LIVE |Sunil Gogoi| Assam Police| আৰক্ষীৰ আগত ঘটনাৰ আঁৰৰ তৃতীয় শক্তিৰ নাম ল'লে সুনীল গগৈৰ পুত্ৰই|N18L
ฝัง
- เผยแพร่เมื่อ 20 มิ.ย. 2024
- LIVE |Sunil Gogoi| Assam Police| আৰক্ষীৰ আগত ঘটনাৰ আঁৰৰ তৃতীয় শক্তিৰ নাম ল'লে সুনীল গগৈৰ পুত্ৰই| N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#assampolice #sunilgogoi #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk - บันเทิง
আমি আশাকৰো জযন্ত গোস্বামিকো বিচাৰৰ আওতালৈ অনা ভাল ।
জয়ন্ত গোস্বামী জেৰা কৰিলে সকলো কথা ওলাই পৰিব । জয়ন্ত গোস্বামী কোন ? Assam police জেৰা কৰিব পৰা নাই ।
এটাই আহ্বান যাতে জোনমণী ৰাভাৰ দৰে নাচূত নাভূত নহলেই হ'ল আধাতে ৰৈগলে ভাল নালাগে প্ৰশাসনৰ ওপৰত আশাভৰষা নাইকিয়া হৈ যাব
সাংবাদিকে এতিয়া ল'ৰাটোলৈয়ো ভাবুকি মাতি আনিব, কাৰণ পুলিচেটো কৈ ফুৰা নাই কি ক'লে, কিন্তু সাংবাদিকে বাৰে বাৰে পুলিচে কি সুধিলে ওলিবলৈ চেষ্টা কৰিছে, আৰু নিউজত গাই দিছে, পুত্ৰই অভিযোগ কৰিছে কৰিছে বুলি, লৰাটোৰ কিবা হ'লে সাংবাদিকে বচাব নোৱাৰিব কিন্তু
তৃতীয় পক্ষ্যৰ হাত আছে ।
Sunil gogoi putra a ji bhasiya dise heitu a hb lage❤
Sunil son is right
তৃতীয় পক্ষৰ হাত থাকিব পাৰে।
দুদিন দেৰি হলেও মূল অপৰাধী ধৰা পৰিবৈ assam পুলিছে গ্ৰেপ্তাৰ কৰিব বুলি আশা আছে
সছা বিছাৰ হব লাগে
সমগ্ৰ ঘটনাটোৰ লগত তৃতীয় পক্ষৰ হাত আছে। তৃতীয় পক্ষক চিনাক্তকৰণ কৰি জেৰা কৰিলেই সকলো বোৰ ওলাই পৰিব।
জয়ন্ত গোস্বামী কোন তেওঁ অকলে কৰা নাই লগত আৰু মানুহ আছে গোস্বামী কধৰিলেই কৈদিব
পুএৰ কোৱা কথাই সঁচা হ'ব পাৰে
জয়ন্ত গোস্বামীয়ে বাৰে বাৰে ভাবুকি দিয়াৰ বাবেই সুনীল গগৈয়ে মোবাইলৰ ছিম সলাইছিল নেকি ? জাহাংগীৰ হুছেইনেও নতুন ছিমকাৰ্ড বনাবলৈ ভাতৃক পান কাৰ্ড আৰু আধাৰ কাৰ্ড বিচাৰি ফোন কৰিছিল নেকি ? জয়ন্ত গোস্বামীক জেলত সাক্ষাৎ কৰা ১৩ জন ব্যক্তিৰ দ্বাৰাই প্ৰথমতে সুনীল গগৈ হত্যা কৰা দৃশ্য হয়তো জাহাংগীৰে দেখা পাইছিল । সেইকাৰনেই জাহাংগীৰকো হত্যা কৰা হল নেকি ? সকলো তদন্তৰ পিছত হে ওলাই পৰিব ।দুৰ্ভগীয়া পৰিয়ালবোৰে ন্যায় পাব লাগে ।
Son of Sunil is speaking the truth It may be correct
জয়ন্ত গোস্বামী কোন? তেওঁক জেৰা কৰিলে সকলো ওলাই পৰিব ।
