বানাক্ৰান্তক সহায় কৰিবলৈ গৌৰৱ গগৈৰ নতুন ফৰ্মূলা

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ก.ค. 2024
  • বানাক্ৰান্তক সহায় কৰিবলৈ নতুন ফৰ্মূলা আৱিষ্কাৰ কৰি উলিয়াইছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ মাজুলীৰ বানাক্ৰান্তৰ কাষলৈ গৈ গৌৰৱ গগৈয়ে বানপানীৰ খবৰ আগতীয়াকৈ স্থানীয় লোকক বিশেষ টেকন’ল’জীযোগে জনাবলৈ চৰকাৰক পৰামৰ্শ আগবঢ়ায়৷
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

ความคิดเห็น • 49

  • @mudoifeedcenter2024
    @mudoifeedcenter2024 4 วันที่ผ่านมา +4

    গৌৰৱ গগৈৰ চিন্তা শক্তি সাংবাদিক জনতকৈ বহু ওপৰত

  • @dibakorduwarah1132
    @dibakorduwarah1132 4 วันที่ผ่านมา +9

    বানত মানুহৰ থাকিবলৈ ঠাই নাইকীয়া হৈছে হি নাচ গান কৰিবলে আহিছে

  • @jadavgogoi944
    @jadavgogoi944 4 วันที่ผ่านมา +3

    যোৰহাটত গৌৰৱ হাৰিব বুলি ভূঞাইও আগতীয়াকৈ কৈছিল চাগে, হেৰি হঁতৰ সুৰতে। যিহেতু সেয়া নহ'ল, গতিকে গৌৰৱৰ কি কি দোষ আছে এওঁ তাকেই পিতপিতাই বিচাৰি ফুৰে। অধম লোক এনেকুৱাই।

  • @manojtalukdar6647
    @manojtalukdar6647 4 วันที่ผ่านมา +1

    নেদাৰলেণ্ডৰ সহায় লওক, কেনেকৈ তেথেত সকলে সাগৰপৃষ্ঠৰ বহু তলত থাকি বহু বছৰ উফন্দী উঠা সাগৰীয় পানীৰ সমস্যাৰ পৰিত্ৰাণ পাবলৈ সক্ষম হ'ল!!!!! ( নতুবা দুখৰে হ'লেও ক'ব লাগিব, ,অইনটো হ'ল মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী চীনাক গোটেই দিয়া ইতিমধ্যে চীনাই বহু আগবাঢ়ি গৈছে এই ক্ষেত্ৰত , ভাৰতে বাধা দিয়া নাই, এয়া হ'লে ভবিষ্যতত বানৰ পৰিবৰ্তে খৰাংত মৰিব অসমীয়া @ মৰাটো খাটাং 💯💯💯 হয় বান হয় খৰাং হয় মাহীআইৰ 👹কোপ দৃষ্টি ❓❗❓❗❓❗❓❗

  • @pujaphukon6098
    @pujaphukon6098 4 วันที่ผ่านมา

    (এতিয়া গৌৰৱ গগৈক মানুহে বহুত ভাল পাইছে। )১৯৫০ চনত হোৱা ভূমিকম্পৰ ফলত ব্ৰক্ষ্মপুত্রৰ তলি খন বাম হৈ পৰিল। সেইয়ে অলপ পানী হ'লেই ব্ৰক্ষ্মপুত্র ওফন্দি উঠে আৰু বানপানী হয়। বানপানী হৈছে প্ৰাকৃতিক দু্ৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগ হ'লে কোনো চৰকাৰে বাধা দিব নোৱাৰে।

  • @rajibbormedhi8638
    @rajibbormedhi8638 4 วันที่ผ่านมา +3

    কিয় ভাৰতলৈ এনে টেকনোলজি বোৰ নানে চৰকাৰে?

  • @user-lh7tx7cg5j
    @user-lh7tx7cg5j 4 วันที่ผ่านมา +7

    কিনো বেয়া কথা কৈছে আপোনা লোকেই বজাই চোন বতৰ খবৰ আপুনি হেৰী নেকি অতনু ভূঞা বোলা জন দৰ্শকৰ এনে গালি নুশুনে নিৰপেক্ষ নহয় আপুনি দেখিব মন নাযায় আপোনাক

  • @nobulahmed4631
    @nobulahmed4631 4 วันที่ผ่านมา +6

    Gaurav gogoi zindabad

  • @ptentertainment5744
    @ptentertainment5744 4 วันที่ผ่านมา +2

    😮HBS r 2nd channel..and ghur pholiya eijon!Mane bhinihi j😂😂😂

  • @Adilstudio-mq4ks
    @Adilstudio-mq4ks 4 วันที่ผ่านมา

    অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে সম্ভৱ হব

  • @khirodkr.laskar8486
    @khirodkr.laskar8486 4 วันที่ผ่านมา +1

    News reporter Bhuyan sir a HBS k support kora bbe ki technology used krise baa...

