ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অসমৰ এক অপূৰণীয় ক্ষতি সঁচাকৈ।মৰম দিলোঁ যোৰহাটৰ পৰা ❤
ৰাজীৱ শদিয়া আমাৰ অসমৰ এজন মহান গণশিল্পী আছিল । তেওঁৰ অনুপস্থিতি আমাৰ বাবে এক অপুৰণীয় ক্ষতি । তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক🪔🪔🪔
ৰাজীৱ পুনৰ জন্ম হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷
এজন উদীয়মান কণ্ঠশিল্পী আমাৰ মাজৰ পৰা হেৰাই গ ল। অতি দুখৰ কথা। তেওঁৰ আত্মায় চিৰশান্তি লাভ কৰক। এয়েই ভগৱানৰ ওচৰত প্ৰাৰ্থনা।
হেৰাই গল এটি জোনাক
ডক্টৰ ভুপেন হাজৰিকা আৰু ৰাজীব শদিয়া দুয়োজন গণ শিল্পী শদিয়াতেই জন্ম হৈছিল । ৩য় জনও ভৱিষ্যতে শদিয়াৰ পৰাই আশা কৰিলো ।
Hoy
অসমৰ জাতীয় জীৱনৰ কাৰনে এক অপূৰণীয় ক্ষতি ,মহান শিল্পী গৰাকী প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় থাকিব 🙏🙏
Ami bohut heriwalun dada om santi
আকৌ যেন এজন ৰাজীব শদিয়াৰ জন্ম হয় ভগৱানক প্ৰাৰ্থনা জনাইছো
এয়া হে আমাৰ অসমৰ গায়ক বুলি অন্য দেশৰ মানুহক চিনীকী দিব পাৰি ধন্যবাদ 🎉🎉🎉ধেমাজিৰ তোমালোকলৈও অশেষ ধন্যবাদ থাকিল 🎉🎉🎉🎉🎉
Vedio tu prathom saisu .val lagil.from dibrugarh .
Dhanyawad newz 18Dhanyawad Rajib sadia.
অসমীয়া জাতিক যি ভাল পাই ৰাজিব সদিযাক ভাল পাবই জাৰ গাত লাগে এই গান শুনি তেও ভাল নেপাই যি যাতিতোক থগী আছে
❤ৰাজিৱ শদিয়াৰ গীত পৰিৱেশনৰ পৰাই বুজি পোৱা হয় তেওঁ সঁচাকৈ জাতীয় গণশিল্পী আমাৰ জাতিৰ ❤
সূন্দৰ
Best proformance ❤❤❤
News 18 northeast ❤
যি কম সঁচা কম--------------বাঃবাঃবাঃ শদিয়া তুমি অনন্য । তুলনা বিহীন । সাংঘাটিক বলিষ্ঠ কন্ঠ । এই কন্ঠ অজেয় । মহেন্দ্ৰ হাজৰিকাক বাদ দি এনে কন্ঠ মই শুনা নাই আজিৰ তাৰিখত । মোৰ বোধেৰে ৰাজীৱ শদিয়া ৰ কন্ঠ টো আজিৰ তাৰিখত সকলোতকৈ বলিষ্ঠ ।
😢 সংগীতৰ ভাষাৰে অমৰ হৈ ৰওক 🙏
এতিয়া পৰিয়ালটো জীয়াই থকাৰ সুবিধা পালে ভাল ।
জীয়াই থাকোতে অনুষ্ঠানতো দিয়া হলে ভাল লাগিল হয়
ভেদিও টো আগতেই আপলোড দিব লাগিছিলে থৈ দিলে আপোনালোকে😢
Agot upload kora asa apunaluke na sai
Miss you Rajib daa😢
Rajib Sodiyar atma siro shantir kamona korilu 🙏🙏
Rajibk prosar korile val lage
যি সময়ত প্ৰচাৰ কৰিব লাগিছিল ।সেই সময়ত প্ৰচাৰ নকৰিল।এতিয়া কিয় ।কথা টো বুজিব নোৱাৰি লো।তেওঁ যতে আছে, ভালে থাকে যেন ।তাকে কামনা কৰিলো।
❤❤❤
❤❤❤❤❤❤
এই i চেনেল টোৰ মানুহবোৰৰ মানসিকতা মনিছো কিন্তু দেই👹 আত্মাই চিৰ শান্তি লাভ কৰক ৰাজীৱ ককাইৰ 😢😢
যি কি নহওঁক ভাল লাগিলে দেখা পাই ককাইক, video টো save যে থাকিলে।।
😢😢😢miss korisu rajib da😢😢😢
কেলে কাজিয়া লাগি আছে ❤
Rajibr gan bor shunile shuni thakib mom jai ki dhuniya Kantha
Bhut hundor
এই অনুষ্ঠানতো আগতে কিয় ৰাজ্যৰ আগবঢ়াই দিয়া নাছিলে এতিয়া মানুহ জন নথকাৰ কাৰণে কি tiar pe বিছাৰিলে নেকি
Rajib sodiyak priyalok help korib teu matiu jaboloi goi ase buli news hunisu plz help korib
News 18love u
🙏🙏
Ami tumak xoday monot rakhim 🙏🏽🙏🏽
Aibilak video agote kio dekha powa nasilu atiya he dkha pai bewa lagise agote viral hbo lgisile dada jay aay axom
Kune Kobo Aneke Herai Jabo Buli.... Tetia 2023 Aru Aji 2025
Om shanti RIP.