Jayanto goswami k jera jorak
হব পাৰে
।।।এইখন আইনত তৃতীয় পক্ষত হাতোৰা পৰিলেহে সত্য ঘটনাই ৰুপ পাৱ।।
তৃতীয় পক্ষৰ যেনে তেনে এজন ক গ্ৰেপ্তাৰ কৰিলেই আচল ৰহস্য উলাব।
সুনীল গগৈৰ পুত্ৰ আৰু ভতিজাকৰ বডীলেঙ্গুয়েজ তেনেই নিমাখিত আৰু পোনপতীয়া। গতিকে, তেওঁলোকে হত্যাকাণ্ডৰ দৰে জঘন্য কাম কৰাটো সম্ভৱ নহয়। পিছে, কাৰ্য্যবাহী অভিযন্তাগৰাকীয়ে সুনীল গগৈক কি কথা কৈ ভাবুকি প্ৰদান কৰিছিল সেয়া জনা নগ'ল। যদি, সুনীল গগৈৰ পুত্ৰই কৰা সন্দেহ যুক্তিপূৰ্ণ হয় তেন্তে, আৰক্ষীযে তদন্তৰ খাতিৰতে অভিযন্তাজনকো জেৰবাৰ আওতালৈ আনিব লাগে । গতিকে, ছিন্নমুণ্ডৰ লগতে সুনীল গগৈক যিকোনো অবস্থাতে সন্ধান কৰাটো প্ৰধান কৰ্তব্য যাতে, তদন্তৰ বাবে কেৱল নিমাখিত পৰিয়লটিক হাৰাশাস্তি কৰা নহয়। এবছৰৰ আগতে আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাক কৰাৰ দৰে গাফিলতি সুনীল গগৈৰ পৰিযালৰ প্ৰতি যাতে পুনৰাবৃত্তি নঘটে তালৈ অসমৰ ৰাইজে সূক্ষ্ম দৃষ্টি ৰাখিব ।।
সোনকালে দুখী ক বিচাৰি উলিয়াক
উচিত তদন্ত কৰিব লাগে,,,,
চুনিল গগৈ পুত্ৰই পুলিচ আৰু সাংবাদিকৰ আগত জি বক্তব্য ৰাখিছে সেই লৈ পুলিচে তদন্ত কৰক চুনীলৰ পত্নী ,পুত্ৰ,মাতৃক আৰুভ ভতিজাক এনেই অশান্তি পুলিচে নকৰে যেন
পৰিয়ালটোৰ মানসিক স্থিতি কেনে হ'ব পাৰে কোনেও ভাৱি চোৱা নাই
Smart police Jodi hoi poriyaltuk eman kosto dibo Lage janu.jak jera koribo Lage Tak jera korile Val aasil
❤
Bcx
ইযাৰ আঁৰত কোন চৰকাৰেহে জানিবঌ ।আমি আশাৰে
❤
সত্য
বীছাৰ
কৰীব
লাগে
গাও
বাহীনীয়ে
মানে জোনমনিৰ দৰে হ'ল।
Jyonto goshwami is the main culprit
ন্যায় পাবনে সঁচাকৈ
উচিত তদন্ত হব লাগে।
Sunil gogoi all ready dath 3 party do this work
সুনীল গগৈৰ লৰা আৰু মাকে ইয়াৰ আৰৰ কাহিনী সকলো জানে....
তদন্ত ভালকৈ কৰক
আৰক্ষীয়ে নিজাকৈ ভাবিব পাৰিবনে?
Please help Sunil son
এইটোকো সত্য বুলি কব"নোৱাৰি।সত্য কথা এদিন ওলাবই। হয়তো হবও পাৰেহে! হয় বুলি বুকু ডাঠি কব নোৱাৰি।
পুৰা পাক আছে
Smart police kot ase ? Jodi sunil gogoi jiyai ase tenehole uliyai dibo lage.poriyaltuk harahasti diyatkoi🖐
All concerned need to be brought to book and investigated throughly to find out the actual truth.
