607
    @ahidulshek2607 2 หลายเดือนก่อน +24

    আমি লিখাপৰা কৰানাই তথাপি আমি ভাবুন আমাৰ অসমৰ মুৰব্যী পগলা হৈছে

    • @MJToonz11
      @MJToonz11 หลายเดือนก่อน

      Likha porha kora nai, eko nai bhai, porha xunar kono boyax nathake, likha porha xiki lo agote, tar pisot Mukhyamontrik xomalosona koribi.

  • @abduljalil1967
    @abduljalil1967 2 หลายเดือนก่อน +2

    সুন্দৰ বক্তব্য আগবঢ়াইছে। আমি সকলোৱে বুজি পাও, কিন্তু মামাই নোবুজে

  • @Sajnur88
    @Sajnur88 2 หลายเดือนก่อน +18

    দাদা সুন্দৰ কথা কৈছে আপুনি। ❤️

  • @assamgang-1425
    @assamgang-1425 2 หลายเดือนก่อน +2

    Akdom right sir❤

  • @shahabuddin7241
    @shahabuddin7241 2 หลายเดือนก่อน +7

    Absolutely right Dada ❤ Apunar kotha khini

  • @abdurrashid1509
    @abdurrashid1509 2 หลายเดือนก่อน +3

    USTM IS THE PRIDE OF NORTH EAST🎉🎉

  • @ranjitadeori6018
    @ranjitadeori6018 2 หลายเดือนก่อน +15

    বৰ সুন্দৰ কথা কৈছা ধন্যবাদ 🎉🎉

  • @ShanArham-p1i
    @ShanArham-p1i หลายเดือนก่อน

    Dada, thank you, kebol aponar nichina chinta dhara thoka manuh bore deshkhonok unnotir dishe agbari loi jabo paribo,aru anekuwa letera monor chinta - dhara thoka manuh aru 3-4 jon thakile , osoror desh bilakor nichina hobo pare
    Proud of you Brother

  • @MustafizurReact
    @MustafizurReact 2 หลายเดือนก่อน +12

    হিমন্ত ৰ মাথা গল আৰু,,মদ খাই আবুল তাবুল বকি থাকে,, এইবোৰ politics নহয় ,,USTM যে তেওঁৰ ঘৈনিয়েক ৰ নহয় সেয়াই জ্বলন তেওঁৰ

  • @Assamlover239
    @Assamlover239 2 หลายเดือนก่อน +12

    You have to be a leader ❤❤

  • @Parbin_sultana_aziz
    @Parbin_sultana_aziz 2 หลายเดือนก่อน +4

    আগৰ মুখ্যমন্ত্ৰীবোৰ এনেকুৱা নাছিলে, তেওঁলোকে মানৱতা ধৰ্ম নিষ্ঠাৰে পালন কৰিছিল 😢 খালী ধৰ্মত মাথা মাৰি থকা এইজনা মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতে অসমৰ কিমান উন্নতি সাধন কৰিব সেয়া বুজা গৈছে।।

  • @assambnys
    @assambnys 2 หลายเดือนก่อน +44

    যিয়ে এই সৰু পোৱালিক গৃহহিন কৰিছে এদিন তেওঁৰো এনেকুৱা দশা আল্লাই কৰিব

    • @apurbasinha2939
      @apurbasinha2939 2 หลายเดือนก่อน +1

      Kune koise ai papi neta bilak or eku nohoi. thusi thusi toka poisa bonai loise. bhagwan ki yumraaj ou bhoi kore aibilak netak. Yumraaj ou yaak loi jabole bhoi kore sage. Loi gole akou kunba Dina mur gaadi ou Kari loi bohibo jabo neki buli😂

    • @Hussain-b7i
      @Hussain-b7i 2 หลายเดือนก่อน +1

      ​@@apurbasinha2939 yes bhai 😅

    • @debasishkalita7758
      @debasishkalita7758 2 หลายเดือนก่อน +1

      😂😂😂...

