২৫ বছৰ পূৰ্বেই অসমীয়াই মোক বুজা হ'লে আজি গৌৰৱান্বিত হ'লহেঁতেন ভাৰত : ডাঃ ধনীৰাম বৰুৱা

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ม.ค. 2022
  • ২৫ বছৰ পূৰ্বেই অসমীয়াই মোক বুজা হ'লে আজি গৌৰৱান্বিত হ'লহেঁতেন ভাৰত : ডাঃ ধনীৰাম বৰুৱা

ความคิดเห็น • 348

  • @chandragogoi460
    @chandragogoi460 2 ปีที่แล้ว +76

    ভগবানে আপোনাক কৃপা দৃষ্টি সদায়েই ৰাখক তাকেই কামনা কৰিছো

  • @bikironphukan777
    @bikironphukan777 2 ปีที่แล้ว +63

    মানুহ জন শাৰীৰিক ভাৱে সুস্হ হৈ থাকোতেই যদি অসমীয়াই চিনিলে হেতেন ঐ ! ! মই স্বীকাৰ কৰিৱলে বাধ্য আমি অসমীয়া বোৰে হীৰাক সন্মান নকৰো । 🙏🙏🙏🙏😥😥😥😥😥

    • @madhusmritabaruahbarbora7493
      @madhusmritabaruahbarbora7493 2 ปีที่แล้ว

      সঁচাকৈ ।তেখেতলৈ শত কৌটি প্ৰণাম।

  • @usermridul41
    @usermridul41 2 ปีที่แล้ว +41

    ধন্যবাদ অনুপম দা,আপুনি এজন মহান ব্যক্তিক দেখুৱালে ,আশা ৰাখিম আকৌ দেখুৱাব ,লগতে যোগাযোগ কৰাত সহায় হোৱাকৈ ব্যৱস্থা কৰি থকা ঠাইৰ কথা কব ।

  • @lushakadutta3057
    @lushakadutta3057 2 ปีที่แล้ว +83

    He is Jewel of Assam. We should proud of him. Still have time.Before his death central government/state government should awarded him for his innovation/ for his successful research works. Bad luck he born in Assam. Assames people doesn't know the value of Dr. Dhani Ram Boruah. We pray to God for his longevity with a good health.

  • @Reshabofficialchannel
    @Reshabofficialchannel 2 ปีที่แล้ว +25

    চৰকাৰে এনেবোৰ লোকক উন্নত সুৰক্ষা প্ৰদান কৰা উচিত | তাৰ সমান্তৰালকৈ এনেকোৱা লোকক অহৰহ চৰকাৰে পৰ্যাপ্ত পৰিমানে সহায় কৰা উচিত

  • @dibakarbora93
    @dibakarbora93 2 ปีที่แล้ว +67

    He is the best doctor and scientist of medicine of India but He is neglected by govt. Of India also assam govt. He is a son of a cultivator of Jagial gaon of nagaon district.He knows all works.I pray to god for long live him.

    • @dualchandradutta8079
      @dualchandradutta8079 2 ปีที่แล้ว

      @

    • @tamannanessa598
      @tamannanessa598 2 ปีที่แล้ว

      Yes truly

    • @mamonipator7640
      @mamonipator7640 2 ปีที่แล้ว

      Iman dangor doctor atiai jodi xanmanito nokore, mrityu r pisot koribo ne ki...... Mane xatyatar mulyabudh nai jen lagise.....

  • @kimarupohi5210
    @kimarupohi5210 2 ปีที่แล้ว +21

    ভগৱানে আপোনাক আৰু ১০০ বছৰ জীয়াই থাকক

  • @trithathengal1177
    @trithathengal1177 2 ปีที่แล้ว +33

    ছাৰ আপোনাৰ দীঘাও কামনা কৰিলো আপুনি আৰু নতুন নতুন আৱিষ্কাৰ কৰী‌ জাওক

  • @rebotchiring3931
    @rebotchiring3931 2 ปีที่แล้ว +25

    আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।।।। ।🙏🙏🙏

  • @sharatmaina4918
    @sharatmaina4918 2 ปีที่แล้ว +34

    ভাল লাগিল, তেখেতক ভগৱানে কুশলে ৰাখক...

