বাটৰ কঁচু গাত ঘঁহি লৈ খজুৱাই তত পোৱা নাই গায়ক সীমান্ত বৰ্মন ওৰফে সীমান্ত শেখৰে

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 ก.ย. 2024
  • “কপৌ চৰাইৰ কলিজা”বুলি গাই পাৰ চৰাই দেখুৱাই দিয়া গায়কৰ জৰাজীৰ্ণ অৱস্থা।বাটৰ কঁচু গাত ঘঁহি লৈ খজুৱাই তত পোৱা নাই গায়ক সীমান্ত বৰ্মন ওৰফে সীমান্ত শেখৰে।৪-৫বাৰ প'ষ্ট এডিট কৰি গৌৰৱ গগৈক বহিৰাগত প্ৰাৰ্থী,ব'হাগৰ কুলি আখ্যা দি নীতিশিক্ষা দিয়াৰ চেষ্টা সীমান্তৰ। সেমেকা বতৰত গোৱাল গালিৰ সোৱাদ লোৱা সীমান্তক ৰাইজৰ হিয়াভৰা মৰম।

ความคิดเห็น • 1K

  • @netalks-bk2zq
    @netalks-bk2zq  6 หลายเดือนก่อน +58

    th-cam.com/video/yXS89JCnbWg/w-d-xo.htmlsi=AE7bp9biNlvXnJH3 ৰাইজৰ গোৱাল গালি খোৱা সীমান্তৰ কাষত পিছে এতিয়া নাই কোনো সাৰথী,নাই ফেন....

    • @ritudarrang4170
      @ritudarrang4170 6 หลายเดือนก่อน +19

      গাণতহে "সীমান্ত শেখৰ", কিন্তু ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডত এখেত "হিমন্তৰ চাকৰ" 🤣🤣

    • @minalimili6684
      @minalimili6684 6 หลายเดือนก่อน +1

      😊😊

    • @pompydevi769
      @pompydevi769 6 หลายเดือนก่อน

      😂😂😂​@@ritudarrang4170

    • @TCF573
      @TCF573 6 หลายเดือนก่อน +4

      Ha ha ha ha . Borhiya dei. '

    • @brokenheart-tv1ii
      @brokenheart-tv1ii 6 หลายเดือนก่อน

      Dada ne pai ane kobo lge😂😂😂

  • @tapandutta7449
    @tapandutta7449 6 หลายเดือนก่อน +335

    গান দুটামান গাই নিজকে তথাকথিত শিল্পী বুলি ভবা এইজন এজন পাবত গজা মেৰুদণ্ড হীন ,,,,নিলাজ ব্যক্তি,,,

    • @budheswarnath6516
      @budheswarnath6516 6 หลายเดือนก่อน +5

      গাদ্দাৰ বোৰৰ কথা কিব আৰু !!

