ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বৰ ভাল লাগিল
বহুত বহুত ধন্যবাদ।
Xundor val lagil
অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ।
সুন্দৰ উপস্থাপন।
Dhonyobad aapunaloi. Xundor vdo.
বৰ সুন্দৰ লাগিল খুড়া,..ময়ো বনাবলৈ চেষ্টা কৰিম....ধন্যবাদ
বহুত বহুত ধন্যবাদ থাকিল।
Dada ji kunu matit rub parine jnab sun
যি কোনো মাটিতে কৰিব পাৰি।কেৱল পানী বন্ধ নোহোৱা ঠাই হ'ব লাগে। ধন্যবাদ।
অতি সুন্দৰ বিধিও । বহুতো কথা জানিলো । ধন্যবাদ
ধন্যবাদ
Tub t rubo parine nai?
Tube ত ৰুলে area টো কম হয়। কাৰণ চাহগছ বৃক্ষত পৰে।ডাঙৰ টাবত কৰিব পাৰি। ধন্যবাদ।
চাৰ পুলি কেনেকৈ কৰা হয় এটা ভিডিও বনাই দিৱ
ঠিক আছে। সময়ত দিয়া হ'ব। ধন্যবাদ।
gree tea oxidation nokore
2yearst gosjupa eman vall hua nyy olp homan ke singibo
পৰামৰ্শ দিয়াৰ বাবে ধন্যবাদ।
গচযোপা কেনেকৈ বনাব লাগে আপোনি নাজানে আমাৰ দুবছৰ গছ আপোনাকৈ মজবুত হৈ আছে কলম দিয়া কথা
হয়, অভিজ্ঞতা মূল কথা। মন্তব্যৰ বাবে ধন্যবাদ।
Green tea bonuwa patbur ati Koli duti pat he singa hoy . Apuni kintu dangor patbikok kuwa hoyse. Anekuwa dangor patbur lole green tea rashiobur bhal nohoy.
হয়, বসুমতাৰী দেৱ। আপুনি ঠিকেই কৈছে।এটি কলি দুটি পাট চিঙিলে উৎকৃষ্ট মানৰ হয়। কিন্তু মই ঘৰত খাবলৈ বনোৱাৰ বাবেহে অকমান দীঘলকৈ আগটো চিঙিছো।কোমল পাতৰ পৰাহে যে উৎকৃষ্ট মানৰ হয় সেই কথাটো কোৱা হৈছে।যা হওঁক আপুনি মনোযোগেৰে চাই মন্তব্য দিয়া বাবে বহুত বহুত ধন্যবাদ।আগলৈকো মন্তব্য দিব বুলি আশা ৰাখিলোঁ।এই
Apunar aitu green tea huwa nai dada aitu orthodox hoise original green tea banuwa process beleg alp
ঠিকেই, এইটো আমাৰ ঘৰৰ বাবে বনোৱা green tea বুলি ক'ব পাৰি। ইয়াৰো যথেষ্ট গুণাগুণ আছে। বহুমূলীয়া মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
ইমান দীঘল পাতৰ পৰা গ্ৰীণ tea নহই
ঠিকেই কৈছে হাজৰিকা ডাঙৰীয়া,উৎকৃষ্ট গ্ৰীণ টি একেবাৰে কোমল কুঁহি পাতৰ পৰাহে হয়। পিছে এয়া বিক্ৰীৰ বাবে নহয়। ঘৰতে খাবলৈহে জৈৱিক ভাৱে তৈয়াৰ কৰা হৈছে। সেই বাবে কিছু দাঙৰ পাতো আছে। অকণমান কষ্ট কৰিলেই ঘৰতে যে প্ৰস্তুত কৰিব পাৰি সেইটোহে দেখুওৱা হৈছে। মন্তব্যৰ বাবে ধন্যবাদ
বৰ ভাল লাগিল
বহুত বহুত ধন্যবাদ।
Xundor val lagil
অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ।
সুন্দৰ উপস্থাপন।
অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ।
Dhonyobad aapunaloi. Xundor vdo.
অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ।
বৰ সুন্দৰ লাগিল খুড়া,..ময়ো বনাবলৈ চেষ্টা কৰিম....ধন্যবাদ
বহুত বহুত ধন্যবাদ থাকিল।
Dada ji kunu matit rub parine jnab sun
যি কোনো মাটিতে কৰিব পাৰি।কেৱল পানী বন্ধ নোহোৱা ঠাই হ'ব লাগে। ধন্যবাদ।
অতি সুন্দৰ বিধিও । বহুতো কথা জানিলো । ধন্যবাদ
ধন্যবাদ
Tub t rubo parine nai?
Tube ত ৰুলে area টো কম হয়। কাৰণ চাহগছ বৃক্ষত পৰে।ডাঙৰ টাবত কৰিব পাৰি। ধন্যবাদ।
চাৰ পুলি কেনেকৈ কৰা হয় এটা ভিডিও বনাই দিৱ
ঠিক আছে। সময়ত দিয়া হ'ব। ধন্যবাদ।
gree tea oxidation nokore
2yearst gosjupa eman vall hua nyy olp homan ke singibo
পৰামৰ্শ দিয়াৰ বাবে ধন্যবাদ।
গচযোপা কেনেকৈ বনাব লাগে আপোনি নাজানে আমাৰ দুবছৰ গছ আপোনাকৈ মজবুত হৈ আছে কলম দিয়া কথা
হয়, অভিজ্ঞতা মূল কথা। মন্তব্যৰ বাবে ধন্যবাদ।
Green tea bonuwa patbur ati Koli duti pat he singa hoy . Apuni kintu dangor patbikok kuwa hoyse. Anekuwa dangor patbur lole green tea rashiobur bhal nohoy.
হয়, বসুমতাৰী দেৱ। আপুনি ঠিকেই কৈছে।এটি কলি দুটি পাট চিঙিলে উৎকৃষ্ট মানৰ হয়। কিন্তু মই ঘৰত খাবলৈ বনোৱাৰ বাবেহে অকমান দীঘলকৈ আগটো চিঙিছো।কোমল পাতৰ পৰাহে যে উৎকৃষ্ট মানৰ হয় সেই কথাটো কোৱা হৈছে।যা হওঁক আপুনি মনোযোগেৰে চাই মন্তব্য দিয়া বাবে বহুত বহুত ধন্যবাদ।আগলৈকো মন্তব্য দিব বুলি আশা ৰাখিলোঁ।
এই