গৌৰব গগৈয়ে যোৰহাটৰ চাৰিসীমা চিনি পাই নে নাপায় এবাৰ চাওক...

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • #Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
    Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
    Please follow up page to watch live and latest news with latest updates every hour.
    দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
    To subscribe to our channel click here / @danewsplusassam
    Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
    Follow us on Twitter-
    / danewsplus​
    Facebook-
    / danewsplus.dnp
    Koo app- www.kooapp.com...

ความคิดเห็น • 64

  • @TaslimAliBabul
    @TaslimAliBabul 3 หลายเดือนก่อน +35

    " আকালৰ ভাত বিপদৰ মাত " এইয়াই যথেষ্ট!

  • @pradiprabha5067
    @pradiprabha5067 2 หลายเดือนก่อน +5

    Gourav Gogoi Zindabad

  • @mofijali4108
    @mofijali4108 3 หลายเดือนก่อน +45

    চাৰি সিমা পাওক বা নেপাওক আমাৰ গৌৰব গৈগৈ য়োৰহাট.

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr 3 หลายเดือนก่อน +37

    যোৰহাট জিলাৰ চাৰি সীমা জনা জন পিছে কিয় নিৰ্বাচনত জয়ী নহল। গৌৰৱ গগৈয়ে যোৰহাট নালাগে গোটেই পৃথিবী খনৰ চাৰি সীমা চিনি পায়।

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 3 หลายเดือนก่อน +5

    গৌৰব গগৈএ যোৰহাট নহয় পৃথিবী চাৰিসীমা যানে।

  • @Rahul-e2x7z
    @Rahul-e2x7z 3 หลายเดือนก่อน +23

    গৌৰৱ গগৈ দাঙৰিয়া হৈছে অসমৰ গৌৰৱ
    গৌৰৱ গগৈৰ দৰে নেটা নোলাব আৰু দ্বিতীয় জন অসমত

  • @dibyajyotideowri377
    @dibyajyotideowri377 2 หลายเดือนก่อน

    Nice

  • @myway3433
    @myway3433 2 หลายเดือนก่อน

    গৌৰৱ গগৈ অসম ৰাইজৰ আৱেগৰ গৌৰৱ ।

  • @utpalbdas
    @utpalbdas 3 หลายเดือนก่อน +21

    উদাত্ত কন্ঠ, সংসদ ত যিজনে সলসলীয়াকৈ ক'ব পাৰে ইংৰাজী আৰু হিন্দী ৰ ভাষণ , simplicity and humble personality ❤❤.. গৌৰৱ গগৈ ডাঙৰীয়া,, তেখেতৰ পিতৃ ও স্পষ্টবাদী,সৎ। নাছিল কোনো অজস্ৰ বেনামী সম্পত্তি।।🎉

  • @ruhitdihingia8210
    @ruhitdihingia8210 2 หลายเดือนก่อน

    পবিত্ৰ মাৰ্ঘেৰিটাই কৈছিল:-" গৌৰৱ গগৈয়ে চাৰি সীমা চিনি নাপাই যোৰহাটৰ " । বিদেশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ eloquence অচিৰেই পতক্ষ কৰিব। আমি দেখিম।

  • @SrimitalisaikiaSrimitalisaikia
    @SrimitalisaikiaSrimitalisaikia 3 หลายเดือนก่อน +21

    চিনি নাপাও লেও নাই অসমৰ অসবাসীক চিনি পালেই হ'ল

  • @BarunBaruah-zf7vd
    @BarunBaruah-zf7vd 2 หลายเดือนก่อน +2

    Joi hind joi hok

  • @apurbaghosh9597
    @apurbaghosh9597 2 หลายเดือนก่อน

    Gaurav Gogoi Zindabad ✊🤟

  • @BipulBora-r8g
    @BipulBora-r8g 2 หลายเดือนก่อน +2

    মানবদৰদী নেতা গৌৰৱ।

  • @sarojgogoi2685
    @sarojgogoi2685 3 หลายเดือนก่อน +2

    Gourav Gogoi is our future.

  • @mridulsaikia7875
    @mridulsaikia7875 2 หลายเดือนก่อน

    Gaurav Gogoi ❤

  • @AbdulRahman-p1u5d
    @AbdulRahman-p1u5d 3 หลายเดือนก่อน +9

    গৌৰৱ গগৈ বত্তমান বি জে পি ৰ বাবে কৰুণা সদৃস হৈ পৰিছে।

  • @ashiyabegam7031
    @ashiyabegam7031 2 หลายเดือนก่อน

    Next cm gourav Gogoi

  • @ranjanpds7245
    @ranjanpds7245 3 หลายเดือนก่อน +5

    Inspiration politician

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 3 หลายเดือนก่อน +1

    যোৰহাট সংসদীয় সমষ্টিৰ সকলো ঠাইতে যোৱা সম্ভব নহবও পাৰে। কিন্তু সামগ্ৰিক পৰিস্থিতি দেখি গৈ সংসদত স্বয়ং প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীকো হুংকাৰ দিব পৰা একমাত্ৰ সাংসদ হল গৌৰৱ গগৈ। সংসদত বিষয়টো উত্থাপন হলেই চৰকাৰেও ততালিকে ব্যবস্থা লবলৈ বাধ্য । লগতে প্ৰশাসনো সজাগ হবলৈ বাধ্য ।