    • @vinodkaliya3823
      @vinodkaliya3823 6 หลายเดือนก่อน

      ঠিক কথা

    • @keshabsonowal1491
      @keshabsonowal1491 6 หลายเดือนก่อน

      😂😂

  • @mintubharali952
    @mintubharali952 6 หลายเดือนก่อน +288

    ই হৈছে এটা গান চোৰ।ই কি গৌৰৱ গগৈৰ কথা ক'ব আহিছে।ইয়ো এটা মহা গৰু।

    • @bokulgogoi8892
      @bokulgogoi8892 6 หลายเดือนก่อน +6

      ঠিক কৈছে, ইয়াক দেখিব মন নাযায়

    • @dhirendrakumarbaruah6906
      @dhirendrakumarbaruah6906 6 หลายเดือนก่อน +9

      Comments বিলাক পঢ় ঐ ভাইটি সীমান্ত ,

    • @hemantaborgohain4493
      @hemantaborgohain4493 6 หลายเดือนก่อน

      @@dhirendrakumarbaruah6906 কমেণ্টবোৰ পঢ়িলেও ই লাজ পাবজানো ? লাজেই নাই ।

    • @swapnalimohan2792
      @swapnalimohan2792 5 หลายเดือนก่อน

      🤣🤣

  • @bijumoniphukon3744
    @bijumoniphukon3744 6 หลายเดือนก่อน +103

    গৌৰৱ গগৈয়ে অসমীয়া ক'বলৈ নাজানিলে উযুতি খোৱা নাই সীমান্ত

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 6 หลายเดือนก่อน +209

    ই লোকৰ ভৰি ধুই থাকোতেই যাব

  • @sanjibdas3774
    @sanjibdas3774 6 หลายเดือนก่อน +210

    এই চিখৰক চৰকাৰ সলনি হলে ৰেহাই নিদিব যেন লাগিছে

    • @KulenGogoi
      @KulenGogoi 6 หลายเดือนก่อน

      সীমান্ত শিখৰ জীন্দাবাদ

    • @bhaskarborah8767
      @bhaskarborah8767 6 หลายเดือนก่อน

      Jodhamorkhya ​@@KulenGogoi

    • @hemantaborgohain4493
      @hemantaborgohain4493 6 หลายเดือนก่อน +1

      @@KulenGogoi ৰাইজৰ কমেণ্টবোৰ পঢ়ি কি বুজিছে । সীমান্ত শেখৰে আচলতে অসমীয়াৰ স্বাভিমানক অপমান কৰিছে । বিহুমঞ্চত অনুস্থান কৰিলে বাহিৰৰ পৰা এইবোৰৰ প্ৰত্যুত্তৰ পাব ।

  • @dhunusaikia1595
    @dhunusaikia1595 6 หลายเดือนก่อน +396

    গৌৰৱক চুবলৈ ১০১ জন্ম ল'ব লাগিব সীমান্ত লেখৰ

    • @MoniPegu-l1n
      @MoniPegu-l1n 6 หลายเดือนก่อน +6

      গৌৰৱ কি হয় বাৰু Pm নে cm নাই এজন গায়ক নে নাই এজন actor নাই এজন কংগ্ৰেছৰে এজন নামি দামি leader এনেকুৱা mp অসমত দিন আহিলে সলাই থাকে ৷
      Mla mp চুকুৰ আলিও কাইলৈ হব পাৰে কোনে কব পাৰেনো সি এজন গায়ক হৈ গান এটা গাই দেখোৱা 😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅

    • @axomcinematic2606
      @axomcinematic2606 6 หลายเดือนก่อน +19

      @@MoniPegu-l1n hoi nki pondit sukur Ali u jodi MP hbo pare tnte aajiloike kiyo hbo pora nai.....ru MP r jodi kunu gurutoii naii Sarbanandai Cabinet r pora yaat MP hbo kiyo aahil😂......Okl MP huwaii dngr kotha nhoii Parliament t Assam r bikhoye Kotha kobo pora tu hae dngr kotha .....toi ata mosto goru hoii ...Jodi MP huwa emanai hohoj toi hoi dekha Goru

    • @MoniPegu-l1n
      @MoniPegu-l1n 6 หลายเดือนก่อน

      @@axomcinematic2606 ঐ গৰু তই কি কথাটো বুজিছা তোমাতকৈ গৰু মানুহ এই সংসাৰত নাই ছাগে তই যিমানে ভুকি তাকক তোৰ পটুৱা মতা মাছ মাইকী মাছটো একোডাল নহয় ৷
      সদনত সি নিজে একো নকয় কাৰোবাৰ মুখৰ কথা নকল কৰি কোৱাহে গৰু তোমাৰ লেখিয়া পটুৱাটু কলেও Bjp আৰু এশ বছৰ আসন কৰিব

    • @DipDas-vi8ki
      @DipDas-vi8ki 6 หลายเดือนก่อน

      ​@@axomcinematic2606manuh palegoi Kun sukur Ali BJP koribo jai

    • @iam_Duhnu_
      @iam_Duhnu_ 6 หลายเดือนก่อน

      ​@@MoniPegu-l1ncorrect 😅

  • @bipulborah1718
    @bipulborah1718 6 หลายเดือนก่อน +91

    সেই জন গায়ক নে গাধ । মানুহৰ শাৰিত নপৰে দেই

  • @khargeswarkalita4630
    @khargeswarkalita4630 6 หลายเดือนก่อน +63

    সীমান্ত,বহাগ বিহুৰ আগত ভাল শুভেচ্ছা দিলে কিন্তু নতুন প্ৰজন্মই

  • @nayandutta2495
    @nayandutta2495 6 หลายเดือนก่อน +58

    এই শিখৰ বোলাটোক দোকানত 10টকাত পোৱা Sikhar পেকেটৰ দৰে হৈছে।একেবাৰে ভেলো নোহোৱাৰ দৰে হৈছে।

