মই কেনেদৰে পঢ়িছিলো, মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম স্থানপ্ৰাপ্ত ধৃতিৰাজৰ পঢ়া মেজৰ পৰা

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 ก.ย. 2024
  • #dhritiraj_bastav_Kalita
    #assam_guide
    #hslc_result
    #hslc_result_first_position
    #hslc_first_postition_2020

ความคิดเห็น • 824

  • @dr.girinbaruah5263
    @dr.girinbaruah5263 3 ปีที่แล้ว +257

    ❤️❤️মোৰ ভাগিন ক সকলোৱে আশীৰ্বাদ কৰিব🙏🙏

  • @Islamic-km2bl
    @Islamic-km2bl 2 ปีที่แล้ว +79

    মই এজন ছাত্ৰ। মইও ধৃতিৰাজ ভাইটিৰ পৰা বহুতো নজনা কথা শিকিলোঁ। ভাইটিৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @mainaborah3395
    @mainaborah3395 3 ปีที่แล้ว +260

    তেওঁ কোৱা ভাষা সমূহ অতিকৈ উচ্চ মানদণ্ডৰ ....বৰ সুন্দৰ

  • @rajendraprasadbania1655
    @rajendraprasadbania1655 4 ปีที่แล้ว +476

    ধৃতিৰাজ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।

  • @ahmotivation5685
    @ahmotivation5685 3 ปีที่แล้ว +327

    ধৃতিৰাজৰ ব্যৱহাৰতেই মই অনুমান কৰিব পাৰিছো যে সি বহুত বহুত সহজ সৰল মনৰ। ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @lxpapumedhi554
    @lxpapumedhi554 3 ปีที่แล้ว +34

    Moiu aber HSLC exam dim ......tmr kotha khuni ...moi bhut perona lav krisu.....moiu bisaru tmr dore hb ......🥰....

  • @BarshaBharali6677
    @BarshaBharali6677 2 ปีที่แล้ว +153

    He maintained his consistency and secured 1st position in HS again. Proud of you Brother!❤️

  • @বীণ-বৈৰাগী
    @বীণ-বৈৰাগী 2 ปีที่แล้ว +38

    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মইনা। ইমান সহজ নহয় দুয়োটা মূল পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰাতো। তোমাক লৈ অসমবাসীয়ে বহুত আশা কৰিছে। আশাকৰোঁ তুমি অসমীয়া জাতিৰ ভোটাতৰা হৈ জিলিকি থাকিবা। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। তুমি বহুত ডাঙৰ মানুহ হ'বা। আশীৰ্বাদ থাকিল।❤️

  • @paragdas4056
    @paragdas4056 3 ปีที่แล้ว +13

    Deutak or kotha khni akdom true...bhut bhal kotha koise deutake..bhut 😌 bhal lagil teur kotha xuni

  • @shilpibormudoi4573
    @shilpibormudoi4573 3 ปีที่แล้ว +65

    বন্ধু খুব উৎফুল্লিত হ'লো তোমাৰ কথাত। অমায়িক তোমাৰ ব্যৱহাৰ। বহু কথা শিকিলো তোমাৰ পৰা। তোমাৰ লক্ষ্য পূৰণ হওক। খুৰাজনো ইমান সৰল মনৰ। ভাল লাগিল ভিডিওটি চাই। তোমাৰ কথা ময়ো মানি চলিম ভৱিষ্যত জীৱনত😊।

  • @gkeverything1719
    @gkeverything1719 4 ปีที่แล้ว +250

    ভিডিঅ'টিৰ জৰিয়তে শিক্ষাৰ্থী সকল বহুতো উপকৃত হ'ব……… ধৃতিৰাজৰ উজ্বল ভবিষ্যত কামনা কৰিলো।

