Pls ask govt first to capture Bangladesh and recover lost part of India. Then People of Barak valley will identify themselves .Because Ahoms won over Mughals.
One of the best speech explained by CM & all should respect the speech without complaint. This speech shows the unity of Assamese peoples as well as our indeginous. Don't forget about BEER LACHIT & his ideology & his soldiers ( which shows our unique memories and unity). Being Assamese,all should feel proud.
@@papuboruah5864 heikhini baru bujilu kintu CAA khn ki kobo aru eta kotha je kuch, kalita ,ahom sob asomiya bhasa aru sanskritir uporot nirbhor korihe ek asomiya hoise buji paise?? Gotike ei bhasa hoise asomiya jatir lai khuta....besi juktile nogoi....sidha sidhi thokai bhal....
এই সময়টো জাতিৰ সুৰক্ষাৰ সময় আমি মুখ্যমন্ত্ৰীক সহায় কৰা উচিত।
জয় আই অসম
Jatik borbok banai ase joi ai axom
সুন্দৰ ।
6 no ki hol
🛕🚜🚜🌹🇮🇱🚜🛕🚜🇮🇱🌹🚜 देश को जरूरत है योगी आदित्यनाथ हेमेता विश्व शर्मा जेसा प्रधानमंत्री चाहिए बीजेपी अपनाओ देश बचाओ हिन्दू धर्म को बचाओ
@@amuonlinehelp ghotitu bokiso goru
সাম্প্রতিক সময়ত বৰ সুন্দৰ আৰু গ্ৰহণযোগ্য আলোচনা।
সঁচাই আমি বৰ আবেগিক জাতি। আমি ইতিমধ্যেই বহুখিনি হেৰুৱালো। আৰু হেৰুৱাব নিবিচাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচাই সাহসেৰে আৰু আগুৱাই যাওক। আমাৰ পূৰ্ণ সমৰ্থন আছে।
মাকর পিয়া হাওয়া পানী খাই ডাঙৰ দিঘল হুয়া বিলাক আঁচলতে অসমিয়া নকলেও চলিবো। মাতৃ শিহটর তেজ সঞ্চালন তন্ত্রত জমা আছে। রাজনীতির পাগল জাতী বান্ধা নহয়, নিজক নিজে চিনিব পারা নাই। মিছা চিন্তা কৰি জীব সমাজ বিকৃতি হই পরিব।
মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অতি গুৰুত্বপূৰ্ণ তথা সুন্দৰ মন্তব্য।
Chudu aibilikok kotat
Tetia2 HS u asile
Iman a jodi jatik val pai NRC r kam to khex koribo diyok. mamai dexon NRC bad dile. aru muxedi miya xedibo😅
Mama 2mi NRC khonok loi bangladexi khedibo nuwarile nahh moi apunak bujabo nuwaru naaaah
Tilinga vagao Assam basao
amak hindu-Muslim nalage aru amak unnoti lage aru bjp a ketiao unnoti kora dekha nai ami
মুখ্য মন্ত্ৰী ডাঙৰীয়াই সুন্দৰ আৰু যুক্তিৰ কথা কৈছে।
যিটো ভাবি আগবাঢ়িছে তাৰ বাবে তোমাক ঈশ্বৰে আৰু শক্তি আৰু আয়ু প্ৰদান কৰক❤