  • @babubabu1965
    @babubabu1965 6 หลายเดือนก่อน +152

    গৌৰৱ দা বিজয় কামনা কৰিলোঁ

  • @EdhanPatar-qr9ci
    @EdhanPatar-qr9ci 6 หลายเดือนก่อน +169

    এইবাৰ বহাগত সীমান্তক অসমীয়াই চেন্দেলেৰে মালা দি আগুৱাই আনিব

  • @hemantaborgohain4493
    @hemantaborgohain4493 6 หลายเดือนก่อน +252

    ধেৎ এইটো বজৰুৱা গায়ক । ঘেণ্টা , বিক্ৰী হৈ গলি ।

    • @MoniPegu-l1n
      @MoniPegu-l1n 6 หลายเดือนก่อน

      পইচাৰ কথাহে পইচা হলে তয়ো আহিযাব ভাই

    • @hemantaborgohain4493
      @hemantaborgohain4493 6 หลายเดือนก่อน

      @@MoniPegu-l1n পইচাৰ বাবেই কিছুমানে নিজৰ মান-সন্মান বিক্ৰী কৰিব পাৰে , কিন্তু আমি নহয় দেই । চাকৰি কৰিও এৰি দিয়া মানুহ আমি । বহুত লাখ টকা বহুতৰ পৰা আজিও পাবলৈ আছে । নাম কলে লাজ পায় । আনকি মন্ত্ৰীও সাৰি যোৱা নাই । তুমি বিক্ৰী যাব পাৰা । মই কিন্তু ১৫টা পৰিয়াল ছলাই আছো ভগৱানৰ কৃপাত ।

    • @hemantaborgohain4493
      @hemantaborgohain4493 6 หลายเดือนก่อน

      @@MoniPegu-l1n পইচা পালে তুমি বিক্ৰী যাব পাৰা আমি নহয় । চাকৰি কৰিও এৰি দি ব্যৱসায়ৰ জৰীয়তে ১৫ টাকৈ পৰিয়াল চলোৱাৰ লগতে এতিয়াও বহুত লাখ টকা বহুতৰ পৰা পাবলৈয়ে আছে । যাহাতাহা মন্তব্য দি লাভ নাই ।ৰাজনীতিৰ লিডাৰ সকলেহে বেছি ঠগে ।

    • @hemantaborgohain4493
      @hemantaborgohain4493 6 หลายเดือนก่อน

      @@MoniPegu-l1n তুমি বিক্ৰী হলানেকি পেগু ডাঙৰীয়া । কিয়নো তোমালোকক বিক্ৰী কৰি দুজনমান নেতাই ধন ঘটি আছে কিন্তু ।

    • @MoniPegu-l1n
      @MoniPegu-l1n 6 หลายเดือนก่อน

      @@hemantaborgohain4493 কথা নাই এই সংসাৰত সকলো একেই

  • @HeeramoniHazarika
    @HeeramoniHazarika 6 หลายเดือนก่อน +156

    কন্ঠৰ বেপাৰ ইমানতে শেষ হল। সীমান্ত শেখৰ ৷

    • @binaborgohain3623
      @binaborgohain3623 6 หลายเดือนก่อน

      Tar aibarhe sestro gantu sristi hobo 😂😂😂😂

  • @BrojenChetia-i8n
    @BrojenChetia-i8n 6 หลายเดือนก่อน +74

    এই টো নট ধিলা হ'ল , নিগনি হৈ বাঘক চিকাৰ কৰিবলৈ শিকাই।

  • @rajudutta7246
    @rajudutta7246 6 หลายเดือนก่อน +52

    সীমান্ত শেখৰ নামৰ কিবা আজে বাজে এসোপা গাই ফুৰা পাবত গজা থাৰ্ড ক্লাছ এজনৰ গৌৰৱ গগৈৰ দৰে ব্যক্তিত্বৰ লগত কি তুলনা হয়? বাওনা হৈ চন্দ্ৰলৈ হাত মেলা যেন কথা।

  • @prabinborahborah6247
    @prabinborahborah6247 6 หลายเดือนก่อน +62

    Garuav jindabad

  • @dipulsarma7527
    @dipulsarma7527 6 หลายเดือนก่อน +161

    সীমান্ত শেখৰ অসমীয়া হয় নে , সন্দেহ আছে

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 6 หลายเดือนก่อน +39

    বি জে পিৰ এৰেহা খাবলৈ লাজ নোপোৱা সীমান্ত শেষৰ তই গৌৰব গগৈক ৰাইজে দিয়া মৰম আশীৰ্বাদকণ পাবলৈ আৰু ১০০টা জনম ললেও নেপাবি কিজানি ।

  • @axomcinematic2606
    @axomcinematic2606 6 หลายเดือนก่อน +147

    সীমান্ত শেখৰ এটা গৰু হয় 👍🏼

  • @bagadhartaid2389
    @bagadhartaid2389 6 หลายเดือนก่อน +58

    সি এজন পাগল singer, কাম নাই সুবিধাবাদী

  • @indumoni891
    @indumoni891 6 หลายเดือนก่อน +54

    সীমান্ত একো অস্তিত্ব নাই।

  • @pranjoldeka9707
    @pranjoldeka9707 6 หลายเดือนก่อน +106

    সীমান্ত তোৰ নিছিনা গায়ক অসমত নহলেও হব গৌৰৱ গৈগৈ কেয়া আঙুলি টু সমানো অকাত নাই তোমাৰ বুজিছা সীমান্তত হিমন্ত নিছিনা মএী যে গৌৰৱ গৈগৈ ভয় খাই ফুৰিছে আৰু তয়নো কোন