    • @assambnys
      @assambnys 2 หลายเดือนก่อน

      @@apurbasinha2939 thike koise

  • @mohammedahad293
    @mohammedahad293 2 หลายเดือนก่อน +2

    মূখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ নিচিনা মানুহ এজন মক্কাৰ তলেদি নহয় ,ওচৰে পাজৰে ও যাব নোৱাৰিব। মক্কাত যাবলৈ হ'লে পোনতে অন্তৰখন পৱিত্ৰ হোৱাটো প্ৰয়োজনীয়। আপোনাৰ মক্কা লৈ যোৱৰ কিমানখিনি যোগ্যতা আছে (?) নিজে বিবেচনা কৰক। আপুনি USTM ক মক্কা বুলি ভবাটো উচীত হৈছেনে ? মক্কা আমাৰ অতি পৱিত্ৰ স্থান, ইয়াক অইন কাৰো লগতে তুলনা কৰাটো অতিশয় দূৰ্ভাগ্যজনক। আপোনাৰ ধৰ্মীয় মন্তব্যত আপত্তি নাই। কিন্তু মক্কাক লৈ সমালোচনা নকৰিব। আপুনি এজন মূখ্যমন্ত্ৰী হে মাত্ৰ কেইটামান দিনৰ বাবেহে। এজন মূখ্যমন্ত্ৰী ৰ এনে মন্তব্য অতিশয় লজ্জাজনক / বৰ পৰিতাপৰ বিষয়। ভাষাৰ সংশোধনৰ প্ৰয়োজন।নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়। এখন সামান্য বিশ্ববিদ্যালয়ৰ লগতে পৱিত্ৰ মক্কাৰ তুলনাই আপোনাৰ সকলো প্ৰকাৰৰ বিষয় বস্তু সহজেই অনুমান কৰা হ'ল। মুছলমান এজন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰাটো আপোনাৰ নিচিনা এজনৰ জ্বলন হোৱাটো স্বভাৱিক। প্ৰতিৱেশী ৰাজ্যৰ লগতে কামোৰিলে সম্পৰ্ক ৰ নিশ্চয় অৱনতি ঘটিব। আপুনি হিন্দু - মুছলমানৰ মূখ্যমন্ত্ৰী । আশাকৰোঁ এয়া পুনৰ বাৰ স্মৰণ কৰাৰ প্ৰয়োজন নাই। " কথাতে কটা যায় - কথাতে বটা পায়"।।

  • @pgoswami5378
    @pgoswami5378 2 หลายเดือนก่อน +7

    এনেবোৰ ভাষ্যই এচাম মানুহক থুপ্ৰী
    ( একগোট কৰা) হবলৈ উৎসাহ যোগাব বুলি ভাবি লৈছিল হবলা!

  • @NurulaminHolder
    @NurulaminHolder หลายเดือนก่อน +2

    Nice 👍

  • @assamesehelper123
    @assamesehelper123 2 หลายเดือนก่อน +5

    এইবিলাক ভিডিঅ বহুত Share বেছি কৰক ৰাইজ,,,Yo Yo Advicr এনেকৈ আগুৱাই যাওক,,,Khodai support ত আছো আপোনাৰ লগত,,

  • @anantakumargogoi3038
    @anantakumargogoi3038 2 หลายเดือนก่อน +1

    Tajmahal ki hobo,jor pora Govt of India ai bochori koti koti Toka labh kore

  • @inzamulasad1177
    @inzamulasad1177 2 หลายเดือนก่อน +9

    ৰাইজক মূৰ্খ বনাব খোজে নেতা সকলে। অসমত বা আমাৰ ভাৰতৰ সমস্যা বিজিপি চৰকাৰে বিজিপি নেতা সমাধান কৰিব নোৱাৰে। ধন্যবাদ

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 2 หลายเดือนก่อน +7

    এইবোৰৰ উত্তৰ অসমৰ জনতাই দিব ।

  • @Assamlover239
    @Assamlover239 2 หลายเดือนก่อน +13

    Always support you 😊

  • @aliazad2946
    @aliazad2946 2 หลายเดือนก่อน +2

    Bahut dhunia koise.....♥️

  • @NajrulIslam-qn7pv
    @NajrulIslam-qn7pv 2 หลายเดือนก่อน +15

    মাননীয় মূখ্যমন্ত্ৰী আপুনি ঢোলতকৈও বেয়া।

    • @dhirendranathchoudhury86
      @dhirendranathchoudhury86 2 หลายเดือนก่อน

      কিহৰ মাননীয়, ইয়াক কুকুৰে কাইট নোখোৱাকৈ গালি পাৰিব লাগে॥ মস্ত হাৰামী ইতিহাসৰ আটাইতকৈ বদমাচ মূখ্যমন্ত্ৰী॥

  • @thebadass9115
    @thebadass9115 2 หลายเดือนก่อน

    As well.....our Mama had closed down many schools during his tenure.

  • @renubegum3639
    @renubegum3639 2 หลายเดือนก่อน +12

    Right brother

  • @indrajitborah2174
    @indrajitborah2174 2 หลายเดือนก่อน +4

    এইজনাৰ নিচিনা মন্ত্ৰী পোৱাটো আমাৰ দৰে যুৱকৰ বাবে আশীৰ্বাদ কিন্তু তেওঁৰ চেলেপু ছাগলীৰ মুখ খন বজালে তেওঁৰ শাসনত চলিছো বুলি ভাবিবলৈ লাজ লাগে । নিজকে সলনি কৰক । সকলো কথাতে নিজকে পৰিপক্ক বুলি ভবা গুণটোয়ে যে তেওঁ ৰ মূৰ্খামীৰ পৰিচয় দি থাকে তেওঁ নিজেই নাজানে । 😢😢 সুমতি দিয়া প্ৰভু ।
    মুখ্য মন্ত্ৰীৰ পদৰ মৰ্য্যদা বজাই ৰাখিবলৈ অনুৰোধ কৰিছোঁ ।