  • @mahimuddinlaskar4939
    @mahimuddinlaskar4939 2 หลายเดือนก่อน +1

    শুধু যোরহাট নয় অসমের মানুহের খবর লৈছিল গৌরব গগৈ অসমের গৌরব।
    তুমি এতো কষ্ট পাও কেন ?

  • @dijuhazrika3882
    @dijuhazrika3882 3 หลายเดือนก่อน +4

    love you gogoi sir

  • @shyamgogoi6442
    @shyamgogoi6442 3 หลายเดือนก่อน +13

    Gogoi zindabad

  • @RunuBora-s2x
    @RunuBora-s2x 2 หลายเดือนก่อน +1

    যিসকলে চালে বেৰে কোবাই এইবোৰ কথা কয় তেওঁলোকে কি কৰি আছে। গৌৰৱ গগৈয়ে যোৰহাট কিয় সমগ্ৰ পৃথিৱীৰ চুক কোণ চিনি পায় ।

  • @koushik3717
    @koushik3717 3 หลายเดือนก่อน +3

    One of the best members of parliament from Jorhat

  • @ApurbaGogoi-ie2jp
    @ApurbaGogoi-ie2jp 3 หลายเดือนก่อน +13

    Gourav Gogoi zindabad ❤❤

  • @ranjanpds7245
    @ranjanpds7245 3 หลายเดือนก่อน +2

    Politeness

  • @BhaskarPatir-dp3em
    @BhaskarPatir-dp3em 3 หลายเดือนก่อน +2

    ❤❤❤❤❤

  • @pranabsarma7023
    @pranabsarma7023 2 หลายเดือนก่อน

    Sima chini puajone kar murtu krise?

  • @Fulchand647
    @Fulchand647 3 หลายเดือนก่อน +3

    Honest man

  • @minahazarika7578
    @minahazarika7578 2 หลายเดือนก่อน

    গৌৰৱে ছিনি নাপায় bijp য়ে চিনি পায় নে ৰ্মূখ কেইতাই চিনি পায় গৌৰৱৰ জয়

  • @rurallifene4766
    @rurallifene4766 3 หลายเดือนก่อน +10

    Great politician

  • @prakhantanarahprakhantanar4891
    @prakhantanarahprakhantanar4891 3 หลายเดือนก่อน +7

    Gaurav gogoi jindabad ❤❤❤

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw 3 หลายเดือนก่อน +7

    গৌৰৱ গগৈয়ে যিয়ে চিনি পাওকে বা নাপাওক বি জে পি ৰএটাইও গৌৰৱৰ মগজুৰ চাৰিসীমা ১৪ জনমত ওলিয়াব নোৱাৰে সেইটো খাটাং।অ' কৈ থলো ।

    • @kumudbaruah2001
      @kumudbaruah2001 3 หลายเดือนก่อน +1

      গৌৰৱ গগৈয়ে ছোনিয়া, প্রিয়ঙ্কাৰ ভৰি ধুই মুৰত পানী নললে মুক্তি নাপায় সেয়া কংগ্রেসী দগাবাজ বোৰে জানেনে নাজানে?

    • @Catsviralz
      @Catsviralz 3 หลายเดือนก่อน +2

      ​@@kumudbaruah2001Aru Himantai Modi, Shahor bhorit nodhora hole aji Tihar Jail or kunuba eta sukot pori thakile hoi

    • @jayantipanchani9496
      @jayantipanchani9496 3 หลายเดือนก่อน

      এসময়ত হিমন্তই যেনেকৈ প্ৰয়াত তৰুণ গগৈ দেৱৰ আৰু চোনিয়া গান্ধীৰ ভৰি ধোৱা পানী খাই খাই কংগ্রেছ দলক লাট মাৰিলে তৰুণ গগৈৰ পুত্র গৌৰৱ গগৈ কাৰো ভৰি চেলেকি তেল মৰা বিধৰ মানুহ নহয়।@@kumudbaruah2001

  • @LijaySutradhar-kt4rr
    @LijaySutradhar-kt4rr 3 หลายเดือนก่อน +11

    Gaurav Gogoi zindabad zindabad

  • @adityalahon6172
    @adityalahon6172 3 หลายเดือนก่อน +1

    Gogoi hopun emanei nohoi bapura.