  • @golenurhoque8038
    @golenurhoque8038 6 หลายเดือนก่อน +25

    আপুনি এটা মস্ত ফতুৱা আপুনি গানৰ মানুহ গানতে থাক কিয় খজুৱতি উঠিছে

  • @archanabarua4050
    @archanabarua4050 6 หลายเดือนก่อน +104

    সকলো ধৰণৰ ষড়যন্ত্ৰৰ জাল ফালি ওলাই অহা, অসমক ভাল পোৱা ,অসমৰ হৈ দহৰ আগত হক কথা লৈ নীৰ্ভিক ভাবে মাত মতা ,অসমী আইৰ প্ৰতি থকা নিজৰ দায়বদ্ধতা ব্যক্তিগত লাভ বা status,position আদিৰ বাবে compromise কৰিবলৈ নিশিকা ,গৌৰৱ গগৈ অসমৰ সুযোগ্য সন্তান বুলি অসম ক ভাল পোৱা প্ৰত্যেক জন প্ৰকৃত অসমীয়াই ভালদৰেই বুজি উঠিছে। অসমীয়া ভাষাৰ পৰীক্ষাত নতুনকৈ উৰ্ত্তীন হওঁক বা নহওঁক,আনকি নিজা জাতিয় পোছাক আনকি আহোমৰ সাজ পোচাক পিন্ধক বা নিপিন্ধক , এইবোৰ সকলোতে প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা সকলেও শেষত কিন্তু অসমৰ মানুহকে দি থোৱা কথা ও ৰাখিব নোৱাৰি অন্য ৰূপ তৎক্ষণাৎ লৈ লব পাৰে । এনেকুৱা certificate নোলোৱাকৈয়ে গৌৰৱ গগৈ অসমৰ বাবে গৌৰৱ হৈয়ে আছে আৰু থাকিব!

    • @Dikshitab857
      @Dikshitab857 6 หลายเดือนก่อน +1

      Jika pst ulabo kimn axmk vl pai😞👍🏻

    • @madhumita-dg2qi
      @madhumita-dg2qi 5 หลายเดือนก่อน

      গৌৰৱ গগৈ হৈছে অসমীয়া জাতিৰ গৌৰৱ। তেখেতৰ তেজত, মন মগজুত , দেহত কংগ্রেস চৰকাৰ আছে। আৰু থাকিব বুলি আমাৰ দৰে সাধাৰণ নাগৰিকৰ দৃঢ় বিশ্বাস আছে।
      অন্য হাতে, আজি কেইবছৰ মানৰ আগলৈ চালে দেখিব, বি জে পি ৰ মূখ্যমন্ত্রী কে ধৰি অন্য মন্ত্রী, এম এলে সকলৰ (সকলো নহয়) ঠিকনা বিচাৰিব গলে চোন সকলো কংগ্রেসত থকাৰ দৰেই লাগে। কিয়নো আমি কংগ্রেস ৰ যিসকল নেতা ক মূল্য বান ভোট দিছিলো । তেখেত সকল বৰ্তমান বি জে পি ত।
      ভাবিলে আচৰিত লাগে। এয়াই হৈছে ৰাজনীতি। কোনেও না হাঁহিব কাকো কাৰণ তেওঁলোক বা কিমান দিনৰ আলহী????

    • @KhanindarSarma
      @KhanindarSarma 5 หลายเดือนก่อน +1

      Kintu main ktha tu hol
      Gaurav gogoi yeh Jimn vote pabo tatkoi ETA bator kukur a besi vote pbo.
      Karon gogoi hol Chinese momo, chow-mein, kung fu😂😂😂 . #GoBackToChinaGauravGogoi

  • @nidhikashyap3574
    @nidhikashyap3574 6 หลายเดือนก่อน +74

    গৌৰৱ গগৈক চুবলৈ তাৰ ১০০০ পৰি লাগিব l

  • @daa4448
    @daa4448 6 หลายเดือนก่อน +17

    এই পীযুষ আৰু Simanta দুই ৰেনডীৰ বাতচাৰ মুখখন বৰকৈ চলিছে.