  • @lagendashishstatus1988
    @lagendashishstatus1988 2 ปีที่แล้ว +31

    আপোনাৰ দীৰ্ঘায়ূ কামনা কৰিলো মহাশয়

  • @lukeswarpatar3186
    @lukeswarpatar3186 2 ปีที่แล้ว +28

    অনুগ্ৰহ কৰি বৰুৱা চাৰৰ ঠিকনাটো দিব চিকিৎসা সুবিধা বাবে।

  • @bikironphukan777
    @bikironphukan777 2 ปีที่แล้ว +13

    Hey Ram ...,.🙏🙏🙏🙏🙏🙏 mani goisu...
    অসমীয়াই অসমীয়াক নিচিনিলে কোনো দিন ঐ কোনো দিন 😥😥😥😥😥
    অসমীয়া আমি বৰ বুৰ্বক ।😥😥😥🙏🙏🙏🙏🙏🙏🙏😥😥😥

  • @gayolialora2457
    @gayolialora2457 2 ปีที่แล้ว +15

    সত্য সদায় জয়,, জয় আই অসম

  • @debrajbaruah6317
    @debrajbaruah6317 2 ปีที่แล้ว +38

    HE WAS THE FIRST MAN IN THE WORLD TO REPLACE A HUMAN HEART BY A PIG HEART. SALUTE TO HIM 🙏🙏🙏🙏

  • @durlavsonowal2600
    @durlavsonowal2600 2 ปีที่แล้ว +11

    সঁছাকৈ আমি অসমীয়া বোৰ কেকোৰা জাতি। তেতিয়াই তেখেতৰ মূল নুবুজিলো , তেখেতে এতিয়া সন্মান পালে কিন্তু গামোছা পিন্ধাবলৈ হেতা-ওপৰা লগাব ।

  • @lazyboy.007
    @lazyboy.007 2 ปีที่แล้ว +16

    he is brilliant Dr. কিন্তু তেখেতক বৰবাদ কৰা মানুহৰ ভিতৰত এজন নেতা আৰু এজন সাংবাদক আছিনল

  • @manjugohain6786
    @manjugohain6786 2 ปีที่แล้ว +4

    অসম সন্তান ডাক্তৰ ধনীৰাম বৰুৱক আজিও অসম চৰকাৰে অৱহেলিত কৰি ৰখাটো অতি কৈ দুভাগ্যজনক । চৰকাৰক সুধিব বিছাৰিছো অসমত প্ৰকৃত সোণৰ মূল্য নাইনেকি ? ? বহুতো ক্ষেত্ৰত বিশ্বত খলকনি লগোৱাৰ পাছতহে সাৰ পাই ।আশা কৰিছো ভগৱানে ছাৰক ভালে ৰাখক আৰু দীঘয়ু কৰক। ছাৰ আপোনাৰ সৃষ্টিত মানৱসমাজত সন্জীসৱণী হঁওক ।

  • @bidyutpriyomsaikia6750
    @bidyutpriyomsaikia6750 2 ปีที่แล้ว +10

    অসমীয়াৰ বাবে আদৰ্শ ♥️♥️♥️

  • @mrborah6228
    @mrborah6228 2 ปีที่แล้ว +15

    আপোনাৰ দীৰ্ঘাআয়ু হওক

  • @riturajdass9427
    @riturajdass9427 2 ปีที่แล้ว +4

    Tekhet jibito thakuntei pabo logia xonman khini dibo laage.... Salute to you Sir🙏🙏❤❤💐💐

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 2 ปีที่แล้ว +5

    বৰুৱা দেৱৰ দীৰ্ঘায়ু কামনা কৰিছোঁ । আমাৰ অসমৰ মানুহ ঘপকৈ আগ বহিব নোৱাৰে কাৰণ আমি কেঁকুৰাৰ দৰে , এটা বাল্টিঙত যদি কেইটামান কেঁকুৰা জীয়াই ৰাখে দেখিব এটা যদি অকণমান উঠি ওলাব খোজে তাৰ ঠেঙত আৰু এটা ওলমি দিব । আমি বোৰ তেনেকুৱাই

    • @binodbora9551
      @binodbora9551 2 ปีที่แล้ว

      এ হয় হয় সমপূৰ্ণ সচা কথা ।
      অসমীয়া সকল হৈছে । পি, পু, সি, শো ।নহয় জানো । কিমধিকমতি !

