LIVE | Morning News | Arvind Kejriwalক ব্ৰহ্মপুত্ৰত গা ধুবলৈ আমন্ত্ৰণ CM Himanta Biswa Sarmaৰ
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- LIVE | Morning News | Arvind Kejriwalক ব্ৰহ্মপুত্ৰত গা ধুবলৈ আমন্ত্ৰণ CM Himanta Biswa Sarmaৰ
Indreswar Kalita Arrested :
আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক গ্ৰেপ্তাৰ। পাণবজাৰ থানাত ইন্দ্ৰেশ্বৰ কলিতাক চি এম ভিজিলেঞ্চৰ জেৰা। ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে চলি আছে বিভাগীয় তদন্ত।
Sonapur Incident:
ৰাজ্যত পুনৰ পোহৰলৈ আহিছে দলবদ্ধ ধৰ্ষণৰ ঘটনা। সোণাপুৰত ধৰ্ষণকাণ্ডত জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা আৰক্ষীৰ। ২৫ জানুৱাৰীৰ নিশা উত্তৰ গুৱাহাটীৰ এগৰাকী যুৱতীক কৰিছিল দলবদ্ধ ধৰ্ষণ।
CM Himanta Biswa Sarma to Kejriwal :
অৰবিন্দ কেজৰিৱালক ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যমুনা নদীক লৈ কেজৰিৱালে কৰা মন্তব্যৰ পিছতে তীব্ৰ বাক্যবাণ অসমৰ মুখ্যমন্ত্ৰীৰ। নিৰ্বাচনৰ পিছত অৰবিন্দ কেজৰিৱাল আৰু ৰাহুল গান্ধীয়ে একেলগে ৰেস্তোৰাঁত বহি খাদ্য খাব বুলিও কটাক্ষ ড০ শৰ্মাৰ।
Kejriwal on Haryana BJP :
হাৰিয়ানা বিজেপিৰ বিৰুদ্ধে যমুনাক বিষাক্ত কৰা বুলি আপৰ অভিযোগৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। হাৰিয়ানাই পানীত বিষ মিহলাই মোদীক হত্যা চেষ্টা কৰিব নেকি বুলি প্ৰশ্ন প্ৰধানমন্ত্ৰীৰ। আনহাতে দিল্লীৰ পাল্লা গাঁৱত যমুনাৰ পানী সেৱন কৰি আপৰ অভিযোগৰ প্ৰত্যুত্তৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীৰ।
Mahakumbh Stampede :
মহাকুম্ভ মেলাত পদপিষ্ট হৈ ৩০গৰাকীৰ মৃত্যুৰ বিপৰীতে আহত অৰ্ধ শতাধিক। নিহতৰ পৰিয়াললৈ ২৫ লাখ টকাকৈ সাহায্য ঘোষণা উত্তৰ প্ৰদেশ চৰকাৰৰ। শোকাৱহ ঘটনাৰ ন্যায়িক তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন।
Guwahati Cyber Crime :
গুৱাহাটীত কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ। ‘ডিজিটেল এৰেষ্ট’ৰে জৰিত বিশ্বজিৎ দাসক গ্ৰেপ্তাৰ। মুম্বাইৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা গ্ৰেপ্তাৰৰ ভাবুকিৰে আত্মসাৎ কৰিছিল ২১ লাখ টকা।
#mahakumbhmela2025prayagraj #mahakumbhmela2025 #prayagraj #prayagrajkumbh #guwahatinews #guwahatikidnapping #guwahatimysteriouskidnap #bangladeshnews #uttarakhanduccbill #guwahatinews #assamnews #assamesenews #assamesenewstoday #himantabiswasarma #kaliabornews #nps #ups #pensionscheme
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
Arbind kejriwal zindabad