  • @bikashdeka60
    @bikashdeka60 3 หลายเดือนก่อน +3

    Gaurav gogoi great politician, himanta biswa sarma corrupted

  • @হালোৱাৰপুতেকমই
    @হালোৱাৰপুতেকমই 2 หลายเดือนก่อน

    কিবা নাজানিলে শিকাই ল’ম কেলা ৷ কিন্তু গৌৰৱৰ বিৰোদ্ধে এইবোৰ ফটুৱা নিউজ নকৰিবি ৷ তহঁতৰ এইটো বিজেপীৰ চোৱাচেলেকা চেনেল ৷

  • @sanjibbora1789
    @sanjibbora1789 3 หลายเดือนก่อน +2

    নেজাবও পাৰে,তেওঁ বানপানী হোৱাৰ সময়ত বাহিৰত এঞ্জয় কৰি থকাগৈ নাই

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 3 หลายเดือนก่อน +1

    Gaurav Gogoi zindabad

  • @utpalgoswami1990
    @utpalgoswami1990 3 หลายเดือนก่อน

    তুমি যদি চুৰি কৰাত পাকৈত, দকাইটী কৰাত পাকৈত আৰু যদি টকা দিব পাৰা তেন্তে আমাৰ চৰকাৰৰ লগত যোগাযোগ কৰিব পাৰে ।

  • @satyajitnicesonggogoi8514
    @satyajitnicesonggogoi8514 3 หลายเดือนก่อน +1

    Gaurav gogoi jindabad

  • @hemantadoley7816
    @hemantadoley7816 3 หลายเดือนก่อน

    Happen পিন্ধিলে বেছি ভাল লাগিব

  • @PupulYein
    @PupulYein 3 หลายเดือนก่อน

    Amar pale nai ohaa

  • @BharatGaro
    @BharatGaro 3 หลายเดือนก่อน

    Very nice 👍

  • @anilmissong8018
    @anilmissong8018 3 หลายเดือนก่อน +1

    Gourav gogoi amar hokolure gourav

  • @sunildoleydoley7868
    @sunildoleydoley7868 3 หลายเดือนก่อน +1

    🙏🙏🙏🙏

  • @ajitrabha6646
    @ajitrabha6646 3 หลายเดือนก่อน

    Napang sun

  • @অসমীয়াপৰিয়াল
    @অসমীয়াপৰিয়াল 3 หลายเดือนก่อน +1

    চিঞৰ ককাইদেউ বাতৰি কৈছে ।

  • @AjitChetia-g7w
    @AjitChetia-g7w 3 หลายเดือนก่อน +1

    কিমান টকা ললা ।

  • @kumudbaruah2001
    @kumudbaruah2001 3 หลายเดือนก่อน +1

    কংগ্রেসী সকল যিমানেই ছচিয়েল মেডিয়া, ইলেকট্রনিক মিডিয়া গৰম নাকৰক কিয় অলমত কংগ্রেসৰ চৰকাৰ আহিবলৈ ২০৪৭ চনলৈ অপেক্ষা কৰিব লাগিব। গৌৰৱ গগৈৰ বিষয়ে তাৰ পিছত হে চিন্তা কৰিব পৰা যাব। এতিয়া যিমান চিয়ৰ বাখৰ কৰিলেও সেই বোৰ অৰণ্য ৰোদন হে হব। বৰ্তমান জনতা বিজেপিৰ লগত। চিঙৰ বাখৰ কৰাই কৰি থাকক। মুখ বিষালে মনে মনে থাকিব।

    • @praptisikhasaikia7308
      @praptisikhasaikia7308 2 หลายเดือนก่อน

      প্ৰথমে অসম শব্দটো লিখিবলৈ শিকক।

  • @dhurbakumarnath2927
    @dhurbakumarnath2927 3 หลายเดือนก่อน

    Gauravgogoizindabad

  • @madiniranjankonwar5675
    @madiniranjankonwar5675 3 หลายเดือนก่อน

    মাৰ মূৰটো বাতৰি পৰিৱেশ কৰিছ

  • @MmmmBzis-tk7iy
    @MmmmBzis-tk7iy 3 หลายเดือนก่อน

    Gaurav Khan only Jorhat ? All Assam r Nohoy

  • @pankajdeka166
    @pankajdeka166 3 หลายเดือนก่อน

    set dal lgt loi gle nhb......ban piritak toka poisare help krk....miya

  • @DipaliPhukon-sy1ly
    @DipaliPhukon-sy1ly 2 หลายเดือนก่อน

    Nice

  • @sunildoleydoley7868
    @sunildoleydoley7868 3 หลายเดือนก่อน

    🙏🙏🙏🙏