  • @titumazumdar9651
    @titumazumdar9651 2 ปีที่แล้ว +5

    আপোনাৰ দীঘা‌য়ূ কামনা কৰিলো আপুনি ১০০ বছৰ বয়সত ও যেনে হাৰ নামানে।

  • @KritarthaVlog2010
    @KritarthaVlog2010 2 ปีที่แล้ว +10

    Respected CM sir
    Please look into this matter
    He is the valuable person in Assam

  • @digantadeka7201
    @digantadeka7201 2 ปีที่แล้ว +14

    অতি সুন্দৰ

  • @kkkassam8352
    @kkkassam8352 2 ปีที่แล้ว +1

    অপুৰ্ব সুন্দৰ কথা ব্যাক্ষা কৰিছে । ড০ ধনীৰামচাৰ আৰু সহকাৰী বাইদেউ লৈ বহুত বহুত শুভকামনা যাছিলো ।

  • @dipaligogoi8932
    @dipaligogoi8932 2 ปีที่แล้ว +2

    অভিনন্দন চাৰ 🙏
    আপোনাৰ সৃষ্টি নিৰবচিন্নভাৱে হৈ থাকক ....
    আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • @bhaskarfoxelomg9438
    @bhaskarfoxelomg9438 2 ปีที่แล้ว +13

    জীৱন জীন্দাবাদ

  • @awesomeme8496
    @awesomeme8496 2 ปีที่แล้ว +11

    Apuni aru din jiai thakok sir ❤️

  • @xxazide9018
    @xxazide9018 2 ปีที่แล้ว +1

    বহুত আদৰ্শ বান মানুহ ।ছাৰক ভালে খালে ৰাখক ভগৱানে , বহুত বহুত ধন্যবাদ ছাৰলৈ 🙏🙏🙏

  • @jahirulislam4311
    @jahirulislam4311 2 ปีที่แล้ว +2

    Thanks Anupom Da এই অনুষ্ঠান কৰাৰ বাবে।

  • @mamatakhanam5320
    @mamatakhanam5320 2 ปีที่แล้ว +6

    best wishes sir.. god bless u.. more to go ,more to do... we are appreciated.....
    with regards
    ur influencer

  • @ranjudeka4818
    @ranjudeka4818 2 ปีที่แล้ว +7

    বহুত ভাল লাগিলে চাই 🙏

  • @SubhiGohain15
    @SubhiGohain15 2 ปีที่แล้ว +7

    Genius man of Assam...

  • @goldenassam6752
    @goldenassam6752 2 ปีที่แล้ว +3

    We are proud of you sir,
    God bless you,,,🙏

  • @satyajitbordoloi342
    @satyajitbordoloi342 2 ปีที่แล้ว

    Salute sir aupanar ktha khini xuni bhut dhukh lagil axomiya a axomiyak xohai nkorar babe

  • @shankarsinha4405
    @shankarsinha4405 2 ปีที่แล้ว +8

    A heart touching dilema for a an uncrowned Scientist , I had the opportunity to be in a very close association with for treatment of one of my colleague say around seven years back . I wish him & his team member - Madame Geeta & Madame Dalimi good health & success 🙏 .

