Homey gogol k aami hokolue support koribo lage ru channel tu aagbohai loi jabo lage faltu youtub channel bur Sai kunu lav nai parile aami hohai koribo lage bhut val kam kori ase homy full support ❤️ tumak
ৰাখী ক মোৰ মা দেউতাই ওচৰৰ স্কুল এখনত নাম ভৰ্তি কৰাই দিছিল।আৰু মোৰ মা দেউতাই ৰাখী ক সিহঁতৰ লগতে ৰাখিছিল। ৰাখী যে মা দেউতা লগত এক মাহ মান থাকি ঘৰলে গুচি যায় মা হতে আকৌ অনিবলে গৈছিল কিন্তু লগত খেলি বোলে কোনো নাই বুলি আমনি লাগে সেইকাৰণে নজাও কলে।যদি আকৌ ৰখিয়ে যাব বিচাৰিলে মা হতে ৰাখিম কৈছে।
Assam government ta jadi aponak month ly 50 lakhs ba tat ky basi taka aponak diya anakowa bahut dokhiya manuhr help hl hy... love you friend... all the best
anekua youtubrk he like korib lage subscrib korib lage jate youtub or pora besi k poisa pai blgk help kori ase ... nije dhoni hob xuja gari ghura kinib xuja youtubrk suport korib nalage
Panchayat office r kunu ny neki!! Dekhi Napai neki sokure je Ghor eta PMAY pabo lage teulukey. By the way, you are doing an excellent job brother @homoy. god bless you. Sometimes, you should share a QR code/account number, so anyone who want make a small contribution can also help in their way. A small contribution from thousands of people are enough to make a huge change. 🙏
Homoy dada apunar video moi kakopothar pora saw vonti joni bohut morm loga parile aokn man hohai korim ph pey gooll pey ase jodi video tu diba plz dada
মই নিজে উপাৰ্জন কৰিবলৈ পৰা হ'লে আপোনাৰ দৰেই আৰ্থিক ভাৱে অসহায় মানুহক সহায় কৰিবলৈ চেষ্টা কৰিম। এনেকৈয়ে আগুৱাই যাওক সময় দা ❤❤
Good
গাঁৱৰ মানুহবোৰ কেনেকুৱা ইমান দুখত আছে তেওঁলোকে চৰকাৰক কথাটো ক'ব লাগে। বৰ দুখ লাগিল দেখি। সময় গগৈৰ দৰে সৎ, মানৱীয়তাৰ গৰাকী মানুহজনৰ সহাৰিত উজ্বল হওক তাৰেই কামনা কৰিছো এই পৰিয়ালটো।
Sobai jodi 100 toka koi humoy help koribo paru bohot mnhu help hbo
Moi u dim ...j paru
Ryt
Moi dim
Moi u dim 😢
Moi dim
I will also contribute
মন যায় তোমাৰ দৰে আনক সহায় কৰিবলৈ । তোমাৰ এই ভি ডি অ বিলাক চাই প্ৰায়ে কান্দি থাকো । কিন্তু কি কৰিম নিজৰেই অৱস্থা কাণেকাণ মৰা । তোমাক ভগৱানে সহায় কৰক ❤❤
😢😢
বহুত কান্দিলো , আমিয়ে দুখীয়া বুলি ভাবিছিলো কিন্তু তেওঁ লোকৰ ছবি খন দেখি ভাবিলো আমা ত কৈ দুখীয়া আছে😂😂😂😂
অতি দুখজনক আৰু হৃদয়বিদাৰক খবৰ। আমাৰ জনপ্ৰতিনিধি সকলে এইসকলৰ অভাৱ অভিযোগ দেখি নোপোৱা টো আশ্চৰ্যকৰ কথা।
সঁচা কথা
কিমান সংগ্ৰাম কৰিব লগীয়া হৈছে তেখেতলোকে জীয়াই থাকিবৰ বাবে। ভাইটি সময় গগৈৰ অনুৰাগীসকললৈ অনুৰোধ-----অৰ্থনৈতিকভাবে, শাৰীৰিকভাবে সহায় কৰিব নোৱাৰিলেও অন্তত যিমান পাৰে শ্বেয়াৰ কৰক আৰু এই মানৱ দৰদী যুৱক সময় গগৈৰ যোগেদিয়েই পৰোক্ষভাবে দৰিদ্ৰ-দুৰ্ভগীয়া, নিচলা, অসহায়জনক সহায়ৰ হাত আগবঢ়াওক। আৰু কোনোবাই আগবাঢ়ি গৈ যদি দৰিদ্ৰ-দুৰ্ভগীয়াসকলক দুই-এপইচা দি আৰু যদি কিবা দায়িত্ব লয় তেতিয়াতো আৰু ভাল।
পুণ্য হ'ব, সুকৃতি হ'ব...
