ভৰিত ধৰিলেও জীৱনত ৩ জন মানুহক ভুলতো ক্ষমা নকৰিব | best heart touching assamese motivational quotes

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 พ.ค. 2023
  • ভৰিত ধৰিলেও জীৱনত ৩ জন মানুহক ভুলতো ক্ষমা নকৰিব | best heart touching assamese motivational quotes
    এই ভিডিঅ'টোত চোৱাৰ পিছত আপুনি আৰু কেতিয়াও বিপদত নপৰে
    আপুনি কোনো কামতে বিফল নহয়
    যদি সেইমতে আগবাঢ়ে
    এইটো ১০০শতাংশ নিশ্চিত
    other videos 👇👇👇
    কথা কোৱাৰ কলা শিকিব বিচাৰে যদি তলত দিয়া লিংকত ক্লিক কৰি ভিডিঅ’ দুটা চাই লওক
    নিজৰ ব্যক্তিত্ব গঢ়ি তুলিব পাৰিব
    যি ব্যক্তিত্বই সকলোকে প্ৰভাৱিত কৰিব
    আপোনাৰ প্ৰতি সকলো আকৰ্ষিত হ’ব
    • ৫টা কথা শিকি লওক | আপো...
    • চতুৰালীৰে কথা কেনেকৈ ক...
    your queries-
    জীৱনত ৩ জনক ক্ষমা নকৰিব
    ৩ জনক সদায় মনত ৰাখি
    best heart touching assamese motivational quotes
    assamese motivational video
    Youe Queries-
    #chitraranjannath
    #chitraranjannathmotivationalvideo
    #chitraranjannathvideo
    #motivationalvideo
    #inspirational
    #assam
    #assamese
    #quotes
    #motivationalquotes
  • บันเทิง

ความคิดเห็น • 1.4K

  • @chitraranjannath
    @chitraranjannath  10 หลายเดือนก่อน +18

    আপোনালোকৰ প্ৰতিটো Comment পঢ়ি মই বহুত বেছি এনাৰ্জী পাওঁ। সকলোৰে জীৱনটো যাতে ভাল হয়, সকলোৱে যাতে সৰু ডাঙৰ ভুলবোৰ বুজি মুক্ত মনে আগবাঢ়িব পাৰে, তাৰবাবেই নিৰন্তৰ প্ৰয়াস কৰি আহিছো । আশাকৰোঁ মোক এইদৰে মৰম দি যাতে আপোনালোকে সদায় উৎসাহ দি যায়। বহুত বহুত ধন্যবাদ সকলোকে। ❤❤

    • @MainaGogoi-wv8mt
      @MainaGogoi-wv8mt 9 หลายเดือนก่อน

      😢😢😢😢😢😢😢😢😢😢

    • @MainaGogoi-wv8mt
      @MainaGogoi-wv8mt 9 หลายเดือนก่อน

      😢😢😢😢😢😢😢😢😢😢

    • @MainaGogoi-wv8mt
      @MainaGogoi-wv8mt 9 หลายเดือนก่อน

      😢😢😢😢😢😢😢😢😢😢

    • @papuali2326
      @papuali2326 9 หลายเดือนก่อน

      9:11

    • @MadhabMura-
      @MadhabMura- 6 หลายเดือนก่อน

      😮😮😮😮😮😮😮😮😮😮😮😮😮😮p

  • @dimbeswarrajbongshi8900
    @dimbeswarrajbongshi8900 ปีที่แล้ว +13

    অতি গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে, বহু ধন্যবাদ জনালোঁ

  • @promodekumarsarma9202
    @promodekumarsarma9202 ปีที่แล้ว +17

    অতি সাৰুৱা আৰু বাস্তৱ কথাৰ অৱতাৰণা কৰা বাবে শুনি ভাল লাগিল। পৰামৰ্শ বোৰ মানি চলিব পাৰিলে জীৱন ধাৰণ কৰাত অসুবিধা নহব বুলি ভাবো । ধন্যবাদ ।

