উৎপল-মণিকাৰ সংঘাত, মাজত হাবুডুবু খাইছে খুড়ী-বৰমা-আইতাই! অনুপম চক্রৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 พ.ย. 2021
  • ৫ মাহৰ বিৰতি! মাদাৰ অ’ল্ড এজ হোমত আকৌ খোৱা-কামোৰা
    ফেপেৰি পাতিছে কোনে, উৎপল নে মণিকাই?
    চৰকাৰেও কিয় বলাব পৰা নাই উৎপল-মণিকাক?
    দুয়োৰে কাজিয়া, ইফালে সিফালে দৌৰে আইতা
    নিঠৰুৱা বয়োজ্যেষ্ঠক লৈ ৰাইজে দেখে অমানৱীয়তা
    শেষ সমাধান কি? আইতাৰ কপালত লিখা আছেনে শান্তি!
    ৪গৰাকী আইতাই দিব উৎপল-মণিকাক পাঠ
    আইতাৰ মাজতে ভাগ ভাগ....
    দুগৰাকীমান উৎপলৰ, দুগৰাকীমান মণিকাৰ পক্ষত!
    আইতাৰ কান্ধত উৎপল-মণিকাৰ বন্দুক কিয়?
    কাঠগড়াত উৎপল, থাকিব প্রশ্নবাণ
    অনুপম চক্রৱৰ্তীৰ সৈতে ‘জনসাধাৰণ’

ความคิดเห็น • 232

  • @atanuphukon228
    @atanuphukon228 2 ปีที่แล้ว +53

    এই দুয়োটা মহা হাৰামী, জ্যোতিনগৰত মোৰ ঘৰৰ সমীপত আছিল সেইবাবেই মই ভালকৈ পাইছোঁ আৰু জানো । সাধাৰণ মানুহৰ সমবেদনা আৰু আন্তৰিকতাক স্থল কৰি সুবিধা লাভ কৰে । ভীষণ publicity ৰ লুভী, বৃদ্ধা মানুহ কেইগৰাকীক লৈ পইছা ঘতি আছে । বৃদ্ধাশ্ৰমৰ ওচৰ চুবুৰীয়া মানুহৰ লগত মিলামিছা কৰা দেখিলে নকৰিবলৈ সচেতন কৰি দিয়ে আৰু কথা নামানিলে আশ্ৰয় স্থলৰ পৰা কিবাকিবি কাৰণ দেখুৱাই বাহিৰ কৰি দিয়ে । আমাৰ ঘৰৰ ওচৰত থাকোতে এগৰাকী আইতা ওচৰৰে নামঘৰলৈ সঘনাই গৈ থকাৰ কাৰণে আশ্ৰম এৰিবলৈ বাধ্য কৰে । সিহঁতে ভিতৰুৱা কথা কিবা ফাদিল হৈ বুলি ভয়তে এইবোৰ কৰে ।
    ইহঁতক ভালকৈ চৰকাৰে অনুসন্ধান কৰিব লাগে আৰু আবাসী সকলক উচিত ন্যায় দিব লাগে । দৰকাৰ হলে আমি প্ৰমাণ দিবলৈ ৰাজী আছোঁ ।

    • @anglecom.8659
      @anglecom.8659 2 ปีที่แล้ว +4

      Thik koise

    • @beauty9431
      @beauty9431 2 ปีที่แล้ว +1

      Good

    • @jayantapegu3684
      @jayantapegu3684 2 ปีที่แล้ว +5

      সচাকে, এই দুটাক উলিয়াই দিয়াই ভাল।

    • @mamu1469
      @mamu1469 2 ปีที่แล้ว +3

      Utpal bahut Badmash hai Monica abhi bahut Badmash hai

    • @mamu1469
      @mamu1469 2 ปีที่แล้ว +3

      Utpal bahut Badmash hai Monica bhi bahut Besharam aurat hai

  • @anjugogoi6536
    @anjugogoi6536 2 ปีที่แล้ว +3

    উৎপলৰ লগতে আইতা ' বা ' খূৰীহতক ভগৱানে কৃপা দৃশ্যয়ে চাওক আৰু মঙ্গল কৰক তাৰে কামনা কৰিলো ।

