❤❤❤ grand salute to kalpana madam. Go ahead way to your journey of music. You are really eminent melody singer of Assam and india. God bless you and your family. All the best wishes to you.❤❤❤❤
23:00 মানুহ গৰাকী শুদ্ধ মনৰ, সৰল স্বভাৱৰ, দৃঢ় মনৰ আৰু পৰিপক্ক চিন্তাৰ । এক কথাত অসমীয়া! এদিন এই মৌলিকতাৰ জয় হ'বই। অসম আৰু অসমীয়াৰ জয় হওঁক! জয় আই অসম! भारत माता की जय!
Bondho...bihart goi bihu gale jano famous hobo parile hoi....kalpana baideok singer hisabe bohote sini pai...aponi dojon kon hoi? Assam t ki buli sini pai dojonok !
সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰিলো....... দুয়োলৈ ধন্যবাদ থাকিল ।
❤❤❤❤❤ বহুত বহুত ধন্যবাদ কল্পনা বাইদেউ। অসমীয়া আৰু ভোজপুৰী লোকসঙ্গীতৰ এগৰাকী কোকিলকন্থী গায়িকা। আগুৱাই যাওক সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন। ভগৱানে আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। ধন্যবাদ জ্ঞাপন কৰিলো।❤❤❤
❤❤❤ grand salute to kalpana madam. Go ahead way to your journey of music. You are really eminent melody singer of Assam and india. God bless you and your family. All the best wishes to you.❤❤❤❤
অসমৰ এগৰাকী সুৱদী কন্ঠৰ অধিকাৰী। অনুষ্ঠানটো চাই বহুত ভাল লাগিলে। ❤❤❤
বৰ সুন্দৰ অনুষ্ঠান। ভাল লাগিল। তেখেতৰ কৰ্মৰাজিৰ সন্মান কৰো।বহুত ভাল লাগে।❤
বহুত ভাল লাগিল অনুষ্ঠানটো। কল্পনা বাইদেউক বৰ ভাল লাগে❤💚💛
কল্পনা আৰু মনালিছাৰ অনুষ্ঠানটো বৰ ভাল লাগিল।
Bhal kotha gom palu , je xonmaan tuk xonmaan nohoi bhoy korib,a lagib,a , xeya jonalu 🎉🎉🎉🎉🎉
বহুত ভাল অনুষ্ঠান
আপ্লুত হ'লো ।
❤❤❤বহুত ধুনীয়া গাইছে কল্পনা বা।লাভ ইউ ❤❤❤
অনুষ্ঠান টো চাই বৰ ভাল লাগিলে ❤️❤️
সুব সুন্দৰ লাগিছে 🥰❤️💕
Omg my fav kalpana ba ..big fan .....❤❤❤❤❤
Khub val lagil interview tu sai.
Xub xundor ❤
Baki bur bohut val lagil 🙂..... Kintu bargeet tu t xei agor modhurota tuk napalu
Favourite,,,singer❤❤❤❤❤
বৰ ভাল লাগিল চাই 😊😊😊
My favourite singer
Interview tu bahut val❤❤❤❤❤l lagil
Bahu kotha janilu😍😍😍😍😍
So Nice ❤super ba
বহুত ভাল লাগিছে
❤❤❤ Bahut Bahut Val Lagil ❤ Dhayanabad ❤❤❤
23:00 মানুহ গৰাকী শুদ্ধ মনৰ, সৰল স্বভাৱৰ, দৃঢ় মনৰ আৰু পৰিপক্ক চিন্তাৰ । এক কথাত অসমীয়া!
এদিন এই মৌলিকতাৰ জয় হ'বই।
অসম আৰু অসমীয়াৰ জয় হওঁক!
জয় আই অসম!
भारत माता की जय!