কিমান নিভাঁজ ভাৱে কথা খিনি কৈ গৈছে ! বৰ ভাল লাগিছে। অসম দেশৰ সকলো মানুহৰ মনবোৰ সেউজীয়া হৈ উঠক 👏 আগ্ৰাসী মনোভাৱ এৰি শান্তি আহক।
guwahati t jetia banpani hoisil tetia mama r sinta hua nasil neki axom khonor karone atia je bor koi sinta hoise
@@mafidulmafidul1851axom r krne sinta nkori miya r krne koribo nki johora
দুখ এজনৰেই নাথাকে। বানপানী কেনেকৈ নিৰাময় কৰিব পাৰি তাক লৈ সদৰ্থক চিন্তা কৰাৰ দায়িত্ব কেৱল মুখ্যমন্ত্রীৰেই নহয়;নাগৰিক হিচাপে আমাৰো নিশ্চয় থাকে।
ভাৰত তথা অসমৰ মানুহৰ মাজত প্ৰথমাৱস্থাত কেতিয়াও একতা নাছিল। ইতিহাসে তাকেই কয়। এই মন্তব্যটোও ঠিক তেনেধৰণৰেই লাগিল ।
পাৰিলে নিজ চিন্তাৰে এনে প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণৰ সমাধান দিলে আন দহজনৰো উপকাৰ হ'ব।
@@bhaskarjyotisarmah1708 sinta r dara kam nohoy aru tokar dara he kam hoi aru sorkare toka nidile ami sinta kori nu ki pam
@@mafidulmafidul1851Aru pelabi drain t jabor plastic
অসমীয়া মানুহৰ সঠিক সময় আহিছে মাত দিয়া। জয় আই অসম
হৃদই চুই যোৱা ভাষণ।
আজিহে মুখ্যমন্ত্ৰী হিচাপে ভাষন ৰাখিছে। ❤❤❤ জয় আই অসম ❤❤
স্বাৰ্থত ভজিছে। মিছা ক'লে কি ডাল হ'ব।
Bhoi kaise na ki dangoriya
মামা দৰে মন্ত্ৰীয়ে।থাকিলে অসমীযা জাতীতু জীয়াই থাকিব। জযা ই অসম।
Agote oxomiya vaxa xiki lo....mama dore nohoy mamar dore , montrye nohoy montree , tate dari nalage , jatitu banan t murdhonya nwo hobo lage , joya nohoy joy E nohoy aai .....gutei line tuye banan vool , oxomiya giri koriso ? Amio oxomiya kintu tur dore ologoddho nohoy .....hondeh hoise toi NRC t naam nothoka Indian neki.....🤔🤔
সছা
হেমন্ত নে সীমান্ত
সঁচাই
@@AbulHussain-dl6og তুমি আনৰ কমেন্ট ৰ ৰিপ্লাই কৰোঁতে নিজেই অসমীয়াত উত্তৰটো লিখিবা
মামা জিন্দাবাদ ।।। জয় আই অসম ✊✊
মামাৰ সংগ্ৰামত আমি সকলোৱে একমত
😢😢😢 চাৰ আমি সদায় ভাৰতীয়/অসমীয়া সভ্যতাৰ হকে কাম কৰি যাম। সহায় কৰিম। 🙏🙏
এনে এজন মুখ্যমন্ত্ৰী বহুত আগতেই অসমত হব লাগিছিল।
সুন্দৰ মন্তব্য আগবঢ়ালে ধন্য বাদ মুখ্য মন্ত্ৰী ডাঙৰীয়া ।
অসমৰ বাবে ই এক ঐতিহাসিক ভাষন.....
ধুনীয়া মন্তব্য
আপোনাৰ কালতেই বহুখিনি হৈছে, আৰু ভালেখিনি কৰিব লাগিব। জাতি, মাটি, ভাষাৰ কাৰণে সাংবিধানিক ৰক্ষাকবচ লাগিবই।
হিমন্তচাৰৰ ভাষণ আবেগিক তথা দূৰদৰ্শী।
আপোনাৰ এই আবেগ ভৰা জীয়া সছা কথাখিনি ইতিহাসৰ পাতত যুগ যুগলৈ প্ৰাসংগিক হৈ ৰব।
Ekdum hosa kotha koi asse Axomor CM HBS Zindabad.
