আধ্যাত্মিক ভাৱ হল জীৱৰ জীৱনৰ মুলমন্ত্ৰ। যেনেকৈ মোবাইল ফোনত চিম খন নাথাকিলে , মোবাইল টোৱে কথা কব নোৱাৰে ঠিক তেনেকুৱা বুলিব পাৰি।ৰাছিয়া এখন বহুত ধনী ও সমৃদ্ধিশালী দেশ। তাত বিজ্ঞান, ব্যৱসায়, আদি উভৈনদী আছিল। কিন্তু মহাত্মা গান্ধীয়ে কৈছিল যে ৰাছিয়া এক দিন ভাগি পাৰিব, কাৰণ তাত আধ্যাত্মিক ভাৱ ধাৰা নাই। সঁচাকৈ 1992 চনত ৰাছিয়া ভাগি 15 খন মান দেশলৈ বিভক্ত হৈছিল আৰু দুৰ্ভিক্ষই দেখা দিছিল। বৰ্তমান পৃথিৱীত যি দুখন যুদ্ধ চলি আছে সেই দেশ বিলাকতো আধ্যাত্মিকতাৰ অভাৱ। দুজন সহোদৰ ভাইও যুদ্ধ কৰা দেখা যায়। কাৰণ আধ্যাত্মিক ভাৱৰ অভাৱ। যুদ্ধৰ বিৰুদ্ধে শান্তি আনিব লাগিলে, এখন সমাজক ধনে ধানে শিক্ষাৰে যদি প্ৰত্যেক জন মানুহক চহকী কৰিব লাগে আধ্যাত্মিকতাৰ বাহিৰে বিকল্প নাই। কাৰণ ই আমাক সত মানুহ কৰে আৰু এজনৰ সমস্যা হলে আন জনে নিজৰ সমস্যা বুলি ভাবিবলৈ বাধ্য হয়। যদি পৃথিৱীৰ পৰা দৰিদ্ৰতা, অশিক্ষা, বেমাৰ, শত্ৰুতা, আদি ধাংশ কৰি বিশ্ব ভতৃত্ত আনিব লাগে অধ্যত্মিকাতৰ বিকল্প নাই। প্ৰথম কথা সত honest হব লাগিব। সত হবলৈ হলে আধ্যাত্মিকতাৰ অতিকৈ প্ৰয়োজন।
Salute to you the anchor, salute to all teachers , students, guardians of Assam school, that you have shown a basic way to built a good human being, this is not necessary to become a doctor , engineer, this is necessary to become good and honest man, this is a great example of ideology, i feel proud that i was born just 50 kms far from this holy school of Assam, though right now I am living in Kolkata i love assam
Apuni samay upojugi vdo anise, bohut val lagise, Sai kobo nuwarake sokupani ulaise, shosai khub Val sikkha d se, ene bilak sikkhai vobishot su nagorik gorhi tulibo Ru acholote sakalu sikkha onisthanot ene sikkha satro satro sokolk sikabo la ge khubei joruri ajir dinot.🙏🙏🙏

শিশুৰ শাৰীৰিক , মানসিক আৰু আধ্যাত্মিক দিশৰ বিকাশ সাধনেই শিক্ষা৷
সুন্দৰ আধ্যাত্মিক জ্ঞান দিছে স্কুল খনে।এনেকুৱা শিক্ষা সকলো স্কুল তে থকতো দৰকাৰ🙏🙏🙏
সুন্দৰ আদৰ্শ, এনে কোৱা শিক্ষা অসম প্রতিখন বিদ্যালয়ত হওঁক 🙏🙏🙏
ভাল লাগিল। সুন্দৰ উপস্থাপন।
অতি সুন্দৰ পদক্ষেপ৷ মানৱ সম্পদ কেৱল পুঠিগত শিক্ষাই নহয়৷ তাৰ উপৰিও যে আধ্যাত্মিক মানসিক ইত্যাদি শিক্ষাৰ প্ৰয়োজন ৷ ভাল লাগিল৷
Moja lagil right 👍👍👍
Hundor vl lagil
সুন্দৰ পদক্ষেপ | ছাত্র ছাত্রী সকললৈ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ |
Bohut bhal lagile.