  • @pratapdas-so2ex
    @pratapdas-so2ex ปีที่แล้ว +2

    বহুত সুন্দৰ উপদেশ দিয়াৰ বাবে ধন্যবাদ থাকিল।

  • @anjolikondho5194
    @anjolikondho5194 ปีที่แล้ว +1

    Hundr anekua ata likhonir Dara jibnot akbarhi juar hujuk pai bhut vl lagile🙌🤞🤞🤞👌

  • @bharatiborah7046
    @bharatiborah7046 ปีที่แล้ว +5

    অতি সুন্দৰ কথা খূব ভালো লাগিল

  • @manomatideka7546
    @manomatideka7546 ปีที่แล้ว +8

    বহুত সুন্দৰকৈ বৰ্ণনা কৰি শুনালে । আগলৈ এনে বাণী শুনিবলৈ পাম বুলি আশা কৰিলো । ভগৱানে মংগল কৰক আপোনাক ।ওঁম্‌ শান্তি ।

  • @manujkumarnath-bj8bu
    @manujkumarnath-bj8bu ปีที่แล้ว +1

    Khubei vl lagil kotha khini.
    Khuni aru porhi.

  • @colourful-World...12
    @colourful-World...12 ปีที่แล้ว +1

    Bohut val lagil kotha bilak xuni...

  • @Hunter-zd5tm
    @Hunter-zd5tm ปีที่แล้ว +20

    অতি সুন্দৰ 🙏❤️ I লগতে আপোনাৰ কন্ঠস্বৰ

  • @tuleswarsonowal1070
    @tuleswarsonowal1070 ปีที่แล้ว +5

    Val lagil video sai 🙏🙏🙏

  • @jyotsnaborabordoloi8673
    @jyotsnaborabordoloi8673 ปีที่แล้ว +1

    Aponar kotha xini shree krishna banir dore lagil..thank you..

  • @marymahanta9342
    @marymahanta9342 ปีที่แล้ว +1

    বহুত ভাল লাগিল কথা খিনি শুনি

  • @soulmaribihdiajajikona4607
    @soulmaribihdiajajikona4607 ปีที่แล้ว +31

    বহুত ভাল লাগিছে,নজনাটো শিকিলোঁ, ভবিষ্যত আৰু শুনাৰ আশাৰে, God bless you

  • @rgrg5472
    @rgrg5472 ปีที่แล้ว +17

    মানুহৰ জীৱনৰ বাবে প্ৰয়োজনীয় কথা-

  • @SameerAli-ob4ty
    @SameerAli-ob4ty ปีที่แล้ว +1

    Bohut val lagil kotha khar xuni

  • @pinkyborah6912
    @pinkyborah6912 ปีที่แล้ว +1

    Bhut val lagile apunar video tu sie

  • @hemantadutta2854
    @hemantadutta2854 ปีที่แล้ว +9

    বহূত সূন্দৰকৈ বৰ্ণনা কৰি দিলে ! বুজাৱ নোৱাৰা এটা মিঠা অনুভূতিয়ে হ্ৰদয় জোকাৰি গল , ভাল লাগিল ❤❤❤❤❤❤❤❤❤❤❤

