Great and valuable dialogue was given by former respected PM of India Late Lal Bahadur Shastri Ji "JOY JAWAN JOY KISHAN" so Kishan is not small. We should respect all Kishans of our Country.
Mur brta hoi .bohut val brta Jon hokoluke bohut morom kore. Mur mar ghr tar hoi . Tingkhong college or pora 9 k m man jabo Lage pwali pothar koi Gau khon.
আপোনাৰ দৰে মানুহবোৰ জাতিৰ সম্পদ হয়। ধন্যবাদ।
এতিয়া আপোনাৰ দৰে মানুহ আমাৰ সমাজত অতি দৰকা আপোনাৰ লোকৰ দৰে কৃষকে আমাৰ মানুহ বোৰ জিয়াই ৰাখিছে
জিমান চৰকাৰীৰ চাকৰিৰ কৰিলেউ কৃষক নহলে কোনো জিয়াই থাকিব নোৱাৰে । কৃষক সকলৰ আখন বহুত উপৰত ।
বৰ সুন্দৰ মনৰ মানুহ। ভাল লাগিল কথা বোৰ।
তেখেতক মই দেখিছোঁ। মই নামৰূপৰ । তেখেতৰ কথা বিলাক বহুত ভাল লাগিল
ধন্যবাদ দদাইদেউ, আপোনাৰ এই আদৰ্শই কৃষিৰ প্ৰতি আগ্ৰহী বহুতকে আকৰ্ষিত কৰিব। এজন আত্মনিৰ্ভৰশীল কৃষক হিচাবে আপোনালৈ অভিনন্দন জনালো।🙏🙏🙏।
God bless you
জয় কৃষক
কৃষক সৰু নহয় সকলোতকৈ ডাঙৰ hero
জয় জোৱান জয় কৃষান
জয়দৎ কোঁৱৰলৈ শুভেচ্চা জনালো লগতে তেখেতৰ উন্নতিৰ জখলাত বগাই যোৱাৰ নেপথ্যৰ সেই বেঙ্ক পৰিচালক গৰাকীৰ ভূমিকা অৰ্থাৎ কোঁৱৰৰ স্বনিয়োজনৰ বাবে স্বইচ্ছাই যি সেৱা আগবঢ়ালে সেয়া আজিৰ দিনত বিৰল ,মুঠতে তেনে নিস্বাৰ্থ ব্যক্তি নাই //মই সেইজন মহান পুৰুষলৈ অশেষ ধন্যবাদ জনালো,যাতে পুৰুষজনৰ আদৰ্শ-কৰ্ত্তব্য আজিৰ প্ৰজন্মই গ্ৰহন কৰক//এয়ে কামনা //
জুইয়ে পোৰা সোণ 👍👍👍
Right 👍
আপুনি এজন ভাল আদৰ্শ। বহুত ভাল লাগিল দাদা।
Salute that bank manager...
আপোনাৰ সততা কৰ্মস্পৃহা আৰুপৰিশ্ৰমৰ বাবেই এয়া সম্ভৱ হৈছে৷সকলোৰে বাবে আদৰ্শ৷
, বহুত ভাল এইয়াই প্রকৃত খেতিয়ক। এই আমিয়ো কৰো চাকৰি কেলৈ।
Right
Very good very very nice thank you so much beautiful 💕💕💕 sapuni aru aguai jaouk God bless you
ধন্যবাদ দদাই
দাদাৰ কথাত আপ্লুত হলো।ধন্যবাদ।
Great and valuable dialogue was given by former respected PM of India Late Lal Bahadur Shastri Ji "JOY JAWAN JOY KISHAN" so Kishan is not small. We should respect all Kishans of our Country.
God bless You Khura Bhagabane Teuk Kripa Xodaye karak
Khube bhal lagil. Matir manuh. Thank you kakaideu.