বহুত ভাল লাগিল। সঁচাকৈ এক আবেগিক মুহুৰ্ত। ধন্যবাদ।
সুন্দৰ পদক্ষেপ। বহুত ভাল লাগিল।
Bhal lagil apanor video sai anoka sikhakotnubaru manuha sontanok diea sai bohut bhall lagil bhal thakok❤❤❤❤
খুউব সুন্দৰ পদক্ষেপ , সকলো শিক্ষাগুৰুলৈ আন্তৰিক ধন্যবাদ জনালোঁ ৷ কিন্তু বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ লগতে শ্ৰেণীকোঠাৰ উন্নয়ন কামনাৰে চৰকাৰৰ সহায় সহযোগ আশা কৰিলোঁ ৷
Bohut bhal lagil video tu dada
বহুত ভাল লাগিল, উদ্দেশ্য মহান। অসমৰ সকলো বিদ্যা লয়তে (চৰকাৰী-বেচৰকাৰী) এনে ব্যৱ
স্থা কৰিব পাৰিলে বহুত ভাল হলহেতেন।
সঁচাই বহুত ভাল লাগিল❤
ধন্যবাদ একলব্য বিদ্যাপীঠৰ শিক্ষক সকললৈ ইমান সুন্দৰ শিক্ষা প্ৰদান কৰাৰ বাবে
ককাইদেউ আপোনাৰ সুন্দৰ উপস্থাপন শৈলীয়ে আমাৰ আপোন বিদ্যালয়খনৰ প্ৰকৃত স্বৰূপ প্ৰকাশত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিলে৷ আপোনাৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ ৰ’ম৷
বহুত বহুত ধ্যন্যবাদ এনেকুৱা এটা দৃশ্য পৰিবেশন কৰা বাবে 👍
Oti sundor podokhep bor bhal lagil sai bohut bohut dhaynabad aapunaloi bhogonane xolkolure mongol korok 🎉🎉🎉
বহুত ভাল লাগিল ভিডিওটো চাই ❤️❤️❤️
News tu sae bhal lagile montu xat pori gol 🙏👍👍👏
Bohut val lagile thanku .
Val lagil .logote kobita to huni bohut val lagil
সুন্দৰ অনুভূতিৰ উপস্হাপন।
বহত ভাল সংস্কাৰ দেখুৱাছে৷ভাল বাত্তা পেৰণ কৰিছেম৷ধন্যবাদ৷
Bhal upodekh dise.bohut bhal lagil anekuwa hikhya aru monubritibilak dekhi.😊👍
Bor xundar kotha koise❤❤❤
Xosake bohut bhal lagil.
Hridoi sui goise
Bohut val lagile👍
খুউব ভাল লাগিল। এইসকল বিদ্যাৰ্থীৰ সৰ্বতোপ্ৰকাৰে মংগল হওক।
1:04 😊
অতি
সুন্দৰ আদর্শ । আমাৰ সমাজৰ বাবে ।উঠি অহা ছাত্র ছাত্রী সকলৰ বাবে ।❤🙏🏻
ভাল লাগিল ভিডীঅ টো ছাই এনে কোৱা আধ্যাত্মিক শিক্ষা প্ৰয়তেক স্কুলতে হৱ লাগে। আৰু শিক্ষা গুৰু লৈ অশেষ ধন্যবাদ থাকিল।🙏🙏🙏
Bohut sudor❤❤❤❤
Really good telling🤔🙏 brother🙏. You are correct✅.
অতি সুন্দৰ পদক্ষেপ। নমস্কাৰ আপোনালোকক।
সুন্দৰ নিদশৰ্ন আধ্যাত্মিক শিক্ষা অবিহনে জীৱন মিছা ৷
ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক শিক্ষা গ্ৰহণ ৰ উপৰিও আধ্যাত্মিক শিক্ষাই সুন্দৰ বাতাবৰণ সৃষ্টি কৰে। এইখন বিদ্যালয়ক মোৰ ফালৰ শত কৌটি ধন্যবাদ জ্ঞাপন কৰিলো।
আপোনাৰ লৈ এনে মাধ্যমৰ বিদ্যালয় প্ৰচাৰিত কৰা বাবে বহুত বহুত ধন্যবাদ 🙏 ।
Bohut val lagil dada
বৰ সুন্দৰ ভিডিও। ❤❤❤❤❤❤
সূন্দৰ উপস্থাপন।।।জয়তো একলব্য বিদ্যাপীঠ
Khub.bhal.lagil.ane.poribesh
Bohut val hikhya dise schoolot thanks
Being a retired soldier I am very excited for their education system many many thanks for Principal sir and Sradhar Sir Baideo hokol Namaskar r
Thank you so much sir.