  • @subhashhazarika5509
    @subhashhazarika5509 ปีที่แล้ว +7

    অতি মনোগ্ৰাহী , শ্ৰুতিমধুৰ উত্তম জানিব লগীয়া নীতি কথা ৷ পিচে খাৰখোৱা (মই নিজেও) কেলেহুৱা অসমীয়াৰ কিমানে ইয়াৰ পৰা শিক্ষা লৈ নিজৰ জীৱন পৰিশোধিত কৰিব সেয়া সন্দেহৰ আৱ’ত্তত ৷ মনোৰঞ্জক হিচাবে একানে শুনি ইকানে ওলিৱাব ৷ প্ৰমান ? মোৰ দৃষ্টিত এই পৃথিবীত মাত্ৰ এজন পুৰুষেই বহু আৰু বৃস্তিত অধ্যয়নৰ পাচত সাৰ কাঢ়ি আনি essence of life কি বস্তু তাক প্ৰাঞ্জল ভাবে পাতে পাতে লিখি থৈ যোৱাৰ পাচতো “ “খাৰখোৱাই“ আজিলৈকে নিচিনিলে , তাৰ পাচত এইবোৰ শুনি কি উপলদ্বি হব ? সেই মহান বহুমুখী প্ৰতিভাধৰ পুৰুষক কেৱল ধম্ম’ গুৰু সজাই বুতমগু আৰু মনিকুটৰ কেচুমতাৰ মাজত আজিও ভৰাই থৈছে ৷ সেই কৃপালু গুৰুজনাই জীৱন কি আৰু থকা দিনকেইটা কি ধৰনে কটাবা , অকল মনুষ্যই নহয় তৃণ তৰু লতাৰ পৰা পোক পৰুৱালৈকে আমি ক কৰা উচিত তাৰ নিদ’শন দেখুৱাই থৈ গল , আমি মানিলোনে নিজেই বিচাৰ কৰক ৷ এই ভিদিয়টোৰ প্ৰয়াসক অৱজ্ঞা কৰা নাই মাথো আধুনিক কালৰ ভোগবাদী মানসিকতাৰ বলিহৈ মানবীয় প্ৰমুল্যক বিসজ্জ’ন দিয়া সৰহসংখ্যক খাৰখোৱাৰ মানসিকতা দেখি ক্ষোভ উজাৰিছো ৷ শেষত “অপাৰাধ বিনাষণ“ ৷

  • @JimeeKhandakar-om6nq
    @JimeeKhandakar-om6nq ปีที่แล้ว +1

    Thank u so much dada .Bht bht bhal lagil apunar ai valuable ktha khini khuni👍

  • @user-zx1sm3yx4w
    @user-zx1sm3yx4w 10 หลายเดือนก่อน +1

    Val lagil video sai🙏🙏🙏🙏

  • @Pranaykonwar572
    @Pranaykonwar572 ปีที่แล้ว +3

    Bohut vll lagil sir video tu sai 🙏❤️. love from goalpara Assam.

  • @bontiborah7476
    @bontiborah7476 ปีที่แล้ว +6

    ইমান ভাল লাগিল আপোনাৰ কথা বিলাক শুনি।🙏❤️

  • @ghanak.hazarika7203
    @ghanak.hazarika7203 10 หลายเดือนก่อน

    বহুত ভাল কথা পালো, আপোনালৈ অশেষ ধন্যবাদ জানালো ।

  • @user-qt1ox6kc8q
    @user-qt1ox6kc8q ปีที่แล้ว +1

    Khub sundar Kotha kale apuni

  • @dr.renubhuyansaikia8904
    @dr.renubhuyansaikia8904 ปีที่แล้ว +19

    অতি সুন্দৰ অনুভব, স্পষ্ট আৰু মধুৰ কণ্ঠস্বৰে সোণত সুৱগা চৰাইছে। ধন্যবাদ, আকৌ লগ পাম।

  • @ritamoniassamesevlogs689
    @ritamoniassamesevlogs689 ปีที่แล้ว +6

    মন চুই গৈছে 👌👌👌

  • @munmoniduttasaikia5390
    @munmoniduttasaikia5390 ปีที่แล้ว

    খুব সুন্দৰ হৈছে কথাখিনি। ধন্যবাদ জনালোঁ।

  • @prodipkhanikar7242
    @prodipkhanikar7242 ปีที่แล้ว +1

    বহুত ভাল লাগিল ধন্যবাদ

  • @bipulraj9022
    @bipulraj9022 ปีที่แล้ว +11

    যেতিয়া ভাল পোৱা জন আকৌ নোকোৱাকৈ গুচি jai ।। কেনেকৈ মন টোক বুজাই লব লগে দা plzz ভিদিও এটা বনাব চু plzzz😢💔