  • @ankursarmah9305
    @ankursarmah9305 2 ปีที่แล้ว +31

    উচিত তদন্তৰ অতি প্ৰয়োজন !
    বহুত দেখিলো জনপ্ৰিয় কণ্ঠশিল্পি , অভিনেতা আহি সেই আশ্ৰম খনত জন্মদিন পালন কৰে, আ ৰে বাবে এদিন আহি কেমেৰে আনি সমাজৰ আগত জনপ্ৰিয় হৈ একো লাভ নাই ! এই সময়ত আহক মাত দিয়ক
    সকলোয়ে মাত মাতিব লাগে আইতা সকল যি কৈইদিন থাকে আনন্দত থাকক তাৰে কামনা কৰিলো 🙏

    • @mamu1469
      @mamu1469 2 ปีที่แล้ว +1

      Utpal bahut Badmash hai Monica bhi bahut bahut Badmash hai

  • @ranirajkhowa8908
    @ranirajkhowa8908 2 ปีที่แล้ว +23

    মনিকা নামৰ ছোৱালী জনিক অহংকাৰী যেন লাগিছে ৷তাইৰ মুখত অলপো অনুসোচনা দেখা নগ’ল ৷ অলপো অনুতৎপত নহল যে আমাৰ কাৰণেই আইতা ককা সকলৰ দুখ হৈছে বুলি ৷ প্ৰথমেই উৎপলেহে আৰম্ভ কৰা আশ্ৰম খনক ছোৱালী জনীয়ে কিবা নিজৰ সাৰথৰ খাতিৰত উৎপলক উলিয়াবলৈ যেন যো জা কৰিছে তেনে লাগিছে ৷ চৰকাৰে দুই খন বেলেগ বেলেগ কৰি যি কেইগৰাকি আইতা ককা উৎপলৰ লগত থাকে তেওঁলোকক উৎপলৰ লগত থাকিবলৈ দিব লাগে ৷ আইতা ককা সকলৰ সু সাইচথ কামনা কৰিলোঁ ৷

    • @makeupartistpranabdiary371
      @makeupartistpranabdiary371 2 ปีที่แล้ว +2

      আপুনি একো নাজানে উৎপল এক নম্বৰ কালপ্ৰিত হয়৷ পইচাই তাৰ মুৰত ধৰিছে

  • @bimaladas7604
    @bimaladas7604 ปีที่แล้ว +1

    উৎপল ল'ৰাটো সচাকৈ অমায়িক আৰু খুব ভাল ল'ৰা নিজৰ সততাৰে আইটা সকলক ছোৱালী চিতা কৰি আছে উৎপল তুমি দুখ নকৰিবা গোটেই অসমৰ মানুহ তোমাৰ লগত আছে মণিকা জনী ঠিক নহয় তাই বহু ৰূপী তাই তোমাৰ দৰে নিস্বাৰ্থভাবে কাম কৰা নাই তোমাক আমি দেখি আছো তিভি আৰু মোবাইল ত মানুহ দেখা পালে চিনি পাইছিল ধন্যবাদ

  • @ritamechrajbonshi2933
    @ritamechrajbonshi2933 2 ปีที่แล้ว +2

    জনসাধাৰণৰ অনুষ্ঠানটো চাই সঢাকৈ দুঃখ লগা । ভাল মীমাংগা লৈ কৰি দিয়ক আইতা কেইগৰাকীক অলপ জীয়াই থকা দিনকেইটা অলপ মনৰ শান্তি দিয়ক । নমস্কাৰ জনাইছো

  • @shewalipanyang2255
    @shewalipanyang2255 2 ปีที่แล้ว +2

    Bohut dukh lagil aita..soku pani bur rokhab nuwarilu aita ..hokoluye mili thakok take birasu..

  • @snigdhasarmah5935
    @snigdhasarmah5935 2 ปีที่แล้ว +13

    Kolija aaita 💕😘😘😘😘

  • @nirmaladas2627
    @nirmaladas2627 2 ปีที่แล้ว +3

    দুয়োকে পৃথক কৰি দিয়ক আৰু চৰকাৰে দুয়োৰে ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক

  • @roufraees8623
    @roufraees8623 2 ปีที่แล้ว +59

    আন এগৰাকী আইতাই কৈছে উৎপলে এই আইতাগৰাকীক দেখুৱাই দেখুৱাই সহানুভূতি লৈ থাকে বুলি। আৰু কেইজনীমান আইতাই উৎপলে ক'ব দিয়া মতে আগৰবাৰ কোৱা বুলি কলে। কোন শুদ্ধ?কোন ভুল? উৎপল মনিকা দুয়োতাকে কৈছো মিডিয়াত আহি অভিনয় নকৰিবা। যিজনেই এই আইতাসকলক লৈ বেপাৰ আৰম্ভ কৰিছা এদিন ইয়াৰ ফল নিশ্চয় পাবা। অভিশাপ লাগিব ।