    • @assamguide
      @assamguide  4 ปีที่แล้ว +9

      ধন্যবাদ আপোনালৈ

    • @bastavdhritiraj1127
      @bastavdhritiraj1127 4 ปีที่แล้ว +27

      জীৱনৰ লক্ষ্য ত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আশীৰ্বাদ কৰিব

    • @gkeverything1719
      @gkeverything1719 4 ปีที่แล้ว +5

      ধৃতিৰাজ তুমি আমাৰ বাবে গৌৰৱ।তোমাৰ সাফল্যৰ ধাৰা অব্যাহত থাকক। তুমি যদিও মোক চিনি নোপোৱা তথাপি তোমাৰ মা-দেউতা,খুৰা,মামাহতৰ লগত এক আন্তৰিক সম্পৰ্ক আছে। মই হেমন্ত বৰুৱা।মোৰ ঘৰ কৈকৰাত।চাকৰি সূত্ৰে বাহিৰত থকা বাবে তোমাক দেখা কৰিব যাব নোৱাৰিলো। দূৰৈৰ পৰাই মৰম আৰু শুভেচ্ছা জনালো।

    • @rajendraprasadbania1655
      @rajendraprasadbania1655 4 ปีที่แล้ว +6

      ধৃতিৰাজৰ অনাগত দিনবোৰৰ উজ্জ্বল কামনা কৰিলো ।

    • @bhargovgogoi3916
      @bhargovgogoi3916 4 ปีที่แล้ว +7

      dhritiraj tumi kun khon college ot admission lola

  • @kxmusic777
    @kxmusic777 2 ปีที่แล้ว +181

    Salute to You Bro,its not easy!!!
    1st position in HSLC-2020
    1st position in HS(Science)-2022
    You are the Real Gem of our Region.
    Plz revive the uneducated society.

  • @Dibakarpatar4x
    @Dibakarpatar4x ปีที่แล้ว +4

    Dada tumi likhi likhi mukhostho korisila nki😊

  • @rontuchelleng4816
    @rontuchelleng4816 3 ปีที่แล้ว +90

    তুমাৰ ভৱিষ্যত উজ্জল হওক া

  • @kishorhaloi5563
    @kishorhaloi5563 ปีที่แล้ว +4

    মই লৰা জনকৈ তাৰ মা দেউতালৈ ধন্যবাদ জ্ঞাপন কৰিলো কাৰণ লৰা ছোৱালী সপোন মা দেউতা দেখুৱাই

  • @charubaruah8843
    @charubaruah8843 2 ปีที่แล้ว +13

    ইমান কম বয়সতে ইমান ভাবগধুৰ কথা ! ভিডিঅ'টো আগতে চোৱা হোৱা নাছিল । অতিশয় মুগ্ধ হ'লোঁ ধৃতিৰাজ বাবা । তুমি বিশ্ববন্দিত হোৱা ।

  • @shippo3601
    @shippo3601 3 ปีที่แล้ว +17

    Make your own strategy..... Because of we depend for everything from for the toppers....ex...notes,time of study....for this Assam's students can not succeed. Stop viewing strategy videos...make your own strategy.

  • @birenkalita2670
    @birenkalita2670 ปีที่แล้ว +10

    তোমাৰ পৰা বহুতো নজনা কথা জানিবলৈ পালোঁ দাদা বৰ ভাল লাগিল ❤️

  • @MChetia_Assam
    @MChetia_Assam 3 ปีที่แล้ว +155

    He's the real Little Hero having wonderful moral knowledge. God bless u..., May God fulfill ur all dreams 🙏

  • @informationquizsworld2694
    @informationquizsworld2694 2 ปีที่แล้ว +10

    পিতৃ-মাতৃ সদায় এনেকুৱা হ'ব লাগে ।

  • @gunvlog2372
    @gunvlog2372 2 ปีที่แล้ว +50

    কথা শুনি থাকিবলৈ মন jai ভাইটি জনৰ ইমান সহজ সৰল ..সুস্বাস্থ্য হোৱা সদায় ভালে থকা ভাইটি ❤️❤️❤️