ঠিক কৈছে ককাইদেউ
হয় দাদা। মইতো খুব শ্বেয়াৰ কৰো
সময় দা তুমি সচাই হাজাৰজনৰ মাজত এজন ❤তোমাৰ দলে আৰু পাঁচজন মানুহ হোৱা হলে অসমখন অতিকৈ সুন্দৰ হল হয়❤
তোমাক ভগৱানে এনেদৰেই শক্তি দিয়ক সদায় ❤
সময় দা আপোনাৰ প্ৰচেষ্টা প্ৰশংসনীয় , অতুলনীয় ❤ এই কণমানি দুজনীৰ বৰ্তমান অতি কষ্টৰ , আপুনি পাৰে যদি AC no বা QR code এটা দি দিব নিজৰ সামৰ্থৰে আমি ৫০০/১০০০ যিমান পাৰোঁ সহায় কৰিব চেষ্টা কৰিম 😊 আপোনাৰ subscriber সকল মানে আমিবোৰ maximum য়ে শিক্ষাৰ্থী সেইবাবে সম্পূৰ্ণ খৰছটো ল'ব নোৱাৰিলেও কিবা অলপ সৰুকে হ'লেও সহায় কৰাৰ ইচ্ছা আছে নিজৰ সামৰ্থৰে সেইবাবে আপুনি এই সম্পৰ্কে চিন্তা কৰি update দিব বুলি আশা ৰাখিলোঁ
Homey gogol k aami hokolue support koribo lage ru channel tu aagbohai loi jabo lage faltu youtub channel bur Sai kunu lav nai parile aami hohai koribo lage bhut val kam kori ase homy full support ❤️ tumak
কিমান দূখজনক কথা। দেখিয়ে আমাৰ দূখ লাগিছে। আমি ব্যক্তিগত ভাৱে যি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ বেঙ্ক একাউণ্ট নম্বৰ টো দিবাচোন দেই। মই লক্ষীমপুৰৰ পৰা কৈছো । তোমাৰ লগতে পৰিয়ালটোৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
Jidina a nijey uparjon koribo hamortho hom ...apunar dorey hbo bisaru homoy da.❤️
ভগৱানে তোমালোকৰ মঙ্গল কৰক 🪔🪔🪔
আমাৰ পৰিয়ালৰ পৰা তোমাক আশীৰ্বাদ জনালোঁ আৰু ভগৱানে তোমাক সহায় কৰিব আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো
Ji kono prokare homoy da axomr no 1 youtuber bonabo lge
❤
আই অ ইমান অমায়িক ছোৱালী সকলোৱে সহায় কৰক🙏🙏🙏🙏
ৰাখী ক মোৰ মা দেউতাই ওচৰৰ স্কুল এখনত নাম ভৰ্তি কৰাই দিছিল।আৰু মোৰ মা দেউতাই ৰাখী ক সিহঁতৰ লগতে ৰাখিছিল। ৰাখী যে মা দেউতা লগত এক মাহ মান থাকি ঘৰলে গুচি যায় মা হতে আকৌ অনিবলে গৈছিল কিন্তু লগত খেলি বোলে কোনো নাই বুলি আমনি লাগে সেইকাৰণে নজাও কলে।যদি আকৌ ৰখিয়ে যাব বিচাৰিলে মা হতে ৰাখিম কৈছে।
Ghor kot
@@LGCreation550 namrup giriabam gaou
Homoy daa zindabad ❤❤❤
Khejur bai buli ajon ase ji jone o dukhiya manuhok ghor bonai deye . Aru assamt tumi . Bhagawan r rup tumalokor nisila manuh bur ❤❤
চৰকাৰে কৰিব নোৱাৰা কাম সময়ে কৰি দেখুৱাইছে ❤
Kiman kosto manuhor bhogoban hokolu manuk kio ake kori nedile jar folot kisuman jibon tu bohut jotil hoi porise ....❤❤❤
চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলো।পৰিয়ালটো দেখি বৰ দুখ লাগিল ।মাক গৰাকীয়ে কাণেৰে শুনা হলেও বহুত ভাল হ'ল হেতেন ।সময় তুমিআগুৱাই যোৱা❤❤❤❤❤❤❤❤❤❤
দাদা আপুনী মহান এইবোৰক সহায় কৰক
বৰ দুখ লাগে ছোৱালী জনি লৈ
Assam government ta jadi aponak month ly 50 lakhs ba tat ky basi taka aponak diya anakowa bahut dokhiya manuhr help hl hy... love you friend... all the best
