ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
সুন্দৰ আৰু গুৰুত্বপূৰ্ণ বক্তব্য।দল মত নিৰ্বিশেষে সকলো ৱে ৰাজীৱৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰক
আমাৰ মৰমৰ গণশিল্পী ৰাজিৱ শদিয়া লৈ শ্ৰদ্ধাঞ্জলি জনালোঁ।
ৰাজীৱ শদিয়া অমৰ হওঁক ।জয় আই অসম
আপোনালোকক বহুত বেছি ধন্যবাদ থাকিল ৰাজিৱ দাদাৰ ঘৰলৈ আহি খবৰ লোৱাৰ বাবে
যি কম সঁচা কম-------------হে মোৰ হিয়া মন জুৰ পেলোৱা মহান শিল্পী,---------------------হে মোৰ বিপ্লৱী শিল্পী-------------হে মোৰ জাতীয় শিল্পী-----------+-তোমাৰ দৰে শিল্পী আৰু জন্ম নহয় ।তুমি অদ্বিতীয়, তুমি জনতাৰ প্ৰাণৰোপ্ৰাণৰ শিল্পী ---------------তোমাক নমস্কাৰ ।।।
100%Right❤🎉
আমাৰ মৰমৰ গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলী জনাল । 🙏🙏
ৰাজীৱ শদীয়া দেৱলৈ সশ্ৰদ্ধ প্ৰনাম ! তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক ! অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শলাগ লৈছোঁ !🙏🙏🙏
Rajiv daa apuni hodai amar monot thakibo❤❤❤
শুভ লক্ষণ।এই জাতি মাটিৰ কথা কোৱা বৰঘৰীয়াই গমকে নাপায়নেকি?
Great disecon Debobroto Saikia sir❤❤❤
Good job 👍🏻
ThankyouBhupenBorahSir❤
মহান শিল্পী গৰাকীৰ ঘৰলৈ গৈ সান্তনা দিয়াৰ বাবে কংগ্ৰেছ দলক শলাগ লৈছো ,এই সময়ত প্ৰতিজন অসমীয়াই সদ্য প্ৰয়াত গণ শিল্পী গৰাকীক সান্ত্বনা দিব লাগে ।
Dhanyavaad@ Assam Prodesh Congress Committee❤❤❤
.ইয়াৰ পৰাই গণ শিল্প জনলৈ সেৱা জনাইছো জয় আই অসম
Goog sir
এজন শিল্পীৰ মৃত্যুৰ পাছত এনেকৈ যে গৈছে তেওঁ বা তেওঁৰ দৰে শিল্পী সকলৰ জীৱিত অৱস্থাত খবৰ এটি লবলৈ মাজে মাজে ৰাজনীতি নেতা বা সংগঠনৰ ব্যক্তি সকল যাব নোৱাৰি নে?এতিয়া গৈছে খবৰ লৈছে এইটো বহুত ভাল কথা আমিও যাব লাগিছিল যদিও যাব পৰা নাই আমি ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ।তেওঁৰ আত্মাৰ সদগতিৰ কামনাৰ্থে।
নেতা সকলে গৈছে ভাল লাগিছে
Jiyai thakute goleo mediya najai je hei karne hoitu gm napau
কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলে প্ৰয়াত আমাৰ মৰমৰ শিল্পীজনৰ খবৰ লোৱাৰ বাবে কংগ্ৰেছ দলটোক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
অতি সুন্দৰ প্ৰদৰ্শন। বৰ ভাল লাগিলে
Jai aai axom 👍
Very nice 👍
Thank you bhupen sir❤❤
সুন্দৰ পদক্ষেপ কংগ্ৰেছ দলৰ।
Good work sir
Very nice Video ❤🎉 Thanks
Bhupen sir aapunaluke Rajib da paryal. tuk hahai karar karane bahut bahut dhanyabad
কংগ্রেস জিন্দাবাদ, শাহ লব লগীয়া আপোনালোকৰ সুন্দৰ পদক্ষেপ।
শলাগ লব লগীয়া পদক্ষেপ অসম কংগ্রেস দলৰ।
Congress jindabad eibar ujanit bohut sitot jikibo congress
Good ❤❤
Thankyou sir
Very nice step
Good sir
Dhanya baad sir
Good
Only 2 lakh, minimum 10 lakh dibo lagisil.