  • @RobinBarik-p5e
    @RobinBarik-p5e 6 หลายเดือนก่อน +22

    Ami gorov gogoik bhoot dim gorov gogoi jindabad

  • @SurenChandi
    @SurenChandi 6 หลายเดือนก่อน +45

    সীমান্ত শেষৰ , আপোনাৰ উপাধি কি , গৌৰব গগৈক যোৰহাটৰ সীমা চিনি নোপোৱা বুলি কৈছা যে আপোনাৰ নিজৰেই ‌ উপাধি নাইকিয়া এজন মানুহ । আপোনি কোন জাতৰ অসমীয়া, বঙালী, বিহাৰী , নেপালী, নে মুছলিম , জনাব দেই ।

  • @kripalsaikia924
    @kripalsaikia924 6 หลายเดือนก่อน +21

    ন বিজেপি ৰ উৎপাত অভ্ৰদামি বেছি

  • @SriHemendeka
    @SriHemendeka 6 หลายเดือนก่อน +29

    সিমান্ত বি ,জে ,পিৰ জোতা ছেলেকা।

  • @debenkonwar8367
    @debenkonwar8367 6 หลายเดือนก่อน +37

    নিজ ৰ পোকৰ পেন পেনীয়া লোকক আকৌ হাঁহ ঐ তলুৱা চেলেকা গায়ক ।

  • @DipakKumar-ks4ro
    @DipakKumar-ks4ro 6 หลายเดือนก่อน +29

    গৌৰৱ গগৈৰ ভৰি ধুই পানী খাওক,,,

  • @ritakonwar5437
    @ritakonwar5437 6 หลายเดือนก่อน +33

    আগত আছিল গান চুৰ এতিয়া হ'ল Post চুৰ ৷

  • @janardanbora2803
    @janardanbora2803 6 หลายเดือนก่อน +46

    অসমৰ বিজেপিৰ গোটেই নেতা পালি নেতা আহিও গৌৰৱ গগৈক নোম এডাল লৰাব নোৱাৰে

    • @Dikshitab857
      @Dikshitab857 6 หลายเดือนก่อน

      Kun hoi ajni gourav gogoi🙄

  • @chandanbaruah8899
    @chandanbaruah8899 6 หลายเดือนก่อน +18

    সীমান্ত ভাই তুমি শিল্পী মানুহ , বহাগ বিহু আহি আছে , পাৰিলে গান কেইটামান চোৰ কৰি নিজৰ ভাষাত বনাই লোৱা , কামত আহিব

    • @dhantimedhi2021
      @dhantimedhi2021 5 หลายเดือนก่อน +1

      মজা দিছে 😂

    • @pratimasarma1737
      @pratimasarma1737 5 หลายเดือนก่อน

      হয় দিয়ক,সি সেই কামৰ বাবে উপযুক্ত পাত্ৰ।

  • @pankajsarania5301
    @pankajsarania5301 6 หลายเดือนก่อน +17

    কোন হয় সীমান্ত শেখৰ চিনি নাপাওঁ

  • @indumoni891
    @indumoni891 6 หลายเดือนก่อน +74

    শিল্পী হৈ ৰাজনিতীলৈ লুতিবাগৰ ,এতিয়া ৰাইজৰ পৰা অকণো সন্মান নাপাৱ আপুনি।

  • @jayaborah2926
    @jayaborah2926 6 หลายเดือนก่อน +16

    ভাষা ক'লে , ধূতি পাজ্ঞাবী, গামোচা ল'লেই বা গান গালেই অসমীয়া নহয় । প্ৰকৃত অসমীয়া সেইজনহে যি জনে জাতিৰ অস্ত্ৰিত্ত ৰক্ষাৰ্থে সিংহৰ দৰে গজন কৰে, জাতীয় ক'লা স্ং স্কৃতি ৰক্ষাৰ্থে নিজৰ জীৱন দিবলৈও কুণ্ঠা বোধ নকৰে। সেইজনহে প্ৰকৃত অসমীয়া।

    • @BaruvaUttara-rw5tq
      @BaruvaUttara-rw5tq 6 หลายเดือนก่อน +2

      Iman sundar koi likhise , moiu ekmot apunar logot.

    • @JyotiRekhaGogoi-n1j
      @JyotiRekhaGogoi-n1j 6 หลายเดือนก่อน +1

      একমত

    • @jayaborah2926
      @jayaborah2926 6 หลายเดือนก่อน +1

      ধন্যবাদ 🙏🙏

  • @NaliKhan-r6y
    @NaliKhan-r6y 6 หลายเดือนก่อน +23

    BJP hatao desh bachao Modi hatao Bharat bachao

    • @sudiptatalukdar5558
      @sudiptatalukdar5558 6 หลายเดือนก่อน +1

      Bete toh koun desh chalayega Modi jaisa leader India me Nehi hai and whole world knows that except Congress party

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 6 หลายเดือนก่อน +22

    আনক সমালোচনা কৰাৰ আগতে নিজকে সমালোচনা কৰা উচিত। অহংকাৰ অধঃপতনৰ মূল। কিবা অকণমান আছিল সেই খিনিও নোহোৱা কৰি ললি।