  • @a.r.sheikh3929
    @a.r.sheikh3929 2 ปีที่แล้ว +3

    You are the best doctor of Assam congratulations sir

  • @hiranmoychakraborty6194
    @hiranmoychakraborty6194 2 ปีที่แล้ว +4

    Stay blessed,stay healthy..Baruah Sir

  • @bishalkishalofficialmusic_78
    @bishalkishalofficialmusic_78 2 ปีที่แล้ว +2

    আমাৰ সমাজত পাৰদৰ্শিতা থকা মানুহ বোৰ সদায় থাকি যায় ,যত ৰাজনৈতিক ,অৰ্থনৈতিক আদি কাৰণত আগুৱাই আহিব নোৱাৰে।কিন্ত পাৰদৰ্শিতা নথকা মানুহবোৰ সদায় আগবঢ়াই নিবলৈ ৰাজনৈতিক আদি ব্যৱস্থাৰ দ্বাৰা দুৰ্নীতিৰ প্ৰথা চলি থকা দেখা যায়,।ফলত অসম সদায় উন্নয়নৰ দিশৰ পৰা পিছ পৰি আহিছে। ছাৰৰ লগতো এনেকুৱাই হ'ল ,হৈছে ।

  • @sumisonowal5044
    @sumisonowal5044 2 ปีที่แล้ว +1

    Val lagil sir...apunak vogobane kukhole rakhok...🙏🙏🙏

  • @mriduljx8769
    @mriduljx8769 2 ปีที่แล้ว +1

    ধন্যবাদ NK TV!! বহুত বহুত ধন্যবাদ!!!

  • @kishoresvlog9586
    @kishoresvlog9586 2 ปีที่แล้ว +1

    চাৰ আপোনাক বহুত বহুত শ্ৰদ্ধা যাঁচিলো। ভগৱানে আপোনাক দীৰ্ঘায়ু প্ৰদান কৰক।

  • @riyankaushik3055
    @riyankaushik3055 2 ปีที่แล้ว +1

    U r great sir. God bless you sir.🙏🙏🙏

  • @jeenajyotiboruah7859
    @jeenajyotiboruah7859 2 ปีที่แล้ว +5

    U r real gem Sir 🙏

  • @abhijitbora250hbz8
    @abhijitbora250hbz8 2 ปีที่แล้ว

    Sir, aji he buji paisu . Proud to have A Assam son like you sir

  • @paradiseonearthdibyajyoti9352
    @paradiseonearthdibyajyoti9352 2 ปีที่แล้ว +1

    Wah Great Dr. Dhoniram Baruah sir.

  • @jitulkalita4864
    @jitulkalita4864 2 ปีที่แล้ว

    সচাকৈ চাৰ পৰাই আজি বহুত ভাল ভাল কথা শুনিলো , চাৰ দীৰঘাযু কামনা কৰিলোঁ , 🙏🙏🙏 , আৰু ভাল ভাল কাম কৰি যাওক , ধন্যবাদ চাৰ ,

  • @tapansarma1993
    @tapansarma1993 2 ปีที่แล้ว +14

    Respected Anupam Sir,
    We are grateful to you for creating this episode on Dr D Baruah Sir🙏🙏🙏
    Please make a follow up episode as awareness is extremely important as there might be life threat to him as he is an unique and brilliant scientist of it's own making a lots of envious minds, After enjoying this episode, I am really scared, please bring this issue to our honorable DGP of Assam for providing security to this Great Scientist Son of Assam 🙏🙏🙏

  • @dipentaid8685
    @dipentaid8685 2 ปีที่แล้ว +6

    Long live sir❤️❤️❤️❤️❤️❤️

  • @Gymaholic428
    @Gymaholic428 2 ปีที่แล้ว

    Dhaniram boruah sir assam r khompod kbo gole ❤️ sir we all Assamese people proud of you 🥺

  • @sangitasaikia2927
    @sangitasaikia2927 2 ปีที่แล้ว +2

    You are a great human being sir ❤❤

  • @nipenboriprabujaisriramki2490
    @nipenboriprabujaisriramki2490 2 ปีที่แล้ว +3

    ডঃ বৰুৱা চাৰৰ আবিস্কাৰক অসম চৰকাৰে আজিও প্ৰাধান্য নিদিলে হয় চাৰৰ চিকিত্সা কৰা অমৰ ব্যক্তি বোৰে চাৰৰ এই মান্যতা দিছেনে ।যদিহে দিছে এই চৰ্চা অদূৰ আমেৰিকাৰ পৰা প্ৰচাৰ নহ'লে হেতেন ।যিহে নহওক চাৰ আৰু 20 বছৰ জীয়াই থাকি মানৱ জীৱনৰ কাৰণে আৰু ন ন দৰব আবিস্কাৰ কৰক সেয়েহে ভগৱানৰ ওচৰ প্ৰাৰ্থনা ।