মাননীয়, অসমৰ মূখ্য মন্ত্ৰী মহোদয় আপোনাক ভগৱানে কৃপা কৰক । অসমৰ অসমীয়া জাতিক আপুনি ৰক্ষ্যা কৰক 🙏
মুখ্যমন্ত্ৰী মহোদয়ক সহযোগ কৰিব লাগে ,
আৰু বিকল্প ব্যৱস্থা ল'ব লাগে মহোদয়❤❤❤
আপোনাৰ সংগ্ৰামৰ শলাগ লৈছোঁ।
অপ্ৰিয় যদিও ১০০% সত্য।
বহুত ভাল কথা কৈছে।
একমত মামা। আমি আছো আপোনাৰ লগত।
Absolutely truth speech CM sir.
আপুনি বহুত গুৰুত্বপূৰ্ণ কথা ক'লে ।মন চুই গ'ল দাদা ।
আমাৰ সকলোৰে গ্ৰহণযোগ্য যুক্তি সংগত উপস্থাপন।
সাৰ কোম্পানীৰ লাইচেন্স বন্ধ কৰি দিয়ক চৰকাৰে
অসমৰ সকলো খিলঞ্জীয়ায়াই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সহায় কথাটো বিচাৰিছোঁ। বৰ সুন্দৰ ভাষন।
মামাৰ দৰে হব নোৱাৰে কোনেও
Very good speech Hemanto
CM Sir জিন্দাবাদ ।
সুন্দৰ মন্তব্য,
যদি আপুনি অসমীয়া হয় অসম চুক্তি বলবৎ কৰি দেখাওক ২০২৬ অৰ বাবে ভেলকী বাজি কৰি ভোট আদায় কৰাৰ বাবে কৰি থকা যেন পাই।
জন্মনিয়ন্ত্রন আইন আনক বহু সমস্যা সমাধান হব.
Respected CM sir you are very talented
গোটেই জীৱনতো কংগ্ৰেছৰ লগত ৰাজনৈতিক কৰি আছিল । তেতিয়াই মুচলমান নেতা কেইজনে ভাবি আছিল গোটেই অসম খন মিঞাৰ কৰি লম। কিনু মুচলমান নেতা কেইজনে সপোনতো ভবা নাছিলেই যে এদিন অযোধ্যাত ভগৱান ৰাম ঘুৰি আহিব এদিন ভাৰতবৰ্ষ খন কংগ্ৰেছ চৰকাৰৰ পৰা হিন্দু ধৰ্মৰ জাতিটোক বছোবাৰ বাবে মোডী আহিব এদিন মিঞাৰ হাতৰ পৰা আমাৰ খিলঞ্জীয়া বছোবাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আহিব । মুচলমান নেতাবোৰে জীৱনত কেতিয়াও ভবা নাছিলেই। সিহতে এটাই ভাবিছিল আ জিবন কংগ্ৰেছৰ চৰকাৰ থাকিব আৰু আমি এক ফালৰ পৰা অসম খন মিয়াৰ ৰাজ্য কৰিম । আৰু খিলঞ্জীয়া হিন্দুসকলক ইচলামিক কৰিম। আমাৰ নেদেখা জনৰ ইমানেই শক্তি আমাৰ দেশ বছোবাৰ কাৰণে মোডী আৰু হিমন্ত বিশ্ব শৰ্ম নিজৰ দেশ নিজৰ জাতি নিজৰ ধৰ্ম আটাইবোৰ নিজৰ হাতলৈ অনাৰ কাৰণে ৰাম ভগৱানে পঠিয়াইছে। আমাৰ জাতিটোৰ হিমন্ত বিশ্ব শৰ্মা মোডী ❤❤❤❤❤❤❤❤❤❤
অসমীয়া ৰাজনীতিৰ নেতা সকল যি পাটীৰে নহওঁক অসমৰ সকে শুভ বুদ্ধি উদয় হ'বৰ হ'ল।
❤❤❤❤
একদম সঁচা কথা
Tumi bhabisila ami nohoi amar concept to hol khomota forever nohoy
Next sai lo😂😂😂
মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসমৰ মুছলমান সকলৰ মাতৃভাষা হৈছে অসমীয়া । গতিকে,ধৰ্ম, বৰ্ণ, ভাষাক লৈ হিন্দু আৰু মুছলমানৰ মাজত কোনো বিভেদ হোৱা উচিত নহয় । এই ক্ষেত্ৰত সকলো জাতিৰ মাজত মাননীয় অধ্যক্ষ মহোদয়ে ন্যায় ( justice ) দিয়া উচিত ।