18:26 very nice song
😓😭😭😥😭😭😭😭😭❤❤❤❤❤❤
Miss you bro ❤
অকল এইটো ভিডিঅ' বুলিয়ে নহয় তেখেতক সাক্ষাৎকাৰ লোৱা ভিডিঅ'বোৰো কিয় প্ৰচাৰ কৰা হোৱা নাছিল।মোৰ সৰু মগজুটোত এটা প্ৰশ্ন উদয় হৈছে এয়ে যে,তেখেতৰ ভিডিঅ'বোৰ প্ৰচাৰ কৰিবলৈ তেখেতৰ পৰা ধন বিচৰা হৈছিল নি? তেখেতে দিবলৈ অমান্তি হৈছিল নে সক্ষম নাছিল? তেখেতৰ গীতত যি জাতিয়তাবাদ ফুটি উঠিছিল বা দেশৰ পৰিস্থিতিৰ বিষয়ে উনুকিয়াই দি ৰাইজক যি সচেতন কৰিবলৈ বিচাৰিছিল তেনে ক্ষেত্ৰত চৰকাৰৰ আমোলা পক্ষই এনে গীত প্ৰচাৰ নকৰিবলৈ আপোনালোকক টকাৰে কিনি লৈছিল নি বাৰু ? কৈছিল নি বাৰু আপোনালোকক,ৰাজীৱৰ ভিডিঅ' প্ৰচাৰ কৰিবলৈ খুব বেছি তাৰপৰা ১০/১৫ হাজাৰ পাবা, মই তোমালোকক ৩০/৪০ দিছোঁ তোমালোকে এনে ভিডিঅ' প্ৰচাৰ নকৰিবা।নহলেনো কিয় তেখেতে অনুষ্ঠানবোৰত গীত পৰিৱেশন কৰা, তেখেতক সাক্ষাৎকাৰ লোৱা এই ভিডিঅ'বোৰ প্ৰচাৰ হোৱা নাছিল ?
Uhhhhj very sad
Aijon shilpi amar majr pora hereyai juwar karne mont bohut dukh lage😂😂😂
Val manuh khosai nathake kin2....jiyai thaka nisina lagese
😢😢😢😢😢😢😢😢😢😢😢
😢😢
Amar tinsukiar onusthan
News chanel bure jiyai thakutei tekhatok tok show ata korib logiya hoishil....
Video to kio atia he upload korile. Gali khai khusari khusari oliwaise prove koriboloi. Anyway thanks.2nd part to dibo.
আগতে নিউজ টো পোৱা হলে ভাল পালোঁ হলে🙏 মানুহ জন নাই গতিকে video দি লাভ নাই
Jag asomia jag oi....
Nistur Vogbane Kiyo Dadak Loi Gol
New 18 Assam ক সুধিছো এতিয়া এইবোৰ ভিডিঅ কিয় পচাৰ কৰিছে ? TRP বাবে নহয় জানো ? নাপায় দেই নাপায় ।
Hei bilak agot kot lukai rakhisil ha
অসমীয়াৰ বৃহৎ ক্ষতি হল
Sob Tohotor TRP khela😅😅😂
TRP
Tkhetor.atmai.hanti.paowk.aeye.kamona.korilu.
