ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Xasake ai geet bur bor bhal purani smrity xuarai diye...! ❤❤❤
বহুত ধন্যবাদ।
খুৱ সুন্দৰ।
Bohut sundar sunee
আমি এজন সচা শিল্পীক হেৰুৱালো। মাটিৰ মানুহ।জাতিৰ কাৰণে দি যোৱা গীতে সমূহ তাৰ নিৰ্দষণ।
সুন্দৰ গীত
❤ জয় আই অসম ❤
ইমান খিনি জ্যোতি সঙ্গীত একেলগে শুনাৰ সৌভাগ্যৰ বাবে ধন্য মানিছো। সংগ্ৰহকাৰীলৈ ধন্যবাদ জনাইছো। 🎉
আপোনাৰ মনপুত হোৱাৰ বাবে ভাল লাগিল
❤ জয় আই অসম ❤
সুন্দৰ গীত। বহুত মৰম লাগা ভাল লাগা.... ❤❤❤
সংস্কৃতিৰ ভেটি গঢ়োতা সুন্দৰৰ সাধক চিৰ যুগমীয়া শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলিৰ লগতে post দাঁতালৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Mon Pran jur pori gol.khub bhal lagil jyoti sangeet samuh suniboloi pai.
Nice songs
I salut him . Founder of our culture from the grass level....🎉🎉🎉....
মন পৰশা গীত ৷ চিৰসেউজ গীত
আজি এজন অসমীয়া হিচাবে স্বদ্ধাৰে সোৱৰীছো
তুলনা বিহিন
মতামতৰ বাবে অশেষ ধন্যবাদ
"কিয় ৰৈ ৰৈ কেতেকী..." এইটো জ্যোতি সংগীত নহয়
Title ত (জ্যোতি সংগীত+) বুলি আৰু Description সবিশেষ দিয়া হৈছে
Ok
'কাৰ অধৰৰ হেঙুলেৰে' আৰু 'কিয় ৰৈ ৰৈ কেতেকী বিনাৱ'- এই গীত দুটি জ্যোতি সংগীত নহয়।...
OK...
জ্যোতি সংগীত সদায়ে ভাল পাওঁ, কিন্তু ফটোৰ উপস্থাপন অলপ ভাল লগা নাই
😂