আৰক্ষীয়ে একপ্ৰকাৰ পলুৱাই পঠিয়ালে নেকি জাহাংগীৰৰ ভাতৃ জাহিদুৰক......কিন্তু কিয়?

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ก.ย. 2024
  • অৱশেষত ধুবুৰীলৈ আহিল জাহাংগীৰ হুছেইনৰ ভাতৃ। ঢকুৱাখনাৰ পৰা ধুবুৰীলৈ ৰাওনা জাহিদুৰ হুছেইন। আৰক্ষীয়ে একপ্ৰকাৰ পলুৱাই পঠিয়ালে জাহাংগীৰৰ ভাতৃ জাহিদুৰক। গোগামুখলৈকে আৰক্ষীয়ে আগবঢ়াই দিলে জাহিদুৰক। সমান্তৰালভাৱে জেৰা চলিছে সুনীলৰ অসুস্থ পুত্ৰৰ। ঘটনাৰ সবিশেষ চাওক আমাৰ এক প্ৰতিবেদন।
    #PratidinTime #assam #AssamNews #sunilgogoi

ความคิดเห็น • 60

  • @JugalRay-vi5xn
    @JugalRay-vi5xn 3 หลายเดือนก่อน +14

    ঢোকুৱাখানা সমস্যা টো যদি সমাধান কৰিৱ নৱাৰে ২০২৬ ত হেমন্ত বিশ্ব শৰ্মা আৰু ৰাজ কৰিৱ নোৱাৰে 😊😊😊😊😊

  • @ifranhussain3407
    @ifranhussain3407 3 หลายเดือนก่อน +2

    এয়াই হৈছে অসমৰ SMART POLICE. 😊

  • @Indian23537
    @Indian23537 3 หลายเดือนก่อน +7

    Dhakuakhana raiz, please ulai ahok sobei. DNA report rajuhua koribo lage. Police a natok kori ase.

  • @NOBAJITBORA-d8y
    @NOBAJITBORA-d8y 3 หลายเดือนก่อน

    আৰক্ষীৰ সম্পূৰ্ণ হাত আছে।। 2:54

  • @pitambarabhoypuria6492
    @pitambarabhoypuria6492 3 หลายเดือนก่อน +14

    Jonmoni Rabha ৰ কেচটোৰ দৰে নাটক কৰি সুনীল গগৈক অকলে হত্যাকাৰী আৰু পলাতক সজাই কেছ সামৰিব বুলিয়ে ধাৰনা হৈছে।

  • @PurnimaGogoi-w6e
    @PurnimaGogoi-w6e 3 หลายเดือนก่อน +37

    জয়ন্ত গোস্বামীক কিয় জেৰা কৰা নাই??জোনমনী ৰাভাৰ দৰে একেই হৈ পৰিব।দিন বাগৰি গৈ আছে ক্লু হেৰাই গৈ আছে।😱😱

  • @hemantanath1175
    @hemantanath1175 3 หลายเดือนก่อน +25

    অসম পুলিচ বুলি ক'লে ঘীনলাগে

  • @AtulBorah-gh8up
    @AtulBorah-gh8up 3 หลายเดือนก่อน +18

    জাহিংগি হে জিয়াই আছে

  • @thehouseofftllchannel5706
    @thehouseofftllchannel5706 3 หลายเดือนก่อน +6

    চুনিলক হত্যা কৰোৱাবৰ বাবে জাহাংগিক এদিনৰ আগতে লুকোৱাই ৰাখিছিল নেকি তিতৃয় পক্ষই চুনিলক হত্যা কৰোৱাই পলোৱাই পথালে নেকি জাহাংগিক কিয় দি এন এ পৰীক্ষা কৰিবৰ কাৰণে হায়দৰাবাদলৈ পথাব লগা হয় অসম খন ইমান ভিক্ষাৰী নেকি ভাসন বৰ বৰ কাম নাই এইবোৰ চালে কিবা ওপৰৰ মাল আছে

  • @7gc970
    @7gc970 3 หลายเดือนก่อน +6

    গোস্বামীৰ পৰা আৰক্ষীৰে টকাৰ খাই এইবোৰ নাটক কৰি আছে ।আৰক্ষীৰে মিছাৰ কৈ সোনিল গগৈৰ পৰায়ালক শাস্ত্ৰীৰ দি আছে । সোনিল গগৈক হত্যাৰ কৰি নাপাত্ৰা কৰিলে গোস্বামীৰ পাৰতিয়ে

  • @kukilchutia8910
    @kukilchutia8910 3 หลายเดือนก่อน +5

    অসম পোলিছ কিমান টকা পোত গ'ল লখিমপুৰ

  • @DwijenPhukan
    @DwijenPhukan 3 หลายเดือนก่อน +5

    মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবি কৰি সমগ্ৰ ঢকুৱাখনাৰ ৰাইজ ৰাজপথলে ওলাই আহক !
    পুলিচে নাটক কৰি আছে ...!!!

