ความคิดเห็น •

  • @Madhurya1985
    @Madhurya1985 วันที่ผ่านมา +169

    চিনেমা বনাই টকা বহুতে ঘটিছে কিন্তু বিদূৰভাই টিমে যে নিজৰ উপাৰ্জনৰ এটা অংশ ইমান এটা মহান কামৰ বাবে আগবঢ়াইছে তাৰ বাবে গোটেই টিমটোলৈ সহস্ৰবাৰ সেৱা জনাইছোঁ। এইয়াইটো মানুহ হোৱাৰ গৌৰৱ!! বাকী সময় গগৈৰ কথা নতুনকৈ কি কম আৰু! আগবাঢ়ি যাওক।

    • @ChaoMoSengphukinmung871
      @ChaoMoSengphukinmung871 13 ชั่วโมงที่ผ่านมา +2

      সঁচাই ভাল কৰিছে কিন্তু❤❤❤

    • @Madhurya1985
      @Madhurya1985 5 ชั่วโมงที่ผ่านมา

      এনেকুৱা মনৰ মানুহবোৰ আছে বাবেই পৃথিৱীখন সুন্দৰ হৈ আছে।

  • @srimantakakoti4870
    @srimantakakoti4870 วันที่ผ่านมา +75

    সময়ৰ লগতে টিম বিদুৰভাই জিন্দাবাদ,বিদুৰভাই আমাৰ অতি মৰমৰ এতিয়া আৰু মৰমৰ হল❤

  • @PronotiMohon
    @PronotiMohon วันที่ผ่านมา +48

    সময় তোমাক কি বুলি কম ভাৱিয়েই নাপাও ।❤❤ টীম বিদুৰ ভাইলৈ অশেষ ধন্যবাদ তোমাক লগ দিয়াৰ বাবে ।

  • @UpendraBarman-ko3vi
    @UpendraBarman-ko3vi วันที่ผ่านมา +68

    Ane kuwa dukh loga jibon moi oh par kori ahisu ane kuwa poriyal dekhile moi bohut abegik hoi poru ❤❤❤ kintu moi nijor life successful holi homoy da logt komot hohojog korim

  • @parthamixarsassam6762
    @parthamixarsassam6762 วันที่ผ่านมา +29

    অসমৰ জনমানৱ সময় গগৈৰ অনু প্ৰেৰণা আৰু বিদুৰভাইৰ সকলো টিমলৈ সহায় কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দূৰ্ভগীয়া পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাই দিয়াটো এক মহান কাম।

  • @mayachetia3533
    @mayachetia3533 10 ชั่วโมงที่ผ่านมา +6

    সময়, তুমি কৰা প্ৰতিটো কামতে তোমাৰ বহল আৰু উচ্চ চিন্তাৰ প্ৰতিফলন দেখিছোঁ। এনেদৰেই এখন সুস্থ সমাজ গঢ়াত তোমাক ভগৱানে সহায় কৰি যাওঁক।

  • @DevikaGogoi-f1n
    @DevikaGogoi-f1n วันที่ผ่านมา +17

    টীম বিদুৰভাই আৰু সময় গগৈ তোমালোকক যাতে কোনো কাল ধুমুহাই একো ক্ষতি কৰিব নোৱাৰে তাৰবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আগবাঢ়ি যোৱা ❤❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 13 ชั่วโมงที่ผ่านมา +8

    অতি আৱেগিক আৰু হৃদয়স্পৰ্শী মূহুৰ্ত। ভগৱানে সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।

  • @dwipraypiggerybongaigaonas6257
    @dwipraypiggerybongaigaonas6257 วันที่ผ่านมา +26

    M.L.A bor bohut bea Soku bor kona hoisa aibor dekha napai😢 Homoy da bohut vl Kam Kari asa god bless u ❤

    • @bitudsti6469
      @bitudsti6469 16 ชั่วโมงที่ผ่านมา +4

      M.L.A kot dakhi pabo aibur panchayat membar buror dukh

    • @kanghonrongchihonpi4293
      @kanghonrongchihonpi4293 15 ชั่วโมงที่ผ่านมา

      ​@@bitudsti6469তাকেই গাঁও ৰ লিডাৰ কেইজনেই নেদেখা হৈ থাকে । মন্ত্ৰী সকলে সকলো কাৰণেই সকলো আঁচনিৰ সুবিধা কৰি দিছে । প্ৰতি খন গাঁওত পঞ্চায়তৰ লগত যোগাযোগ থকা লিডাৰ কেইজন মান থাকে এইবোৰ দুখীয়া মানুহক চকু দিব লাগে কিন্তু মানুহ চাই চাই এইবোৰ সুবিধা দিয়ে । বেয়া লাগে।