সুন্দৰ, আদৰ্শ ব্যক্তি, আপোনাৰ কৰ্মক চেলুৎ জনাইছোঁ।মোক ইনছুলিন গছৰ পুলি এটা লাগিছিল , কেনেকৈ, ক'ত পাম?
Great person.I salute you uncle.
ভাল লাগিল video টো চাই।
Bohut bhal lagil
Bahut bahut thanks kakai.
কোঁৱৰ ককাইদেউৰ কথাখিনি শুনি ভাল লাগিল।
Thanks to Joidot Konwar .Wel Done....
Thanks 🙏
Khatiyokok xonam koribo lage karon khatiyok r karone ami jiyai asu khetiyok amar porom bondhu❤
Jibonor safalatar Adarsha bykti aponee,dhanyabad.
Really a great job you have done. Thanks.
সুন্দৰ আপোনাৰ কৰ্ম ।
Really too beautiful ❤️
আপুনি নতুন প্ৰজন্মক ভাল আৰ্হি দেখুৱাইছে।
Your smartness is overloaded in the world with the community here in india
Hundor💖💖
Truly inspired story❤❤❤thumbs up to u👍👍
Katha bor bhalla lagil moja
Bahut vall lagil
God job 👍
U R great❤❤❤❤❤
Bor val lagil kothakhini Jani, pronam.
Great job! I am inspired by you . Hope to start gardening soon. Your hard work, rewarded ! God bless you !!!!! Love from Bangalore.....
Sundor anubhav.
Dekhie imn vl lagise
জয়দং কোৱৰ দেবলৈ শুভেচ্ছা জনালো লগতে সেই বেঙ্কৰ বিষয়া জনলৈকো ধন্যবাদ জনালো কাৰণ তেওঁ সহায় নকৰা হেতেন আজি জয়দং দা দেখা নাপালো হতেন ৷
তেখেত মোৰ বৰদেউতা । খেতি বাতি কৰি ভালপোৱা এজনলোক 😍😍
This channel is my favourite. Love from karbi anglong diphu.
thank you
I salute that bank maneger
God bless you❤❤❤❤❤
Thank you .
অভিনন্দন জনালোঁ
Best video দদাই দেও আজিৰ প্ৰজন্মৰ বাবে এক আদৰ্শ।
Val lagil 🙏
মানুহ জন বৰ ভাল লাগিল।কেদম সঁচা মানুহ। একদম নিভাজ।
আপুনি প্ৰেৰণৰ উৎস হৈ জিলিকি থাকক,, যুৱক সকল আগুৱাই আহিব লাগে
Thanks val lagil
Excellent
Truely Inspiring
Very good
Bhal lagil 🙏
bahut bahut dhanyabad
Thanks
You are a very good TH-cam per❤
Val lagil ❤️
Xosai bht bhal lagil..
Apuni ajon bhal adorkhoban khetiyok
Val moi oti agroxhi apunar kotha aru kostok loi.
Dhainobad
❤❤❤mor pora sewa jonalo
Jai Kisan Jai Jawan
Hundor axomia karone apuni ajon adorkhoban biyokti
Very very good👍
Val lagil , sorai puwali kenekoi pam
🙏🙏🙏
Apunak log pabole mon goise
বহুত ভাল লাগিল | যিদিনা আপুনি দত্ত দাৰ ঘৰলৈ আহিছিল মোক আপুনি গাড়ী ৰখাই সুধিছিল | তেখেতৰ ঘৰ ৰাঙলীলৈ কোন ফালে যায় বুলি সুধিছিল | মই আপোনাক কৈছিলো নেওগ দা নহয় জানো বুলি | আপুনি সিদিনা নামৰূপৰ পৰা আহিছিল |
thank you
❤
❤️❤️❤️🤞
Mur brta hoi .bohut val brta Jon hokoluke bohut morom kore. Mur mar ghr tar hoi . Tingkhong college or pora 9 k m man jabo Lage pwali pothar koi Gau khon.