Asmiya sasake jodi hoi tetiya hole asmiya katha kabo , aru jodi beleg bhasa koi tene hole Jai shree Ram
হেমন্ত বিশ্বশৰ্মা ডাঙৰীয়া অসমৰ এজন প্ৰসিদ্ধ প্ৰগতিবাদী ৰাজনীতিবিদ। অতি সোন্দৰ অতি জনপ্ৰিয় carry on CM sir
বহুত ভাল লাগিল সিদ্ধান্তটো
মামাই বুজাই দিয়া ইষ্টাল টো বহুত ভাল লাগে মোৰ
Mama mama a hoi bahut basar congres Kori ahise , monat rakhiba
ছয় জনগোষ্ঠীৰ জনজাতি কৰন কৰক l ট্ৰাইবেল state ঘোষণা কৰি উজনি অসম ক ILP দিয়ক৷
Again himanta sir speech amar jatir pita himanta BJP long Live
100% agree ❤❤❤ great cm
Our CM sir🎉❤❤❤
l support chief mnister
Write actions, Thankyou maamaa.
Excellent 💯 % ek mot asu cm sir or logot
Right true speech sir
CM HBS sir jindabad.... go ahead... please save indigeneous people of Assam....
ডাঙৰীয়া......আহি থকা দিনতো ক'ব বুলি ক'ব দেই।অসমত মা দেবীৰ স্থল ।
ধন্যবাদ মূখ্যমন্ত্ৰী ডাঙৰীয়া🙏🙏
ছাৰ আমি সকলোৱে আপোনাৰ লগত আছো❤
Full support .. thank you mama
আজি গতে সদায় ভাষণ দিলেহে অসমীয়া জাতিতো হৈ মাত মাতিছে কিন্তুু ৰাজনীতি কৰিব নালাগে। জয় আই অসম।
Politics কিন্তু সাংঘাটিক।😅
Hemanta Dada.....real indian
Thanks to our CM. Himanta Sir.
Very nice should not wory don't take mind self good good,.
,..CM sir
আপুনি যিখিনি কাম কৰি গৈ আছে আপোনাৰ কাম বিলাক আজিৰ অসমীয়া বুজি নাপালেও আপোনাক নতুন প্ৰজন্মই সনালি আখৰেৰে মনত পেলাব এদিন l
মিঞা সকলৰ আপত্তি নাই বাংলাদেশী বেংগলী সকলে হে অসমীয়া ভাষা সংষ্কৃতি আদৰি লব নিবিচাৰে, উদাহৰণ হিচাপে বৰাক, বৰাক অসমতেই কিন্তু বৰাকত অসমীয়া ভাষা সংষ্কৃতি জাতি জনগোষ্ঠী সকলোৰে কি অবস্থা এবাৰ ভাবি চাওক চোন, লগতে ত্ৰিপুৰা ৰাজ্য খন,
Borakot Miya a besi
Pls ask govt first to capture Bangladesh and recover lost part of India. Then People of Barak valley will identify themselves .Because Ahoms won over Mughals.
Sir I am with you
Himanta mamai sundar katha koise..
Great CM
mama moi mualana taubullah r bhangadhar . we proud of assamese muslim❤😊
মৌলানাগিৰী বাদ দি কিবা S.T.E.M বিষয়ত হাফিজ হওক । অসমত তাবলিগি বন্ধ কৰক নহলে ভৱিষ্যতে ইয়াৰ বিৰুদ্ধে এক অচিন্তনিয় পদক্ষেপ লোৱা হব।
We support U Sir CM U r great leader .