Deri ke upload kio korise
😂
❤❤
অসমৰ এক অপূৰণীয় ক্ষতি সঁচাকৈ।মৰম দিলোঁ যোৰহাটৰ পৰা ❤
ৰাজীৱ শদিয়া আমাৰ অসমৰ এজন মহান গণশিল্পী আছিল ।
তেওঁৰ অনুপস্থিতি আমাৰ বাবে এক অপুৰণীয় ক্ষতি ।
তেওঁ আত্মাই চিৰ শান্তি লাভ কৰক🪔🪔🪔
ৰাজীৱ পুনৰ জন্ম হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷
এজন উদীয়মান কণ্ঠশিল্পী আমাৰ মাজৰ পৰা হেৰাই গ ল। অতি দুখৰ কথা। তেওঁৰ আত্মায় চিৰশান্তি লাভ কৰক। এয়েই ভগৱানৰ ওচৰত প্ৰাৰ্থনা।
হেৰাই গল এটি জোনাক
ডক্টৰ ভুপেন হাজৰিকা আৰু ৰাজীব শদিয়া দুয়োজন গণ শিল্পী শদিয়াতেই জন্ম হৈছিল । ৩য় জনও ভৱিষ্যতে শদিয়াৰ পৰাই আশা কৰিলো ।
Hoy
অসমৰ জাতীয় জীৱনৰ কাৰনে এক অপূৰণীয় ক্ষতি ,মহান শিল্পী গৰাকী প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় থাকিব 🙏🙏
Ami bohut heriwalun dada om santi
আকৌ যেন এজন ৰাজীব শদিয়াৰ জন্ম হয় ভগৱানক প্ৰাৰ্থনা জনাইছো
এয়া হে আমাৰ অসমৰ গায়ক বুলি অন্য দেশৰ মানুহক চিনীকী দিব পাৰি ধন্যবাদ 🎉🎉🎉ধেমাজিৰ তোমালোকলৈও অশেষ ধন্যবাদ থাকিল 🎉🎉🎉🎉🎉
Vedio tu prathom saisu .val lagil.from dibrugarh .
Dhanyawad newz 18
Dhanyawad Rajib sadia.
অসমীয়া জাতিক যি ভাল পাই ৰাজিব সদিযাক ভাল পাবই জাৰ গাত লাগে এই গান শুনি তেও ভাল নেপাই যি যাতিতোক থগী আছে
❤ৰাজিৱ শদিয়াৰ গীত পৰিৱেশনৰ পৰাই বুজি পোৱা হয় তেওঁ সঁচাকৈ জাতীয় গণশিল্পী আমাৰ জাতিৰ ❤
সূন্দৰ
Best proformance ❤❤❤
News 18 northeast ❤
যি কম সঁচা কম--------------
বাঃবাঃবাঃ শদিয়া তুমি অনন্য । তুলনা বিহীন । সাংঘাটিক বলিষ্ঠ কন্ঠ । এই কন্ঠ অজেয় । মহেন্দ্ৰ হাজৰিকাক বাদ দি এনে কন্ঠ মই শুনা নাই আজিৰ তাৰিখত । মোৰ বোধেৰে ৰাজীৱ শদিয়া ৰ কন্ঠ টো আজিৰ তাৰিখত সকলোতকৈ বলিষ্ঠ ।
😢 সংগীতৰ ভাষাৰে অমৰ হৈ ৰওক 🙏
এতিয়া পৰিয়ালটো জীয়াই থকাৰ সুবিধা পালে ভাল ।
জীয়াই থাকোতে অনুষ্ঠানতো দিয়া হলে ভাল লাগিল হয়
ভেদিও টো আগতেই আপলোড দিব লাগিছিলে থৈ দিলে আপোনালোকে😢
Agot upload kora asa apunaluke na sai
Miss you Rajib daa😢
Rajib Sodiyar atma siro shantir kamona korilu 🙏🙏
Rajibk prosar korile val lage
যি সময়ত প্ৰচাৰ কৰিব লাগিছিল ।সেই সময়ত প্ৰচাৰ নকৰিল।এতিয়া কিয় ।কথা টো বুজিব নোৱাৰি লো।তেওঁ যতে আছে, ভালে থাকে যেন ।তাকে কামনা কৰিলো।
❤❤❤
❤❤❤❤❤❤
এই i চেনেল টোৰ মানুহবোৰৰ মানসিকতা মনিছো কিন্তু দেই👹
আত্মাই চিৰ শান্তি লাভ কৰক ৰাজীৱ ককাইৰ 😢😢