তেওঁ বিয়া হৈছে বিদেশীৰ লগত, সন্তানে আদৰিছে সনাতন সংস্কৃতি।
ฝัง
- เผยแพร่เมื่อ 10 ก.พ. 2025
- তেওঁ বিয়া হৈছে বিদেশীৰ লগত, সন্তানে আদৰিছে সনাতন সংস্কৃতি।
নাম তেওঁৰ প্ৰিয়দৰ্শিনী
+1 (336) 905-4102
নতুনকৈ আৰম্ভ কৰিবলৈ ভয় কৰিব নালাগে।
North East to North Carolina
বিদেশত থকা এগৰাকী অসমীয়া মহিলা
জীৱন যুঁজত হাৰ নমনা এগৰাকী সাহসী মহিলা
প্ৰেম বিবাহত পতাৰিত হৈ আজি সুখী তেওঁ
ধাৰ্মিক নহয় আধ্যাত্মিক হ'ব লাগে মানুহ
তেওঁ নিজৰ জীৱনটো শেষ কৰিবলৈ বিচাৰিছিল
বিদেশত তেওঁ জনপ্ৰিয় কৰিছে সত্ৰীয়া সংস্কৃতি
দেশে বিদেশে তেওঁ শিকাইছে নৃত্য
#PriyadarshaniDutta #usa #chakrapaniparashar #baartalaap
অতি সুন্দৰ। অসমীয়া তথা দুলীয়াজান বাসী হিচাপে প্ৰিয়দৰ্শিনীকলৈ গৌৰাম্বিত। বিদেশত থাকিও নিজৰ শিপাক ইমান সুন্দৰকৈ ধৰি ৰাখিছে।
আজিৰ ভিডিও তু ছাই বহুত ভাল লাগিল। বিদেশত থাকিও নিজৰ সংস্কৃতি তু বজাই ৰাখিছে। বৰ ভাল লাগিল❤❤
বৰ সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰিলো। ধন্যবাদ চক্ৰপাণি পৰাশৰ ডাঙৰীয়া
Xundor 👌Bor bhal kotha Xubheshya thakil🙏
বহুত ভাল লাগিল
ভাল লাগিল
সুন্দৰ লাগিল ।❤️
অতি সুন্দৰ অনুষ্ঠান উপভোগ কৰিলো। চক্ৰপাণিলৈ হিয়াভৰা শুভেচ্ছা থাকিল। ধ্ৰুৱজ্যোতি ভূঞা।
মোৰ বয়স সত্তৰ বছৰ। তোমাৰ কথাবোৰ শুনি বৰ ভাল লাগিল। আৰ্শীবাদ কৰিছোঁ তুমি আগবাঢ়ি যোৱা
What a strong and strange life of a woman Many many thanks.
Baa joni khub val lagil ♥️♥️
Thank you Muk bhal loga buli kuwar babe. Esware Tumar mangal karak.
বহু বছৰৰ পাছত দেখা পালো। তোমাৰ প্ৰতিভাৰ বাবে আজি ইমান আগবাঢ়ি গৈছা । শুভেচ্ছা জনালোঁ অনাগত দিনবোৰত তুমি ভাল কাম কৰি যাবলৈ।
প্ৰিয়দৰ্শিনী ইন্মেন, তোমাক চক্ৰপাণিৰ বাৰ্তালাপত এনেদৰে পাই ভাল লাগিল। তোমাৰ জীৱনবৃত্তান্ত অকৃত্ৰিম ভাবে কৈ গ'লা, সঁচাই সাহসী তুমি।পৰাশৰলৈ ধন্যবাদ আৰু তোমালৈ বহুত মৰম।
Bohut vl lgil baa .bondhu chakrapani.amar bixoi tu patila best vl lgil ..thnk u
Bhaiti hoi Tumi ..mur Moromor
Bohut,val,lagel
খুউব ভাল লাগিল আজিৰ কথোপকথন চাই । মই North Carolina ত প্ৰায় তিনি মাহ থাকি আহিলো । সঁচাই বৰ ধুনীয়া ঠাই । হয় তাত খুউব ভাল দৰে চলিব পাৰে । মোৰ ছোৱালী Duke University ত masters কৰি তাতেই কৰ্মৰত । তেওঁৰ কথা বোৰত মোৰ তাত ঘুৰি ফুৰা যেন লাগি গ'ল।
Khub bhal lagil Priyadarshini !!!