  • @popivlog3805
    @popivlog3805 2 ปีที่แล้ว +5

    আইতাসকল সদায় ভালে থাকা ❤️😘🙏🏾🤗

  • @explorenortheast1247
    @explorenortheast1247 2 ปีที่แล้ว +18

    Plz don't involve these elderly people in your controversy , let them live happily without any mental pressure

  • @bimaladas7604
    @bimaladas7604 ปีที่แล้ว +1

    উৎপল তোমাক ভগৱানে আশীৰ্বাদকৰিব আৰু ৰাইজৰ ও আশিৰবাদ আছে তাইক উলিয়ায় দিব লাগে

  • @golaplotagoswami8689
    @golaplotagoswami8689 2 ปีที่แล้ว

    নিজৰ গঢ়া ঘৰখনৰ পৰাই তেওঁ লোক বহুত
    দুখ বেদনা আকোবালি বৃদ্ধাশ্ৰমৰ বাসিন্দা হয় ।
    হে জীৱ শ্ৰেষ্ঠ মানব আপোনা লোক দুয়ো জনে
    মানব সেৱা মনোভাৱেৰে তেখেত সকল মৰম
    আৰু সুখ শান্তিত ৰাখক । আইতালোকক
    শতবাৰ নমস্কাৰ 🙏🙏🙏🙏🙏🙏🙏🙏

  • @rajeshtaid8636
    @rajeshtaid8636 2 ปีที่แล้ว +6

    GOD bless all

  • @ushaborgohain3223
    @ushaborgohain3223 2 ปีที่แล้ว

    উৎপল ---মনিকাৰ মাজৰ কাজিয়া সামৰণি পৰক ।দেখি দেখি ভাল লগা নাই।

  • @mrinalibora7197
    @mrinalibora7197 2 ปีที่แล้ว +4

    Utpol dada val monor manuh .aiita burok vogobana val rakhok

  • @allindianchannels5980
    @allindianchannels5980 2 ปีที่แล้ว +1

    Monika kotha bur misa jan lage Utpalk support korisu

  • @mkyoutube933
    @mkyoutube933 2 ปีที่แล้ว +1

    আমাৰ সকলোৰে মৰমৰ আইতা সকল ভালে থাকক

  • @jintumonibhagawati7231
    @jintumonibhagawati7231 2 ปีที่แล้ว +8

    Val kotha koise

  • @roshmiassamvlog2822
    @roshmiassamvlog2822 2 ปีที่แล้ว +4

    Love you

  • @hemabaruah6246
    @hemabaruah6246 2 ปีที่แล้ว +19

    Monika ajoni pagoli hoi, kaku santit thakib nidiye tai ...

    • @makeupartistpranabdiary371
      @makeupartistpranabdiary371 2 ปีที่แล้ว

      উৎপল সাংঘাতিক বদমাছ হয় প্ৰমান আছে ৷পইচাৰ কাৰণে সি যিকোনো কাম কৰিব পাৰে ৷ আপুনি হয়তো নাজানে

  • @kripalsaikia924
    @kripalsaikia924 2 ปีที่แล้ว +5

    পইচাই কাল। এই বোৰ আলোচনাই শেষ কৰিব আমাৰ অসম খন।

  • @jitensonowal2530
    @jitensonowal2530 2 ปีที่แล้ว

    Aitak bor val lagil dai Anupam daa

  • @bimaladas7604
    @bimaladas7604 ปีที่แล้ว +1

    ভাইটি তুমি মনোবল নেহেৰুৱাবা

  • @Official-tq5ld
    @Official-tq5ld 2 ปีที่แล้ว +8

    utpal da bhut bhut bhut val manor manuh

  • @jitumonichangmai6000
    @jitumonichangmai6000 2 ปีที่แล้ว +3

    God bless u

  • @polisaikia6830
    @polisaikia6830 ปีที่แล้ว

    Utpol da tumar logot vogoban asa hohai koribo

  • @user-pi1jj8uc4e
    @user-pi1jj8uc4e 2 ปีที่แล้ว +8

    কত কি জেং হৈছে একো বুজি নাপাওঁ

  • @nirmitakharghoria5527
    @nirmitakharghoria5527 2 ปีที่แล้ว +1

    Aitta tumaluk hodai vale thaka❤🙏

  • @nilakshipator2701
    @nilakshipator2701 2 ปีที่แล้ว +4

    Ufff vogobn..... Jibn a j ketiya kunfale niye o.... Aji vlkoi asu kailoi ba amr o ki hoi. Tothpe aita keigoraki jate xukht thakibo pare 😭😭😭