  • @barnalibora7974
    @barnalibora7974 2 ปีที่แล้ว

    Sir apuni aru aguai jawk god bless sir

  • @ArifulIslam-mx4fy
    @ArifulIslam-mx4fy 2 ปีที่แล้ว +2

    Proud of you sir

  • @Leojat575
    @Leojat575 2 ปีที่แล้ว +1

    God bless you D. Dhaniram Baruah

  • @shradhagoswami2142
    @shradhagoswami2142 2 ปีที่แล้ว

    Nijor manuhei nijor xotru buli je axomiyat eta probad ase xeitu amar manuhkhinir logot 💯% applicable hoi. Long live sir 🙏

  • @archanabaruah6285
    @archanabaruah6285 2 ปีที่แล้ว +1

    Great Salute Sir 👏 👍 👌

  • @silentworld3027
    @silentworld3027 2 ปีที่แล้ว

    The Real legend of the assam... 🙏🙏🙏.
    Sarkare nkrileu NGO bure sir k help kribo pare jodi sesta kore...

  • @gautamphukan5079
    @gautamphukan5079 2 ปีที่แล้ว +1

    Dhoniram sir ajon doyalu manuh asil ,

  • @mridulborgohain4873
    @mridulborgohain4873 2 ปีที่แล้ว +3

    Great man of God

  • @monichetia9628
    @monichetia9628 2 ปีที่แล้ว +3

    Thanks NK TV

  • @ranisaikiavlogs
    @ranisaikiavlogs 2 ปีที่แล้ว

    You are a living genius❤❤

  • @kongkonhazarika4494
    @kongkonhazarika4494 2 ปีที่แล้ว +1

    You are great sir🙏🙏

  • @elamohanburagohain4657
    @elamohanburagohain4657 2 ปีที่แล้ว

    ভাল লাগিল । শ্ৰদ্ধা জনাইছোঁ তেখেতক ।

  • @mridulsonowal3198
    @mridulsonowal3198 2 ปีที่แล้ว +3

    genius ❤

  • @sunstarworld3595
    @sunstarworld3595 2 ปีที่แล้ว

    Worlds no 1 scientists state and central government should support immediately

  • @mridupawandutta8939
    @mridupawandutta8939 2 ปีที่แล้ว +1

    Best Doctor in the World

  • @r.s.b302
    @r.s.b302 2 ปีที่แล้ว

    Good Job..Dhaniram Baruah Sir

  • @monjitlahon3963
    @monjitlahon3963 2 ปีที่แล้ว +3

    সেই সময় খিনি সঁচাই horror story ৰ নিচিনা, আছিল, আজিৰ পৰা 20 বছৰ মান আগৰ কথা আছিল নেকি, সোণাপুৰ ৰ ধানিৰাম বৰুৱা heart institute ত মানুহৰ গাত বোলে গাহৰিৰ কলিজা লগালে, news paper ট গৰম কৰি ৰাখিছিল। এতিয়াও মণত আছে।

  • @kushaldeka7783
    @kushaldeka7783 2 ปีที่แล้ว +4

    মহাশয় প্ৰণাম জনালোঁ ।

  • @debu5531
    @debu5531 2 ปีที่แล้ว

    ছাৰ আপোনাৰ দীঘাও কামনা কৰিলো সদায মনত থাকিব

  • @rebochutia2585
    @rebochutia2585 2 ปีที่แล้ว +1

    Great salute sir 🙏🙏

  • @barnalibora7974
    @barnalibora7974 2 ปีที่แล้ว

    Apuni aru notun Kam Kori jawk.god bless sir

  • @harenbaruah9575
    @harenbaruah9575 2 ปีที่แล้ว +1

    Salute to Dhaniram Baruah .