One of the best speech explained by CM & all should respect the speech without complaint. This speech shows the unity of Assamese peoples as well as our indeginous. Don't forget about BEER LACHIT & his ideology & his soldiers ( which shows our unique memories and unity). Being Assamese,all should feel proud.
অসমত কিমান মুখ্যমন্ত্ৰী আহিলআৰু গল কিন্তুু শৰ্মা ডাঙৰীয়াৰ দৰে কোনো মুখ্যমন্ত্ৰীয়ে অসমীয়াৰ অস্তুিত্ব,সংষ্কৃতি,সম্পত্তি তথা স্বকীয়তা হকে বিধানসভাত এনেদৰে হিয়া উজাৰি অসমীয়াক সুৰক্ষিত কৰিবলৈ চিঞৰা নাছিল। আমি বিগত সময়ত বহুত বিজেপি কংগ্ৰেছ ,এজেপি কৰিলো কিন্তু এতিয়া সময় সমাগত নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বজেপি অসমত বৰ্তাই ৰখাতো। কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থৰ কথা চিন্তা নকৰি ভবিষ্যত লৰা ছোৱালীৰ বাবে এখন সুৰক্ষিত আৰু স্বভিমানী অসম গঢ়ি তুলিবলৈ সকলোৱে চেষ্টা কৰা উচিত । মামাৰ দৰে নেতা অসম নহয় ভাৰতৰ অন্য প্ৰান্তত বিচাৰিলেও পোৱাটো অসম্ভৱ ।
@@riyand6689 😂😂😂... প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাই অসম বিধান সভাত কিমান বছৰ থাকিল তাৰ হিচাবটো এবাৰ হিচাব কৰক... আৰু সেই সময়ত কি কি কৈছিল এবাৰ জানিবলৈ চেষ্টা কৰক...
এই বোৰ কৰি এতিয়ালৈ তেঁওৰ পৰিয়ালৰ বাবে কিমান ধন সম্পতি গোটালে পত্নী পুত্ৰ পুত্ৰীৰ নামত সেই খিনিও হিচাব কৰিব
@@किरण2021 😂😂😂 dile deii aisat
Good speech by honourable chief minister.
অসম চুক্তি কি পৰ্যায়ত আছে .......!!
খিলঞ্জীয়াৰ কথা চৰকাৰ খনে ইমান চিন্তা কৰিছে যেতিয়া "অসম চুক্তি" ৰূপায়ন কৰাত কিয় ইমান অনিহা, "অসম চুক্তি"তেই দেখোন জাতি-মাটি, ভাষা কলা-সংস্কৃতি আদিবোৰ সংৰক্ষিত হৈ আছে, যদি এই চূক্তিখনত কিবা আসোঁৱাহ আছে তেনেহলে সংশোধন কৰক খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত।।
যি খিনি কৈ আছে সকলো অসম চুক্তিৰে এটা ভাগ।
Ki koi ase Buji powa nai neki
জয় আই অসম..
CM sir❤❤👍জয় আই অসম
উৎকৃষ্ট ভাষণ যদি এতিয়া কোনেও বুজি নাপায় তেন্তে কি কৰিব ❤
দুঃখ লাগি যায়। সঁচা কথা কৈছে কম sir
Moiu agi gourob korisu...mama thanks..