  • @durbosuteya2802
    @durbosuteya2802 2 ปีที่แล้ว +4

    আপোনা, লোকে এই নাতক বোৰ বন্ধ কৰক

  • @RHaz-vo6hv
    @RHaz-vo6hv 2 ปีที่แล้ว +3

    Aita tumaloi mur xewa junalu 🙏🏻🙏🏻 Lakhimpur r pora

  • @tonyroy8000
    @tonyroy8000 2 ปีที่แล้ว +5

    Upal tumi jindabad

    • @mamu1469
      @mamu1469 2 ปีที่แล้ว +1

      Utpal bahut Badmash hai

    • @udayray8377
      @udayray8377 2 ปีที่แล้ว

      Utpal vl lora

  • @achyutgogoi1211
    @achyutgogoi1211 2 ปีที่แล้ว +2

    Aaita tumi aaru bohu din jiyai thaka vogobaneu Jen jiyai rakhe take kamona korisu

  • @dharitrimedhi4732
    @dharitrimedhi4732 2 ปีที่แล้ว +5

    Monika uliya dib lage

  • @bituponboruah1060
    @bituponboruah1060 2 ปีที่แล้ว +4

    মোক দিয় .মই আইতাসকল চাম

  • @kalpanadeka6201
    @kalpanadeka6201 2 ปีที่แล้ว +5

    Utpal r Mon bhagile problem hob.

    • @mamu1469
      @mamu1469 2 ปีที่แล้ว +1

      Utpal bahut Badmash hai Monica bhi bahut Badmash hai

    • @kalpanadeka6201
      @kalpanadeka6201 2 ปีที่แล้ว

      Utpol e sopon mote solaise.manikak log dhori kamot aagbahri Utpol r kothamotei solib lagib.mohila ajonie nowarib solab.poisar babei khowakamora.

  • @gitakotoky733
    @gitakotoky733 2 ปีที่แล้ว

    Utpal bahut Val

  • @arup823
    @arup823 2 ปีที่แล้ว +5

    Kihor old age This is not Indian culture .Ghorot Lora suwali nai neki sabo aitahotok.

  • @richasarma3279
    @richasarma3279 2 ปีที่แล้ว +9

    Muk Jodi bhagwane samrtho diye moi aita burak edin bht bhal koi care karibo bisaro..bht dukh Lage enkoi teulukok dekhile

  • @jharnabora8388
    @jharnabora8388 2 ปีที่แล้ว +3

    eman dukh tati ako aibur osanti junai aibur kam kori ase please bandhu korak hatjur koriso 🙏🙏🙏teulukor sukurpani sabu nuari bht abegigk hoi porilu 😭🙏🙏

  • @assamesevlogaarti2347
    @assamesevlogaarti2347 2 ปีที่แล้ว +1

    Nice sharing friend ❤️

  • @rirupon9251
    @rirupon9251 2 ปีที่แล้ว +1

    Utpol k moi saport koru God bless you

  • @hemantabaishya774
    @hemantabaishya774 2 ปีที่แล้ว +1

    Aitahtk sohai korib parile kinu lage jibont..Utpal da aru manika prethok hole val hb.. all the best.. 👍👍

  • @user-pi1jj8uc4e
    @user-pi1jj8uc4e 2 ปีที่แล้ว +1

    মৰম লগা আইতা

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 2 ปีที่แล้ว +1

    .হাঁহি মুখীয়া মানুহৰ আয়ুস মীঘল ৷

  • @hemantabaishya774
    @hemantabaishya774 2 ปีที่แล้ว +1

    👍

  • @runjuntamuli5026
    @runjuntamuli5026 2 ปีที่แล้ว +7

    আইতা সকলক সুখত থাকক তাকে কামনা কৰিলোঁ।

  • @ramnarayanborormboro775
    @ramnarayanborormboro775 ปีที่แล้ว

    i love you aaita

  • @sikhatalukdar8735
    @sikhatalukdar8735 2 ปีที่แล้ว +3

    Ush... Imn dukh lgil.. Sojya koribo nowaro aru...