👍👍✌️🙏🙏
মই আপোনাৰ ভিদিঅ বোৰ নিয়মিত কৈ চাও ছাই ভাল লাগে এটা কথা কও নেটৱক মাৰকেটিং দায়ৰেক্ট ছেলিং ব্যৱসায় কৰি অসমত বহুত লোকে সংস্থাপনৰ পথ দেখিছে, এই ব্যৱসায়ত বিশেষ টকা নোহোৱাকৈ ব্যৱসায় কৰি মানুহে সফলতা পাব পাৰে , বৰ্তমান সময়ত সংস্থাপন হিনতা নিবনুৱা সমস্যাই জোৰোলা কৰা এই সময়ত দাৰৰেক্ট চেলিং ব্যৱসায়ে এটা ইয়াৰ সমাধান হব পাৰে ,অসমত এই ব্যৱসায় লগত জৰিত হৈ বহুত ব্যক্তি নিজেও সংস্থাপিত হৈছে আনকো সংস্থাপিত কৰিছে এই ব্যৱসায় লগত জৰিত লোক সকলৰ সাক্ষাৎকাৰ লব বহুত যুৱকে প্ৰৰনা পাই এই দিশত আগুৱাই যাব ,মোৰ অনুৰাধ ।
❤❤
👍👍
Bhal manuhor bhal sinta aru bhal bhobishot..
জয়দং দায়ে এতিয়া সেই বেঙ্কৰ বিষয়া জনক লগ কৰেনে বা কথা বতৰা হয়নে ৷
Dhonyo bad
Love you daideo
Dada apuni bank r loan kenekoi lobo pari video bonabosun
Goog
Insulin plant jupa bhal koi dekhai dibone. Sini nepau hei babe.
আমি সচাকৈ আনন্দ পাইছো ঁদাদা।
👍👍
♥️♥️♥️♥️
সমাজত এজন আদৰ্শৱান লোক হিচাৱে জীয়াই থকাৰ আকাংক্ষাই মানুহক সৎ পথেৰে আগুৱাই নিৱ । প্ৰখ্যাৎ সাহিত্যিক হোমেন বৰগোহাঁইদেৱৰ মতে প্ৰায়বোৰ মানুহৰ জীৱনত বিভিন্ন কাৰণত হতাশাগ্ৰস্ত হৈ নিজকে শেষ কৰি দিয়াৰ দৰে ভয়ঙ্কৰ নেতিবাচক চিন্তা আহে ।যিটো তেখেতৰো আহিছিল বুলি কৰবাত লিখি থৈ গৈছিল ।কিন্তু তাক অতিক্ৰম কৰি এক সফল জীৱন গঢ়ি তোলাটোয়েই এক মহৎ আদৰ্শ ।যিটো হোমেন বৰ গোহাঁইদেৱেও দেখুৱাই থৈ গৈছে আৰু আপুনি শ্ৰীযুত জয়দৎ কোৱঁৰ ডাঙৰীয়াইও দেখুৱাইছে ।আপোনালৈ অভিনন্দন জনালোঁ ।সদৃচ্ছা থকাজনক ভগৱানেও সহায় কৰে ।ভগৱানে তেওঁৰ ভকতক সদায় সংকটৰ পৰা উদ্ধাৰ কৰি আহিছে ।
🙏🙏🙏🙏🙏🙏
Krishna Krishna kripa korok
আছলতে সেইজন বেংক মেনেজাৰ নাছিল আছিল এজন ভগবান যিজনে কৃষকজনক আলাউদিনৰ চাকিটো দিলে।
Kun nu alauddin ?
🙏🙏🙏
জইদং কোৱৰ ডাঙৰীয়া, আপুনি বেংক মেনেজাৰ জনক ধন্যবাদ দিছে নে নাই??? সেইটো হে অচল কথা 😞😞😞
❤❤❤❤🙏🙏🙏🙏
NamaskaR
Ajon drakhya adarsaban khetiyak. Tekhetor Susaitha aru dighaiu kamana karilu.