বিহাৰী মতা (মুছলিম) ৰ সহায়ত তেখেতে নিজৰ career সুন্দৰ কৈ সজাব পাৰিছে বুলি কব পাৰি।
সুন্দৰ ♥️
অনুষ্ঠানটো ভাল লাগিল , কিন্তু কল্পনা বাইদেউ এগৰাকী সুন্দৰ কণ্ঠৰ অধিকাৰী সেয়ে আপোনাক শিল্পী হিচাপে থাকিলেহে ভাল লাগিব যদি ৰাজনীতিলৈ আহে ৰাইজে কেতিয়াও হয়তো আদৰি নলব , কিয়নো আজিৰ ৰাজনীতি আগৰ সেই সমাজ গঢ়া ৰাজনীতি হৈ থকা নাই আপুনি যিমান ভাল নহওক কিয় সময়ৰ পাকচক্ৰত আপুনি ৰাজনীতিত শুদ্ধ হৈ থাকিব নোৱাৰিব । মোৰ একমাত্ৰ মত হয়তো শুদ্ধ মতেই হ'ব ।
Without music bohut dhunia
Bohut dhunia lagil 2 gorakike dhyanobad jonalu
😊😊😊😊@@mamonidevi617
Love from sorbhog❤
যাৰ নিজস্ব নাথাকে সেইবিলাক মানুহে আনৰ সৈতে বিলীন হব বিচাৰে তেখেতৰ নিজা সুৰৰ গান বোৰ প্ৰকাশ কৰিলে ভাল পাম ।
❤❤❤
Thanks
Good❤❤
🎉🎉🎉
Rajnitit joyatu kono xahoxor kotha nohoi , party bosobor babe jikono ji kono kaam ko ri boi lagib,a nohole 😢
আপোনালোক দেখিবলৈ একেই
Monalisha😍
Nice
Kalpana Bhantiloi okhekh morom aru respect jasilo. Kothabor bhal lagil
কল্পনাৰ কন্ঠত যিকোনো গীত ভাল লাগে, ইউ টিউবত বেছি অসমীয়া গীত নাপাও চোন। তেওঁৰ কন্ঠত অসমীয়া গীত শুনিবলৈ বৰ মন যায়
Not T,C High School ,T,C Govt Higher Secondary,
Bhallagilshaai
তেওঁ মুছলমানৰ লগত বিয়া হৈছে বোলে ৷
tai behari logot biya hoise sage. notuba mak bapek behari hopai.
Duyujonike akei lagishe
Sry no comments kobo gole bohut besi e kom pam so sup thakai val so sry
Kalpana baydew pm Hale vase tu bhal lagibo Devjit boko
কল্পনাক বিহাৰী মানে ভোজপুৰী গায়িকা হিচাপেহে ভাল লাগে চাগে। অসমীয়া গান গালে সিমান ভাল নেলাগে.... Tune টো ভোজপুৰী ভোজপুৰী লাগে....
Bojpuriborvallage
Bhojpuri gai krne bhal pai Bihari bilake.
Kapana.nahay.kalpana.gadi.
প্ৰায়ে But বুলি নকয় কিন্তু বুলি কোৱা হ'লে বেছি সোৱাদ পালো হয়....কথাবোৰ ইংৰাজীও নহয় খাতি অসমীয়াও নহয়....কথা মাজত ইমান ইংৰাজী প্ৰয়োগ নকৰিলে নহয় নে ?
Moi beya pawa Bihari singer jon.......iman over attitude jen Assamt top lavel r singer a nai...
Right. ..bihu program koribo ahe bihu Ata gabo najane
Bondho...bihart goi bihu gale jano famous hobo parile hoi....kalpana baideok singer hisabe bohote sini pai...aponi dojon kon hoi? Assam t ki buli sini pai dojonok !
Kinu axomia baidew e dexun khulxali aru nanad tar different najane ,teu bihari hoi gol mathu axomia sinaki eta he ase mathu .
K. Ba abar parves Dak dekhabo son
Nice