  • @tridipdoley5902
    @tridipdoley5902 2 ปีที่แล้ว +5

    Divide n one for utpal n another for monika..

  • @dasimusic7017
    @dasimusic7017 2 ปีที่แล้ว +2

    অভিনয় বেছি দুয়োটাৰে । ইমান খেলিমেলি কৰাতকৈ কামৰ দায়িত্ব বেলেগক দি দিয়া ।।

  • @ankursarmah9305
    @ankursarmah9305 2 ปีที่แล้ว +13

    শেষৰ আইতা জনীৰ কথা বহুত দুখ লাগিল 😞

  • @sehnazsultana116
    @sehnazsultana116 2 ปีที่แล้ว +3

    monikai sage utpal k uliai di tair husband k tair lgt add kri lobo bisari ase. tair saal blg.. tai gutey xini care loi kne naam2 krabo bisari ase sage

  • @theeasternworld
    @theeasternworld 2 ปีที่แล้ว +28

    আইতা কেইগৰাকীৰ সুস্বাস্থ্য কামনা কৰিলো ❤

  • @mayurdowarah8466
    @mayurdowarah8466 2 ปีที่แล้ว +1

    Aita ktha huni soku pani ulai goisa...aita ame apnur lgt axu🙏🙏🙏

  • @whitegoldpigfarminassam8001
    @whitegoldpigfarminassam8001 2 ปีที่แล้ว +14

    106 bsaria aitai right katha koise...

  • @nowshadali7716
    @nowshadali7716 2 ปีที่แล้ว +3

    আইতাক ইয়াত আনিব নালাগে

  • @lizaborah4401
    @lizaborah4401 2 ปีที่แล้ว

    Mur nijor aita kuar Dore lagi goise ♥️♥️♥️

  • @jolysarmah7859
    @jolysarmah7859 2 ปีที่แล้ว +1

    আইতা সকলক মোৰ নমস্কাৰ জনালো।

  • @rirupon9251
    @rirupon9251 2 ปีที่แล้ว +1

    Utpol k kanda babe muru dukh lagise

  • @SALIMKHAN-bw1un
    @SALIMKHAN-bw1un 2 ปีที่แล้ว +2

    Bor val lagil aita bilakor kotha huni

  • @nabamaina4105
    @nabamaina4105 2 ปีที่แล้ว +3

    Monika bad diya he kam nai tai

  • @sanjipdeka6260
    @sanjipdeka6260 2 ปีที่แล้ว +3

    Aaita😍😍😍😍😍

  • @hirakkalita8283
    @hirakkalita8283 2 ปีที่แล้ว +4

    Monika sowali jonik uliyai dib lage nhle aaita hate kosto pai thake

  • @ankurassam7711
    @ankurassam7711 2 ปีที่แล้ว

    Mojja

  • @harshvardhan2544
    @harshvardhan2544 2 ปีที่แล้ว +1

    Maa deutai harga , maa deutai Bhagwan ❤️🙏
    Maa deutar bahire bishwat eko bastu nai , hei karane maa deutak kast diba nalage 🙏🙏

  • @mainasaikia9897
    @mainasaikia9897 2 ปีที่แล้ว +2

    Katha bur huni bht dukh lagil

  • @travelzindagiblogs8328
    @travelzindagiblogs8328 2 ปีที่แล้ว +3

    Sarkara wosit bisar kri diba lage

  • @Lovacurious2
    @Lovacurious2 2 ปีที่แล้ว

    😥😥Bohut kasta palu..

  • @utpalbordoloi2973
    @utpalbordoloi2973 2 ปีที่แล้ว +2

    Monika jugya nohoy.dhanda to beleg.

  • @biswajitdeka5533
    @biswajitdeka5533 2 ปีที่แล้ว

    Utpal bht vl manuh hoi

  • @anantabaruah5538
    @anantabaruah5538 ปีที่แล้ว

    Utpalor gat eku dukh nai.

  • @palashibaruah8926
    @palashibaruah8926 2 ปีที่แล้ว +1

    Mur Maa aru aita xakolok olop xantit thakibo diok bohut dukh lagise teuluk bohut dukhot ase akou kio eman dukh dise.

