বিধায়কৰ দৰমহা বৃদ্ধিৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদ জনালে বিধায়ক অখিল গগৈয়ে
ฝัง
- เผยแพร่เมื่อ 10 ก.ค. 2024
- #Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com/profile/danews...
শিৱসাগৰৰ ৰাইজ বহুত ভাগ্গবা ন এনেকুৱা এজন বিধায়ক পোৱাতো শিৱসাগৰৰ ৰাইজক ধন্যবাদ
অখিল গগৈ জিন্দাবাদ ❤
অখিল গগৈৰ দৰে বিধায়ৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কে কেইজন বিধায়কে প্ৰতিবাদ কৰাৰ সাহস আছে । অখিল গগৈ জিন্দাবাদ। বাকী 125 জন বিধায়ক মুৰদাবাদ।
সচা কথা কবলৈ দম লাগিব💪
অখিল,গগৈ, জিন্দাবাদ
,, গগৈ সাৰৰ কথাখিনি সমৰ্থন কৰিছো
ধন্যবাদ ধন্যবাদ অখিল দা
Thanks for Akhil Gogoi
সচা কথা। ধন্যবাদ অখিল গগৈ। ডাঙৰীয়া।
Good
বৰ্তমানৰ বহু বিধায়ক ২০২৬ত বিধায়ক হৈ আহিব নোৱাৰে। গতিকে দৰমহা বৃদ্ধি কৰি পেঞ্চনটোকে অলপ বঢ়াবলৈ চেষ্টা কৰিছে যেন অনুমান হয়।
Good sir
চাৰ আপোনাক ধন্যবাদ
Akhil Gogoi right khotha koise
Right 👍❤❤❤❤ Akhil gogoi sir
তেওঁলোকক ৰাইজে নিজৰ সম্পত্তি মজবুত কৰিবলৈ পঠোৱা নাই । ৰাইজসকে সহায় কৰিবলৈ পঠোৱা হয় । তাকে নকৰি নিজৰ দৰমহা বহবলৈ উঠি পৰি লাগিছে । চাৰিওফালে বানপানীয়ে আৱৰি ধৰিছে তেওঁলোকৰ চাবলৈ সময় নাই । মাত্ৰ নিজৰ গাদীত বহি টকা মাঠা মাৰি আছে ।এইকেইদিন খাই লোৱা গাডী যাওঁ যাওঁ ।
I also agree with you.
Right
Right sir
অখিল গগৈ প্ৰকৃত জননেতা !
অখিল গগৈ জিন্দাবাদ ❤❤❤❤❤❤❤❤
আৰে ক্ষমতাত থাকোতেই সাত পুৰুষলৈ সম্পত্তি গোটাই লব নোৱাৰিলে কেতিয়া কৰিব ।দুখনমান চাহ বাগান, দুখনমান ৰিচৰট,দুখনমান ফাইব ষ্টাৰ হোটেল, এশ বিঘা মাটি গোটাব লাগিব ।
Akhil gogoi good leader
Thank you sir
Hoi sir,your right.
বহুত বহুত ধন্যবাদ।
Akhil sir good speach. Salute sir. ❤
Best your version Akhil sahab.good,good.....
100%right
ধন্যবাদ ধন্যবাদ Jai aai Assam ❤
১০০% সত্য কথা কৈছে । সকলোতকৈ উচ্চ আকাশ আকাশতকৈ উচ্চ প্ৰবিত্ৰ জ্ঞান। প্ৰতিটো কথা প্ৰবিত্ৰ জ্ঞানক কেইবাবাৰো শুধিহে কব বা কৰিব লাগে।
Long life
Very,verythank
Jindabad
Akhil Gogoi zindabad god bless you
Very nice Akhil da
ভাল লাগিল
Good initiative
Akhil is right and thanks
Bahut hundor
Akhil Gogoi jindabad
Salute to Akhil Gogoi m. L. A.
good good❤❤❤
Akhil Gogoi Zindabad.....