    • @ankurjyotisaikia4732
      @ankurjyotisaikia4732 2 ปีที่แล้ว +2

      BESTBEST BEST😎😎🥰😎😎🥰😎😎😎🥰😎😎🥰😎😎💟💟💟💟💟💟💟💟💟💟💟💟💟💟

  • @deepjyotisahariah433
    @deepjyotisahariah433 4 ปีที่แล้ว +63

    Great

  • @educationtechnology3575
    @educationtechnology3575 ปีที่แล้ว +2

    Hosai tumar dore moi hoboloi sesta korisu... Tumar kotha burote proman hoi je tumi khub bhall lora

  • @dk-lo5tj
    @dk-lo5tj ปีที่แล้ว +3

    Bhut stand kra lora suwali dkhilu...kin2 anekuwa 1st aji he dkhilu

  • @annalatasaikia2434
    @annalatasaikia2434 3 ปีที่แล้ว +25

    পিতৃ তথা পুত্ৰ দূয়োজনলৈ মোৰ আন্তৰিক ধন্যবাদ জনালো।

  • @bontiboruah5157
    @bontiboruah5157 ปีที่แล้ว +11

    ধৃতিৰাজৰ পিতৃলৈ অসীম শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ উচ্চ চিন্তা আৰু ভাৱনাৰ মূৰ্ত প্ৰতীক ধৃতিৰাজ বাস্তৱ কলিতা।

  • @sanjibsarmah8298
    @sanjibsarmah8298 2 ปีที่แล้ว +31

    He got 1st Position in Hs final year from TRINITY (Congratulations brother)

  • @hiteshsarma8516
    @hiteshsarma8516 3 ปีที่แล้ว +99

    Feeling proud........ Dhritii..... U r my best Student.....forever.

  • @assamesevlogs4119
    @assamesevlogs4119 3 ปีที่แล้ว +62

    বহুত ভাল লাগিল । ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যতৰ বাবে মই আন্তৰিক শুভেচ্চা জ্ঞাপন কৰিলো। এনেকৈয়ে যাতে জীৱনত আগবাঢ়ি যোৱা তাকেই কামনা কৰিলো। ❤❤

  • @manjitsutradhar-sl1dn
    @manjitsutradhar-sl1dn ปีที่แล้ว +2

    Nice♥️♥️❤❤♥️

  • @kanikadas9200
    @kanikadas9200 2 ปีที่แล้ว +10

    অভিভাৱক হিচাপে তেওঁ কোৱা কথাখিনি একেবাৰে সময়োপযোগী আৰু যুক্তিসংগত। ধন্যবাদ থাকিল।

  • @puspanjaleegoswami6540
    @puspanjaleegoswami6540 2 ปีที่แล้ว +15

    তোমাৰ পৰা বহুত অনুপ্ৰেৰণা লাভ কৰিলোঁ।

  • @pobitragamallmixture4141
    @pobitragamallmixture4141 2 ปีที่แล้ว +28

    God bless him.

  • @opgaming123r5
    @opgaming123r5 4 ปีที่แล้ว +64

    You are great dhritiraj dada

  • @kishorbiswakarma2464
    @kishorbiswakarma2464 2 ปีที่แล้ว +9

    God bless you ,aru val howak tumar .

  • @hmkpritam7005
    @hmkpritam7005 3 ปีที่แล้ว +41

    বহুত সুন্দৰ দাদা। আপোনাৰ জৰিয়তে বহুতো কথা জানিব পাৰিছো। আপোনলৈ ধন্যবাদ জ্ঞাপন কৰিছো । 🙏🏼

    • @assamguide
      @assamguide  3 ปีที่แล้ว +2

      বহুত ধন্যবাদ আপোনালৈ

  • @bhaskarsarma93
    @bhaskarsarma93 3 ปีที่แล้ว +11

    We inspierd from you dada

  • @rumidoley8168
    @rumidoley8168 ปีที่แล้ว +5

    God bless you Dada

  • @tileswarboroo7529
    @tileswarboroo7529 2 ปีที่แล้ว +9

    Iman moram loga loratu.god bless you beta❤️❤️❤️.Tumi aru bohut duroloi aguai jua....

