Bauli Fagun [ বাউলী ফাগুন ] || Ep - 438|| 26/07/2024
ฝัง
- เผยแพร่เมื่อ 17 ต.ค. 2024
- ফুটফুটিয়া ফ্ৰ'ক পিন্ধি, মূৰত দুডাল বেণি গাঁঠি দেউতাকৰ কোলাত উঠি কোনোবা শিশুৱে গোঁসানী পুজা চাবলৈ যোৱা দেখিলে কুঁহিৰ মনটো সেমেকি উঠে । কুঁহিৰ মনলৈ আহে তাইৰ শৈশৱটোৰ কথা । কত যে ধুমুহা পাৰ হৈ গ'ল জীৱনৰ মুধচৰে .....। ক'ত বাৰ তাইৰ সপোনৰ বালি ঘৰ ভাঙি থান বান কৰি থৈ গ'ল । কেতিয়াবা জীৱনৰ দুখৰীয়া ছৱি বোৰৰ কথা ভাবি ভাবি কঁপি উঠে । কুঁহি কিন্তু এতিয়াও ভাগৰি পৰা নাই । তাই জীৱনটো এদিন সঁজাৱ । হেৰাই যোৱা জীৱনৰ ৰংবোৰ এদিন বুটলি আনিব । এখন সপোনৰ ঘৰ সাজিবলৈ তাই সংগ্ৰাম কৰিব । কাৰণ তই মাকক কথা দি থৈছে ।
Follow Rengoni TV :-
Facebook: / rengonitv
TH-cam: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo
Bhal lagil dei❤❤❤❤❤❤
বেচেৰি জীউ জনী কুহি বৌৰ মৰম পাব ৰৈ থাকে ইফালে কুহিয়ে অংকিতৰ কথাকে ভাবি থাকে
ৰুনজুনক ভাল দুটামান চৰ লগাই দিয়া হ'লে ভাল আছিল দিগন্ত ই ।
Umm
বাউলী ফাগুন ভাল লাগিচে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Mojja❤❤
আজিহে ভাল লাগিছে।
কুহিই গুঞ্জনক বৰ ধুনীয়াকৈ টুপি পিন্ধাই আছে ।
❤❤
নিজৰ চিন্তা অশান্তি বোৰৰ কাৰণে কুঁহিয়ে গুঞ্জনৰ পৰিয়ালটোৰ মনত বহুত অশান্তি দিছে।বিয়া সোমাই পৰিয়ালত অশান্তি দিয়াতকৈ বিয়া নপতাহেতেন গুঞ্জন শান্তিত থাকিব পাৰিলে হেঁতেন।গুঞ্জন লৈ বহুত বেয়া লাগে।
Kuhi aru ankitok ketiya log korai diba nu set
Nice❤
My favourite serial. 💜
Video love from Basudev Than bebejia chariali ❤❤❤❤❤
Runjunor deutakor voice tu bibek solihar voice tu jen lagise...mur😃
Muru😂
Gunjan kuhi heart mental
Mojja
kuhi beautiful girl
প্ৰতিটো পৰিয়ালৰ আউল লগা.
সকলোৱে অভিনয় চাই ভাল লাগিছে।
Diganta da kothabur iman dunia runjun jonie Buji napai
Val laga sai hodai wait Kori thaku sabola tuponi ahi goisa. Love from jorhat ❤❤
❤
moja
Kiba ata pabole kiba ata heruwab loga hoi ...kintu Kuhi e soboke okhanti dise
Nice ♥️♥️♥️♥️
Vivek soliha r voice tu dise runjun r father r voice tu😅😅
😊
দিগন্ত লৈ হে বৰ দুখ লাগে অ বেছিকৈ😢
Runjhun
Very nice ❤❤❤
ভাল লাগিছে 😢😮😅😅
Nicep❤
😊😊😊😊
Kuhi a ako degantak use kore ase
Runjun ru dinganta k mja lge
Kuhi ulale saboloi mon njay
Kio 🤧😠😠
ৰুণজুণক অলপো ভাল নেলাগে ।তাই আগৰ দৰেই আছে ।আৰু কুহি যদিহে অংকিতক এৰিবয় নোৱাৰে তেনতে কুহি বিয়াত নবহা হলেই ভাল আছিল ।এনেকে লোকৰ পৰিয়ালটো বেয়া কৰাত কৈয়।
Kuhi ohukhi...karu logote hukhi nhoi....jiwanr pora ki bisarise...tai njne....😢
দিগন্তৰ প্ৰতি তোমাৰ অলপো প্ৰয়োজনীয়তা নাই ৷ পত্নী ও নহ’য় কিন্তু কাৰ নামত সেন্দূৰ কণ লৈ আছা ?
kuhi a kinto br beya kam krise dei..gunjon ru jiu jibot okhnti ha hol.
Aku beya kam ni kora nijor vl puwa manuh jon jiyai ase he karone anok thai dibo paribo nki
Kuhiyaa ke vull korisaa kuhiyaa vll ktha haa koisaa dxnnn
Ankit aru kuhik lg puai dibo lge pls pls
Atia kuhie ankitar kotha bhabi gunjon aru jiur jibontu dhanha korise baru ?
দিগন্ত ৰ বাবে মোৰ বহুত বেয়া লাগিল আৰু কাৰ কাৰ বেয়া লাগিল জনাবচোন
Kuhiye ajiu agnkitak lag napale
জিউ তোমাক বহু ভাল লাগে
Umm❤❤❤
আজিহে কুঁহিক ভাল লাগিছে
Kuhi aru ankit log ei nohoi eta gole eta jai amoni lagise aru.
কুহিঁক দেখিলে বেয়া বস্তু দেখা নিচিনাহে লগা হৈছে। কাৰণ বৰ্তমান ক এৰি অতিতক বিচাৰি তাই হাবাথুৰি খাইছে। জিউ বহুত ভাল ছোৱালী। ককায়েক ভনীয়েক হালৰ বহুত মিলা মিছা। কিন্তু কুহিঁঁয়ে পনদ কৰি পেলাইছে।
Kuhir jegat kuhie write beseri😢😢😢😢😢
Kuhi joni okhukhi Tai Karu logte hukhi hbo nuware.aijini ulalei khong uthe sabole mon najai
Gunjane bhale koise
Kuhi is becoming so selfish
😂😂😂
Kuhi a kinto Gunjan aru jiu bhot akanti dise
ৰুনজুন পাগল
Pagol
Wow munmi ba
Kuhik vl nalagahl
Moja❤
🌺 🌱
🌴 🌺
🌱 🌱
🌷🌱
🌱
🍥🍥🍥🍥🍥
🍥💞💕💞🍥
🍥💞💖🍥
🍥🍥🍥
কুঁহি আজিকালি বেয়া লাগিছে,কাৰোৰে সুখী নহয়
Gunjan sasai bahut fal boy
Kuhi ulale vl nloga hol
কুঁহি k kar kar beya lage please 👇
একো আগ নাবাঢ়ে। যদি নোৱাৰে ছিৰিয়েল খন বন্ধ কৰি দিয়ক
Runjun gundi 😡😡😡😡😡😡😡
Kuhi is bad girls
Acting is very bed Pori
Kuhi tumi diganta kotha pahari gunjank akuali lua
Don't like this serial
Kuhi pagoli hoisha
বাউলী ফাগুন ভাল লাগিচে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤❤❤
Mojja ❤❤❤❤❤❤❤❤❤
My favourite serial ❤❤❤❤
❤❤