লাখপতি বাইদেউ বহুত শুনিলে এইবাৰ লাখপতি বোৱাৰী || Bihuwati Buwari || Mega Final Part-4

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024
  • লাখপতি বাইদেউ বহুত শুনিলে এইবাৰ লাখপতি বোৱাৰী
    NB Newsৰ মেগা ৰিয়েলিটী শ্ব' 'বিহুৱতী বোৱাৰী'ৰ মেগা ফাইনেলৰ প্ৰথম অংশ
    #nbnews #nbnewsdigital #bihuwatibuwari #bihu #realityshow #dance
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

ความคิดเห็น • 9

  • @monalichadutta9374
    @monalichadutta9374 23 วันที่ผ่านมา +4

    তুমি আৰু তবীয়ে স্হান পাবা বুলি আশা কৰি আছিলো ।একো নাই অহা বাৰ আশা কৰিছো ।তোমাৰ হাঁহিটো বৰ ধুনীয়া মুখখনো বহুত সৰল ।

  • @pratimgogoi454
    @pratimgogoi454 22 วันที่ผ่านมา

    Excellent 👌👍

  • @zgdance9
    @zgdance9 23 วันที่ผ่านมา

    Bohut dhunia
    Waiting for next videos

  • @HimashreeDevi-ll7vq
    @HimashreeDevi-ll7vq 23 วันที่ผ่านมา +1

    So nice ❤❤❤

  • @MamunborahMamunborah
    @MamunborahMamunborah 23 วันที่ผ่านมา +1

    ইমান ধুনীয়া কৈ নাচিছে কিয় বা নাপালে

  • @arjobgogoi2379
    @arjobgogoi2379 23 วันที่ผ่านมา +1

    ভাল নাচিছে তথাপিও খিতাপ কিয় নাপালে সেইয়া হে নুবুজিলোঁ ।।।

  • @user-rm5xc3vz4t
    @user-rm5xc3vz4t 23 วันที่ผ่านมา +1

    বহুত ধুনীয়া হৈছিল কুইন। কিন্তু খিতাপ কিয় বা নিদিলে।
    খিতাপ পাব লাগিছিল তুমি তবি আৰু মণিকাই । দুখ নকৰিবা আগবাঢ়ি যোৱা। বিচাৰকৰ চকুত মেকাপ বেচি হোৱাৰ বাবে তোমালোকৰ নাচ ভালকৈ চকুত নপৰিল।

  • @arjobgogoi2379
    @arjobgogoi2379 23 วันที่ผ่านมา

    বিচাৰক দীপ দাই ফাইনেল বুলি অলপ বেছিকেই মেকআপ সানিলে নি...

  • @user-me6uq5pw6w
    @user-me6uq5pw6w 21 วันที่ผ่านมา

    Tumi pba bli bhut akha krisu