  • @tonaybpg7004
    @tonaybpg7004 2 ปีที่แล้ว +4

    Dhunia mat kotha lgote otike medha tumi ujoli utha moiuu jen tmr dre hbo nuarilew kintu bhal km kri jm

  • @Monikasarkar03
    @Monikasarkar03 3 ปีที่แล้ว +66

    ধৃতিৰাজৰ পিতৃৰ কথাখিনি খুব ভাল লাগিল।

  • @শ্ৰীনিৰ্মলৰাজবংশী
    @শ্ৰীনিৰ্মলৰাজবংশী 3 ปีที่แล้ว +10

    ভাল কৈই পৰিবা

  • @Edward-sp1sb
    @Edward-sp1sb 3 ปีที่แล้ว +5

    3 ta subject t 4 ta mastor tamam khela khelsa kintu.

  • @FearlessYouths
    @FearlessYouths 2 ปีที่แล้ว +8

    Tmi Bhai Agor Porai Bohut Talented. Tmr Kothabur r Mat Khube Xubola. Eibar HS tu Top Holder Hola. Tmi Yaar Prapya. Proud Of You Brother. Jibon t Aru Bohu Dur t Aguai Jua...

  • @ATAURRAHMAN-kd5ng
    @ATAURRAHMAN-kd5ng 2 ปีที่แล้ว +2

    Tumer gor kot bohut val lagil

  • @dharmendrakaman1859
    @dharmendrakaman1859 3 ปีที่แล้ว +12

    Long live your Education life

  • @SanDPzzzGaming
    @SanDPzzzGaming 2 ปีที่แล้ว +2

    Moi tumar Dore hom dada

  • @thetechykid1725
    @thetechykid1725 2 ปีที่แล้ว +24

    Example of consistency 🔥

  • @Assamese_boy78
    @Assamese_boy78 2 ปีที่แล้ว +9

    God bless you dhiritiraj

  • @bhargovgogoi3916
    @bhargovgogoi3916 4 ปีที่แล้ว +69

    Tumi kun khon college ot admission lola

  • @kanubarla7761
    @kanubarla7761 2 ปีที่แล้ว +6

    ধৃতিৰাজ দাদা তোমাৰ পৰা বহুতো ব্যক্তিগত কথা কেইটা সোনি বহুতো ভাল লাগিল । মই ও তোমাৰ দৰে পঢ়াত মনোযোগ দিম দাদা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @dipalikalita5655
    @dipalikalita5655 2 ปีที่แล้ว +9

    Not practice make man perfect (perfect practice make man perfect)

    • @strugglingtosuccess24
      @strugglingtosuccess24 5 หลายเดือนก่อน +1

      NOT perfect practice make man perfect
      ✓(perfect practice makes man perfect)
      ভুল ধৰাটো একেবাৰেই সহজ Maddam

  • @sewalikalita9301
    @sewalikalita9301 2 ปีที่แล้ว +11

    জীৱনত আৰু আগবাঢ়ি যোৱা ❤️

  • @pranjaltamulimusical3617
    @pranjaltamulimusical3617 3 ปีที่แล้ว +30

    ধৃতিৰাজ ৰ কথাখিনিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ এক শুভ বাৰ্তা কঢ়িয়াই অনা বুলি মই ভাবোঁ। এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়োৱাৰ বাবে আপোনাকো ধন্যবাদ জনাইছোঁ।

    • @assamguide
      @assamguide  3 ปีที่แล้ว +3

      Bahut dhanybad #pranjal_tamuli_musical

  • @lekopeyoutubechannel9864
    @lekopeyoutubechannel9864 2 ปีที่แล้ว +5

    Excellent💯 God bless🙏 u

  • @JitaBorah58
    @JitaBorah58 3 ปีที่แล้ว +16

    ধৃতিৰাজৰউজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।

    • @anaya--yt
      @anaya--yt 2 ปีที่แล้ว

      চচচচচচচচচচ

  • @simigogoi.4946
    @simigogoi.4946 3 ปีที่แล้ว +62

    Keep his results aside , his speaking ability is most appreciable

  • @Sansita123
    @Sansita123 3 ปีที่แล้ว +37

    God bless you 🙏 dhitiraj 🙂❤

  • @user-jp8fj4fu2r
    @user-jp8fj4fu2r 3 ปีที่แล้ว +19

    দেউতাকৰ ক থা বোৰ বহুত মন পৰশা

  • @shamsunnahar7945
    @shamsunnahar7945 2 ปีที่แล้ว +11

    ধৃতিৰাজ তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ। তোমাৰ পিতৃ মাতৃ আৰু সহায় সহযোগিতা আগবঢ়োৱা সকলক অভিনন্দন জনালোঁ।