  • @SurmanKhan-z6i
    @SurmanKhan-z6i 2 หลายเดือนก่อน +8

    Khub duniya ke bujale dada 🙏🙏♥️♥️👍👍

  • @lulalu6707
    @lulalu6707 2 หลายเดือนก่อน +2

    আমাৰ সোনাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰিয়া এই দাদা জনে কিবা কৈছে সোনক ছোন তেওঁ আকৌ জেহাদ নহয় 🌹 🌹

  • @debajitdas7663
    @debajitdas7663 2 หลายเดือนก่อน +11

    Hai karone moi kou joi bhim,joi dalit,joi koirbatta, joi islam

  • @baharbarbhuiya9597
    @baharbarbhuiya9597 2 หลายเดือนก่อน

    অসংখ্য ধন্যবাদ সাংবাদিক মহাশয় আপনার দ্বারা সঠিক এবং সত্য উন্মোচিত হয়েছে ❤

  • @farukahmed-hy9rl
    @farukahmed-hy9rl 2 หลายเดือนก่อน +9

    আচলতে আমাৰ মুখ্যমন্ত্ৰী জনে হিন্দু মুছলমানৰ মাজত কেনেকৈ বিভেদ আনিব পাৰি তাকেলৈ চিন্তুিত থাকে চাগে। কাৰন যেতিযা news chanel অৰ আগত আহে তেতিযাই লাভ জেহাদ flood জেহাদ এই বিলাকহে খুনিবলৈ পাও। আছলতে ছাৰ কোনো শিক্ষানুষ্ঠানত এতা ধৰ্ম লগত আন এতা ধৰ্মক ignore কৰিবলৈ নিখিকাই।

  • @jintuassam2535
    @jintuassam2535 2 หลายเดือนก่อน +3

    USTM খন হিমন্ত 420 নিজৰ নামত লাগে । সেই বাবে হিন্দু মুছলিম ভাগ কৰি দিছে ।

  • @arashid2672
    @arashid2672 2 หลายเดือนก่อน +11

    AIUDF শেষ এতিয়া USTM

    • @FarukAbdullah-ct1ip
      @FarukAbdullah-ct1ip 2 หลายเดือนก่อน +2

      Brother USTM is not a political party 😂

  • @AbdurRahmankhan-m8m
    @AbdurRahmankhan-m8m 2 หลายเดือนก่อน +3

    অসমর সর্ব কালর ঘৃণা বিয়োপিয়া CM ডাঙরীয়া রাজনীতির কারণে আরু কিমান তললৈ নামিব? অসম বাসী রাইজ গুবাহাটীর কৃতিম বান রোধর প্রতিশ্রতিত হিমন্ত বিশ্ব শর্মা সম্পূর্ণ বিফল, অসমবাসী রাইজর মন ইয়ার পরা আতরোআর কারণে এই লেতেরা রাজনীতি টো আরম্ভ করিলে?

  • @nipuali3850
    @nipuali3850 2 หลายเดือนก่อน +10

    Right ❤

  • @afoodiefellow786
    @afoodiefellow786 2 หลายเดือนก่อน +1

    ধিক্কাৰ জনাও এনেকুৱা মুখ্য মন্ত্রীক। যিয়ে এনেকুৱা ধৰণৰ ৰাজনীতি কৰে। ফালটু ৰাজনীবিদ

  • @RonjitRahang
    @RonjitRahang 2 หลายเดือนก่อน +10

    Right Dada apunar kotha

  • @shenazhussain2784
    @shenazhussain2784 2 หลายเดือนก่อน

    Thankyou so much sir for making video on this current allegations 🙏

  • @mrhealthcare6370
    @mrhealthcare6370 2 หลายเดือนก่อน +16

    How narrow minded our CM is ! He himself compares him with a mad dog.

  • @AakibBhai-ks2vd
    @AakibBhai-ks2vd 2 หลายเดือนก่อน +5

    Worst CM of Assam

  • @azadkalam8904
    @azadkalam8904 2 หลายเดือนก่อน +13

    অ প শক্তি নিপাত যাওঁক

  • @abutaher5022
    @abutaher5022 2 หลายเดือนก่อน +1

    বহুতে ভাল কৰা ভাল নাপাই। ধন্যবাদ USIM

  • @rajenborah6629
    @rajenborah6629 2 หลายเดือนก่อน +7

    Thanks 🙏

  • @easysymplification9709
    @easysymplification9709 2 หลายเดือนก่อน +1

    It is very unfortunate for the Assamese to have such a CM.

  • @ShahAlamAxom
    @ShahAlamAxom 2 หลายเดือนก่อน +5

    Our Chief Minister of Assam does not want students to get proper education. It is very important for him to play cheap politics.its not good for assam people. not matter of religion
    yo yo adviser thank you so much make this video it's 100% right dada🙏🙏🙏

  • @Wah259
    @Wah259 2 หลายเดือนก่อน +17

    ইয়াক মুখ্যমন্ত্ৰী নকৈ মূৰ্খ মন্ত্ৰী কোৱাই বেছি ভাল হব নেকি!