    • @Mooney-x9k
      @Mooney-x9k ปีที่แล้ว

      Bafre Broken heart

  • @kolpochitra3869
    @kolpochitra3869 ปีที่แล้ว +8

    ভাল লাগিল, আপোনাৰ কথাই হৃদয় চুই যায়। অশেষ ধন্যবাদ ৰ লগতে শুভ ৰাত্ৰি জনালোঁ। 🙏

  • @nazneenwahab2146
    @nazneenwahab2146 ปีที่แล้ว

    Ati hundar khub bhal lagile nijor jivanar logot bhtt mil khuwa

  • @biswasenapati1429
    @biswasenapati1429 ปีที่แล้ว +1

    বঢ়িয়া

  • @subhashdas118
    @subhashdas118 ปีที่แล้ว +16

    অতি উত্তম মহোদয় , আৰু এনেকুৱা সাৰাংশ দি থাকিব বুলি আশা কৰিলো , প্ৰতিটোপুৱা যাতে এনেকুৱা অমৃত বাণী শুনিবলৈ পাওঁ

    • @atuldeka.6476
      @atuldeka.6476 ปีที่แล้ว

      Bahut katha. Khikiba parilu. Thanks

  • @PallabiChetia-mz1jz
    @PallabiChetia-mz1jz ปีที่แล้ว +3

    Bohut bhal lagil huni hanti palu🙏🙏🙏🙏🙏🙏

  • @monowarakhatun3346
    @monowarakhatun3346 ปีที่แล้ว +1

    Bht val lagil apunar kotha khini.❤

  • @rupalibarman7645
    @rupalibarman7645 ปีที่แล้ว +1

    বহুত ভাল লাগিল |

  • @surjitcht3177
    @surjitcht3177 ปีที่แล้ว +4

    সুন্দৰ অনুভৱ প্ৰকাশ কৰি আমাক অনুপ্ৰেৰণা যোগালে । বহুত ভাল লাগিল 🙏🙏

  • @user-bs4py7js7h
    @user-bs4py7js7h ปีที่แล้ว +1

    Vl lagil besi hoita aru hosa মানুহক অনেও কোনো vl নাপাই 😢😊

  • @jyotsnaborabordoloi8673
    @jyotsnaborabordoloi8673 ปีที่แล้ว +1

    Bohut val lagil xuni..aru di thakib

  • @ranjubhagowaty5552
    @ranjubhagowaty5552 ปีที่แล้ว +3

    সচাই কথাখিনি বৰ ভাল লাগিল সকলো সচা কথা

  • @bnzo94
    @bnzo94 ปีที่แล้ว +6

    বহুত বহুত ধৈন্যবাদ দাদা ভগৱানে আপোনাৰ মঙ্গল কৰক। Touch in my heart.🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🎊🎊👌👌👌