  • @hemarajbongshi7463
    @hemarajbongshi7463 2 ปีที่แล้ว +7

    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।💕💕❤️❤️

  • @khanshortz3680
    @khanshortz3680 3 ปีที่แล้ว +10

    Please pray for matric exam 2022 such that it takes place

  • @ganeshdutta2039
    @ganeshdutta2039 3 ปีที่แล้ว +14

    বহুত ভাল লাগিল দাদা আগবাঢ়ি যোৱা god blesse you☺

  • @krishnaborah2420
    @krishnaborah2420 2 ปีที่แล้ว +8

    ধৃতিৰাজ তোমাৰ মুখমণ্ডলত উজ্জ্বলি থকা জ্যোতিয়ে সকলোকে
    উজ্জ্বলাই তোলক৷বহুতো মৰম আৰু আশীৰ্বাদ থাকিল তোমালৈ৷ জ

  • @chahejulali4481
    @chahejulali4481 3 ปีที่แล้ว +10

    God bless you dhritiraj

  • @rajenbhuyan2792
    @rajenbhuyan2792 2 ปีที่แล้ว +9

    God bless you.

  • @pujapaw3408
    @pujapaw3408 2 ปีที่แล้ว +1

    Tumi knedre pohisila

  • @angryprashfanangryarmyjind7057
    @angryprashfanangryarmyjind7057 3 ปีที่แล้ว +19

    He say = I want to read medical line
    Me = moi BONMONTRI HOM ...POLITICS OT JAAAAM AA ...THAT IS MY DREAM🙂😌

  • @rinadas8671
    @rinadas8671 2 ปีที่แล้ว +3

    Vaiti tumi aamr babe noikhotra

  • @jimiii_2k5
    @jimiii_2k5 3 ปีที่แล้ว +9

    Good bless you❤❤ Dhiriraj dada

  • @dsahid3171
    @dsahid3171 3 ปีที่แล้ว +11

    Tumi dapon tene an kunuba kitab question bank follow korisila nki

  • @NorthEasttravelandfoodvlogs
    @NorthEasttravelandfoodvlogs 2 ปีที่แล้ว +6

    Congratulations Dhritiraj

  • @pronunciationwithrituraj4899
    @pronunciationwithrituraj4899 2 ปีที่แล้ว +7

    ঠিক কৈছা দাদা তোমাৰ কথা বোৰ ভাল লাগিল

  • @mantudas9329
    @mantudas9329 3 ปีที่แล้ว +8

    ধৃতিৰাজ খুড়া ভাল লাগিছে

  • @sabinayeasmin942
    @sabinayeasmin942 3 ปีที่แล้ว +8

    dritiraz tmk log pabo bisaru

    • @shohidali8337
      @shohidali8337 3 ปีที่แล้ว

      Tumi 2020 Hslc exam disila naki

  • @barnalidutta8210
    @barnalidutta8210 2 ปีที่แล้ว +5

    ধৃতিৰাজ তুমি আগুৱাই যোৱা, আমাৰ আশীষ থাকিল।

  • @sabitrisvlog721
    @sabitrisvlog721 2 ปีที่แล้ว +24

    ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ। তুমি আমাৰ সমাজ তথা দেশৰ সু নাম কঢ়িয়াই আনিলা❤️😘

  • @XYZBSvlog
    @XYZBSvlog 2 ปีที่แล้ว +2

    God bless you vaiti❤️ ,i m frm Nagaon(assam)