  • @RupaliBorahRupaliBorah-tn5gy
    @RupaliBorahRupaliBorah-tn5gy 3 หลายเดือนก่อน +4

    জয়ন্ত গোস্বামীক জেৰা কৰিলেই সকলো তথ্য উলাই পৰিব

  • @RanjitDeka-b9i
    @RanjitDeka-b9i 3 หลายเดือนก่อน +23

    জয়ন্ত গোস্বামীৰ পত্নীক জেৰা কৰিলে বোধ হয় ক্লু লাভ কৰিলে হেতেন ! গোগামুখৰ সেই হোটেলৰ চিচি টিভি পরীক্ষা কৰিলে নে? জাহাঙ্গীৰে কোন ঠাইত ফোন চুইচ্চ অফ কবিছিল ? জাহাঙ্গীৰক কোনে চিন্তিত অবস্থাত দেখিছিল ? জাহাঙ্গীৰৰ সুনীল গগৈৰ আশে পাশে কোনেও দেখা পোৱা নাচিল 1 অথচ ফোনৰ লোকেচন তাত দেখুৱাছিল | ্তার মানে জাহাঙ্গীৰ ঘাটকৰ বাহনত আত্মগোপন কৰি আছিল নেকি ? সাধাবণ মানুহৰ আলোচনাত এনেকুৱা কথা আলোচনা হয় | পুলিচৰ মাজত নহয়নে ?

  • @dipankarhazarika7134
    @dipankarhazarika7134 3 หลายเดือนก่อน +5

    এই সকলো ঘটনাৰ লগত পসাষন অথবা চৰকাৰি বৰমুৰীয়া সকল জৰিত আছে যেন অনুমান হয়। অসম আৰক্ষী ইমান দুৰ্বল নে ? জন সাধাৰনে 😂কাক বিশ্বাস কৰিব এনেকৈ হলে

  • @BhagyabatiChetia
    @BhagyabatiChetia 3 หลายเดือนก่อน +13

    পুলিচ মেনেজ হৈচে যেন পাও।

    • @krishnokachari7913
      @krishnokachari7913 3 หลายเดือนก่อน

      Atiya loike nai aru agotei Manege hoi gol....aru atiya CID Ghenta dal koribo kela.... Rejalt Big 0, Koni guti uliyabo....

  • @BasantaTamuly-ht9bz
    @BasantaTamuly-ht9bz 3 หลายเดือนก่อน +3

    লাভলি কাটিয়াৰক আনি শেষত ফাইল বন্ধ কৰিব থব লাগিব।

  • @RajibdoleyRajibdoley
    @RajibdoleyRajibdoley 3 หลายเดือนก่อน +6

    জুনমণি ৰাবৰ ধৰনে হৱ যেণ লাগিছে

  • @papuborgohain8156
    @papuborgohain8156 3 หลายเดือนก่อน +18

    সুনিল গগৈ এ আছিল যেন পাও মৃতদেহটো

  • @IamTimung
    @IamTimung 3 หลายเดือนก่อน +7

    নোৱাৰে এই পুলিচ মোখা কিটা, গ'ল এইটো কেচ আৰু দুই তিনি দিনৰ ভিতৰত হেৰাই যাব ।

  • @GobinRegon
    @GobinRegon 3 หลายเดือนก่อน +7

    পুৰস্কাৰৰ লোভ কাৰো নাই। দেখিলে এনেও কয়দিব।

  • @ForidulIslam-jp1nv
    @ForidulIslam-jp1nv 3 หลายเดือนก่อน +4

    Sunil gogoi & wife call recorder news ot dekhilo , & CRPF jawan kahili para , BJP leader , kandu se se se

  • @dipalidutta6735
    @dipalidutta6735 3 หลายเดือนก่อน +3

    Engineerk Hudha Pusha karib Lage,

  • @pranabkumartamuli5828
    @pranabkumartamuli5828 3 หลายเดือนก่อน +6

    Janiyu najane police

  • @ManjuDas-b8q
    @ManjuDas-b8q 3 หลายเดือนก่อน +1

    অসম আৰক্ষী য়ে কেৱল দুখীয়াকহে হাৰাৰ শাস্ত্ৰী কৰিব পাৰে ভুল শুদ্ধ বিচাৰ নকৰে কেৱল পইচা চিনি পাই