  • @bituponhandique7338
    @bituponhandique7338 วันที่ผ่านมา +19

    সুন্দৰ মনৰ মানুহ সদাই ওলাই আহিব দাদা তুমি আগবাঢ়িব যোৱা। তোমালৈ আৰু বিদুৰভাই টিমলৈ বহুত বহুত শুভেচ্ছা❤

  • @KangkanGogoi-u1c
    @KangkanGogoi-u1c วันที่ผ่านมา +23

    আপুনি vogoban kokai❤ biduvai teem tuk অশেষ মৰম jasilu ❤ joi ay অসম ❤

  • @Nirban_vlogs
    @Nirban_vlogs 19 ชั่วโมงที่ผ่านมา +14

    Good morning.... ৰাতিপুৱা videotu চাই মন ভাল লাগি গল। আপোনাৰ জয় হওঁক।

  • @nitubarua3352
    @nitubarua3352 วันที่ผ่านมา +11

    ধন্যবাদ সময় ,কণমানি বিশ্বজিৎ আৰু তেওঁৰ মাকৰ ঘৰ খন সুন্দৰ কৈ সাজি দিয়াৰ বাবে ,লগতে টিম বিদূৰভাই ৰ সকলোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো❤🙏

  • @MantuBokalial
    @MantuBokalial วันที่ผ่านมา +11

    ম ই অ বহুত আবেগিক গৈ ছো তোমাৰ তিমকক আৰু বিদুভাই তিমক বহুত বহুত ধন্যবাদ ................,

  • @Gaming____center__0.x
    @Gaming____center__0.x 17 ชั่วโมงที่ผ่านมา +10

    জয় সময় গগৈ জয় টীম বিদুৰভাই

  • @kborah6263
    @kborah6263 วันที่ผ่านมา +6

    তোমাৰ লগতে টিম Bidurbhai ক বহুত মৰম আৰু শুভেচ্ছা জনালো।🎉

  • @jogeswarrajbangshi1169
    @jogeswarrajbangshi1169 วันที่ผ่านมา +8

    Bhagwaan e apunak aguai juat aaru khahokh diok.. ❤❤❤❤
    Thanks sumi baa aru bidurbhai r team❤❤❤❤❤❤

  • @ajoydas5624
    @ajoydas5624 4 ชั่วโมงที่ผ่านมา

    বিদুৰভাই চাই প‌ইছাকেইটা এনেই নগ'ল। ধন্যবাদ বিদুৰভাই আৰু সময় দা।

  • @abhijeethdr5920
    @abhijeethdr5920 9 ชั่วโมงที่ผ่านมา +3

    Tumr kambur aru bidurbhai team k salute🎉

  • @usharanirabha8158
    @usharanirabha8158 16 ชั่วโมงที่ผ่านมา +6

    বাইলো বাইদেউ লৈ মৰম আৰু সময় গগৈ💚💚 চাই ভাল লাগিল 🥀💚

  • @aabirgogoi1694
    @aabirgogoi1694 16 ชั่วโมงที่ผ่านมา +3

    ৰাতিপুৱা ই যদি তোমাৰ vedio এটা চাবলৈ পাও দিনটো শুভ হোৱা বুলি ধৰি লও, muru তোমাৰ দৰে কাম কৰিবলে বহুত ইচ্ছা যাই কিন্তু বৰ্তমান ত nuwarisu, তুমি কৰি যোৱা homoi বহুত বহুত শুভেচ্ছা তুমালৈ

  • @debajeetborahbiki
    @debajeetborahbiki 23 ชั่วโมงที่ผ่านมา +5

    পৰা হলে লাখ viwes দিলো হয় আৰু লাখ বাৰ suscribe কৰি দিলো হয় 🙏সকলোৱে অনুগ্ৰহ কৰি সময় দাৰvideo বোৰ share কৰি সময় দাৰ মহান কৰ্মক সমাজলৈ প্ৰেৰন কৰক❤️❤️❤️🙏