Apunar nisina manu aru dujon man Toka hleten. I love you homoy da❤❤
বৰ দুখলগা পৰিস্থিতি।
God Bless you brother ❤
Har Har Mahadev 🙏🏼🕉️
anekua youtubrk he like korib lage subscrib korib lage jate youtub or pora besi k poisa pai blgk help kori ase ... nije dhoni hob xuja gari ghura kinib xuja youtubrk suport korib nalage
তাই অলপ differently able sage ভগৱানে তাইৰ মঙ্গল কৰক 😢❤❤
Panchayat office r kunu ny neki!! Dekhi Napai neki sokure je Ghor eta PMAY pabo lage teulukey. By the way, you are doing an excellent job brother @homoy. god bless you. Sometimes, you should share a QR code/account number, so anyone who want make a small contribution can also help in their way. A small contribution from thousands of people are enough to make a huge change. 🙏
সময় দা তুমি মহান! ভগৱানে সদায় ভালে ৰাখক, সকলোকে।
Homy da jindabad//from dhakuwa khanha
❤❤❤❤❤ homoy da aponi ❤...vagaban sarup dabata ❤❤❤❤....
বহুত কষ্টত আছে অ কণমানি কেইজনী,, সহায় কৰিবলৈ মন গ'লেও নিজৰে দিগদাৰ হ'লেও যি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম,,
,Krishna somoy bohut val lage tumr block
Homoy da apunar video mon to eman bhal lage❤❤❤
Dada. Ehotor ghor tohe pare jdi hunkale bobai dib lagisil...❤❤. Dada aponar lgt moiu adin hohay korim...
❤❤❤🎉yenekuwa poriatok sorkari ghor pabor karne help korok👍 Ponchayot through di
Homoy da zindabaad
বৰ দুখ লাগিল হময়, ঠিকনা টো অহা vedio ত পাম বুলি আশা থাকিল, ph pay , G pay ৰ number diya হলে অলপ হলেও মইনা krijonir বাবে দিলোঁ hoi, পিছৰ vedio ত পাৰিলে দিবা
Very good work bro God bless ❤❤❤
Aapunar video bur Sai val lage. Bhud val Kam krisa homoy Da.
Bht bhal kam korisa dada .❤
তোমাৰ এটা ব্যক্তিগত একাউন্ট নাম্বাৰ দিয়া হ’লে ভাল পালো হয়৷
বুজি পাইছাই ,আমিও কিবা অকণমান সহায় কৰিব পালে ভাল পাম,শান্তি পাম ৷ ❤❤
গতিকে নিসন্দেহে তুমি দিবা বুলি আশা থাকিল ৷
Best TH-cam Assam homoy da .I Love you ❤❤
Homoy da apunar oparat a akha joldi kori Diya dekhi bea lagil bahut ❤😢🙏🙏 homoy brother you one god❤
God Bless you Homoy Da ..❤
ভগৱান শপত মোৰ ভণ্টী জনীৰ লগত কথা কোৱা ছোৱালী জনীৰ চেহেৰা একেই। তাই ষষ্ঠ শ্রেণীত পঢ়ে মোৰ ভণ্টীও ষষ্ঠ শ্রেণীতে। সহায় কৰিব মন যায়। কিন্তু নিজৰে অৱস্থা ভাল নহয়। পৰিয়ালটোৰ মংগল কৰক ভগৱানে।
Ki kom moi kbale vkha bsari a pua ni.you r great 👍👍👍👍
Tumak bohut dyanobad..❤❤
Good job brother ❤❤❤
বুকু খন বিষাই গল😢
Rakhi Vonti matt tur hunibo emn dhuniya lgise❤❤❤. Vonti tumar vall hbo, 2mi ajoni vall manhu huwa..
