মেগা ফাইনেলৰ মঞ্চত তুমুল ৰণ! || Bihuwati Buwari || Mega Final Part-8

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ต.ค. 2024
  • মেগা ফাইনেলৰ মঞ্চত তুমুল ৰণ!
    NB Newsৰ মেগা ৰিয়েলিটী শ্ব' 'বিহুৱতী বোৱাৰী'ৰ মেগা ফাইনেলৰ প্ৰথম অংশ
    #nbnews #nbnewsdigital #bihuwatibuwari #bihu #realityshow
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

ความคิดเห็น • 26

  • @kunjaborah7867
    @kunjaborah7867 3 หลายเดือนก่อน +15

    ইমান ধুনীয়া বিহু নাম গাই ছে প্ৰতিভা বাইদেউ ৱে। বহুত বহুত ধন্যবাদ

  • @barashaborah6929
    @barashaborah6929 3 หลายเดือนก่อน +3

    সুন্দৰ ❤

  • @bharatgogoi8357
    @bharatgogoi8357 3 หลายเดือนก่อน +23

    অসমৰ দশকৰ চকুত আছিল তবী খঙীয়া বৰা কিন্তু বিচাৰকে কিয় এলাগী কৰিলে। কেৱল মুখেৰে তেল হে মাৰিলে। ভবিষ্যতে এনেকুৱা নকৰিব বুলি আশা ৰাখিলোঁ।

    • @MainaChutia-m6w
      @MainaChutia-m6w 3 หลายเดือนก่อน +4

      তবিৰ শাহুৱে অভিনয় কৰা হলে তাইও আজি পালে হেতেন।

    • @kabitabhuyan9507
      @kabitabhuyan9507 3 หลายเดือนก่อน +2

      তবীৰ শাহুৱে নাচি বাগি থকা হলে তাই আজি জয়ী হল হেঁতেন

  • @Tobeeborah-ix6ju
    @Tobeeborah-ix6ju 3 หลายเดือนก่อน +12

    🙏

  • @bharatibora7101
    @bharatibora7101 3 หลายเดือนก่อน +8

    প্ৰতি খণ্ড তবীয়ে ইমান সুন্দৰ কৈ নাচিলে বিচাৰক চাৰ, বাইদেউ দুই জনে মেগা ফাইনেল ত শুদ্ধ বিচাৰ নকৰিলে দেই। তবী দৰে কোনো এজনী নাচনী সৰ্ব গুনৰ অধিকাৰী হ'ব নোৱাৰে। আৰু তবী নাচ আৰু গান আৰটি ফিচিয়েল নহয় যে দুটা মান বিহু নাম বা বিহুৰ নাচহে নাচিবলৈ যানে। ক'ত ভুল দেখিলে বিচাৰকে জানিব দিয়া হ'লে অসম বাসীয়ে ভাল পালোঁ হয়

    • @kumkumkakatipatar
      @kumkumkakatipatar 3 หลายเดือนก่อน +1

      Tobi khorbo gunor odhikari hobo pare kintu manisu kintu bihu khetrot tew odhi Kari nhoi .monika dasor tulonat tew bht km

  • @Assamese412
    @Assamese412 3 หลายเดือนก่อน +17

    কেতিয়াবা এনেকোৱা লাগে তবীক Publicity কাৰনে বেবহাৰ কৰিলে
    আমি তাবিয়ে পাব বুলি ভাবিছিলো

  • @simabegum7322
    @simabegum7322 3 หลายเดือนก่อน +3

    Mollika baideu nki Tobe xahuek joni ❤❤

  • @dipalidas5586
    @dipalidas5586 3 หลายเดือนก่อน +1

    Very nice. ❤❤❤

  • @PinkiBorahpachani
    @PinkiBorahpachani 3 หลายเดือนก่อน +4

    ❤❤❤

  • @santanatamuli5236
    @santanatamuli5236 3 หลายเดือนก่อน +1

    👌

  • @MaishanaMahanta
    @MaishanaMahanta 3 หลายเดือนก่อน +4

    সীমা বাৰ নাচ টো কিয় দিয়া নাই

  • @aakashgogoi9702
    @aakashgogoi9702 3 หลายเดือนก่อน +1

    💟💕💕💕💕

  • @JulieSonowal-f5r
    @JulieSonowal-f5r 3 หลายเดือนก่อน +6

    Tobee baa karoran ha ai progam tu saiselu

  • @utpalachangmai2152
    @utpalachangmai2152 3 หลายเดือนก่อน +2

    তবীয়ে কিয় নাপালে নাজানিলো পোৱা হ'লে বহুত

  • @sumkowar2200
    @sumkowar2200 3 หลายเดือนก่อน +18

    Tobee tumi nupuwa r babe bohut dukh lagile

  • @KashmiriMorangPegu-dc3vj
    @KashmiriMorangPegu-dc3vj 3 หลายเดือนก่อน +7

    Tobe tumi nupuwar karone beya lage

  • @zgdance9
    @zgdance9 3 หลายเดือนก่อน +2

    Seema baar nasor video tu dibo

  • @allone2175
    @allone2175 หลายเดือนก่อน

    ki dekhisu

  • @chinmoysaharia6339
    @chinmoysaharia6339 2 หลายเดือนก่อน

    ❤❤❤❤❤❤❤❤❤

  • @sasankaburagohain9917
    @sasankaburagohain9917 3 หลายเดือนก่อน +2

    ❤️❤️❤️