  • @Biswajit750-
    @Biswajit750- วันที่ผ่านมา +5

    সময় দা মই ধেমাজিৰ হয়, তোমাৰ ভিদেও বোৰ চাওঁ বহুত ভাল লাগে। তোমাক ঈশ্বৰে শক্তি দিয়ক আৰু আগুৱাই যোৱা।❤❤

  • @bireswardeka4968
    @bireswardeka4968 17 ชั่วโมงที่ผ่านมา +4

    Bohut dhonyobad Team Bidurbhai

  • @aabirgogoi1694
    @aabirgogoi1694 16 ชั่วโมงที่ผ่านมา +3

    Team বিদূৰ্ভাই লৈ শুভেচ্ছা থাকিল

  • @crazygaming2270
    @crazygaming2270 18 ชั่วโมงที่ผ่านมา +5

    bidurbhai team e bohut val kam kori ahise teu luke nijor film khn blind school r lora swalihokol k u movie khn dekhuai teu lukor mon tut olp hukh prodan krile aru homoy daa t logot jug hoi aru ata mohot kam t log dise
    jay homoy da❤ jay bidurbhai team ❤ jay shree ram ❤😊

    • @Bhunomali
      @Bhunomali 16 ชั่วโมงที่ผ่านมา

      Akhon best movie hoi Bidhurbhai chinema tu ❤❤❤ but sikar chinema tu besi sexually assaulted+violet + commedy+Love+fight 😅

  • @benipegu2302
    @benipegu2302 วันที่ผ่านมา +3

    মা,মই কবলৈ লাজ লাগিছে,
    তথাপি আজি কবলৈ বাধ্য, কিয়নো
    চৰকাৰে প্ৰত্যেক গাঁৱত আমাক আৰু আপোনাক চাবৰ বাবে মেম্বাৰ ৰাখিছে, এওঁলোকে কিয় জানো
    আপোনাৰ ঘৰৰ প্ৰতিছবি ,চৰকাৰক
    নজনাকৈ ৰাখিছে। উচিত তদন্ত
    কৰিবলৈ ওচৰৰ গাঁও আৰক্ষী অনুৰোধ জনালো।

  • @birajsaikia8671
    @birajsaikia8671 21 ชั่วโมงที่ผ่านมา +4

    Homoy da aru Bidurbhai team loi bohut bohut Dhanyabad ❤❤

  • @manabsaikia1057
    @manabsaikia1057 12 ชั่วโมงที่ผ่านมา +3

    Joi bidurvai joi homoi gogoi 🙏❤

  • @kalpanagogoiremix6667
    @kalpanagogoiremix6667 14 ชั่วโมงที่ผ่านมา +2

    তোমাৰ কাম ক শলাগ লৈছো সময় ভাই আগবাঢ়ি যোৱা আৰু ভাল ভাল কাম কৰি❤❤❤❤

  • @SonjitGogoi-do2qd
    @SonjitGogoi-do2qd 4 ชั่วโมงที่ผ่านมา

    সচাকৈ বিদুৰভাই টিমক চেলুট ।ইমান ধুনীয়া চিন্তা ধাৰা 🙏

  • @Shreeb17
    @Shreeb17 วันที่ผ่านมา +5

    सच कहूं तो हमारे आसाम में आप ही एक दयालु व्यक्ति हैं। आप खुशीया वाट ने की लायक है ❤❤❤😢, भगवान आपका भला करे भाईया ,

    • @usharanirabha8158
      @usharanirabha8158 17 ชั่วโมงที่ผ่านมา +1

      Ji ha Bilkul sahi baat kahaApne🙏🙏🌈

  • @hmn_br
    @hmn_br 6 ชั่วโมงที่ผ่านมา +1

    Dada tumi bhogoban or koi kom nohoi khodai ahne koi ah kori juwa ahmi asu tumar logot ❤

  • @jeetplays078
    @jeetplays078 วันที่ผ่านมา +3

    Team Bidurbhai loi thank you ❤

  • @ArianaBegum
    @ArianaBegum 9 ชั่วโมงที่ผ่านมา +2

    Nice bhai aji kali kune ki kore kar babe.you are rely geart.and team biudur bhai

  • @manjudaschoudhury2224
    @manjudaschoudhury2224 วันที่ผ่านมา +2

    তোমাৰ লগতে টীম বিদূৰ ভাবিলেও ধন্যবাদ জনালো ❤❤

  • @mamitasaikia6194
    @mamitasaikia6194 13 ชั่วโมงที่ผ่านมา

    টীমবিদূৰভাইলৈ বহুত ধন্যবাদ থাকিল।

  • @JuntiDevi-ug4bi
    @JuntiDevi-ug4bi 4 ชั่วโมงที่ผ่านมา

    Homoy da tumi xosake bohoban shorup ❤
    Ari Bidurbhai team tuloiu bohut morom ❤❤

  • @LijamoniBorah
    @LijamoniBorah 7 ชั่วโมงที่ผ่านมา

    Bahut bahut bhal korise apuni 😊😊😊 God bless you...😊😊

  • @prashantasaikia166
    @prashantasaikia166 วันที่ผ่านมา +7

    সুন্দৰ সময়

  • @Barokhamoran
    @Barokhamoran 12 ชั่วโมงที่ผ่านมา

    Apunak tq koboloi nijok horu lagi jai. Jikhini kori ase apuni karu re tulona nai. Parthona krixu vogobanok hodai jen kukhole rakhe apunar gutei porialtuk logote team Bidurvai loiu tq❤

  • @PikumoniYein
    @PikumoniYein วันที่ผ่านมา +2

    ভগৱানে আপোনাৰ লগত সদায় লগ দিয়ক
    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ChaoMoSengphukinmung871
    @ChaoMoSengphukinmung871 13 ชั่วโมงที่ผ่านมา

    বিদুৰভাই দলটিলৈ বহুত বহুত শ্ৰদ্ধা আৰু মৰম আগবঢ়ালোঁ।।। সময় দাৰ কথা নতুন কৈ নকওঁ আও❤❤

  • @Dubu_with_mom
    @Dubu_with_mom 10 ชั่วโมงที่ผ่านมา

    Tumi দুখীয়া পৰিয়াল বিলাকলৈ ভগৱান হিচাপে আহিছা ❤ মানুহ গৰাকীৰ কথা কেইটাত চকু পানী ৰব পৰা নাই। পৰিয়াল টো তোমাৰ বাবে আজি পৰা সুখত থাকক।

  • @binubori
    @binubori 12 ชั่วโมงที่ผ่านมา

    বহুত ভাল লাগিল দেই আগুৱাই যোৱা সদায় শূকলে ৰাখক ভগৱান তোমাক ❤❤👍👍

  • @Pulinbora-us6qp
    @Pulinbora-us6qp 9 ชั่วโมงที่ผ่านมา

    বিদু ভাই টিম আৰু আগ বাহি যাওক❤❤❤

  • @skaushik7238
    @skaushik7238 วันที่ผ่านมา +5

    সময় দা ভগবানৰ আন এটা ৰূপ

  • @soonmoni6746
    @soonmoni6746 11 ชั่วโมงที่ผ่านมา

    সময় তুমি মহান,আৰু বিদূৰ ভাই টিম টোলৈ বহুত বহুত ধন্যবাদ

  • @DipakDas-kx2wn
    @DipakDas-kx2wn 9 ชั่วโมงที่ผ่านมา

    Bor vl ligca homoy vai aru sumkie ba thanks for bidurvai tem 🙏🙏🙏🙏🙏

  • @RijuSonowal-ss1pm
    @RijuSonowal-ss1pm 16 ชั่วโมงที่ผ่านมา +2

    ভগবানৰ আন এটা ৰূপ সম য়❤❤❤❤❤😂😂❤

  • @Deepguwala-i7o
    @Deepguwala-i7o 14 ชั่วโมงที่ผ่านมา

    তোমাৰ লগতে টিম বিদুৰভাই ক বহুত মৰম আৰু শুভেচ্ছা জনালোঁ।🎉❤

  • @SankarjyotiGohain
    @SankarjyotiGohain 13 ชั่วโมงที่ผ่านมา

    বিদুৰভাই টিমৰ লগতে সময় গগৈ ককাইদেউক বহুত বহুত ধন্যবাদ ❤

  • @67Vijay67
    @67Vijay67 9 ชั่วโมงที่ผ่านมา +1

    HOMOY DA 🔥✅

  • @rupalichutiapriyanka4266
    @rupalichutiapriyanka4266 10 ชั่วโมงที่ผ่านมา

    Tumi vogoban hoi dukhiya manuhok hohai kori ahisa .Raijor akhirbad ase tumak vogobane kukhole rakhok bohut bhut dhoinyobad logote bidurvai tem 2loi

  • @itzdikhu1234
    @itzdikhu1234 12 ชั่วโมงที่ผ่านมา

    Nice work.great humanity.

  • @a2amazingfanclub6
    @a2amazingfanclub6 3 ชั่วโมงที่ผ่านมา

    Dada apunar kam deki bohut vhal lagise agoloi aru aguway jab buli vhogobanor usor partna❤❤ aru apunar logot abar kotha patibloi puwa hole vhal asile

  • @DimpiboruahDimpi
    @DimpiboruahDimpi 13 ชั่วโมงที่ผ่านมา

    টিম বিদুৰভাই আৰু সময় তোমালোক বহুত মৰম তোমালোকে বহুত ভাল কাম কৰিছে।

  • @nipamonibora5501
    @nipamonibora5501 19 ชั่วโมงที่ผ่านมา

    বিদুৰ ভাই পৰিয়াল তথা সময় দাক অশেষ ধন্যবাদ❤❤🙏🏽🙏🏽

  • @anjuhazowary7164
    @anjuhazowary7164 วันที่ผ่านมา +2

    Bohut bohut thanku

  • @AnantaGogoi-ij4pi
    @AnantaGogoi-ij4pi 13 ชั่วโมงที่ผ่านมา

    Tumake bohut bohut dhainobad aru aguai jua

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw 3 ชั่วโมงที่ผ่านมา

    বহুত ধন্যবাদ সকলোলৈকে ❤🙏🙏❤

  • @ACE_MONDIP
    @ACE_MONDIP 3 ชั่วโมงที่ผ่านมา

    Bidurbhai always best ❤❤

  • @bibibora3546
    @bibibora3546 12 ชั่วโมงที่ผ่านมา

    Great job Samoy and team Bidurbhai❤

  • @parishmitadutta4274
    @parishmitadutta4274 วันที่ผ่านมา +1

    Hundor❤

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 12 ชั่วโมงที่ผ่านมา

    ধন্যবাদ সময় গগৈ আৰু টিম বিদুৰ ভাই

  • @MainihiraMainihira
    @MainihiraMainihira วันที่ผ่านมา

    Very good....tumak aru sumkik bht bht dhonyobaad....bht vl kam korisa👍

  • @dharitrypagbondha5442
    @dharitrypagbondha5442 วันที่ผ่านมา +1

    Homoyor logote bidur bhai team loi okekh dhoynyobad jonalu. ❤

  • @bikashdaseducation2959
    @bikashdaseducation2959 8 ชั่วโมงที่ผ่านมา

    Good work, agbarhi jaok apuni

  • @R.Creation143
    @R.Creation143 17 ชั่วโมงที่ผ่านมา

    খুব সুন্দৰ। অশেষ ধন্যবাদ।

  • @bishwajitsarma5768
    @bishwajitsarma5768 วันที่ผ่านมา +1

    Amazing people❤❤❤ Creatting beautiful society

  • @67Vijay67
    @67Vijay67 9 ชั่วโมงที่ผ่านมา +1

    LOVE FROM BORSOLA 💜✅

  • @pranjaldas2380
    @pranjaldas2380 9 ชั่วโมงที่ผ่านมา

    Bohut val kam krisa brother 🙏

  • @krishnapatarvologe1469
    @krishnapatarvologe1469 12 ชั่วโมงที่ผ่านมา

    Anekoi ag bhahi juwa .eswar usahrot parthana korisu.❤❤❤❤

  • @Anitgarden
    @Anitgarden 16 ชั่วโมงที่ผ่านมา

    Thanks gos puli logabo এনেকৈ এজুপি হলে o ❤❤❤

  • @jayantadutta511
    @jayantadutta511 14 ชั่วโมงที่ผ่านมา

    আগুৱাই যোৱা সময়❤ god bless you ❤

  • @Artandcraft-vb8yu
    @Artandcraft-vb8yu 4 ชั่วโมงที่ผ่านมา

    এই আশীৰ্বাদ ❤

  • @AmitBoro-jd9qd
    @AmitBoro-jd9qd 14 ชั่วโมงที่ผ่านมา +1

    Real hero of Assam ❤

  • @kukillahon2191
    @kukillahon2191 7 ชั่วโมงที่ผ่านมา

    Bohut val kam korise val lagise ❤

  • @ArchitaSaikia-e4b
    @ArchitaSaikia-e4b 13 ชั่วโมงที่ผ่านมา

    Bhut bhut vlll lagil hmoi da agleu ankoi agbarhi jauk god bless you project xunor axomr lgte bidurbhai teamloi bhut bhut xuveshya🙏🙏agloiu ankuwa vll vll kam kri jabo buli axa rakhilu❤️

  • @BobitaHazarika-l7n
    @BobitaHazarika-l7n 16 ชั่วโมงที่ผ่านมา

    Bht bht dhonyo bad bidurvai tem.....❤❤❤...ru amr homy da tu vgbn....hdai vle kukhle thkk....❤❤❤

  • @page6452
    @page6452 2 ชั่วโมงที่ผ่านมา

    Ultimate work

  • @trishnamoitakue115
    @trishnamoitakue115 12 ชั่วโมงที่ผ่านมา

    Team Bidur bhaiya val Kam korise 😊Homoi Dar kotha kuwa prayujon naiyai akow 🎉

  • @JanmoniKalita-w1y
    @JanmoniKalita-w1y 5 ชั่วโมงที่ผ่านมา

    Hosai bht vl lagila kotha tu jani

  • @cmbordoloivlog
    @cmbordoloivlog วันที่ผ่านมา +1

    Bohut val lage kisuman kotha huni love from morigaon ❤❤

  • @jyotimoyeevloger9150
    @jyotimoyeevloger9150 วันที่ผ่านมา

    এই চিন্তাৰ ব্যক্তি সকল আছে বাবে এই পৃথিৱীখন আজিও কিছু ধুনীয়া হৈ আছে 🌿

  • @bhrigukalita6479
    @bhrigukalita6479 4 ชั่วโมงที่ผ่านมา

    সুন্দৰ ভিদীয় 👍

  • @jccomedy9501
    @jccomedy9501 14 ชั่วโมงที่ผ่านมา

    Sorkari ghor kiyo nepai ,ene poriyal kitai,sorkaror ponsayat levelor hokoluke dhikkar disu bohut,bhut val lagil bidurbhai & homoy daa

  • @nirupamaborah3186
    @nirupamaborah3186 วันที่ผ่านมา +3

    অতি সুন্দৰ

  • @GitamoniHazarika-wo3gk
    @GitamoniHazarika-wo3gk 17 ชั่วโมงที่ผ่านมา

    Bohut val lagile.aru jante enekoi val val Kam kori jabo para vogoban or usorot prarthana jonaisu

  • @robinhazarika3226
    @robinhazarika3226 13 ชั่วโมงที่ผ่านมา

    Bidur Bhai hokolu team ok loi akham bakhi gourab❤

  • @kamrupiyasuwalibhagyashree3510
    @kamrupiyasuwalibhagyashree3510 14 ชั่วโมงที่ผ่านมา

    Dhuniya

  • @jogeshkakati7278
    @jogeshkakati7278 15 ชั่วโมงที่ผ่านมา

    Da apuni aru val val kam kri jowa...I love samay da👍👍👍❤️❤️❤️❤️❤️

  • @tapandeka6116
    @tapandeka6116 3 ชั่วโมงที่ผ่านมา

    ভাল লাগিল

  • @DipankarKalita-pw5wx
    @DipankarKalita-pw5wx 12 ชั่วโมงที่ผ่านมา

    সুন্দৰ ❤

  • @BiniTeronpi1234
    @BiniTeronpi1234 17 ชั่วโมงที่ผ่านมา +1

    Anekua ata din amiu par kori ahisu gotike anekua videobur dekhile sokulu nigori ahe😢...Bohut bhl kam korisa aguai jua tare kamona korilu 🙏🙏🙏❤❤❤❤

  • @udaikutum8983
    @udaikutum8983 8 ชั่วโมงที่ผ่านมา

    Mjaaaaaaa ❤❤❤❤❤

  • @jborgohain2116
    @jborgohain2116 วันที่ผ่านมา +1

    বহুত ভাল লাগিল❤❤❤❤❤❤❤

  • @rajdeepgogoi5050
    @rajdeepgogoi5050 11 ชั่วโมงที่ผ่านมา

    অতি সুন্দৰ ❤

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg วันที่ผ่านมา +1

    Great 👍👍👍

  • @pankhibaruah11
    @pankhibaruah11 12 ชั่วโมงที่ผ่านมา

    👍 kunu hobdo nai Tumk koboloi💛