  • @bhanitanath9404
    @bhanitanath9404 ปีที่แล้ว +1

    Bhut vl lgil

  • @rudragogoi4657
    @rudragogoi4657 ปีที่แล้ว +1

    Bhal lagil

  • @animablogs1726
    @animablogs1726 ปีที่แล้ว +9

    শ্ৰীকৃষ্ণই গীতাৰ বানী কোৱা দৰে বহুত ভাল লাগিল । ধন্যবাদ 🙏

  • @ajitngatey4449
    @ajitngatey4449 ปีที่แล้ว +3

    ভাল লাগিল পৰামৰ্শবোৰ আৰু এনেকুৱা দি থাকিব👏

  • @Cupidnice_44556
    @Cupidnice_44556 ปีที่แล้ว +1

    অতি সুন্দৰ

  • @jyotsnabordoloi899
    @jyotsnabordoloi899 ปีที่แล้ว +3

    Very nice video 👍👍

    • @geetikasarma1757
      @geetikasarma1757 ปีที่แล้ว

      ক্ষমা কৰিব নলগা তিনিজনৰ কথা গমেই নাপালো দেখোন

  • @atulbora8515
    @atulbora8515 ปีที่แล้ว +8

    🙏 কৃষ্ণ বৰ সুন্দৰ কথা, ঈশ্বৰে আপোনাক মঙ্গল কৰক,,, অতুল চন্দ্ৰ বৰা, গোলাঘাট টাউন চান্দ মাৰি 🙏🌷🪔🌷

  • @AjitGogoi-dp5yo
    @AjitGogoi-dp5yo ปีที่แล้ว +1

    বহুত ভাল লাগিল

  • @RinkuPhukon-ke8kv
    @RinkuPhukon-ke8kv 11 หลายเดือนก่อน +1

    Val lagil

  • @smmobilepoint
    @smmobilepoint ปีที่แล้ว +3

    ইমান ভাল লাগে আপোনাৰ কথা বোৰ ❤❤❤

  • @barasharanikarkha9471
    @barasharanikarkha9471 ปีที่แล้ว +3

    বহুত বহুত ভাল লাগিল দাদা। আপোনাৰ পৰা আৰু নতুন জ্ঞান পোৱাৰ আশা থাকিল

  • @sajidabegum5547
    @sajidabegum5547 ปีที่แล้ว

    বহু ভাল‌ লাগিল‌ এই খিনি কথাৰ ওপৰত মানি চলিম বুলি আখা কৰিছো

  • @user-pf5hk1fb1e
    @user-pf5hk1fb1e ปีที่แล้ว +1

    Val lagil VDO xuni❤❤

  • @puwaliharzarika
    @puwaliharzarika ปีที่แล้ว +4

    বহুবাৰ শুনিলো
    সঁচাকৈয়ে আপ্লুত হ'লোঁ।

  • @newaccounts3009
    @newaccounts3009 ปีที่แล้ว +9

    অতি সুন্দৰ কথা ,খুউব ভাল লাগিল শুনি।সুপ্ৰভাত 🙏🙏

  • @mukibulhussain2622
    @mukibulhussain2622 ปีที่แล้ว

    আজি ৰাতিপুৱা বিচনাৰ পৰা উঠি আপোনাৰ এই ভিডিঅ টো চালো সচাঁই বহুত ভাল লাগিল আপোনাক ধন্যবাদ

  • @dipkalita8273
    @dipkalita8273 ปีที่แล้ว +3

    বহুতো জ্ঞান লাভ কৰিলোঁ নমস্কাৰ

  • @gitikarabhaboro
    @gitikarabhaboro ปีที่แล้ว +4

    কৃতজ্ঞতাৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আপোনালৈ।

  • @BikanBaro-vm1mf
    @BikanBaro-vm1mf ปีที่แล้ว

    Apuni khundar khundar mahat bakyar Chitra akiba Jane. Thank you very much God bless you sir.

  • @pompikalita8277
    @pompikalita8277 ปีที่แล้ว +1

    সুন্দৰ ❤

  • @ddhemali2.040
    @ddhemali2.040 ปีที่แล้ว +13

    খুবেই ভাল লাগিল আজিৰ ভিডিঅ'টো।
    বিশেষকৈ আপুনি কোৱা এটা বিশেষ শাৰীয়ে মোৰ মন চুই গ'ল,,,‌
    " কাৰোবাৰ সুখৰ গল্প লিখিবলৈ ভাল পেঞ্চিল হ'ব নোৱাৰিলেও এডাল ভাল ৰবৰ হ'ব লাগে, যাতে তেওঁৰ দুখবোৰ মচি দিব পাৰি" ।❤️

  • @rajadaimary4408
    @rajadaimary4408 ปีที่แล้ว +7

    Your effort is very good,young generation will inspire.I request all who heard this teaching should share this video to near and dear .