Third party was cent percent involved in this incident.
Game হৈ গল 😊 নে কী
News channel bure jayanta goswami k kio aku huda nai kothatu buji puwa nai....
Joyonta gusami k kiyo Ari dile.
Arokhir uport amar bhorokha atiya
Saysiti tadont koribo akol Sunil gogoi diki buli nodoribo
নিওজে পমান ওলিয়াৱ নোৱাৰে কাক ৱিছাস কৰিম এই বি আয়ে পুলিচৰ মানুহ মাৰি মৰি গল তাৰ পমান নাই গতিকে কি কৰে ৰিপয়তাৰ আৰু মেন পসা সনন
Junmoni rabhar Dory investigation hobona jodi tene dhoroner hoi .......?
Pro rider 1000
News 18 ne kisu bhumika lobo lage
Joyonta gusami k kiyo ari dile 3rd person jera koribo lage Sunil gogoi son is right👍
ল'ৰাটোৰ দেউতাক হেৰাইছে সেয়াই জুৰিছে,তাতে আকৌ সাংবাদিক মখাই শান্তিত থাকিবলৈ দিয়া নাই
Apradhi r dhan thake
Bisar to valk hok
Same to junmoñi rava
Ai katha tu a hotya jen lagise. Gatike. Mr J Gosami geptar hoi thakute. kune kune log kariboloi goicil tar majote hihotor back ground life tu sabo lage. kunubajo'n dagi manuh aseneki.
Dipen Borpatra Gohain
Jayanta gwshwamik tadantat aawtaloi anile bhal hoi
Joyantra guwashmik jara korilay sakulu ulabo
3rd personok jera koribo lage
Jonmoni raba kun ashil?
Valkoy tdanta koribo lage
Usith todontar koribo Lage jyantha gutsamir k..
,hoi।
Eman samoi kia lagese arokhir? Jumonir dore hobo neki?
Hakaluye uparat bhagaban ...kintu Satur manuh thakibai ..
3milion complete
ধুকি অতি দিয়াক
aiai assamor smart police jak hudhibo lage tak nuhudhi nidoukhi horu manuhok aityasar kori ase
Satya pramanitra hoba lage
Aitu kes jumoni nisina nohoi jen dhonya bad
Police se usid todontore dokhik honkale ares koribo lage.
Hosa kotha jan lagise. Lorajonor kothakhine
Bhal koi todonto korile ulai porib..
Arokhie pariba buli mone nodhare
Adbocate to cid tadanta and police prasan
Bhabuki Diya byokti Kun teolukok jera koribo Lage.
Jayanta goswami k Jara korok..
জুনমনি নিজাকৈ কথা ভূ লোকা থাকিব
Sunilor karone Jodi 50 hajar.tente sinno mundor karone 50 lakh ghukhona korile ulai jabo niki ?
Valkoi bisar korak
Kasu khanduta hap ulala buli Sunil Gogoi kaisil Hàihe sarkarar manuh Ase ,,,suspect hai,DNA, reporto kiman haitya kaba nuari C,I D a bhal dare bichar Karib Lage, (Akha Karichu),
Ei chaneltuk poisa diyanaineki dinbhar eitu batorike bojaithake
Hossa koise
Cbi
থাত পাতি ধৰক
Jayanta Goswami ne Jayanta Malla Kianu Bivag tu Jala Jivan Mission nhy janu ???
Titia sakti hat ase
Joyonto gushwamik tadantar aoutale anibo lgeeee...........
100 percent correct
Usit bishar hab lage
Thard party haba para
উচিত তদন্ত কৰিব লাগে
Natrasanakarabioktyjanalopmanuhnahei
3rd partyk bisaribo lage
Aetu hosakotha buli bhabu kahinimoty
Snifar dag aru lagauk
Jayatak. Jara. Krib. Lahga.
Lite testar Kiya bibar Kara nai kiya pulise .