আপোনালোকক বহুত বহুত ধন্যবাদ দুই লাখ টকা ৰ চেক দিয়া ৰ বাবে।
ৰাজনৈতিক নেতাৰ বজাৰ আৰম্ভ হ'ল।
চেগচাই কঠিয়া পৰা ভূপেন বৰা।
Thanks .
Congress good
Rajib Sadiya amar majot hodai jiyai thakibo
হয়, একদম সচাঁ কথা।
ভাল কথা কৈছে
Rip..good step assam congress
Very Great decision by Congress party.
আপোনালোকলৈ আৰ্শীবাদ থাকাল।
শিয়ালৰ যাক। ঘৰিয়ালৰ কথা ৰ্বতা।
মানুহৰ মৃত্যু ও ৰাজনৈতীক জনদৈক্ষু মুখ
🙏🙏🙏
❤
Very good
Good thinking for congress members.Aomar houk Goana helpee Rajiv hodiya Dangariya.
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক নম্বৰ সত্ৰী ৰাজীৱ সদীয়া গগৈ বিজেপি দুৰ্নীতি গান গোৱা বাবেই হিমন্ত বিশ্ব শৰ্মা দছমন
❤❤
Rajib amar majot sadai thakibo amor hoi thakibo
এই কেইটাই চল চাই কঠিয়া পৰিছে।।
🙏
কংগ্ৰেছ দলে দেশ স্বাধীন কৰিলে আমি এখন সংবিধানৰ তলত জিৱন নিৰ্বাহ কৰি আছোঁ বিজেপি দলৰ কৰ্মী হলেই বিজেপি দলল চৰকাৰৰ সপক্ষে কমন্টে দিব নালাগে
ৰাজনিতীকৰ ইয়াত অধীকাৰ নায়
Emn din kot asii
ভাল কাম কৰিলে যদিহে কেৱল ৰাজনীতিৰ খাতিৰত যোৱা নাই
মুখ্য মন্ত্ৰী গৰাকীয়ে তেওঁৰ পত্নী আৰু সন্তানটিৰ ভৱিষ্যত যাতে কষ্ট নহয় তাৰ সুবিধা কৰি দিয়ে , এয়ে অনুৰোধ
কঙগেৰচ কেতিয়াৰ পৰা জাতীয়তাবাদী হ'ল।
সত্য 😂
Rajibor ahban kamot logale jatitur asomia rupe jiai thakibo
Vote bank
এগৰাকী তথাকথিত তাৰকা গায়কে এতিয়া পৰিয়ালটিৰ বিৰূদ্ধে যড়যন্ত্ৰ কৰিছে কাৰ উৎসাহত নেজানো কিন্তু
কাৰ গীতলৈ কোনে কান সাৰ দিয়ে।
Thankyou bhupen borah sir
Don't politics there, Please pay to unfortunate family member at least minimum Rs. 10 laks
Etiya manuh bure emaan uthi pori lagise kintu jiyai thakute tewon kiyo honmaan napaale.
Agote ehoteu sini napai sagoi atia politics koribo ahi gol sob , Akhil uddin, Bhupen Ali😂
NirapadA thakiboloy ata ghor diajan
Axomia valpuwa dhani byakti xakale muktamone Rajib xadiar parialok xohai korok,agbahi ahok aru hokoluke dekhai diok, raige he roja
Hobo aru manuh ghorok okon hanti deok kiman nu aru amoni di thake
😂😂😂😂... Vot bank bonai dile.. Hilpik.... 😂😂😂😂.... Ei e...... Hipa... Hindit kole... Okad..
Netai bohu kothai koi ahe...AC garit bohar pisot gutei bur AC r hawat thanda pori jai...
Emsn din kt asil aponi
Labal.disa.aru.
Bjp k. Gali di napahribi
❤😢😂
ৰাজনীতি আৰম্ভ হ'ল আৰু
Birudhi neta bure raije gono hilpi buli sukriti dia mitrur khobor loboloi goiu rajniti bhakhon dise. Taloi goisei jetia khontek homoir karone ajon hadharon manuhor dore hokolu pahori bocktobyo dibo nuware nki... Bhupen borai pahori jabo nalage j heibur gitor prai bur gitei congressor dinorei git... Apuni pahori najabo kakopothar 2006 sonot nki.. aru beltolar ghotona...
Tohoti kela tat politics nkribi bhai BJP AGP congress jiyai houk..... rajib daa amar hol axomia jatir karna...
