Val lagi bohut.onyo jibo jontur pratiu sohanubhuti dekhua jonne isshor ru sahanubhuti labh koribo buli biswas koru.prithibi khonot jibo samuh jai thakiboloi amar akonman maram sohanubhuti sihotok lagiboi.10000000000 bar pranam jonalu
Hollow bandar r babe anjeer ba DIMARU gos ruatu bhal hobo.anjeer pholor pora sihote 98 sotangsa poripusti puar logote bemar protirudhor kkhomota o pabo
সম্পূৰ্ণ মিছা কথা মানুহৰ সৈতে কোনো বান্দৰৰ DNA মিল নাই, আৰু আজি হাজাৰ হাজাৰ বছৰৰ পাছত ও কেতিয়াও ক্ৰমে বৃদ্ধি হোৱাৰ বা বান্দৰৰ পৰা মানুহ হোৱাৰ নজিৰ নাই।ডাৰাউইন থিয়েটাৰ আজি DNA পযিক্ষাগাড়ত ভুল প্ৰমাণিত হয়।
These are not 'banmanu' or forest men , these are monkeys, don't spread fake videos . Real forest men were also found in Assam before 80 years , but animals in your video are monkeys,not banmanu , or forest men .
সুন্দৰ পদক্ষেপ। আপোনালোকৰ এই পদক্ষেপ অব্যাহত ৰাখক। ভগবানে নিশ্চয় ইয়াৰ প্ৰতিদান দিব। ময়ো ধন্যবাদ জ্ঞাপন কৰিছো।
Thank you so much
Best animality
🕉️🪔🪔🪷🌺🌺🥀💐🌹🌹🌻🕉️🕉️🪔🪷🪷🪷🌺🕉️🪔🪷🪷🌺🌺🥀💐🌹🌹🌻🌻
চুতীয়াদেউ ,এই হলৌ বান্দৰ কেইটাৰ উপযুক্ত আলপৈচান ধৰাৰ কাৰণে আপোনালৈ আন্তৰিক ধন্যবাদ জনালোঁ ৷ ভগৱানে কুশলে ৰাখিলে নিশ্চয় এবাৰ দেখা কৰিব লাগিব ৷
Thank you so much
Amaraiatwbohuthilowbandardgarachalakhipatherbohutacha
চাই বহুত ভাল লাগিল, তেখেত সঁচাই এজন প্ৰকৃতি প্ৰেমী । এই লুপ্তপ্ৰায় প্ৰাণীবিধক সকলোৱে সংৰক্ষণ কৰিব লাগে...❤❤❤❤
🙏🙏🙏
বৰ সুন্দৰ পদক্ষেপ লৈছা ধন্যবাদ থাকিল তোমালৈ ❤❤❤❤
Thank you so much
Val lagi bohut.onyo jibo jontur pratiu sohanubhuti dekhua jonne isshor ru sahanubhuti labh koribo buli biswas koru.prithibi khonot jibo samuh jai thakiboloi amar akonman maram sohanubhuti sihotok lagiboi.10000000000 bar pranam jonalu
Thank you so much
Highly appreciated and satisfied Wishes to you a bright future
Thank you so much
বহুত ভাল লাগিল ছাই এই আপুৰুগীয়া জাতৰ প্ৰনী বিধক বিলুপ্ত হ'ব নিদিয়ে যেন।
Thank you
দুষ্প্ৰাপ্য হলৌ বান্দৰ চাই ভাল লাগিছে 🥀😊🎉😊🎉😊🥀
Thank you so much
VIDEO SAI BOR BHAL LAGIL !
🙏
Ajir pora 10/15 bosor man agot amar Goalpara jilar Lakhipur townor homipor bonancholot bahut holow bandor asil.