  • @dipildutta1545
    @dipildutta1545 3 หลายเดือนก่อน +2

    আযিৰ পৰা এইতো নিউজ নাছাও কাকনো বুলীবা ককা চবৰে দাড়ী ছুলী পকা ---মনত পৰে এনেতে--- জুনমনি লৈ ---------------

  • @kukilchutia8910
    @kukilchutia8910 3 หลายเดือนก่อน +2

    এখন নাতক ৰছিছে 😢

  • @JyotikaKuli
    @JyotikaKuli 3 หลายเดือนก่อน +3

    Suniloke hitiya korise jahangir noy

  • @ThakursingBorkola-eq4jv
    @ThakursingBorkola-eq4jv 3 หลายเดือนก่อน +1

    Sorkaro obhela jaintok haste dela ulai porebo mamaro dukh at porebo

  • @NOBAJITBORA-d8y
    @NOBAJITBORA-d8y 3 หลายเดือนก่อน +1

    আৰক্ষীৰ সম্পূৰ্ণ হাত আছে।।

  • @NabajitMedhi-ri4to
    @NabajitMedhi-ri4to 3 หลายเดือนก่อน +1

    Bormuriya jorit

  • @AnimaBaching-q6h
    @AnimaBaching-q6h 2 หลายเดือนก่อน

    সুনিল গগৈ এ আছিল মৃতদেহটো %

  • @ranujpanging9243
    @ranujpanging9243 3 หลายเดือนก่อน

    Assam police bur gush kuwahe.atau Val police nai.

  • @NOBAJITBORA-d8y
    @NOBAJITBORA-d8y 3 หลายเดือนก่อน

    আৰক্ষীৰ সম্পূৰ্ণ হাত আছে।।

  • @NOBAJITBORA-d8y
    @NOBAJITBORA-d8y 3 หลายเดือนก่อน

    আৰক্ষীৰ সম্পূৰ্ণ হাত আছে।।

  • @ChandraGohain-n1h
    @ChandraGohain-n1h 3 หลายเดือนก่อน +1

    Assam. P, Kam,, nai

  • @jogendranarayanbaruah8011
    @jogendranarayanbaruah8011 3 หลายเดือนก่อน

    Assam police atia
    Ki kobo? Akarmanya buli agor khyati heral neki ?

  • @RajuSaikia-y9h
    @RajuSaikia-y9h 3 หลายเดือนก่อน +1

    😢😢😢😢😢😢😢😮😮😮

  • @intajulzaman4393
    @intajulzaman4393 3 หลายเดือนก่อน

    Beya lagil, Jahangirar babe,Jaliba kintu Axoma,Bisar karok khonkale

  • @pp_wonderer9269
    @pp_wonderer9269 3 หลายเดือนก่อน

    Sting operation kori nasao kio ......he Goswami bula manhu tuk😂😂😂😂😂😂

  • @madhurjyabaishya5126
    @madhurjyabaishya5126 3 หลายเดือนก่อน

    অসম আৰক্ষী বুলি কলে ভাল হব নেকি।

  • @pabankrgogoi8471
    @pabankrgogoi8471 3 หลายเดือนก่อน +1

    কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা ।

  • @rantuChetia-w8t
    @rantuChetia-w8t 3 หลายเดือนก่อน

    Political kiba ase sage

  • @sumgogoi9025
    @sumgogoi9025 2 หลายเดือนก่อน

    Lllp😅😅

  • @Libra-9rr
    @Libra-9rr 3 หลายเดือนก่อน

    Ulti case d diok na pulisr uprt court case korok

  • @sumgogoi9025
    @sumgogoi9025 2 หลายเดือนก่อน

    Llll

  • @IsmailHussain-x4o
    @IsmailHussain-x4o 3 หลายเดือนก่อน

    Kinu fulto news kri asa..

  • @ujjalkonwar2859
    @ujjalkonwar2859 3 หลายเดือนก่อน

    😮😮😮
    অ .....

  • @NOBAJITBORA-d8y
    @NOBAJITBORA-d8y 3 หลายเดือนก่อน

    আৰক্ষীৰ সম্পূৰ্ণ হাত আছে।।

  • @krishnokachari7913
    @krishnokachari7913 3 หลายเดือนก่อน +2

    Dhui....bad de aru kela aibilak....Enei misake Natok kori thokatkoi 😅😅😅 lastot goi Rejalt Big 0, Aluguti ulabo 😅😅 Junmoni Rabha dore hbo...aji 26 din hoi gol...ki Ghenta dal ulale 😅😅😅 Kam nai aru....Bosor, Bosor tdnto korilew aku Ghenta dal koribo nuare 😅😅😅 ( Eyar Rohoiso to olp beleg...Bujai bujise aru....😮