পৰবৰ্তী লোকপিয়লৰ কাৰণে সাজু হব লাগিব। নিজেৰ মাতৃভাষা ভোট কৰিম 🙏
ডাঙৰীয়া এই বিশেষ বিষয়ৰ মাজতে বয় বস্তু বোৰৰ দাম অলপ কমোৱা ৰ বিষয়ে ও চিন্তা চৰ্চা কৰিব চোন । সাধাৰণ ৰাইজৰ বহুত কস্ত হৈছে। বাকী আপোনাৰ বক্তব্য হৃদয়ংগম কৰিলোঁ। বেয়া বোৰ এৰাই ভাল ৰ কামনা কৰিলোঁ।
বহুত বহুত ধন্যবাদ sir ❤
Your Acting is awesome
খিলঞ্জীয়া সংজ্ঞা নিৰ্ণয় নকৰালৈকে খিলঞ্জীয়া কেনেকৈ লিখিব
উওম কথা কৈছে
আজি কালি এনে মানুহ ও আছে যি নিমন্ত্ৰণ নিদিলেও অনৰ ঘৰত সোমাব খোজে। পাৰিলে কবজা কৰিব খোজে ।
You are hundred percent correct
Moulana. Bhashani. Great man. In the world. ❤❤
আপুনি যদি খিলঞ্জীয়াক ৰক্ষা কৰাৰ কথা কয় কিয় অসমীয়া বিৰোধী CAA আনিলে। APSC পৰা অসমীয়া ভাষা উঠাই দি অনা অসমীয়াক প্ৰথম বাৰৰ অসমত প্ৰশাসনিক বিষয়াক নিযুক্তি দিছে। আপোনা অসমৰ জনসাধাৰণে ভাল দৰে বুজি পাইছে। বুজি পোৱা নাই মাত্ৰ হিন্দু বাংলাদেশী আৰু কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়াই।
One thing akhomia bhakha projyujya nuhuatu t amar bibhinno khilonjiya jonogusthibururu logote tothakathito amar usso jati buli kuahokoluru dukh ase... Akhomia compulsory korile bodo, karbi,dimasa, missing, rabha etc bibhinno jonogusthiye kunupadhyai mani noloi tar parinam ei abostha... Upper caste buli kua hokoleu bohute teulukok akhomia buli komeihe koi... Thik heidore ASSU etc hongothoneu kunu din khilonjiyai bahiror manuhok mati nebesibo buli kunudin hojag kora porilokhito nua nai.. Jitu ketiabai korobo lagisil.. Eku andulon nokori kebol bohiragotok mati nebesiboli lhilonjiyar monot humiaboparilei 90℅ problem solved hol hoi.. Etc.. Bohut karon kunudinei gurutta dia dekha nejai amar rajyakhonot...APSC etc sakori etc himan guruttapurna nohoi.. Aajiloike kunu APSC/UPSC pua akhomiyai rajyalhonoloi bikhekh koribo pora nai nijor job tur joriyote... Korise jodi anya bikhor joriyote he korise Amanda ram barua r pora chandra kumar agarrwala (not aps but serving as sauptt of police?) Homen borgohain etc. Houk)
Right
CAA saput koru
@@papuboruah5864 heikhini baru bujilu kintu CAA khn ki kobo aru eta kotha je kuch, kalita ,ahom sob asomiya bhasa aru sanskritir uporot nirbhor korihe ek asomiya hoise buji paise?? Gotike ei bhasa hoise asomiya jatir lai khuta....besi juktile nogoi....sidha sidhi thokai bhal....