  • @kishorkumardas4385
    @kishorkumardas4385 2 ปีที่แล้ว

    Ha vogoban 🙏

  • @Manu-yy3jy
    @Manu-yy3jy ปีที่แล้ว

    Alop xondeh hoi utpal or uporot

  • @mahindrikalita7291
    @mahindrikalita7291 2 ปีที่แล้ว

    হয় উৎপল তুমি ভালদৰেচলাইনিয়াকাৰনবুঢ়ামানুহ

  • @downtgam5647
    @downtgam5647 2 ปีที่แล้ว

    Aita hkolor lgt apuni hdai thakib utpol da🙏🙏🙏🙏🙏🙏

  • @nitumoniborah1689
    @nitumoniborah1689 2 ปีที่แล้ว +8

    Anupom da apuni kiba ata kori dik Aita hotar dukh dekhi bea lagise🙏🙏🙏🙏

  • @Lovacurious2
    @Lovacurious2 2 ปีที่แล้ว

    🙏🙏😥😥

  • @1minute588
    @1minute588 2 ปีที่แล้ว +4

    Bohut sokupani olaise mr .aaita jonir kotha suni

  • @jharnabora8388
    @jharnabora8388 2 ปีที่แล้ว +3

    roomt cctv logai dibu lage tatiya sob gum puwa jabu

  • @humourbarman6917
    @humourbarman6917 2 ปีที่แล้ว +29

    সকলোয়ে মিলি থাকক। তাকেই কামনা কৰো 🙏😢

  • @ayotriphukonmohan9170
    @ayotriphukonmohan9170 2 ปีที่แล้ว +1

    ককা আইতা সকলোৰে সু -স্বাস্ব্য আশা কৰিলোঁ

  • @karabiborgohain603
    @karabiborgohain603 2 ปีที่แล้ว

    Utpol bohut val lora tumar logate ami hodai asu sinta nokoribe

  • @arupgogoi1865
    @arupgogoi1865 2 ปีที่แล้ว +2

    Monika aru Utpal du tai ke ulie dibo lahe

  • @Lkmusic443
    @Lkmusic443 2 ปีที่แล้ว

    Get well soon

  • @bedoprovapatar5231
    @bedoprovapatar5231 2 ปีที่แล้ว

    4

  • @bhubannortheast4615
    @bhubannortheast4615 2 ปีที่แล้ว +2

    Monikar shobhab to vl nalagil monikar ajonok vl pai an ajon lgt bia 😀
    Bdwy Aita Hokolok Jate Hukhi Rakha

  • @monjitgogoi5571
    @monjitgogoi5571 2 ปีที่แล้ว +2

    Anei nakoi upakarik ajagore khai.

  • @earthexplorer9415
    @earthexplorer9415 2 ปีที่แล้ว

    Dekhibo dhuniya, vitorot gela. 🙈🙈🙈

  • @nitumoniborah1689
    @nitumoniborah1689 2 ปีที่แล้ว +3

    Aitak mur nijar aitar gote lage

  • @banditabhuyankalitakalita807
    @banditabhuyankalitakalita807 2 ปีที่แล้ว

    উৎপল মণিকা দুয়োৰে গাত দোষ আছেবুলি ভাবো ,আৰু আইতা হত মাজতে এনেয়ে কষ্ট পায়ছে ।আমিও কষ্ট পায়ছো।

  • @dpdhun5491
    @dpdhun5491 2 ปีที่แล้ว +3

    Aaita htk moi bht vl Pau,, xodai vl a thakok apunaluk

  • @batulidorjee1773
    @batulidorjee1773 2 ปีที่แล้ว

    😢😢😢

  • @deepalidas9213
    @deepalidas9213 2 ปีที่แล้ว +1

    Monika pagoli hoise naki.always drama kori thaki no nalage.tayak old age home ro pora bahir kori debo lage.

  • @abhilekhR1
    @abhilekhR1 2 ปีที่แล้ว +1

    Utpol da Anupam da moi bhoto bhiki I am also victimized by my owner caretaker and neighbours very rough behave in small small things.

  • @sherinshineyyy8292
    @sherinshineyyy8292 2 ปีที่แล้ว +2

    Aaita bilak or ktha o biswsh nai....utpal or dukhon mukh...monica joni o kom nohoi...

  • @atikulislam6579
    @atikulislam6579 2 ปีที่แล้ว +10

    'Mother Old Age Home' Utpal is the great caretaker. So Monika be careful don't play with the Old Aita's .