  • @putulgogoi2420
    @putulgogoi2420 ปีที่แล้ว +1

    Val lagile

  • @manjugohain6786
    @manjugohain6786 ปีที่แล้ว

    অতি মূল্যৱান উপদেশ দিয়াৰ বাবে ধন্যবাদ ।

  • @Bhuganjali
    @Bhuganjali ปีที่แล้ว +3

    আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে ❤

  • @monalishamaut3443
    @monalishamaut3443 ปีที่แล้ว +7

    বৰ্তমান সময়ত এয়া জনাটো অতিকৈ গুৰুত্ব ,,,,,এটা হলেও মানিব পাৰিব এই মহৎ কথা বোৰ শুনি থাকিলে,,,, আশা কৰোঁ আগলৈ আৰু এনেকুৱা vido বোৰ পাবলৈ,💕

  • @hemantakumarnath9132
    @hemantakumarnath9132 ปีที่แล้ว

    অতিসুন্দৰ কথাবোৰ। ভাল লাগিল।

  • @Alexwasnot
    @Alexwasnot ปีที่แล้ว +1

    Hidoy sui gol .Akdom right kotha.

  • @akhilgogoi1869
    @akhilgogoi1869 ปีที่แล้ว +6

    Hoi bhout bhal lagil.

  • @chitraranjannath
    @chitraranjannath  ปีที่แล้ว +96

    আপোনালোকৰ মৰম আৰু সঁহাৰিয়ে মোক বহুত শক্তি আৰু সাহস দিছে।
    এইদৰেই মৰম আৰু সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ ❤❤

    • @gopalhazarika3593
      @gopalhazarika3593 ปีที่แล้ว +4

      AaaàaaaaAaaaaaaa

    • @viralworld7595
      @viralworld7595 ปีที่แล้ว +4

      মন চুই যাই সঁচাকৈ দাদা আপোনাৰ কথা বোৰে ❤️🙏

    • @rgrg5472
      @rgrg5472 ปีที่แล้ว +3

      কণ্ঠ আপোনাৰ নিজৰ নেকি ? সুধাৰ বাবে বেয়া নাপাব, সুমধুৰ বাবে জানিবৰ মন গ'ল-
      নতুন subscriber হ'লো-

    • @gitashreebaruah5509
      @gitashreebaruah5509 ปีที่แล้ว

    • @user-pk7ur6ro5y
      @user-pk7ur6ro5y ปีที่แล้ว +1

      ❤❤❤

  • @bhadrakantadas6101
    @bhadrakantadas6101 ปีที่แล้ว

    অতি উত্তম উপদেশ। ধন্যবাদ, জ্ঞাপন কৰিছোঁ।

  • @dharitriborah3273
    @dharitriborah3273 ปีที่แล้ว +1

    সুন্দৰ

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f ปีที่แล้ว +5

    নমস্কাৰ মহাশয়৷ পেৰণা দায়ক কথা বতৰাই মানুহক অনুপ্ৰেৰণা যোগাই কিছু আগবাঢ়ি যোৱাত৷ পুণৰ আশাৰাখিছো লগ পোৱাৰ আশাৰে৷🙏

  • @namitabaishya1275
    @namitabaishya1275 ปีที่แล้ว +4

    Very very nice. ❤️❤️❤️ 🙏🙏🙏

  • @sunilkumarborahsunilkumarb9328
    @sunilkumarborahsunilkumarb9328 ปีที่แล้ว +1