  • @user-ff9lo7xt7v
    @user-ff9lo7xt7v 3 วันที่ผ่านมา

    🎉🎉🎉🎉🎉

  • @masrafali927
    @masrafali927 4 วันที่ผ่านมา

    এই জন শিক্ষিত হৈও বিজ্ঞানক উপলুঙা কৰিছে

  • @bakulboruah2026
    @bakulboruah2026 4 วันที่ผ่านมา

    অটনু ভূঞাই যিমান পাৰে হিমন্তৰ চামচা হৈ কাম কৰক।কিন্তু গৌৰৱক ২০২৬ ত মূখ‍্যমন্ত্ৰী হোৱাৰ পৰা অটনুৰ লগতে বাকী হালধীয়া সাংবাদিক বোৰে যিমান চেষ্টা কৰিলেও ৰখাব নোৱাৰে।

    • @lizabora2586
      @lizabora2586 4 วันที่ผ่านมา

      Atonu ভূঞাই তেওঁৰ লৰাৰ interview ট কৈছিল গৌৰৱ গগৈ হাৰিব বুলি

  • @monishaboruah941
    @monishaboruah941 4 วันที่ผ่านมา

    Apunar lukar dukh dekute jai 😅

  • @sonaramgogoi3777
    @sonaramgogoi3777 4 วันที่ผ่านมา

    Gaurav ৰক সমালোচনা কৰি লাভ নাই বান প্ৰতিৰোধৰ বাবে মাত মাতক ।

  • @pabitragogoi8654
    @pabitragogoi8654 4 วันที่ผ่านมา

    kitanu kai e gali khabo buli eii Comment off kori thoi. মুঠেও ভাল নাপায় নহয় ৰাইজে।

  • @MohatiPargiri
    @MohatiPargiri 4 วันที่ผ่านมา

    Nice c m

  • @prakhantanarahprakhantanar4891
    @prakhantanarahprakhantanar4891 4 วันที่ผ่านมา

    Atanu bhuyan kham nai

  • @bishnuramrabha4714
    @bishnuramrabha4714 4 วันที่ผ่านมา

    Good news for BJP, mal komabo paribo...

  • @user-fi7to9sb8c
    @user-fi7to9sb8c 4 วันที่ผ่านมา

    বিক্ৰী যোৱা সাংবাদিক অ ভূ

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 4 วันที่ผ่านมา

    BJP Sarkar go back

  • @user-gn6cq3yh5k
    @user-gn6cq3yh5k 4 วันที่ผ่านมา

    Cm ajon raijok khobor loatu hitu teor daito takey eman istailot mediat kobo lagene

  • @surathbarman9588
    @surathbarman9588 4 วันที่ผ่านมา

    মুখেরে নহয় কামেরে দেখুবাক

  • @mamusambitisgoodborah9898
    @mamusambitisgoodborah9898 4 วันที่ผ่านมา

    Yeer bapek c m asil nohoi tatia hui asil nki 20 bosor torun gogoi...

  • @pranabnath2195
    @pranabnath2195 4 วันที่ผ่านมา +1

    😂😂😂

  • @tulashisarma3829
    @tulashisarma3829 4 วันที่ผ่านมา +2

    উজনি অসমক 2026ট লাগিব যে
    গতিকে পানী গচকিব লাগিব
    খূৰাৰ বুজ লব লাগিব ।

  • @akangsyabora8321
    @akangsyabora8321 4 วันที่ผ่านมา

    Bapekor gotituke lole 😂

  • @Rana-hg8hg
    @Rana-hg8hg 4 วันที่ผ่านมา +1

    জনসাধাৰণৰ মন জয় কৰিবলৈ অশেষ চেষ্টা অব্যাহত, কিন্তু লাভ নহব নেকি চিন্ডিকেট বাহিনীৰ

  • @AshimChetia-oh8vj
    @AshimChetia-oh8vj 4 วันที่ผ่านมา

    Atonu bhuyan bjp somsa...aitu cenel unsubscribe marisu

  • @horensaikia9048
    @horensaikia9048 4 วันที่ผ่านมา

    Bapanit kok bokai marise

  • @gourangaksm1805
    @gourangaksm1805 4 วันที่ผ่านมา

    Ki buli kom.aiooo😂

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs 4 วันที่ผ่านมา

    Atanu bhuya ata faltu. I himanto r samsa hoi

  • @bhimrajkaman
    @bhimrajkaman 4 วันที่ผ่านมา

    কাম নাইকিয়া সাংবাদিক

  • @nitishdoley9560
    @nitishdoley9560 4 วันที่ผ่านมา

    Atanu bhuyan batari 😂😂😂

  • @nakebuzzaman6858
    @nakebuzzaman6858 4 วันที่ผ่านมา

    Bhuyan 😂😂😂😂 news

  • @Bidyutgogoivloge
    @Bidyutgogoivloge 4 วันที่ผ่านมา

    Kitanu da

  • @rkstudio6569
    @rkstudio6569 4 วันที่ผ่านมา

    Toi bjp.anupom

  • @gsbharalibharali7531
    @gsbharalibharali7531 4 วันที่ผ่านมา +1

    kamna aaru

  • @BiswajeetBaruah-es2ho
    @BiswajeetBaruah-es2ho 4 วันที่ผ่านมา

    😂😂😂