এই site tu কংগ্ৰেছ দলৰ ফাইনেল
Kotha bisari napali
Bhahut bhall khata
Tahatar udeshya bilak je aru ! Goisa bhal katha, jaba lage . Mrityu agate Kiman khabar rakhisila ? Tomaloke votar ankat goisa. Onh; laj lagise !
😂😂😂😂😂
বেলেগ কাম নাই নেকি তোমাৰ নিচিনা ৰাজনৈতিক নেতাৰ। তুমাৰ তেলত কোনো পিছলি নপৰে ভূপেন বৰা ডাঙৰীয়া। চৰকাৰৰ কথা কৈ কাকো আবেগিক নকৰি আপুনি নিজে যি কৰে কৰক জয় আই অসম।
th-cam.com/video/7J3bIEZds0s/w-d-xo.htmlsi=QT9ELbINAoitzigh
Very nice ❤🎉
Good ❤❤❤❤
❤❤❤
🙏🙏
সুন্দৰ আৰু গুৰুত্বপূৰ্ণ বক্তব্য।দল মত নিৰ্বিশেষে সকলো ৱে ৰাজীৱৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰক
আমাৰ মৰমৰ গণশিল্পী ৰাজিৱ শদিয়া লৈ শ্ৰদ্ধাঞ্জলি জনালোঁ।
ৰাজীৱ শদিয়া অমৰ হওঁক ।জয় আই অসম
আপোনালোকক বহুত বেছি ধন্যবাদ থাকিল ৰাজিৱ দাদাৰ ঘৰলৈ আহি খবৰ লোৱাৰ বাবে
যি কম সঁচা কম-------------
হে মোৰ হিয়া মন জুৰ পেলোৱা মহান শিল্পী,---------------------
হে মোৰ বিপ্লৱী শিল্পী-------------
হে মোৰ জাতীয় শিল্পী-----------+-
তোমাৰ দৰে শিল্পী আৰু জন্ম নহয় ।
তুমি অদ্বিতীয়, তুমি জনতাৰ প্ৰাণৰো
প্ৰাণৰ শিল্পী ---------------
তোমাক নমস্কাৰ ।।।
100%Right❤🎉
আমাৰ মৰমৰ গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলী জনাল । 🙏🙏
ৰাজীৱ শদীয়া দেৱলৈ সশ্ৰদ্ধ প্ৰনাম ! তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক ! অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শলাগ লৈছোঁ !🙏🙏🙏
Rajiv daa apuni hodai amar monot thakibo❤❤❤
শুভ লক্ষণ।এই জাতি মাটিৰ কথা কোৱা বৰঘৰীয়াই গমকে নাপায়নেকি?
Great disecon Debobroto Saikia sir❤❤❤
Good job 👍🏻
ThankyouBhupenBorahSir❤
মহান শিল্পী গৰাকীৰ ঘৰলৈ গৈ সান্তনা দিয়াৰ বাবে কংগ্ৰেছ দলক শলাগ লৈছো ,এই সময়ত প্ৰতিজন অসমীয়াই সদ্য প্ৰয়াত গণ শিল্পী গৰাকীক সান্ত্বনা দিব লাগে ।
Dhanyavaad@ Assam Prodesh Congress Committee❤❤❤
.ইয়াৰ পৰাই গণ শিল্প জনলৈ সেৱা জনাইছো জয় আই অসম
Goog sir
এজন শিল্পীৰ মৃত্যুৰ পাছত এনেকৈ যে গৈছে তেওঁ বা তেওঁৰ দৰে শিল্পী সকলৰ জীৱিত অৱস্থাত খবৰ এটি লবলৈ মাজে মাজে ৰাজনীতি নেতা বা সংগঠনৰ ব্যক্তি সকল যাব নোৱাৰি নে?এতিয়া গৈছে খবৰ লৈছে এইটো বহুত ভাল কথা আমিও যাব লাগিছিল যদিও যাব পৰা নাই আমি ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ।তেওঁৰ আত্মাৰ সদগতিৰ কামনাৰ্থে।
নেতা সকলে গৈছে ভাল লাগিছে
Jiyai thakute goleo mediya najai je hei karne hoitu gm napau
কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলে প্ৰয়াত আমাৰ মৰমৰ শিল্পীজনৰ খবৰ লোৱাৰ বাবে কংগ্ৰেছ দলটোক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
অতি সুন্দৰ প্ৰদৰ্শন। বৰ ভাল লাগিলে
Jai aai axom 👍
Very nice 👍
Thank you bhupen sir❤❤
সুন্দৰ পদক্ষেপ কংগ্ৰেছ দলৰ।
Good work sir
Very nice Video ❤🎉 Thanks
Bhupen sir aapunaluke Rajib da paryal. tuk hahai karar karane bahut bahut dhanyabad
কংগ্রেস জিন্দাবাদ, শাহ লব লগীয়া আপোনালোকৰ সুন্দৰ পদক্ষেপ।
শলাগ লব লগীয়া পদক্ষেপ অসম কংগ্রেস দলৰ।
Congress jindabad eibar ujanit bohut sitot jikibo congress
Good ❤❤
Thankyou sir
Very nice step
Good sir
Dhanya baad sir
Good
Only 2 lakh, minimum 10 lakh dibo lagisil.