  • @hemantabori8339
    @hemantabori8339 6 หลายเดือนก่อน +16

    GAURAB GOGOI'ৰ দৰে গুনৰ অধিকাৰী হবলৈ 10 জনম লাগিব সীমান্ত বৰ্মনে ।
    আৰু G.gogoi দেৱৰ অসমীয়া ভাষনবোৰো দেখোন বহুত ভাল হৈছে ।

  • @mangalgogoi277
    @mangalgogoi277 6 หลายเดือนก่อน +11

    গৌৰৱ গগৈ তোমাতকৈ বহুত ওপৰত। অসমীয়া ভাল কয়। অসমীয়া তেই ভাষন দিয়ে।

  • @krishnagogoi1657
    @krishnagogoi1657 6 หลายเดือนก่อน +16

    গৌৰৱৰ চুলিৰ দাল মানো নহয় আপুনি |

  • @nilakshisaikiaborah7071
    @nilakshisaikiaborah7071 6 หลายเดือนก่อน +13

    হেৰৌ বোপাই ত ই যিমানৰ মানুহ সিমানতে থাক ।ভাল মানুহৰ গুণ গাবি ।কংগ্ৰেছে আজিলৈকে অসমৰ বস্তু বিক্ৰী আচঁনিৰ ধন বিলোৱা নাছিল ।পুখুৰি বিক্ৰী কৰি চলোৱা নাছিল বুজিছ গৌৰৱ গগৈ ডঙৰীয়া তেনেকুৱ মানুহ ন হয়।

  • @sharmahdoley6121
    @sharmahdoley6121 6 หลายเดือนก่อน +13

    সীমান্ত শেখৰ মনত পৰা নেকি বাৰু CAA. সময়ত বি , যে , পি, পৰা ত্যাগ কৰিছিল আকৌ লগে লগে পুনৰ সেই দলত যোগদান কৰিছিল । তাৰ মানে দল বাগৰা গায়ক ।

  • @sushildutta8287
    @sushildutta8287 6 หลายเดือนก่อน +14

    গান গায়ছ গাইথাক ৰাজনীতিৰ ৰ নাজন যেতিয়া নেতা সকলৰ চুৱা নেচেলিকিবি।
    একো কাম নাই যদি ভেনদী খেতি কৰ। তোৰ পৰিয়ালৰ উপকাৰ হ'ব

  • @SourvNeog
    @SourvNeog 6 หลายเดือนก่อน +15

    Gourab Gogoi zindabad 🎉

  • @nilotpalsaikia100
    @nilotpalsaikia100 6 หลายเดือนก่อน +10

    কিছূমানৰ কাৰণে অসমৰ শিল্পী সমাজ খন ধ্বংস হ'ব ধৰিছে। সেইবাবে সকলোতে কেৱল ৰাজনীতি সোমাই পৰিছে। যিটো ভৱিষ্যতেও বহুত ভয়ানক ৰূপ ল'ব।

  • @nayandeepsonowal6334
    @nayandeepsonowal6334 6 หลายเดือนก่อน +13

    Gaurav gogoi jindabad

  • @mainaborman5755
    @mainaborman5755 6 หลายเดือนก่อน +17

    E ata sur,

  • @nritanganagogoilovefreefir2366
    @nritanganagogoilovefreefir2366 6 หลายเดือนก่อน +26

    অসমৰ ৰাইজৰ মনত আছে হিমন্তই কাক ডেগাৰ মাৰিছিল

  • @krishnagogoi1657
    @krishnagogoi1657 6 หลายเดือนก่อน +33

    গৌৰৱ গগৈ জিন্দাবাদ |

  • @SBS421
    @SBS421 6 หลายเดือนก่อน +8

    কোণ সিমান্ত শেখৰ !
    তেওঁৰ সঠিক উপাধি কি নো বাৰু
    !

  • @ratikantamili.5442
    @ratikantamili.5442 6 หลายเดือนก่อน +14

    Gaurav Gogoi Zindabad ❤❤❤❤❤😊

  • @nilonilodas5996
    @nilonilodas5996 6 หลายเดือนก่อน +27

    Gourob gogoi zindabad

  • @humensaikia7914
    @humensaikia7914 6 หลายเดือนก่อน +4

    গৌৰৱ গগৈ ৰ ভৰি দুখন ধুবলৈও যোগ্য নহয় এই সীমান্ত শেষৰ নে কি এইটো।গান চুৰ টো

  • @sanjeevsaikia9175
    @sanjeevsaikia9175 6 หลายเดือนก่อน +9

    Gaurav Gogoi will emerge a winner!...Gaurav Gogoi is a fire brand leader and a true son of Assam ! He has good command over Assamese his mother tongue, Hindi and English ! He is a good speaker and always spoken for various issues related to AXOM ! On the Contrary ....i mean just opposite , Tapan Gogoi is a big disappointment for Assam and Assamese society snd cause ! He is Timid and never spoken for assamese people given the fact that he came from AASU background . Vote for Gaurav Gogoi👍 !