  • @daa4448
    @daa4448 2 ปีที่แล้ว +1

    Sir is a proud of assam

  • @nirusaikia7631
    @nirusaikia7631 2 ปีที่แล้ว

    তেখেতৰ সু স্বাস্থ্য কামনা কৰিলো । আমাৰ অসম খন এনেকুৱা ই । সম্নানীয় জনে সম্নান নেপায়।

  • @nobgamerm.g2501
    @nobgamerm.g2501 2 ปีที่แล้ว

    So proud Sri,joi aai axom

  • @assamesedance.
    @assamesedance. 2 ปีที่แล้ว

    Great man Great Dream 👍

  • @dk-gh8ew
    @dk-gh8ew 2 ปีที่แล้ว

    I proud of you sir.

  • @arupboro9034
    @arupboro9034 2 ปีที่แล้ว +4

    Love you sir

  • @anusmitadas1992
    @anusmitadas1992 2 ปีที่แล้ว

    He is super advanced.. That's why we couldn't able to understand him.. But pisoloi teor kthabilake xoitto hobo eta xomoyot... Ami kebol taxi gari loi shillong jabo janu.. Hat's off to sir..

  • @assameducationhelp2460
    @assameducationhelp2460 2 ปีที่แล้ว +5

    I want uno wanted him Noble prize

  • @reetadas2337
    @reetadas2337 2 ปีที่แล้ว +1

    Best doctor 🙏🙏

  • @yakuza2184
    @yakuza2184 2 ปีที่แล้ว +13

    Now can anybody proof me the existence of gods??? He is literally a god!!!

  • @dipika5511
    @dipika5511 2 ปีที่แล้ว

    Bahut val lagile sir 🙏🙏

  • @pranjalbora4148
    @pranjalbora4148 2 ปีที่แล้ว

    Sir you're great

  • @ramakrishnatalukdar6238
    @ramakrishnatalukdar6238 2 ปีที่แล้ว

    Great salute Sir

  • @nibashdutta6599
    @nibashdutta6599 2 ปีที่แล้ว

    Sir you are great..

  • @sibubaruwati1511
    @sibubaruwati1511 2 ปีที่แล้ว

    Bohut vl lgil kotha bur huni...

  • @fulbanu07
    @fulbanu07 2 ปีที่แล้ว

    Wow you are great❤️

  • @legendslife3957
    @legendslife3957 2 ปีที่แล้ว +2

    চৰকাৰে সহযোগীতা আগবঢ়ালে অসম খন আগবাঢ়ি গ'ল হেতেন ।
    মাটিৰ মানুহ ।

  • @lnnumber1comedymovieroy102
    @lnnumber1comedymovieroy102 2 ปีที่แล้ว

    Dr hea hoi third bhagwan. Exprencesil DRor kata Suni bahud val lagil🙏🙏🙏

  • @minikalita8587
    @minikalita8587 2 ปีที่แล้ว +7

    মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াই এই বিষয়টো চালে ভাল লাগিব।

    • @punakondeka1785
      @punakondeka1785 2 ปีที่แล้ว +1

      Ai cm a jailot pothaisil kela 25 bosoragot

  • @chiranjeebbora3665
    @chiranjeebbora3665 2 ปีที่แล้ว +3

    Proud of you sir ♥️ real gem of Assam

  • @sridipankarsaikiadipankar327
    @sridipankarsaikiadipankar327 2 ปีที่แล้ว

    Great sir.

  • @minagogoi8456
    @minagogoi8456 2 ปีที่แล้ว

    আপোনাৰ সুস্বাস্থ্য আৰু দীঘ্যাযু কামনা কৰিলোঁ চাৰ।

  • @aakgardening1078
    @aakgardening1078 2 ปีที่แล้ว +2

    diamond of Assam but so sad .... unable to recognise in time.... God bless you sir....

  • @sushildeka8711
    @sushildeka8711 2 ปีที่แล้ว

    Salute sir....

  • @rinkumoninath2832
    @rinkumoninath2832 2 ปีที่แล้ว +1

    আপোনাৰ দীযায়ু কামনা কৰিলো