আমি জীয়াই থাকিব হলে, সকলোৱেই জীয়াই থাকিব লাগিব। সকলোৰে সমধিকার প্রকৃতুয়ে দিছে, মাথো ভুল মানুহেই কৰি আহিছো।সঁচা মৰম জীৱ-জন্তুৱেই দিব জানে, প্রকৃতিপ্রেমি দুয়োগৰাকীলৈ আন্তৰিক শুভেচ্ছা থাকিল। ধন্যবাদ-----
🙏
অতি সুন্দৰ । ❤
🙏
দুষ্প্ৰাপ্য প্ৰাণী কেইটাৰ তত্বাৱধান লোৱাৰ বাবে তেখেতলৈ ধন্যবাদ থাকিল।
Thank you so much
Good step & welcome.
Thank you so much
Bohut val kam korisa
🙏
Val kurise dadai
Thank you so much
বহুত বহুত ভাল লাগিলvedio টো চাই। এইবাৰ তিনিচুকীয়ালৈ গলে বাৰেকুৰীলৈ হলৌ চাবলৈ যাম। থাকো গুৱাহাটীত যদিও মোৰ ঘৰ আহুখাটত।
🙏
😊nice 👍🎉😊
🙏
I am very happy
🙏
Wow lovely ❤
Thank you so much
Apunalukar prosestak solag lalu, kintu unnoyonor mamata gos katibo nediboo.
🙏
সুন্দৰ, ধন্যবাদ
🙏
চৰকাৰৰ চকু নপৰিলেই হয়।
👍
Hollow bandar r babe anjeer ba DIMARU gos ruatu bhal hobo.anjeer pholor pora sihote 98 sotangsa poripusti puar logote bemar protirudhor kkhomota o pabo
Thank you so much
Amar Eyat Joypur(Nahar katiya) ....Dehing patkai National park ot ase ...Hulukgibon...kune kune ahi paisa aru ahibo bisara jonaba
যোৱা কালি গৈছিলো কিন্তু nedekhilu, দেখা হলে ভাল লাগিল হৈ
Great
👍
Thank, welcome
🙏
Very good
Thank you so much
Good
🙏
Bar vall lagile
🙏
Amar tinsukia dangari gaon anchal Tut eta holow bandor siori siori ghuri phure, ai akal horiya holow bandor tuk Jodi hihotor lgor buror logot log korai dile val hobo.
Thank you so much. Moi teo lukok jonam baru. Kiba eta koribo pare neki.
Xundor podkhep
Thank you so much
Moja
🙏
বাহিৰলৈ। পৰাই। নিদিয়া। ককা
Nice
🙏
Hollow bandore kerketua khedibone ?
মই এটা কথা নুবুজোঁ বান্দৰ আৰু বন মানুহৰ মাজত পাৰ্থক্য নুবুজে কিয়? সেইটো বান্দৰ নহয় বনমানুহ english t ape বুলি কয় আৰু aper নেজ নাথাকে, বান্দৰৰ থাকে.. Gibbon হৈছে একমাত্ৰ এছিয়ান বন মানুহ, যেনেকৈ আফ্ৰিকাত chimapnzee আৰু gorilla আছে. ইয়াক বান্দৰ কলেও একো আপত্তি নাই কিন্তু এইটো এটা বান্দৰ নহয় তাতকৈ বহুত বেছি মুল্যবান হয়!
sah bagane axomor ataitkoi luksan korile ...
সম্পূৰ্ণ মিছা কথা মানুহৰ সৈতে কোনো বান্দৰৰ DNA মিল নাই, আৰু আজি হাজাৰ হাজাৰ বছৰৰ পাছত ও কেতিয়াও ক্ৰমে বৃদ্ধি হোৱাৰ বা বান্দৰৰ পৰা মানুহ হোৱাৰ নজিৰ নাই।ডাৰাউইন থিয়েটাৰ আজি DNA পযিক্ষাগাড়ত ভুল প্ৰমাণিত হয়।
বিজ্ঞানী সকলে কৈছে৷
আমি সাধাৰণ মানুহ
ডাঙৰীয়া এই হলৌ কেইটাই বাৰিৰ ফল মূলৰ ক্ষতি নকৰে নেকি
এই প্ৰজাতিৰ হলৌয়ে কোনো ধৰণৰ ক্ষয় ক্ষতি নকৰে । বৰ হুজা প্ৰাণী এইবিধ ।