  • @RanjneDas
    @RanjneDas 6 หลายเดือนก่อน +13

    Bihu. Nagabi. Toy

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 6 หลายเดือนก่อน +10

    গান চুৰি কৰা এই জনে গৌৰৱ গগৈৰ বিৰুদ্ধে মন্তব্য দিয়াৰ আগতে , অলপ নিজে নিজক ভাবি চাৱ লাগিছিল ।

  • @santanurajkonwar4093
    @santanurajkonwar4093 6 หลายเดือนก่อน +9

    এইটো এটা মস্ত ফতুৱা, জকৰ।

  • @debabratgoawami3061
    @debabratgoawami3061 6 หลายเดือนก่อน +12

    Nonsense simanta. Goru sor

  • @manjulakakati7853
    @manjulakakati7853 6 หลายเดือนก่อน +26

    Garub Gogoi zindabad

  • @Njs683
    @Njs683 6 หลายเดือนก่อน +7

    Gaurav gogoi assam r GAURAV ❤

  • @melomaniacreation363
    @melomaniacreation363 6 หลายเดือนก่อน +8

    সকোবিলাক comment চাই এটা ভাল লাগিল সঁচা কৈ গান টোত কপৌ কৰাই বুলি কৈ পাৰ চৰাই দেখুৱাইছিল কিন্তু , মাঠত তাৰ মাল অলপ কম এ আছে

  • @KushalKakati-iq9iu
    @KushalKakati-iq9iu 6 หลายเดือนก่อน +10

    গায়ক এটাই ৰাজনীতিৰ কথা কি জানে পইচাৰ লোভ গান গাব মাতিবই নালাগে

  • @Amit___barman
    @Amit___barman 6 หลายเดือนก่อน +4

    নামটো আছিল সীমান্ত শেখৰ
    আধাৰ কাৰ্ডত আহিল "হিমন্তৰ চাকৰ"😂

  • @binabarua9304
    @binabarua9304 6 หลายเดือนก่อน +4

    অসমীয়া ক’ব নাজানে বুলি যে হাহেঁ সিহঁতৰ সন্তানবোৰক কিয় ইংৰাজী বিদ্যালয়ত শিক্ষা দিছে ? চিকুট মাৰি নিজক চাবচোন ৷

  • @KabitaRabha-e8j
    @KabitaRabha-e8j 6 หลายเดือนก่อน +25

    Vote for G Gogoi thanks

  • @AnkurJoyti123
    @AnkurJoyti123 6 หลายเดือนก่อน +23

    গৌৰৱ গগৈ❤️❤️❤️

  • @babulborah2534
    @babulborah2534 6 หลายเดือนก่อน +9

    গৰব গগৈ অসমৰ হিয়া

  • @prabinborahborah6247
    @prabinborahborah6247 6 หลายเดือนก่อน +19

    Gogoi

  • @hellonaba
    @hellonaba 6 หลายเดือนก่อน +23

    অসমৰ সংবাদ জগতৰ বাতৰি পৰিৱেশনৰ নমুনা !

    • @abinashbora6562
      @abinashbora6562 6 หลายเดือนก่อน

      News kowa jona ha janebo😂

  • @NabinBordoloi-js9by
    @NabinBordoloi-js9by 6 หลายเดือนก่อน +4

    ইয়াৰ নামটো সীমান্ত শেখৰ নহয় হিমন্তৰ চাকৰ হে হ'ব লাগিছিল ..

  • @anshumanyr7176
    @anshumanyr7176 6 หลายเดือนก่อน +5

    Aibar jorhat gourav gogoi❤

  • @sondas4293
    @sondas4293 6 หลายเดือนก่อน +7

    গৌৰৱ গগৈ জিন্দাবাদ ❤

  • @EffiNawab
    @EffiNawab 6 หลายเดือนก่อน +6

    এজনে ঠিক কৈছে বৰ্মন নহয় অসমীয়া হয় জানো ? নিজৰ মুখৰে ঠিক নাই এদিন কব কা' মানিম এদিন কব নেমানো।কিযে মানুহ ?