Bahut bhal lagil bartalap to. Thank you very much.
সুন্দৰ
অতি সুন্দৰ, সঁচাকৈয়ে বহুত গৌৰব,জয়,আই,অসম।
Thank you so much .. ashirwad koribo aru jate bhal kaam koribo paru
অতি সুন্দৰ । দুয়োলৈ মৰম যাচিলো ।❤❤🙏🏻
খুব ভাল লাগিল।❤
Very nice
অতি সুন্দৰ ভাল লাগিল।
👌👌
Khub val lagil bubu. Tumi horurei pora bohut besi hahokhi. Tumar pora aro bohut aha koro..Aguwai jua. Arhibad hodai ase. Book akhon lekhiba. Tumar logot hokolu homoyate aso.Thakim
Khub hundar onusthan aji
Bahut val lagil.
Bohut bosoror murat dekha palu val lagile. Anusthantu bohut val lagil...... ❤
Iman morom loga baidew joni kathabur
খুব ভাল লাগিল।
অনুষ্ঠানটো চাই ভাল লাগিল সঁচাকৈয়ে । ভগৱানে ভালে ৰাখক তেখেতক ।
No struggle,no goal mem.thanks.
চক্ৰৰ অনুষ্ঠান বোৰ খুব ভাল লগা 😊
Val lagil 🙏🙏
North East United FC 2 - 1 Punjab FC (Prediction)
Guys Please Support Football ⚽⚽
Sakrada aaji jibonot kiba ata confidence palu, bohute val lagil dei❤
Bhut bhut thankyou.❤❤❤bidawkbhut. ❤ Dilo.
Congratulations🎉
Bohut bhal lagil ❤
Val lagil❤
❤❤❤
অতি সুন্দৰ পৰিবেশন।
Bahut val lagil
Bartalab bhaal lagile
moja lagil ❤❤❤
বৰ ভাল লাগিল। বহু কথা জানিব পাৰিলো।❤❤
Proud of you dear❤
Priyadarshini r xoite mur feelings xompurno eke dekhi bor asorit hoi goisu... bor bhal lagise.
Sundar ❣️ we should learn from her...
সঁচাকৈয়ে বৰ ভাল লাগিল , অনুষ্ঠানটি ।
Nice video ❤
Proud of you Priyadarshini
Mam thank you so much !!!
We're proud of assamese lady
Nice presentation ❤
প্ৰিয়দৰ্শিনী, তোমাৰ এই সাক্ষাৎকাৰটো শুনি বৰ ভাল লাগিল দেই 🥰
Thank you baideo
ভাল লাগিল ❤❤
Thank you ❤
বৰ ধুনীয়া জনী দেখুৱালা দেই।
Aajir Interview khub bhal lagil.Eman strog lady ,aapunak naskar jonaichu.
Thank you so much.. God bless you ❤
👍👌🙏
Proud of you bubu ba
Thank you Laxmi .. amar goror buwari, lakhimi
Bahut bhal lagise
Khub xundor priyaaaa
Thank you so much ❤
আমি খিলনজিআ বাইদেউ আচনিৰ যোগেদি গৌৰব অনুভব কৰিছো।
Dada next Uddhav Bharali Sir k anibo🦏
But val
কথাবিলাক শুনি বৰ ভাল পালোঁ,নিভাজ অসমীয়া কৈছে, আমেৰিকাত থাকে যদিও
Amar moromor ba ... bu ba❤😊
Thank you ❤bhal ne
@priyadarshiniinman4709 val ba...apunar
Bàidew goraki eman মৰমলগা কথা বোৰো বৰ হুৰিয়া শুনি আমনি নলগা
Thank you so much .. esware jate mangal kore
হুৰিয়া নহয়, সুৰীয়া।
Bubu ❤❤❤
মোৰ বা জনী 🫂❤️
Sub title tu Assamese huwa nai nki baru
Teok
Worldtanekuamanuhardarkar
Bor khudar artalp
বহুত ভাল লাগিল
Val lagil ❤
Bhal lagil
❤❤❤❤