বহুত সুন্দৰ শিক্ষা দিছে ❤❤❤
Bohut vl lgil❤❤
সুন্দৰ পদক্ষেপ ভাল লাগিচে
সকলোৱে অনুশীলন কৰক
Ati hundor
সুন্দৰ নিদৰ্শন।প্ৰণাম জনাইছোঁ
সুন্দৰ পদক্ষেপ ৷ভাল লাগিল ৷
Bor vl lagil.
ভাল লাগিল খুব সুন্দৰ পদক্ষেপ
Salute to you the anchor, salute to all teachers , students, guardians of Assam school, that you have shown a basic way to built a good human being, this is not necessary to become a doctor , engineer, this is necessary to become good and honest man, this is a great example of ideology, i feel proud that i was born just 50 kms far from this holy school of Assam, though right now I am living in Kolkata i love assam
কি সুন্দৰ কবিতা ফাকি। মন চুই গৈছে।💚
সুন্দৰ প্ৰতিভা দিছে লৰা ছোৱালী সকলক একলৈব্য বিদ্যাপীঠে ❤❤🙏
বহুত ভাল লাগিল ,শ্বেয়াৰ কৰিলোঁ 🙏🙏
প্ৰথম বাৰ চালোঁ, ইমান সুন্দৰ প্ৰতিভা সকলোৰে ও পদক্ষেপ, সকলো বিদ্যালয়ত এই শিক্ষা দিব লাগে, শিক্ষা গুৰু আৰু ছাত্ৰ ছাত্ৰীলৈ অশেষ শুভ কামনা জনালোঁ আপোনালোক সকলোৰে আদৰ্শ হওক ।জয় অসম❤🎉🎉
Khub val lagil
Bhal lagil dukhu lagil❤
Very good step this is very important thing that is in fact needed for every school
Val lagil
বহুত সুন্দৰ শিক্ষা।
Basa hot tumalok sokoloke asore mongol koribo konok lotar dore aaguwai jowa.❤❤❤❤
খুব ভাল লাগিল ,
Dekhi bor bhal lagaise moeyu soku pani ulaese❤❤❤❤❤
Val lagil ❤
Anekua news pabor babe agoloy aakha korilu.. ❤❤❤
Such teaching and learning will help the children in making a real man ,thanks to the teachers many times
Oti hundor podokhep.
জীৱন গঢ়াৰ কমাৰশাল । ভাল লাগিল ....
বহুত ধুনীয়া পৰিৱেশত আপোনাৰ জ্ঞানবৰ্ধক ভিডিঅ' চাই ভাল লাগিছে ❤❤❤।
Bohut val lagil
সুন্দৰ পৰিবেশ ❤❤❤ ইমান সুন্দৰ আধ্যাত্মিক পৰিবেশ
সুন্দৰ পদক্ষেপ🙏🙏
সূন্দৰ subject
সুন্দৰ।
অতি সুন্দৰ পদক্ষেপ
Vl lgil❤
Apuni samay upojugi vdo anise, bohut val lagise, Sai kobo nuwarake sokupani ulaise, shosai khub Val sikkha d se, ene bilak sikkhai vobishot su nagorik gorhi tulibo Ru acholote sakalu sikkha onisthanot ene sikkha satro satro sokolk sikabo la ge khubei joruri ajir dinot.🙏🙏🙏
MasahaAllah. Bahut vala updekh haise
দাদাবহুতভাললাগিল
Khub. Val. Lagil
বৰ ভাল লাগিল। চব এনেকুৱাই হলে
সুন্দৰ অতি সুন্দৰ
Bhout val lagise
সুন্দৰ অনুস্থান
Bhal lagil
Mojja
Hundor
বহু দভাললাগিল
Vl lgil video tu ❣️
অতি সুন্দৰ পদক্ষেপ, ভিদিঅ চাই বহুত আবেগিক সলো ,❤❤❤
Dada bahut emotional hoi su Thank,s God bless you student
বৰ ভাল লাগিল🙏 ।
ভবিষ্যতলৈ এনেকুৱা শিক্ষা বিদ্যালয়খনত প্ৰদান কৰি গৈ থাকিব বুলি মই আশা কৰিছোঁ।মইও এই বিদ্যালয় খনতে পঢ়িছিলো।বিদ্যালয়খনত পঢ়ি মোৰ বহুত ভাল লাগিল।🥰❤💓😍 বিদ্যালয় খন জাকত জিলিকি ৰওক তাৰে কামনা কৰিলোঁ🙏🙏
সুন্দৰ পদক্ষেপ❤️
Bor Val loga hoise
Bor bhal lagil sonder podokhap
Apunar video vaal Lagil.