He is only thinking about his future & his family.....This all are drama..only...Congress t thaka dinat ejan manuh e Miya vote loi asile😅😅😅
মুখ্য মন্ত্ৰী য়ে সুন্দৰ কথা কৈছে
বড়ো সকলক সোনকালে বড়ো লেন্ড পৃথক ৰাজ্য ৰিকমেন্ঢ কৰি দিলে আপোনাকো বড়ো সকলে বহুত ভাল পাই আদৰি ল'ব।
ei jonom ot tu nohobo dangoria
@@Anonymous4150chup goru sur ami lom ai
Muti uthi ghomai thak . Selfish sala
বেয়া কৈ নকব। মৰমেৰে কওক। @@Anonymous4150
ভাই, আমি একেলগে থাকিলেহে ভাল লাগিব।
অসমিয়া লিখিলে খিয়ঞ্জীয়া হব নেকি।
CAA ৰ জৰিয়তে অসমলৈ আহিব লগীয়া বাংলাদেশী সকলে লোক পিয়লৰ সময়ত মাতৃ ভাষাটো অসমীয়া লিখিব নে বাঙালী লিখিব ।
Porhaaa pti alop vlke koribi 😅
চৰকাৰে উত্তৰ দিয়ক
বাঙালী বুলিয়েই লিখিব।
bjp a aku kam kora nai karone hei bur r pora dur rakhibo bisarise aru mama apuni hindu-Muslim bad di kam korok
Muthote adin assamr matrivasa bengali hboi hb aru amar axomiyabure ona axomiyar tolot kam kribo lgibo,karon lasitu nai aru xei xomyor bir juwanu nai
Right sir moi apunar lgt asu🙏👍
Exactly speaking,the Congress are all odds.
Bohut val lagil CM sir speech
অসমীয়া সভ্যতা-সংস্কৃতি লুপ্ত হ'ব খোজা বোলাতো আৰু কেইদিনমান জীয়াই থকাৰ বাবে শেষ প্ৰচেষ্টা এইবোৰ কথাতে কৈ দিলে নে কিবা চাৰ্ভে কৰি ক'লে? আপোনাৰ দৰে সাহসী মানুহৰ এই কাতৰতা কিয়? এইটো কেবা শ নহয়, কেবা হাজাৰ বছৰৰ সংস্কতি। এনেকৈ লুপ্ত নহয়। অবশ্যে সতৰ্কতাৰ প্ৰয়োজন আছে। শত্ৰুক উৎসাহ নোযোগাব। নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি যাওক।
পাকিস্তানৰ পৰা বাংলাদেশ বনোতে হিন্দু সম্প্ৰদায়ৰ লোক মুছলমান সম্প্ৰদায়ত কৈ বেছি আছিল কিন্তু এতিয়া তাত হিন্দু কমিগল মোছলীম বাঢ়ি গ'ল, মোছলীম বাঢ়ি যোৱা পাছত বাংলাদেশৰ হিন্দু সকলৰ কি গতি হৈছে আপুনি গম পায়েই । অসমতো তেনেকৈ মোছলীমৰ সংখ্যা বাঢ়িছে হিন্দুৰ কমিছে সেইহে খিলঞ্জীয়া সকলৰ ভবিষ্যতৰ কাৰণে এইটো দাঙৰ সমস্যা হৈ পৰিছে । সেই বিষয়ক লৈ মূখ্য মন্ত্ৰীয়ে সদনত কথাষাৰ উল্লেখ কৰিছে, আৰু সদনত উল্লেখ কৰা পাছত হে মূখ্য মন্ত্ৰীয়ে খিলঞ্জীয়া ৰক্ষা হেতুকে কিবা আইন আনিব পাৰিব ।
many many thank cm sir
শৃংসল চলিহাই থিকেই কৈছে পৃথক আহোম ৰাজ্য দাবিৰ সময় হল।
Hoi
Himanta sarma satya katha kaise ,himanta sahab zindabad ❤❤❤❤❤
মাজুলীখন কংগ্ৰছৰ কথামতে Protected belt নকৰাৰ সিদ্ধান্তটো বহুত ভূল সিদ্ধান্ত। নে এইটোতো কোনো ৰহস্য আছে নাযানো কিন্তু এইটো পূণৰীক্ষণৰ অনুৰোধ জনালো।
অতি সুন্দৰ মন্তব্য ধন্যবাদ 🙏🙏🙏
হিমন্ত মামা জিন্দাবাদ।। আমাৰ শইকীয়া ডাঙৰীয়া ,এবাৰ ভাৱি চাওক আপোনালোকে কি কৰিব বিচাৰিছে?