  • @ranjitasarania9582
    @ranjitasarania9582 3 ปีที่แล้ว +37

    God bless you dhritiraj

  • @nurulnurulhussainhussain2034
    @nurulnurulhussainhussain2034 3 ปีที่แล้ว +26

    God bless you

  • @MDv556
    @MDv556 3 ปีที่แล้ว +10

    Dritiraj tumar jib0nr ujjal kamona rakhilu

  • @kulennath6456
    @kulennath6456 2 ปีที่แล้ว +12

    Keep going Dhritiman 👍

  • @purnimasenapoti5174
    @purnimasenapoti5174 3 ปีที่แล้ว +19

    This boy is very cute and genius 💐💐😊

    • @saratkoch1718
      @saratkoch1718 2 ปีที่แล้ว

      Congratulation God bless you

  • @arnabdekavlog
    @arnabdekavlog ปีที่แล้ว +2

    ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিছো

  • @tarunborah7334
    @tarunborah7334 2 ปีที่แล้ว +3

    সচাকৈ ভাষা নাই

  • @pankajpatgiri5841
    @pankajpatgiri5841 2 ปีที่แล้ว +6

    Real hero😍

  • @bolithakur1394
    @bolithakur1394 2 ปีที่แล้ว +5

    তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ 🙏🙏🙏🙏

  • @amitmahato7222
    @amitmahato7222 2 ปีที่แล้ว +7

    change your path not your goal .....nice line 💫

  • @dharmakaman3043
    @dharmakaman3043 3 ปีที่แล้ว +26

    ভবিষ্যতে ঈশ্বৰ মংগল কৰক

  • @trending.78
    @trending.78 3 ปีที่แล้ว +10

    Moiu abr Hslc dim 2mr ktha huni bohut parona palu....

    • @assamguide
      @assamguide  3 ปีที่แล้ว +3

      আমাৰ পৰা শুভেচ্ছা জনালোঁ।

    • @pranjaltamulimusical3617
      @pranjaltamulimusical3617 3 ปีที่แล้ว +2

      মোৰ চেনেল Pranjal Tamuli Musical ৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ 🙏

  • @palkalita6696
    @palkalita6696 2 ปีที่แล้ว +4

    Apuni kuwa kotha khni mor khube vl lagsi aru moi agoraki sosaton matrii hispe apunar kotha khni t akmot

  • @tiluttomataid6897
    @tiluttomataid6897 3 ปีที่แล้ว +33

    শুনি বহুত ভাল লাগিল তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।

    • @assamguide
      @assamguide  3 ปีที่แล้ว +1

      ধন্যবাদ

  • @DigantaKoch-ry1gb
    @DigantaKoch-ry1gb ปีที่แล้ว +5

    Proud of you brother 😊❤❤❤❤

  • @arjubegum5765
    @arjubegum5765 3 ปีที่แล้ว +62

    Keep it up going on 👌👌

    • @shohidali8337
      @shohidali8337 3 ปีที่แล้ว +1

      Tumi 2020 Hslc exam disila naki

  • @ndcdreams1187
    @ndcdreams1187 3 ปีที่แล้ว +24

    God bless him

  • @edilaleite7268
    @edilaleite7268 2 ปีที่แล้ว +15

    Lindo demais adorei 👏👏👏👏

  • @mehruzhussainkhan1435
    @mehruzhussainkhan1435 3 ปีที่แล้ว +11

    Bahut dhunia voice👏👏🤗🤗🤗😌😌😊🥳🥳😌😌♥️♥️

  • @anowarabegum5390
    @anowarabegum5390 2 ปีที่แล้ว +4

    মাক‌ দেউতাকৰ কাৰনে আজি ল'ৰা ই এয়াই ফল দিছে ❤❤❤❤,🙏🙏🙏🌹🌹🌹🌹🌹

  • @mantudas3746
    @mantudas3746 2 ปีที่แล้ว +5

    কঠা খিনি শুনি বহুত ভল পালো

  • @prasenjitnath1519
    @prasenjitnath1519 2 ปีที่แล้ว +7

    ধৃতিৰাজ তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।