From MORIGAON.
Akhil sir A W W dormoha boray diyok 🙏🙏🙏
Hosa kotha,
সচা কথা কৈছে ছাৰ
আপোনাৰ দৰকাৰ নাই মামাৰ বাহিনি দৰকাৰ😂😂😂😂😂
Hats off, akhil gogoi, pr's extravaganza has to be waved immediately
All rights
Good newuse
Dhannubad manoniyo okhil Gogoi dangoriya.
Thank you Akhil gogoi sir
কেনেকৈ চলিব মন্ত্ৰী বিধায়ক কম দৰমহাত
Right speech Sir
Right akhil da
U.r great I.
❤❤❤❤❤❤
It is right
Akhil Gogoi Jindabad. Thanks. ❤❤❤
অখিল দা, আপুনি সঁচা কথা কওঁতে যদি বিজেপি দলে বেয়া পায়, তেনেহলে আপুনি এনেকুৱা সঁচা কথা বাৰে বাৰে কওঁক । আমি ২০২৬ চনৰ নিৰ্বাচনত বিজেপি দলক বিধান সভাৰ সদস্য হোৱাৰ পৰা আঁতৰত ৰখাম ।
Right.gogoi
Jindabad ahkil gogoi
অখিল গগৈ জিন্দাবাধ
❤❤❤🎉🎉🎉🎉
Val lagise
Akil gogoi Jodi montri ho soboka homana soku mali sabo mur griho bishak ase
কথাষাৰ কাৰ্যকৰি হব লাগে।ঠিক কথাই কৈছে। আজি কালি দূখিয়াই কাম কৰি কিমান হাজিৰা পাই আছে।
অখিল গগৈ ডাঙৰীয়া এজন অসমক ভাল পোৱা নেতা হয়
💯
Very good Akhil Gogoi.
Thanks for Akhil Gogoi jindabad
100%hosa kotha koise
আশা কৰ্মিক টকা নালাগে দিব ।দিয়ক মাত্ৰ কামৰ উপৰত কাম ।আমি ঘৰৰ টকাৰে বাত খৰচ কৰি কমলে যাব লাগে ।আমাৰ পেট নাই ।আমিও মানুহে ।আমাৰ মন্তি এমেলে বিলাকৰ এখন অন্ত্ৰৰ নাই চাগে ।
Hosa koise Baideo
Assam Government AWW 2000 and Awh 1000 Toka monly dise
I support Akhil gogoi in this regard.
ঠিক কথা কৈছে চাৰ আমি 3200 মাত্র পাও ঘৰ নচলে খাবলৈ পিন্ধিবলৈ মন জোৱাটূ. নাপাও কি কৰিম চাৰ
Good delegation
joy Akil da
Akil gogai best MLAs
hoy.hoy.hoy.you.ar.rityou❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
হাজাৰ হাজাৰ বাৰ নমস্কাৰ
আমাৰ দুয়োজনৰ চাকৰি নাই ৷তথাপিও আমাৰ পৰিয়ালটো 6:51 ৱে এখন ৰেচন কাড পাবলৈ সক্ষম হোৱা নাই ৷এয়াই চৰকাৰ৷হায়৷
You are reail herue of Assam
😊
Sarbhog সমষ্টিৰ MLA কিয় বিৰোধী কৰা নাই
ইয়াক তো দেশিবৰ মন নোজোৱা হৈছে।ই এতা গৌৰবৰ লগত মিলি অসম খন মিঞা অসম বনাব
Rip
নলব
Akhil uddin Borbhuya
ও ৰাইজৰ পৰা কোবাই ধোবাই তহতে ৰাজহ কালেকচন কৰি তহতে এক লাখ তেখোততোৰ হেজাৰ দৰমহা লোৱা ?
Ai
PGol akhil
Jolokia MAL
Tumi olop normal ke koba sun
অখিল গগৈ জিন্দাবাদ
Good
Right
অখিল গগৈ জিন্দাবাদ
Right
Right
Right