আপোনালোকক বহুত বহুত ধন্যবাদ দুই লাখ টকা ৰ চেক দিয়া ৰ বাবে।
ৰাজনৈতিক নেতাৰ বজাৰ আৰম্ভ হ'ল।
চেগচাই কঠিয়া পৰা ভূপেন বৰা।
Thanks .
Congress good
Rajib Sadiya amar majot hodai jiyai thakibo
হয়, একদম সচাঁ কথা।
ভাল কথা কৈছে
Rip..good step assam congress
Very Great decision by Congress party.
আপোনালোকলৈ আৰ্শীবাদ থাকাল।
শিয়ালৰ যাক। ঘৰিয়ালৰ কথা ৰ্বতা।
মানুহৰ মৃত্যু ও ৰাজনৈতীক জনদৈক্ষু মুখ
🙏🙏🙏
❤
Very good
Good thinking for congress members.Aomar houk Goana helpee Rajiv hodiya Dangariya.
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক নম্বৰ সত্ৰী ৰাজীৱ সদীয়া গগৈ বিজেপি দুৰ্নীতি গান গোৱা বাবেই হিমন্ত বিশ্ব শৰ্মা দছমন
❤❤
Rajib amar majot sadai thakibo amor hoi thakibo
এই কেইটাই চল চাই কঠিয়া পৰিছে।।
🙏
কংগ্ৰেছ দলে দেশ স্বাধীন কৰিলে আমি এখন সংবিধানৰ তলত জিৱন নিৰ্বাহ কৰি আছোঁ বিজেপি দলৰ কৰ্মী হলেই বিজেপি দলল চৰকাৰৰ সপক্ষে কমন্টে দিব নালাগে
ৰাজনিতীকৰ ইয়াত অধীকাৰ নায়
Emn din kot asii
ভাল কাম কৰিলে যদিহে কেৱল ৰাজনীতিৰ খাতিৰত যোৱা নাই
মুখ্য মন্ত্ৰী গৰাকীয়ে তেওঁৰ পত্নী আৰু সন্তানটিৰ ভৱিষ্যত যাতে কষ্ট নহয় তাৰ সুবিধা কৰি দিয়ে , এয়ে অনুৰোধ
কঙগেৰচ কেতিয়াৰ পৰা জাতীয়তাবাদী হ'ল।
সত্য 😂
Rajibor ahban kamot logale jatitur asomia rupe jiai thakibo
Vote bank
এগৰাকী তথাকথিত তাৰকা গায়কে এতিয়া পৰিয়ালটিৰ বিৰূদ্ধে যড়যন্ত্ৰ কৰিছে কাৰ উৎসাহত নেজানো কিন্তু
কাৰ গীতলৈ কোনে কান সাৰ দিয়ে।
Thankyou bhupen borah sir
Don't politics there, Please pay to unfortunate family member at least minimum Rs. 10 laks
Etiya manuh bure emaan uthi pori lagise kintu jiyai thakute tewon kiyo honmaan napaale.
Agote ehoteu sini napai sagoi atia politics koribo ahi gol sob , Akhil uddin, Bhupen Ali😂
NirapadA thakiboloy ata ghor diajan
Axomia valpuwa dhani byakti xakale muktamone Rajib xadiar parialok xohai korok,agbahi ahok aru hokoluke dekhai diok, raige he roja
Hobo aru manuh ghorok okon hanti deok kiman nu aru amoni di thake
😂😂😂😂... Vot bank bonai dile.. Hilpik.... 😂😂😂😂
....
Ei e...... Hipa... Hindit kole... Okad..