    Bhut bhal lagil dei

  • @kapilthakuriya3934
    @kapilthakuriya3934 ปีที่แล้ว +1

    Aponar vdo to sai bahut vl lgil

  • @littlegenius6824
    @littlegenius6824 ปีที่แล้ว +3

    Kotha khni a mn sui gol😒

  • @himraj5336
    @himraj5336 ปีที่แล้ว

    বৰ সুন্দৰ কৈ কথাখিনি উপস্থাপন কৰিছে বহুত বেছি ‌ভাল লাগিল

  • @gitanjalimalakar6441
    @gitanjalimalakar6441 11 หลายเดือนก่อน +1

    Aamar logot kisu mil ase khotha bilak thank you so much dada ❤️ bohut val lagil xuni 😊😊

  • @mrajithborojaan3530
    @mrajithborojaan3530 ปีที่แล้ว

    আপোনাৰ এই Vedio টোপনি চাই সচাকৈ বহুতো ভাল লাগিল ধন্যবাদ

  • @deepulthakuriya2168
    @deepulthakuriya2168 ปีที่แล้ว

    অতি সুনদৰ কথাবোৰ জানিব পায় বহুত ভাল লাগিল

  • @purabidihingia8784
    @purabidihingia8784 11 หลายเดือนก่อน

    বহুত ভাল লাগিল শুনি । মনটো ভাল লাগি গল।ধন্যবাদ।

  • @brain5022
    @brain5022 ปีที่แล้ว

    সুন্দৰ, অতি সুন্দৰ।অন্তৰ স্পৰ্শ কৰি গ'ল।

  • @poraghandique6020
    @poraghandique6020 ปีที่แล้ว

    বঢ়িয়া কথা কলে ধন্যবাদ জনালোঁ ।।

  • @mrsanygaming1273
    @mrsanygaming1273 9 หลายเดือนก่อน +1

    ভাল লাগিল ।

  • @bipinsaikia1597
    @bipinsaikia1597 ปีที่แล้ว

    ধনযবাদ । কথাবোৰে হৃদয় চুই গৈছে। আৰু এনে video -ৰ বাবে আশাৰে বাট চালো।

  • @dibakardas2717
    @dibakardas2717 ปีที่แล้ว +1

    Dada bohou bohut val lagile video tu sai ❤❤❤❤❤❤❤❤

  • @sadiknihar3280
    @sadiknihar3280 ปีที่แล้ว +1

    Birat bhal lagil❣️

  • @rtamuli8511
    @rtamuli8511 ปีที่แล้ว +1

    ভাল লাগিল ❤

  • @user-uy9fp8dx9n
    @user-uy9fp8dx9n ปีที่แล้ว

    খুউৱ ভাল উপদেশ কিছুমান পালোঁ বৰ ভাল লাগিল ।

  • @babygowalla.572
    @babygowalla.572 ปีที่แล้ว +1

    Bhut vl lagile video 2 dada.

  • @jyotimamedhi8919
    @jyotimamedhi8919 ปีที่แล้ว +1

    xuni bht bhal lagil sir..😊👍

  • @DharjyaChoudhury-sz8bq
    @DharjyaChoudhury-sz8bq 9 หลายเดือนก่อน

    Bhal lagil video to nishoi share korim

  • @user-jf6vg9yc7k
    @user-jf6vg9yc7k ปีที่แล้ว +1

    Just Exceptional

  • @dhirendeka6638
    @dhirendeka6638 9 หลายเดือนก่อน

    Bahut bahut dhanyavad ene upadesh banie sokolore Mangal karak god bless you jayshri krishna

  • @user-sn8vs3gy8i
    @user-sn8vs3gy8i ปีที่แล้ว

    Bohut bhal lagil ai juktipurna kotha bur huni.

  • @jaanbro7225
    @jaanbro7225 ปีที่แล้ว

    Bhut bhut Val lagil ai video 2 Sai aru njna kotha bhut hikilu thanks you so much ye video ke liye

  • @tonujabegum131
    @tonujabegum131 11 หลายเดือนก่อน

    ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিলো।