আজি চেৰীয়ে ক’ব সপোনৰ জীয়া কাহিনী

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 มิ.ย. 2022
  • আজি চেৰীয়ে ক’ব সপোনৰ জীয়া কাহিনী
    উঃ মাঃ কলা শাখাত প্ৰথম স্থান চেৰী গোহাঁইৰ
    আত্মবিশ্বাস বৃদ্ধি আৰু লক্ষ্য প্ৰাপ্তিৰ কিটিপ কি?
    শীৰ্ষ স্থানৰ বাবে মন-মগজুক সজাব লাগে কেনেকৈ?
    কিহৰ বাবে উৎসৰ্গিত হ’ব চেৰী?

ความคิดเห็น • 205

  • @bobitabaruah2172
    @bobitabaruah2172 2 ปีที่แล้ว +75

    ভাল লাগিল কথাখিনি শুনি। চেৰী আৰু ধৃতিৰাজ দুয়োজনেই কথাৰে মানুহৰ অন্তৰ জয় কৰিব পাৰে।

  • @ruplekhagohain4469
    @ruplekhagohain4469 2 ปีที่แล้ว +73

    আই অ' মাইনাজনী, কথাবোৰ ইমান স্পষ্ট, শুদ্ধ ! আৰ্হি দেখুওৱা সহজ সৰল ছোৱালী এজনী। একে কলেজৰ , একে গাঁৱৰ আৰু ঘৰৰ বুলি গৌৰৱান্বিত হৈছো। মনৰ সকলো আশা পূৰণ হওঁক।

  • @sanamdutta3703
    @sanamdutta3703 2 ปีที่แล้ว +49

    ইমান নম্ৰতা তাইৰ কথাত, কোনো অভিমান নাই মনত। ছোৱালী হ'লে ছেৰী গোহাঁই দৰে হ'ব লাগে। so proud of you girl ❤️

  • @bishnuprasadrabha8487
    @bishnuprasadrabha8487 2 ปีที่แล้ว +42

    চেৰী ইংৰাজী মাধ্যমৰ ছাত্ৰী অথচ সাক্ষাতকাৰৰ খাতিৰত ইংৰাজী শব্দ এৰাই অসমীয়াত গুৰুত্ব দিছে , আনফালে অসমীয়াত ১০৫ নম্বৰ পাবৰ যোগ্যজনীয়ে বেলেগ সাক্ষাতকাৰত বেছিভাগ ইংৰাজী শব্দৰ প্ৰয়োগ কৰা দেখা গৈছে । চেৰীলৈ অশেষ শুভ কামনা থাকিল ।

    • @sagarikachakravarty3067
      @sagarikachakravarty3067 2 ปีที่แล้ว +5

      Sei ahankarijonir Kam nai ..
      Dudin pisot seijoni r nam nuhuwa hoi jabo..ki ahankari...Anhate Cherry aru Dhtiraj r kotha but ki xundor .ki adarsa,ki amayik aru gyani..bahut aguwai jabo duijone...

    • @bishnuprasadrabha8487
      @bishnuprasadrabha8487 2 ปีที่แล้ว +6

      প্ৰথম কথা ধৃতিৰাজৰ তুলনা নাই । তেওঁ ভৱিষ্যতে ৰসায়ন বিজ্ঞানত গৱেষণা কৰি ন'বেল আজৰি আনক , এয়া মোৰ আবেগিক ইচ্ছা ।
      দ্বিতীয়তে , সাধনাৰ প্ৰতি মোৰ এটাই কথা , যি কেই গৰাকী বহী পৰীক্ষকৰ মতে অসমীয়াত ১০৫ নম্বৰ পাবৰ যোগ্য বুলি কৈছে ,সেইসকলৰ সন্মান ৰাখিব নোৱাৰিলে। বাক্য প্ৰতি ইংৰাজী শব্দ , এয়া অসমীয়া ভাষাৰ প্ৰতি ভাবুকি স্বৰুপ।

  • @technophileuniverse528
    @technophileuniverse528 2 ปีที่แล้ว +98

    খুব গৌৰৱ অনুভৱ কৰিছোঁ .....💐💐
    ঘৰৰ ওচৰৰ ছোৱালী এগৰাকীয়ে ইমান সুন্দৰ ফলাফল দেখুৱাৰ বাবে.......
    তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ 👍🏻✨

  • @shweta4538
    @shweta4538 2 ปีที่แล้ว +54

    ইমান মৰমলগা ছোৱালীজনী!বৰ সুন্দৰ বক্তব্য!!
    বহুত আশীৰ্বাদ থাকিল মাজনী😍
    তোমাৰ আৰু ধৃতিৰাজৰ কথা-বতৰাই প্ৰমাণ কৰিলে তোমালোক সঁচাকৈয়ে মানৱ সম্পদ😘😘

    • @hiragoswami4191
      @hiragoswami4191 2 ปีที่แล้ว

      সঁচাকৈয়ে

    • @animadutta845
      @animadutta845 2 ปีที่แล้ว +1

      সঁচাকৈয়ে ইমান ভদ্ৰ ছোৱালী। নম্বৰকৈ কথা কেইটাই মন চুই গৈছে। আগলৈও এনেকৈ থাকিবা।

  • @pankajbaruah5770
    @pankajbaruah5770 2 ปีที่แล้ว +27

    গাঁৱৰে ছোৱালী এজনী এনেকৈ ইমান ভাল ফলাফল হোৱা বাবে যথেষ্ট ভাল লাগিল .এনে ফলাফলে ওচৰৰ পৰিবেশ সলনি কৰে, ফলস্বৰূপে আহিবলগীয়া প্ৰজন্মও ভাল হৈ পৰে

  • @bijitpatowary4984
    @bijitpatowary4984 2 ปีที่แล้ว +78

    Emn morom loga sowali jonir kotha botora , congratulations vonti, success howa life, bht bht morom aru akhidnad thakile 💚

  • @nabadeepgogoi355
    @nabadeepgogoi355 2 ปีที่แล้ว +12

    প্ৰথমে চেৰীক অভিনন্দন জনাইছোঁ। এখন চৰকাৰী মহাবিদ্যালয়ৰ পৰা লগতে এটা পিছপৰা অঞ্চলৰ পৰা নিজৰ কষ্টৰ ফলত যি সাফল্য অৰ্জন কৰিছে মই ভাবো চেৰীয়ে প্ৰকৃততে এগৰাকী মেধা ছাত্ৰী।অনুপম দা‌ক ধন্যবাদ জনাইছো তাইক সামাজিক মাধ্যমৰ যোগেদি ৰাইজৰ মাজলৈ অনাৰ বাবে,এনেবোৰ ব্যতিক্ৰমী অনুষ্ঠান উপস্থাপন কৰা বাবে আপোনাক ভাল লাগে যিটো অন্য কোনো সামাজিক মাধ্যমে ঢুকি নাপালে।

  • @rajibneog4208
    @rajibneog4208 2 ปีที่แล้ว +7

    বৰ সংস্কাৰী আৰু স্থিতপ্ৰজ্ঞ গুণৰে সমৃদ্ধ চেৰী গোহাঁই ❤️🙏❤️ধন্যবাদ জনালোঁ
    আপোনাক তাইৰ সৈতে বাৰ্তালাপ কৰাৰ বাবে

  • @bhbxyz
    @bhbxyz 2 ปีที่แล้ว +59

    অভিনন্দন জনালোঁ চেৰী। আমাৰ তিনিচুকীয়া জিলাৰ নাম উজ্জ্বল কৰাৰ বাবে। এনেদৰে আগলৈও আমাৰ তিনিচুকীয়াৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবা। ধন্যবাদ অনুপম দা, তাইক এইখিনি কথা প্ৰকাশ কৰিবলৈ এখন মঞ্চ দিয়াৰ বাবে।

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 2 ปีที่แล้ว +20

    বৰ সহজ সৰল ছোৱালী দেই। সাধনাৰ নিচিনা lebel নাই আৰু নথকাটোৱে ভাল লক্ষণ বুলি মই ভাৱো।

  • @minakshidutta4123
    @minakshidutta4123 2 ปีที่แล้ว +8

    চেৰী ক ভগৱানে শক্তি দিয়ক আৰু আগুৱাই যাওক তাই,ছোৱালী জনী ৰ কথা ইমান স্পষ্ট আৰু সহজ সৰল ।তিনিচুকীয়া বাসি হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ।।

  • @user-tn5yo1yx3d
    @user-tn5yo1yx3d 2 ปีที่แล้ว +25

    ভাল লাগিল অনুপম দাদা তাইক তাইৰ মনৰ কথাবোৰ জনাবলৈ এখন মঞ্চ দিয়াৰ বাবে

  • @ASOMIYAdigital
    @ASOMIYAdigital 2 ปีที่แล้ว +17

    চেৰী ভন্তিলৈ বহুতো শুভেচ্ছা আৰু অভিনন্দন যাচিলো... আৰু অলপ চাবলৈ মন যোৱা interview... ধন্যবাদ অনুপম দালৈ...এটা সুন্দৰ interviewৰ বাবে।।

  • @ariyanaxom7958
    @ariyanaxom7958 2 ปีที่แล้ว +17

    তাই জানে তাই আছলতে সপোন কি! ভবিষ্যতৰ সপোনবোৰ পূৰণ হোৱাৰ কামনা কৰিছো ৷৷

  • @user-ot3yw6bi3r
    @user-ot3yw6bi3r 2 ปีที่แล้ว +6

    কথাবোৰত ঘৰৰ সংস্কাৰ সমূহ ফুটি উঠিছে।❤️✨💞

  • @manashjyotideka5324
    @manashjyotideka5324 2 ปีที่แล้ว +9

    Dhrity Raj Aru Seri Gohayi...Dudure...Manuvab ekei.... Sahaj Sarol...Manar Duyu Garaki...Sidina Dhri Raj r Katha khinir logat Seri R katha khini Mil ase....Duyu Garaki Sahoj Sarol...Val lagil Seri Aji tomak Studio t dekhi....Aguwai jowa tumi..... 💕💕💕💕

  • @prem97073
    @prem97073 2 ปีที่แล้ว +23

    Congratulations Cheri, you have given excellent answers to the questions about government schools n Colleges, your answers can eliminate the bad feelings of people about government institutions, we are very proud of a talented new generation like you.👍👍

  • @birenkutum9514
    @birenkutum9514 2 ปีที่แล้ว +23

    অভিনন্দন চেৰী।ভাল লাগিছে তোমাৰ কথা-বতৰাবোৰ।অসমৰ ভৱিষ্যত মানৱ সম্পদ তোমালোক।তোমাৰ আশা বোৰ পূৰ্ণ হোৱাত ভগৱানে সহায় কৰক

    • @arugogoi5740
      @arugogoi5740 2 ปีที่แล้ว

      ভাল লাগিল । ইমান মৰম লগাকৈ সহজ সৰল ভাৱে কথাখিনি কৈছে ।ধন্যৱাদ আৰু আগবাঢ়ি যোৱা

    • @protimadutta2890
      @protimadutta2890 2 ปีที่แล้ว

      ইমান সহজ-সৰল ছোৱালী জনী---কথা বোৰ শুনি বুজা যায়--কোনো গপ ভেম নাই---ভগৱানে তোমাক সদায় সহায় কৰিব--

  • @farhasuhana9646
    @farhasuhana9646 2 ปีที่แล้ว +5

    Apuni bisari pale Cherry bak bohute bisari pua nasil
    Ovinondon ba aguai jua tumi❤

  • @manash5445
    @manash5445 2 ปีที่แล้ว +5

    মৰম লগা ছোৱালী জনীৰ কথাবোৰো বহুত মৰম লগা

  • @monujmanoshborah9388
    @monujmanoshborah9388 2 ปีที่แล้ว +5

    "মৰম লগা ভণ্টি জনী জীৱনত সফল হোৱা তুমি....."

  • @monkeydyuvi23
    @monkeydyuvi23 2 ปีที่แล้ว +15

    She is so innocent and humble ✨

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 2 ปีที่แล้ว +10

    Bhal lagil Cherry r kotha botora...tumaloi hiya bhara Xubhokamona thakil.
    Thanks to Anupam Chakraborty for conducting beautiful conversations.

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 2 ปีที่แล้ว +4

    অনুপম ডাঙৰীয়াৰ আৰু বহুত কথা সোধাৰ অবকাশ আছিল , বিশেষকৈ গাওৰ পথটোৰ ওপৰত ....ৰাজনৈতিক নেতাৰ কেনে কি মনোভাব‌ ....এম এল এ , এম পি সকলে পথটো দেখিছেনে নাই ....etc..etc halfdone interview ....however congrats 2 Cherry flower ...may god always with u..we pray for d same ...go ahead ...

  • @Phukansdiary
    @Phukansdiary 2 ปีที่แล้ว +9

    ভাল লাগিল ভন্টীজনীৰ কথাবোৰ। শুভেচ্ছা থাকিল💐

  • @anowarabegum5390
    @anowarabegum5390 2 ปีที่แล้ว +9

    eman dhunia kai katha khini kaise val lagil 🙏👍👍👌🏼🙏🙏 congratulation

  • @surajitkalita1812
    @surajitkalita1812 2 ปีที่แล้ว +2

    চেৰী গোহাঁইক ভগবান কুশলে ৰাখক আৰু মনৰ কামনা পূৰন কৰক। ইমান মৰম লগা কথা🙏🙏🙏

  • @hirannyagoswami3394
    @hirannyagoswami3394 2 ปีที่แล้ว +2

    ছোৱালী জনী বহুত মৰম লগা কথা বতৰা বিলাকো বহুত ভাল লাগে বহুত বহুত অভিনন্দন জনালোঁ তোমাক।

  • @birajvlogs9433
    @birajvlogs9433 2 ปีที่แล้ว +6

    সাংবাদিকবিলাক ৰাস্তা বেয়া কাৰণে যোৱা নাছিল নেকি ইমান দিনে । শুভেচ্ছা জনালোঁ অনেক 🎉🎉

  • @nibaranroy5246
    @nibaranroy5246 2 ปีที่แล้ว +13

    চৰকাৰী মহাবিদ্যালয়ৰ পৰাও যে স্থান লাভ কৰিব পাৰি তাৰেই উদাহৰন চেৰি গোঁসাই

  • @anitamili8639
    @anitamili8639 2 ปีที่แล้ว +9

    Serry u r beautiful n amiable as well a nature . U have earned the name n fame from all over Assam I congratulate on u . May God's love n blessing flow to u all the day of your life .

  • @Jagot-dd2yb
    @Jagot-dd2yb 2 ปีที่แล้ว +6

    সচাকৈয়ে ভন্টীজনী বৰ মৰমলগা৷ আগবাঢ়ি যোৱা ভণ্টী ৷

  • @mntu2755
    @mntu2755 2 ปีที่แล้ว +4

    চেৰীলৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল ।

  • @dhrubajyotisaharia1042
    @dhrubajyotisaharia1042 2 ปีที่แล้ว +3

    তোমাক অভিনন্দন জনালোঁ চেৰী। তোমাৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলোঁ।

  • @hemontagogoi1568
    @hemontagogoi1568 2 ปีที่แล้ว +9

    How humble she is💚🙏

  • @farminbegumofficial3442
    @farminbegumofficial3442 2 ปีที่แล้ว +2

    অভিনন্দন চেৰী❤️ আৰু আগুৱাই যোৱা তুমি

  • @souravchetry366
    @souravchetry366 2 ปีที่แล้ว +5

    So humble, So Calm❗

  • @rambalram2610
    @rambalram2610 2 ปีที่แล้ว +11

    যত অসমৰ মানুহৰ জনমূৰি আয় মাত্ৰ ৮০০০ টকা, টাত মানুহে private school অত কেনেকৈ পঢ়োৱাব 🤔🤔🤔 লাগে লাহে শিক্ষা দৰিদ্ৰ শ্ৰেণীৰ লোকৰ পৰা হেৰাই যাব... আৰু সমাজত এক ডাঙৰ শ্ৰেণী বিভাজনৰ সৃষ্টি হব। দেশবোৰত চৰকাৰ এই কাৰণেই বনোৱা হয় যাতে সমাজত সমতা বৰ্তি থাকে। দৰিদ্ৰ সকলেও যাতে আগ বাঢ়ি যোৱাৰ সুবিধা পাই। নহলে টো পুঁজি পতি সকলেকেই দেশ খন চলাবলৈ দিব পাৰি 🤔🤔🤔 তেনে কৰিলে, তেওঁলোকে নিজৰ স্বাৰ্থ হে সুৰক্ষিত কৰি লব। কিন্তু চৰকাৰ থকাৰ পিছতো আজি প্ৰাই সেই একেই অৱস্থা.... পুঁজি পতি লোক সকলে দেশ চলোৱাৰ দৰে। গতিকে ৰাইজ সজাগ হব লাগিব। চৰকাৰ ভোট দি বনালেই নহব... সিহঁতৰ কাম কাজ চকু দিব লাগিব। অসমীয়া ৰাইজ কুম্ভ কৰ্ণ নিদ্রাৰ পৰা উঠা উচিত.... শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে বুলি পূৰ্ব পুৰুষ সকলে এনেই কৈ যোৱা নাই..🙂🙂🙂

    • @ranjitdeka5868
      @ranjitdeka5868 2 ปีที่แล้ว

      Moi aponar kothat akmot.Ami chintadhara holoni koribo lagibo.

  • @bikashitakalita597
    @bikashitakalita597 2 ปีที่แล้ว +7

    Very innocent and Mature..... Looking gorgeous... keep growing

  • @manashjyotigogoi5378
    @manashjyotigogoi5378 2 ปีที่แล้ว +6

    অভিনন্দন ও অশেষ শুভকামনা চেৰীলৈ 💐🌸

  • @satyajitmoran8206
    @satyajitmoran8206 2 ปีที่แล้ว +2

    ইমান সহজ সৰল উত্তৰ, বহুত মৰম আৰু শুভেচ্ছা যাচিলোঁ ভণ্টি

  • @anjoyrajkhowa5808
    @anjoyrajkhowa5808 2 ปีที่แล้ว +1

    Seri tumak bohut Suvasha janalu god bless you

  • @bipuldeori8499
    @bipuldeori8499 2 ปีที่แล้ว +3

    Eman dhuniya k khotabur dangi dhorise...... Hosak vhal lagil

  • @smitabaishya8122
    @smitabaishya8122 ปีที่แล้ว +2

    So innocent girl . God bless her ❤️🙏 Keep going Ahead 👍

  • @hemontagogoi5177
    @hemontagogoi5177 2 ปีที่แล้ว +2

    কথা-বতৰাৰ পৰা আদি কৰি সকলো বিষয়তে ভাল লাগিছে,আগুৱাই যোৱা

  • @sisangope2848
    @sisangope2848 2 ปีที่แล้ว +3

    congratulation seri tumaloi bohut bohut antrik abinondan gyapon krisu. Tumar hopunbur bastobot porinot hok . Homajot tumak agoloiyu jate hokuluye sini pai. akomt bobistotloi tumi jate jiliki takiba. Seri keep it up

  • @sagarikachakravarty3067
    @sagarikachakravarty3067 2 ปีที่แล้ว +1

    Congratulation Cherry...aguwai jua ...amar xakalure axirbad ase ..Asomr logote Bharatar nam ujolai Tula...

  • @karabiborarajkhowa7295
    @karabiborarajkhowa7295 2 ปีที่แล้ว +1

    Bhut bahut xuvokamona janalu 💐💐💐

  • @sebikadevi1824
    @sebikadevi1824 2 ปีที่แล้ว +2

    Eman hundar kotha koisa mur bohut bhal lagil .mur suwali jonia aibar sorkari schoolr pora hslc pass korise 82.33 Anupam da apunak log paboloi mur bohut hepah akha koru apunak log pam mur ghar golaghatt.🙏

  • @rajinapatir7234
    @rajinapatir7234 2 ปีที่แล้ว +10

    Bohut vl lagil kotha bur huni 👍❤️👍 congratulations seri 👍❤️❤️ god bless you

  • @kalyanjyotidas4096
    @kalyanjyotidas4096 2 ปีที่แล้ว +2

    চেৰী গোহাঁইলৈ আন্তৰিক অভিনন্দন জনাইছোঁ

  • @KishorKumar-cx6jh
    @KishorKumar-cx6jh 2 ปีที่แล้ว +2

    Congratulations
    May God bless you moina....

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 ปีที่แล้ว +2

    Tumar vobissot utjol kamana কৰিছোঁ আন্তৰিক অভিনন্দন জনালো,তোমাৰ বহুত ভাল হব, এগৰাকী ভাল মানুহ হোৱা 👍

  • @debabora4902
    @debabora4902 2 ปีที่แล้ว +2

    God bless you cheri

  • @asomiyabowarikabita3292
    @asomiyabowarikabita3292 2 ปีที่แล้ว +1

    কথা শুনি খুউব ভাল লাগিছে তোমাৰলৈ বহুত বহুত শুভকামনা থাকিল আগবাঢ়ি যোৱা

  • @binoykrmoran3675
    @binoykrmoran3675 2 ปีที่แล้ว +4

    Val lagil cherry k amonton diar babe ...!!!

  • @dipugogoidipu5631
    @dipugogoidipu5631 2 ปีที่แล้ว +1

    অভিনন্দন চেৰী,, আগুৱাই যোৱা💕

  • @manhaakramcomuslimabegum1079
    @manhaakramcomuslimabegum1079 2 ปีที่แล้ว +2

    "Simple living high thinking"..u have just proved it... Really impressed.... May God bless u to achieve more and more... Bor bhal lagil dei khosakoi tumar kotha botora...

  • @indianboy2299
    @indianboy2299 2 ปีที่แล้ว +2

    So honest girl. Good bless you.

  • @Deepb97
    @Deepb97 2 ปีที่แล้ว +1

    Congratulations... Khub bhal lagil.

  • @roktimboruah7413
    @roktimboruah7413 2 ปีที่แล้ว

    ছোৱালী জনি কথা বোৰ সঁচা কৈ খুব ভাল আৰু মৰম লগা ছোৱালী আৰু অলপ সময় লব লাগিছিলে । কথা বোৰ শুনি বহুত বহুত ভাল লাগিল

  • @moinal835
    @moinal835 2 ปีที่แล้ว +1

    Bhonti ru agbarhi juwa.....tumaloi bht bht huvessa thakil.....

  • @globalvillage6416
    @globalvillage6416 2 ปีที่แล้ว +2

    Notun projonmor logote amaku humble hobo hikala tumaluke.... love from Qatar.

  • @hemalatachetia3765
    @hemalatachetia3765 2 ปีที่แล้ว

    চেৰী মাজনী ঔ তোমাক বহুত মৰম ,,,আৰ্শীবাদ ,,দিছো ,,আৰু আগুৱাই যোৱা ,,চৰকাৰী বিদ্যালয়ৰ এগৰাকী ,,,,,,,,,,,,,,,,,,,হ'ব পাৰিবা তাৰে ভগৱানৰ ওচৰত 🙏🙏🙏জনালো ।।

  • @debavideo9255
    @debavideo9255 2 ปีที่แล้ว +1

    Bohut vl lagili kotha bur huni

  • @priyankagogoibhuyan1973
    @priyankagogoibhuyan1973 2 ปีที่แล้ว +1

    Emn morom loga o suwali joni ru ktha bur....👑👑👑

  • @Priyanka-jn9zr
    @Priyanka-jn9zr ปีที่แล้ว

    Khub maram logake koi kotha bore... Val lagil video tu sai

  • @minasaikia3698
    @minasaikia3698 2 ปีที่แล้ว +1

    Congratulations Thanks NKTV

  • @mitalidoley3760
    @mitalidoley3760 2 ปีที่แล้ว

    চেৰী & ধৃতি দুয়োজনৰ কথা ইমান সুন্দৰ

  • @assamguwahati5265
    @assamguwahati5265 2 ปีที่แล้ว +1

    bohut bhal lagil de ❤❤

  • @aamarprithivibharatiphukan6883
    @aamarprithivibharatiphukan6883 2 ปีที่แล้ว +1

    Bor hundor aaru aag barhi juwa

  • @purnimadeka9659
    @purnimadeka9659 2 ปีที่แล้ว +2

    God bless you

  • @jitunath863
    @jitunath863 2 ปีที่แล้ว +1

    Good bless you.

  • @juribhuyan7403
    @juribhuyan7403 2 ปีที่แล้ว +2

    2mi khub simple seiehe Val lagise intervew 2 sai.tumer ujjal vabissat kamana karilu.🙏❤️🎉

  • @dhrubodas6004
    @dhrubodas6004 2 ปีที่แล้ว +2

    আগবাঢ়ি যোৱা আৰু ভন্টি , শুভেচ্ছা থাকিল

  • @rumy1100
    @rumy1100 2 ปีที่แล้ว +5

    Eman moromloga sowali..

  • @StrongHeart96
    @StrongHeart96 2 ปีที่แล้ว +1

    Tai jane ki kobo lage ki kobo nalage aru kotha keneke kobo lage
    That's call actually well educated

  • @porinitaboruah7025
    @porinitaboruah7025 2 ปีที่แล้ว +1

    Congratulations Chari bhut val lagese tumi amar Tinsukia nam rakhila agoleu tumar hapun bur jin pur hoi take akhibad korisu.

  • @mainasaikia1754
    @mainasaikia1754 2 ปีที่แล้ว

    বহুত ধুনীয়া কৈ কথা বোৰ কয় ছোৱালী জনি যে । শুভেচ্ছা থাকিল চেৰী

  • @animadutta845
    @animadutta845 2 ปีที่แล้ว

    ইমান মৰম লগা পঢ়াৰ লগতে কথা কেইটাই সকলোৰে মন জয় কৰিব।

  • @jyotirmoynath2702
    @jyotirmoynath2702 2 ปีที่แล้ว

    Congratulations for achievment and May bless you for upcoming bright future

  • @ankurdeka9751
    @ankurdeka9751 2 ปีที่แล้ว

    Kotha blk vl lgil... Good job💯

  • @dbbhai2923
    @dbbhai2923 2 ปีที่แล้ว

    Iman hundar kotha botora ❤❤❤❤

  • @achyutbaruah9111
    @achyutbaruah9111 2 ปีที่แล้ว +1

    চেৰী লৈ আন্তৰিক অভিনন্দন 🌷🌷

  • @tangkeswarboro282
    @tangkeswarboro282 2 ปีที่แล้ว +1

    Tumi aaguwai juwa sister.

  • @lovestatus5109
    @lovestatus5109 2 ปีที่แล้ว

    Agbarhi joa 👍

  • @jitudutta9088
    @jitudutta9088 2 ปีที่แล้ว +2

    Congratulations seri ,god bless you ❤ 💖

  • @himashreedaskalita3536
    @himashreedaskalita3536 2 ปีที่แล้ว +1

    Vl lagise tmr xafollya dekhi. Aguwai jowa voni vl hobo tmr. Bahut morom jasiso tmloi.

  • @iamrajbongshi8228
    @iamrajbongshi8228 2 ปีที่แล้ว +3

    সঁচাকৈ যোগ্য ছোৱালী জনী ,,,,,,

  • @ujjaldas2749
    @ujjaldas2749 2 ปีที่แล้ว

    চেৰী আৰু ধৃতিৰাজ দুয়োৰে ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ ।

  • @pujadaspujadas5295
    @pujadaspujadas5295 2 ปีที่แล้ว +1

    Bor val lagil tumr kotha bilg huni news tu 2bar man salo.... bahut hundor kotha koisa chery gohain .....love you ..

  • @chandankonwar7303
    @chandankonwar7303 2 ปีที่แล้ว

    অতি সন্দৰ

  • @rekhadoimari8252
    @rekhadoimari8252 2 ปีที่แล้ว

    Bohut bohut morom vonti agbarhi jua,tumi hofol hua.

  • @viratkohlidebo1498
    @viratkohlidebo1498 2 ปีที่แล้ว +4

    Most telented student in this year 👍

  • @bijudas8564
    @bijudas8564 ปีที่แล้ว

    Tmr pora amr lorai u inspired hoise enkua lora suwali hokolu mak bapekokei diyok ❤️majoni tmi agbahi jua amr akhirbad hodai tmr lgt ase....tmr eta eta word e mur mon sui gol ❤️

  • @dipalisonowal2432
    @dipalisonowal2432 2 ปีที่แล้ว

    অভিনন্দন জনালোঁ । তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @swapnaboruah2209
    @swapnaboruah2209 2 ปีที่แล้ว

    So sweet ,congratulations

  • @mrigendragogoi9557
    @mrigendragogoi9557 2 ปีที่แล้ว +3

    চেৰীলৈ বহুত অভিনন্দন থাকিল।