Dada apunak🙏🙏 love from Goalpara
Axom no 1 youtuber....
Bhogoban a tumak pothai se manuhor dukh bujar karone ...ami hohai koribo nuwarilio ..tumak saport koribo parim ..aru aagbari juwa take kamona korilu...❤❤❤
Great man ❤❤
Homoy bro. May Allmighty God bless you abundantly, so that you may go ahead more and more. Good job keep it up.
Homoy da tumi aru aguai jua❤❤❤
ধন্যবাদ সময় দা
Apunaar video saay vl lge kintu sakur pani Olay gollll😢😢😢😢
Xomoy da love you ❤❤❤❤❤❤❤
বৰ মৰম লগা ভনতি জনি
Xomoi da you are grate
May God bless you Homoy🎉😊❤
মাইনা জনীৰ কথা কেইখাৰ শুনি বৰ দুঃখ পালোঁ
Love from golaghat
মই এটা বস্তু চালো যিবিলাক ইউতোবাৰে নিজৰ স্বাৰ্থ কাৰণে কাম কৰি থাকে। সেই সকলৰ ইউটোবাৰৰ লাখ লাখ ভিউ আহে আৰু জোনে বেলেগৰ কাৰণে কাম কৰে সেই সকলৰ নাহে কিয় বুজি নাপাওঁ।
Dada amar golpara Assam ahiba ane kuwa bohut ase jodi aha val hobo
Uff😢 jibont kiba ata krib prile hepah poly apunak hohai korim
Homoy da apuni mahan.asha Karu vagawane apunak hahai karak.
Go fund me eta open kori thoba homoy...sobei jodi 50 / 100 k help kore more than enough. Thank you for doing god's work.😊
Homoy da zindabad ❤️❤️❤️
From Tinsukia
Like your job bro....keep it up...
ধন্যবাদ দাদা
ধন্যবাদ সময় 🙏
Good job brother
😭😭😭😭😭😭😢😢Jibon
সময় তোমাক ভগৱানে সহায় কৰক
Homoy daa ❤❤
সময় দা❤️🙏
এনেকুৱা মানুহৰ ঘৰত লাইন তো কাতিব নালাগে ।
Zibnt jodi Toka gotob parilu heten aapunar nisinakoi val val kame krib mn aasile.kin2 nije zibnt eku 1ta krib nuharilu .aanor karone kenekoi krim.love from sivasagar
এনেকুৱা মানু্হক ধনী মানুহে hohai কৰিব লাগে. কিন্তু ধনী মানুহে দেখিলে কিবা hohai কৰা ধুৰৰ কথা চালে আতৰি গুচি যাব
Homoy dada apunar video moi kakopothar pora saw vonti joni bohut morm loga parile aokn man hohai korim ph pey gooll pey ase jodi video tu diba plz dada
Apuni durbhogia porialor totel biography jonabo
GOD BLESS YOU
সময় পাৰিলে তোমাৰ qr code টো দিবা। পাৰিলে কিবা অকণমান সহায় কৰিম বুলি ভাবিছো। তুমি আগুৱাই যোৱা। তোমাৰ v d o বোৰে মুৰ অন্তৰখন বৰকৈ কন্দুৱাই। ভগৱান তোমাৰ সহায় হওঁক।
সময় দাদা জিন্দাবাদ ❤
Aponi vogoban hoi😊
চৰকাৰৰ চকুত নপৰে এইবোৰ😢😢😢
Great ❤job dada
Heart touching video❤
God bless you 😢
চৰকাৰে কৰিব নোৱাৰা কাম আপুনি পাৰে ❤❤❤
Hohai korok vhonti gijonik bohut dukh lagil
Homoy Daa Zindabad
জয় আই অসম ❤ সময় দt
Mur logor ajon ase he aji 5 bosor man hol khoj karibo noyare apuni alp help korile vl asil
Hmy dak jtli 1 milin hbo lge❤