  • @asanulhoque3442
    @asanulhoque3442 6 หลายเดือนก่อน +37

    ক'ব,কবৈ লাগিব কিয়নো বিজেপিয়ে পদবী এটা দি ৰাখিছে

  • @trinayandas-gx6xx
    @trinayandas-gx6xx 6 หลายเดือนก่อน +1

    অসমীয়া চিনেমাৰ নাচাঁও বুলি কোৱাৰ এই দালাল জনৰ কথাৰ ভেলু আছে যানো।গৌৰৱ গগৈ লগত ইয়াৰ তুলনা হয় যানো।কাম নাই ইয়াৰ।

  • @padmapaninath
    @padmapaninath 6 หลายเดือนก่อน +4

    বহিৰাগত কাক কয় নজনা মহা শিল্পী ; যাৰ নিজৰেই নীতি হৈছে থলুৱাৰ ওপৰত ' কা' ৰ সমৰ্থক । ছি: ।

  • @dhrupjyoutidas8541
    @dhrupjyoutidas8541 6 หลายเดือนก่อน +10

    Kiman toka paise

  • @bokulkarmakar7784
    @bokulkarmakar7784 6 หลายเดือนก่อน +5

    Gaurav Gogoi Zindabaad... Kun be simanta fo2wa2 kam nai chi.

  • @swapnapayeng8551
    @swapnapayeng8551 6 หลายเดือนก่อน +14

    Mojja😂

  • @bhaswatidas3538
    @bhaswatidas3538 6 หลายเดือนก่อน +4

    Gaurav gogoi r nijor eta party khulibo lagisil,he is sooo deserving. Like his father, he is intelligent,sharp.. his speech in parliament is awesome 👍 Baki simanta r kotha ki kom, ghoiniyek r johot khai thaka eta

  • @nitunzaborah5902
    @nitunzaborah5902 6 หลายเดือนก่อน +2

    এইটো ঘৈণীয়েকৰ ঘটা পয়ছাৰে চলি আছে। মেখেলা ধুই।😅😅😅

  • @SurojitDoley-f2z
    @SurojitDoley-f2z 6 หลายเดือนก่อน +5

    pokotia গায়ক ৰাজনীতিৰ কথা কি জনে bea

  • @rakibulahmed4434
    @rakibulahmed4434 6 หลายเดือนก่อน +1

    তাৰো অৱস্থা যতীন বৰা ৰ দৰেই হ'ব।

  • @azizascookingcorner1836
    @azizascookingcorner1836 6 หลายเดือนก่อน +4

    Gourav Gogoi is a great leader of India

  • @S_a_nu
    @S_a_nu 6 หลายเดือนก่อน +1

    কি হল সীমান্ত ককাই বহাগৰ প্রগেম পোৱা নাই কাৰণে খজুৱতি মাৰি আছে নেকি ?

  • @rlrajibhussain4244
    @rlrajibhussain4244 6 หลายเดือนก่อน +6

    Gaurav gogoi jindabad.

  • @uddhabnath4553
    @uddhabnath4553 6 หลายเดือนก่อน +6

    Value less Simanta,👍

  • @bijusaikia5372
    @bijusaikia5372 6 หลายเดือนก่อน +7

    ইয়াক বৰ্জন কৰাটো জৰুৰী হব ।

  • @overpower000official5
    @overpower000official5 6 หลายเดือนก่อน +1

    Salute for যোৰহাট বাসি

  • @sssshdjsjjs3142
    @sssshdjsjjs3142 6 หลายเดือนก่อน +12

    আজিকালি বান্দৰ বিড়িৰ জমানা নাই ?😊😊😊

  • @vlog-ex3mr
    @vlog-ex3mr 6 หลายเดือนก่อน +5

    Gaurav Gogoi jikiboi , khatang.

  • @67Vijay67
    @67Vijay67 6 หลายเดือนก่อน +3

    এইটো চোৱা চেলেকা 👍

  • @4u206
    @4u206 6 หลายเดือนก่อน +2

    ইয়াক পিতি পিতি টিকা ফালিব লাগে । চকীত বহীব নোৱাৰাকৈ ।

  • @aparajitatamuli7273
    @aparajitatamuli7273 6 หลายเดือนก่อน +5

    আজি কালি অসমৰ এনেকুৱা তথা কথিত পাব গজা শিল্পী বিলাকলৈ বিহুত আদৰিবলৈ কেতকুৰা,পনীয়লৰ কাইটৰ বিহুৱান পিন্ধা বৰ বাবে সযতনে সাঁচি ৰাখিছে অসমীয়া ৰাইজে

  • @DharmendraDharmendradeka-c6s
    @DharmendraDharmendradeka-c6s 6 หลายเดือนก่อน +5

    Pukor seleka

  • @pankajhhazarika8158
    @pankajhhazarika8158 6 หลายเดือนก่อน +5

    ক'ত ৰজা ভূজ আৰু ক'ত গঙ্গু তেলী!ধেইৎ-----।